এফালে CM পত্নীৰ ব্যক্তিগত বিদ্যালয়ৰে চমক; আনফালে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা!

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • ⏭️এফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়ৰে CM পত্নীৰ চমক!
    ⏭️আনফালে মূল্যায়ন বহীখনৰো যোগান ধৰিব নোৱাৰা অৱস্থা ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত!
    ⏭️কলিয়াবৰৰ বহু বিদ্যালয়ত মূল্যায়ন বহী আৰু অভ্যাসন বহী যোগান ধৰিব নোৱাৰা অৱস্থা শিক্ষাবিভাগৰ!
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

Комментарии • 17

  • @bjdassam2823
    @bjdassam2823 3 месяца назад +8

    ছাত্ৰ-ছাত্ৰীসকলক দেখিলে বেয়াই লাগে 😢, ইমান কষ্টৰে পৰীক্ষা দিব লগা হৈছে!!!
    চৰকাৰী বিদ্যালয়সমূহক কিয় ইমান মাহী চকুৰে চাই নাজানোঁ???😢😢
    ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ ৰাজনীতি নকৰিব🙏

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz 3 месяца назад +3

    এইখন চৰকাৰে চৰকাৰী বিদ্যালয় সমূহ ঠিকা ভিত্তিত চলাবলৈ আগবাঢ়িছে।

  • @papukutum5528
    @papukutum5528 3 месяца назад +1

    Good' bulihe kolu aru, beacouse axom bakhiye bare bare hei tuke bisari ase.

  • @SrimitalisaikiaSrimitalisaikia
    @SrimitalisaikiaSrimitalisaikia 3 месяца назад

    আমাৰ গাঁৱৰ বিদ্যালয়ৰ অৱস্থা অতি কৈ বেয়া এজাক বৰষুণৰ দিলে পাঠদান কৰিব নোৱাৰি ল'ৰা ছোৱালীক বিদ্যালয় লৈ পঠিয়াই চিন্তা কৰিব লগীয়া হয়

  • @chiranjittakoe8333
    @chiranjittakoe8333 3 месяца назад

    দুই হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ ধ্বংস কৰি হিমন্ত মূখ্য মন্ত্ৰীৰ পত্নীৰ নামত ব্যক্তিগত বিদ্যালয় খুলি দুই হাতে ধন চপাই দুখীয়াৰ লৰা ছোৱালী আৰু নিবনুৱাৰ জীৱন ধ্বংস কৰি বিজেপি চৰকাৰে মূখ ফুটনি মাৰি দেশ ধ্বংস কৰি ৰসাতলে গৈ আছে । এই চৰকাৰক নেখেদিলে দেশ আৰু ৰসাতলে যাব । দেশৰ জনসাধাৰণক হুচিয়াৰ হবলৈ আহ্বান জনালো ।

  • @ubdengineers1660
    @ubdengineers1660 3 месяца назад

    Aikhon Sarkar aneu Jaabo.Wait till 2026.Aibar aru BJP ik kunue voot nidie.Lecture besi kaam nai..

  • @popiborah3897
    @popiborah3897 3 месяца назад

    Atiya akou amar EM sir a kobo je aibur teacher a attandance nidiye ..Misa kotha koise, aami2 bohi, kitap sb disu... exam patibole elah, obohela korise ailuke 😅😅😂😂

  • @ubdengineers1660
    @ubdengineers1660 3 месяца назад

    CM ghoiniek jadi contractor hoi Akhom aru rokhatole Jaabo.Heikarone haabodhan houk. 26 ot aikhon sarkarok khedibo laage.

  • @mayurranjan2889
    @mayurranjan2889 3 месяца назад

    Education Minister eta palu aru dei??

  • @Moranhat
    @Moranhat 3 месяца назад

    Cm Ami a bonai su aru ji kora Ami a koru su buli vabi lobo laga
    Jai assam government

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 месяца назад

    Unnoti sowsowai goise

  • @vikramborgohain1910
    @vikramborgohain1910 3 месяца назад +2

    হিমন্তৰ মাইকীৰ লেটিনৰ লগতো তুলনা নহয় অসমৰ চৰকাৰী বিদ্যালয় বিলাক,,, গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যেতিয়া আদানিক দিলে হিমন্তৰ মাইকীয়ে বিমানবন্দৰৰ ভিতৰত অকলে 10খন দোকান লৈছে,, বাকী আজমল perfeum,, ৰুটী পিয়াজৰ দোকান এইবিলাক কাৰ, কাৰ আজিলৈকৈ কোনো সাংবাদিকে কোৱা নাই,,,পাৰিলে কব সকলোৱে জানিব লাগে,,,,,,, ভাৰতত দেশ ভক্তিৰ নামত অকল ব্যৱহায় চলে,,, সকলোৱে জনাৰ দৰকাৰ,,,,

  • @ratulbaruah4598
    @ratulbaruah4598 3 месяца назад

    Ronuj Pegu very shame. You should resign.

  • @sunitadevi3033
    @sunitadevi3033 3 месяца назад

    Eituwei BJP sarker r huder nomuna aamar dekh bht unnoti hoise sarkari school dhongkho inlish medum school ujollai tulise

  • @ramjanali5782
    @ramjanali5782 3 месяца назад

    CM school dia pabe Pisa dile hl