Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
জয় আই অসম, কা আমি নামানো, ৰঙালী বিহুৰ হিয়াভোৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏
বাবু দা গীতটি শুনী ভাল লাগিল। জয় আই অসম
বহুত ধুনীয়া হৈছে। ।। জয় আই অসম।।
গায়ক জনক অশেষ ধন্যবাদ ও দীৰ্ঘায়ু কামনা কৰিলো।
NO CAA, no BJP , joi aai axom ✊
সময়ৰ পৰিষ্ঠিতিক লৈ সুন্দৰ গান,,,,,,
ধুনীয়া লাগিল গানটো ।👍👍
Rekibul da aru Babu da bohut vl lagise gan2... mojja
I m from dima hasao. No CAA we oppose CAB. JAI AI ASSOM
Kan mi
আজিলৈ মূৰ দাঙি থিয় হৈছো.. মৃত্যুৰ পাছত এনেকৈ থিয় হম..... মৃত্যু অনিবাৰ্য এদিন আহিব... যেতিয়ালৈ নাহে কাৰো ইমান ক্ষমতা নাই যে মাৰিব পাৰিব... আৰু না আহিলে কোনোবাই ৰখাব পাৰিব.... গতিকে যি কৰে কৰক আমি CAA নামানো আৰু দেখা পাম অহংকাৰী দলৰ ধংসলীলা... জয় আই অসম জয় আই অসম জয় আই অসম
Excellent অতি সুন্দৰ 👌 Love you Babu da জয় আই অসম
Bohut val lagise song tu
ধন্যবাদ ৰেকিবুল দা, আপোনাৰ প্ৰতিবাদি কন্ঠ সচাকৈ সলাগ লবলগীয়া,,,,,,,,
Oi pagol babu oi
অতি সুন্দৰ গীট জয় আই অসম আমি কা নামানো
বাবু দাদা আপুনি ইমান সুন্দর গান গালে সচায বহুত ভাল লাগিল।কা আমি নামানো।বিজেপিক খেদ।
Right
ধন্যবাদ জনাইছো ছাত্ৰ সন্থা আৰু শিল্পী সমাজ আমি মৰি গলেও কাহ নামানো
শিল্পী সকলে নিৰবিচিন্ন প্ৰতি খন মঞ্চৰপৰা CAA ৰ বিৰোধিতা ৰে সকলো ৰাইজক সজাগ কৰি ৰাখক.....মই ও আগৰবাৰ ভোট দিছিলোঁ কিন্তু এইবাৰ এক টোপাল তেজ থকালৈকে BJP ক ভোট নিদিও।বৰ ধুনীয়া গীত আৰু কথা কলে। ভাৰতীয় জাবৰ পাৰ্টি ................ অসম গোবৰ পাৰ্টী...................
Nice
আপোনাক বহুত বহুত ধন্যবাদ জনাইছো 🙏
Jaypal Mura
No cab
A ya 😘
Vedio2 sai bahut vl lagil Babu da
Rekibul da kotha bore bohut mojja lagisay
কা আমি নেমানো । জয় আই অসম
Nice song 👌👌জয় আই অসম
Very nice song 👌👌♥️♥️
ধুনীয়া গীত
বহুত ধুনীয়া লাগিছে দেই গানটো ❤❤❤❤❤
Very very very nice song 👌👌👌👌👌👌👌👌👌👌👌👌 Thanks for Babur Da
সুৰতো ভাল লাগিল । গানে পৰিবৰ্তন আনিব পাৰিবনে? ৰাজনৈতিক দল খোলক আকৌ । নিৰ্বাচনত জিকি ৰজা (গণতন্ত্ৰত ৰজা নাই) হওঁক আৰু পৰিৱৰ্তন আনক !
My I ask for yo
Babu rajnitir patharat jaboloi aeibur natak karisil.gol akow Congress t.AJP t kiyo nogol xi
Npp
@@binateronpi6547 b ttyl
Babu da CAB/CAA Ami Namano Joy I axom ..... Thanks BABU
dhuniya lagise potibadi gaan bur huni জয় আই অসম
Very good song. Number 1 song.
কাক ভোট দিম নিজৰ কথা চৰকাৰ যাৰ নাথাকক সকলো একেই
ধন্যবাদ ৰেকিবুল দা আপোনাৰ প্ৰতিবাদী গানৰ বাবে
Ssss♥️♥️🍒🍒🥰
Asadkia❤ 5:23 😅
দেশৰ হকে পান দিম আপোনালোকলৈ ধন্যবাদ আগবাহি যাৱক
Love you Babur da, C(A)A go back, bjp go back (Bangladeshi Janata Party)
Babu da🔥🔥🔥🔥i love you babu da. Sobei pahore goise kio ❤❤❤❤🌚🤞🌸🌼💓🧡💛❣️💕🖤💚🥰💞😍🌹🌹🌷💐
জয় আই অসম। তেজেৰ ৰাঙলী হৈ যাবঅসম যদি বাংলাদেশী আনে।
জয় আই অসম 👍💪💪
Joy ai okhom.... Khokolu A ack gut hou aha...
জয় অাই অসম.. Babu Da apunaluke gamusa akhon akhon loi lobo..... We oppose ČAB /CA
Assamese song
Bangladesi...asei.miabor.dekha...nai
বহুত ভাল লাগিছে আপোনাৰ গান বাবু দাদা
Babu da ca Ami namanu...joy ai oxom...💖💖💖💞. Mojja song
Nice song indeed. God bless Assamese people. Jai Aai Asom❤❤❤❤
Good day👍 awesome and
বাবু দাৰ গান বঢ়িয়া হৈছে জয় আই অসম CAB আমি নামানু
বৰ সুন্দৰ গীত।
বিটিচিত হেলিকপ্টাৰ ৰ 🚁🚁 হাৱা গ'ল (Zero হল), গড় বোৰ কাজিৰঙাত মৰা গ'ল, গৃহ কন্দলত 🥊🥊কমপমান অসম ( Boxing), Corruption ৰ সৌদাগৰ দ'ল, কামত সক্ষম নোহোৱা দ'ল ।😀😁😀😁 গানেৰে পেট নভৰে লাগে উন্নয়ন, প্ৰগতি । জয় আই অসম, জয় হিন্দ, জয় বিজেপি 🌺🥀🌹👍
Nice song RekibuL Da with Babu Da....
Babu daa mojja lgil....CAA aami namanu..জয় আই অসম ।
Bhut dhunia babu daa..joi ai axom..aso
জই আই অসম
ভাল লাগিল বাবু দা জয় আই অসম We are Assamese We are indian Hit like this supported people ??
বাবু দা ভাল লাগিল জয় আই অসম
Ca Ami namano
Just wanted no one a a a a the the the a a
সুন্দৰ , NO CAA .
NO CAAWE OPPOSE CABকেব আমি নামানো।জয় আই অসম।
বাবু,দা,ভাল,লাগিছে
C(A)A ami namanu C(A)A amak nalage Joy ai okhom.... Bondhu khokol
No caa
Joi ai assom
বাবু দা ৰেকিবুল দা মজা জয় আই অসম
No CAAWe Oppose CAANorth East Oppose CAAজয় আই অসম
Nicr
ধন্যবাদ জুবিনী ধন্যবাদ ভাষান ভাল লাগিছে।
জয় আই অসম । ২০২১ ত ইয়াৰ প্ৰত্যুত্তৰ দিম ।
Aami caa namanu
I
@@kobatali5768 might by
এইয়া সময়।
কি হল আপোনাৰ লেবেল উত্তৰ নিদিয়ে নেকি
বাবু অসমৰ এগৰাকী সন্মানীয় স্থিৰ শিল্পী গায়কৰ লগতে এজন দৃঢ় নিৰভীক মানুহ।
বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ অতি সুন্দৰ গান ৰচনা কৰিছে । আমি অসমৰ ৰাইজে কেতিয়াও কোনোপধ্যে আগতেও কা' মনা নাছিলো,বৰ্তমানো নামানো আৰু ভৱিষ্যতেও কা' নামানো । আমি নিজৰ স্থিতিত সদায় অটল আছো আৰু সদায় নিজৰ স্থিতিত অটল থাকিম আৰু বিজেপি চৰকাৰে আমাৰ অসমীয়া জাতিক লৈ বেপাৰ কৰা তহঁতি বন্ধ কৰিবই লাগিব । ঐ দিল্লী শুনি ল আমি কা' নামানো,দিছপুৰ শুনি ল আমি কা' নামানো,গুলিয়াই মাৰিলেও কা' নামানো,মৰিয়াই মাৰিলেও কা' নামানো । জয় আই অসম ।
বাংলাদেশী হুছিয়াৰ, জয় আই অসম ✊✊✊
Moja babu da,gaan tu perfect
Babu da always love your these kind of masterpiece... love you
জয় আই অসম
No caa no cab জয় আই অসম
জয় আই অসম।। কা আমি নামানো।।। সুন্দৰ গীত।।
বাবু দা আৰু ৰেকিব দা গানটো বৰ ভাল হৈছে।এই বাৰ২০২১চনত বিজেপি চৰকাৰক গাদীৰ পৰা নমাবা লাগিব নমাবনে ৰাইজ নমোৱা সকলে লাইক কৰক।বিজেপি চৰকাৰ খুচিয়াৰ,গো বেক, বিজেপি চৰকাৰ লৈ ই লৈ ই চৈ চৈ।। জয় আই অসম।।।
Kuta
Val lagise babu da aru rekibul da
ৰেকিবুল দা আপোনী গানটো ৰচুতে ভাবিচিলে নে...অসমত এনে প্রতিবাদ হব বুলি গানটো kintu কামত দিলে....জয় আই অসম.....
মাঠা টো
Nalge
@@jyotishbora5165 0
@@jyotishbora5165 তোৰ মাথাটো গোবৰ ।
Bu ye
Babu Dada caa nalage jo ai Axom
জয় আই অসম বাবু দা জিন্দাবাদ
Wha gaantu dhuniya hoise
Ja ai okhom
Joi ai akhom
I am from cachar ..no. caa we oppose caa
Mojahhhh babu daa
Mozza lagil
ধন্য বাদ জয় আই অসম ।
Mosti , no CAA .go back bjp
ভাল লাগিল গান টো শুনি ❤
I love the lyrics very well composed. Assam Strong.
To❤️ho
@@biswanathdas7540 ßm
Thank you babu da moyu CAA pratibadi
কা নামানো। নামানো নামানো নামানো। জয় আই অসম।
Caa nemaanu.....tez dim mati nidiu✊✊✊✊✊✊✊✊✊
Fjjjj@@lisandeka4627 hejjŕhellllllml
Vall lagise babu daa gan to
Ami Aponar logot asu
Babu da aetu mja lagil
উচিত সময়ত উচিত গান
CAA aami kunu poidhei nemanu . BJP go back . Akhil Gogoi Zindabad .
Rekibul is unique lyricist
Very beautiful song 💞
কা আমা নামানো জয় আই অসম
জয় আই অসম
কি কম আৰু জয় আই অসম
Very nice song
Mojjaaah
I lv this song 😘
Loving bro Assam
Like brother nice song
বাবু দা !মজা 👍👍👍
Nice rakibul da nice patibad yes ✌ I liket
Lisis
জয় আই অসমকা অমি নেমানো
Wow rakibul
No CAA
বি.জে.পি.ক ভোট নিদি কাক ভোট দিম..NRC হৈ 50 লাখ বিদেশী স্বদেশী হল তেতিয়া শুই থাকি এতিয়া সাৰ পালে কি হৱ ? কংগেছৰ ,,চি পি এম ৰ মুছলিম মিঞা কেইজন স্বদেশী হৈ পৰিল...আমিও কা মানিম,,,,A.G.P. long live
Absolutly ri8
অবৈধ হিন্দু বাংলাদেশী আৰু বিজেপিৰ দালালবোৰে কা' মানিলেও আমি কেতিয়াও কা' নামানো আৰু বিজেপিক ভোট নিদিও । খিলঞ্জীয়া হিন্দু-মুছলমান বুলি কোনো কথা নাই সকলোৱেই স্বদেশী । জয় আই অসম ।
i love babu da 💝💝💝 জয় আই অসম...
Nice babu da.jai aai axom.
Rakibul da val lagil, no caa
Mojjah hoise de song to
CAA আমি কেতিয়াও নামানো, জয় আই অসম
Yessss no CAA BJP go back
rhino pleasure no caa
Yes good socice
জয় আই অসম, কা আমি নামানো, ৰঙালী বিহুৰ হিয়াভোৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏
বাবু দা গীতটি শুনী ভাল লাগিল। জয় আই অসম
বহুত ধুনীয়া হৈছে। ।। জয় আই অসম।।
গায়ক জনক অশেষ ধন্যবাদ ও দীৰ্ঘায়ু কামনা কৰিলো।
NO CAA, no BJP , joi aai axom ✊
সময়ৰ পৰিষ্ঠিতিক লৈ সুন্দৰ গান,,,,,,
ধুনীয়া লাগিল গানটো ।👍👍
Rekibul da aru Babu da bohut vl lagise gan2... mojja
I m from dima hasao. No CAA we oppose CAB. JAI AI ASSOM
Kan mi
আজিলৈ মূৰ দাঙি থিয় হৈছো.. মৃত্যুৰ পাছত এনেকৈ থিয় হম..... মৃত্যু অনিবাৰ্য এদিন আহিব... যেতিয়ালৈ নাহে কাৰো ইমান ক্ষমতা নাই যে মাৰিব পাৰিব... আৰু না আহিলে কোনোবাই ৰখাব পাৰিব.... গতিকে যি কৰে কৰক আমি CAA নামানো আৰু দেখা পাম অহংকাৰী দলৰ ধংসলীলা... জয় আই অসম জয় আই অসম জয় আই অসম
Excellent অতি সুন্দৰ 👌 Love you Babu da
জয় আই অসম
Bohut val lagise song tu
ধন্যবাদ ৰেকিবুল দা, আপোনাৰ প্ৰতিবাদি কন্ঠ সচাকৈ সলাগ লবলগীয়া,,,,,,,,
Oi pagol babu oi
অতি সুন্দৰ গীট জয় আই অসম আমি কা নামানো
বাবু দাদা আপুনি ইমান সুন্দর গান গালে সচায বহুত ভাল লাগিল।
কা আমি নামানো।
বিজেপিক খেদ।
Right
ধন্যবাদ জনাইছো ছাত্ৰ সন্থা আৰু শিল্পী সমাজ আমি মৰি গলেও কাহ নামানো
শিল্পী সকলে নিৰবিচিন্ন প্ৰতি খন মঞ্চৰপৰা CAA ৰ বিৰোধিতা ৰে সকলো ৰাইজক সজাগ কৰি ৰাখক.....
মই ও আগৰবাৰ ভোট দিছিলোঁ কিন্তু এইবাৰ এক টোপাল তেজ থকালৈকে BJP ক ভোট নিদিও।
বৰ ধুনীয়া গীত আৰু কথা কলে।
ভাৰতীয় জাবৰ পাৰ্টি ................
অসম গোবৰ পাৰ্টী...................
Nice
আপোনাক বহুত বহুত ধন্যবাদ জনাইছো 🙏
Jaypal Mura
No cab
A ya 😘
Vedio2 sai bahut vl lagil Babu da
Rekibul da kotha bore bohut mojja lagisay
কা আমি নেমানো । জয় আই অসম
Nice song 👌👌জয় আই অসম
Very nice song 👌👌♥️♥️
ধুনীয়া গীত
বহুত ধুনীয়া লাগিছে দেই গানটো ❤❤❤❤❤
Very very very nice song 👌👌👌👌👌👌👌👌👌👌👌👌 Thanks for Babur Da
সুৰতো ভাল লাগিল । গানে পৰিবৰ্তন আনিব পাৰিবনে? ৰাজনৈতিক দল খোলক আকৌ । নিৰ্বাচনত জিকি ৰজা (গণতন্ত্ৰত ৰজা নাই) হওঁক আৰু পৰিৱৰ্তন আনক !
My I ask for yo
Babu rajnitir patharat jaboloi aeibur natak karisil.gol akow Congress t.AJP t kiyo nogol xi
Npp
@@binateronpi6547 b ttyl
Babu da CAB/CAA Ami Namano
Joy I axom ..... Thanks BABU
dhuniya lagise potibadi gaan bur huni
জয় আই অসম
Very good song. Number 1 song.
কাক ভোট দিম নিজৰ কথা চৰকাৰ যাৰ নাথাকক সকলো একেই
ধন্যবাদ ৰেকিবুল দা আপোনাৰ প্ৰতিবাদী গানৰ বাবে
Ssss♥️♥️🍒🍒🥰
Asadkia❤ 5:23 😅
দেশৰ হকে পান দিম আপোনালোকলৈ ধন্যবাদ আগবাহি যাৱক
Love you Babur da, C(A)A go back, bjp go back (Bangladeshi Janata Party)
Babu da🔥🔥🔥🔥i love you babu da. Sobei pahore goise kio ❤❤❤❤🌚🤞🌸🌼💓🧡💛❣️💕🖤💚🥰💞😍🌹🌹🌷💐
জয় আই অসম।
তেজেৰ ৰাঙলী হৈ যাবঅসম যদি বাংলাদেশী আনে।
জয় আই অসম 👍💪💪
Joy ai okhom.... Khokolu A ack gut hou aha...
জয় অাই অসম..
Babu Da apunaluke gamusa akhon akhon loi lobo.....
We oppose ČAB /CA
Assamese song
Bangladesi...asei.miabor.dekha...nai
বহুত ভাল লাগিছে আপোনাৰ গান বাবু দাদা
Babu da ca Ami namanu...joy ai oxom...💖💖💖💞. Mojja song
Nice song indeed. God bless Assamese people. Jai Aai Asom❤❤❤❤
Good day👍 awesome and
বাবু দাৰ গান বঢ়িয়া হৈছে জয় আই অসম CAB আমি নামানু
বৰ সুন্দৰ গীত।
বিটিচিত হেলিকপ্টাৰ ৰ 🚁🚁 হাৱা গ'ল (Zero হল), গড় বোৰ কাজিৰঙাত মৰা গ'ল, গৃহ কন্দলত 🥊🥊কমপমান অসম ( Boxing), Corruption ৰ সৌদাগৰ দ'ল, কামত সক্ষম নোহোৱা দ'ল ।😀😁😀😁 গানেৰে পেট নভৰে লাগে উন্নয়ন, প্ৰগতি । জয় আই অসম, জয় হিন্দ, জয় বিজেপি 🌺🥀🌹👍
Nice song RekibuL Da with Babu Da....
Babu daa mojja lgil....CAA aami namanu..জয় আই অসম ।
Bhut dhunia babu daa..joi ai axom..aso
জই আই অসম
ভাল লাগিল বাবু দা
জয় আই অসম
We are Assamese
We are indian
Hit like this supported people ??
বাবু দা ভাল লাগিল জয় আই অসম
Ca Ami namano
Just wanted no one a a a a the the the a a
সুন্দৰ , NO CAA .
NO CAA
WE OPPOSE CAB
কেব আমি নামানো।
জয় আই অসম।
বাবু,দা,ভাল,লাগিছে
Right
C(A)A ami namanu C(A)A amak nalage Joy ai okhom.... Bondhu khokol
No caa
Joi ai assom
বাবু দা ৰেকিবুল দা মজা জয় আই অসম
No CAA
We Oppose CAA
North East Oppose CAA
জয় আই অসম
Nicr
ধন্যবাদ জুবিনী ধন্যবাদ ভাষান ভাল লাগিছে।
জয় আই অসম । ২০২১ ত ইয়াৰ প্ৰত্যুত্তৰ দিম ।
Aami caa namanu
I
@@kobatali5768 might by
এইয়া সময়।
কি হল আপোনাৰ লেবেল উত্তৰ নিদিয়ে নেকি
বাবু অসমৰ এগৰাকী সন্মানীয় স্থিৰ শিল্পী গায়কৰ লগতে এজন দৃঢ় নিৰভীক মানুহ।
বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ অতি সুন্দৰ গান ৰচনা কৰিছে । আমি অসমৰ ৰাইজে কেতিয়াও কোনোপধ্যে আগতেও কা' মনা নাছিলো,বৰ্তমানো নামানো আৰু ভৱিষ্যতেও কা' নামানো । আমি নিজৰ স্থিতিত সদায় অটল আছো আৰু সদায় নিজৰ স্থিতিত অটল থাকিম আৰু বিজেপি চৰকাৰে আমাৰ অসমীয়া জাতিক লৈ বেপাৰ কৰা তহঁতি বন্ধ কৰিবই লাগিব । ঐ দিল্লী শুনি ল আমি কা' নামানো,দিছপুৰ শুনি ল আমি কা' নামানো,গুলিয়াই মাৰিলেও কা' নামানো,মৰিয়াই মাৰিলেও কা' নামানো । জয় আই অসম ।
বাংলাদেশী হুছিয়াৰ, জয় আই অসম ✊✊✊
Moja babu da,gaan tu perfect
Babu da always love your these kind of masterpiece... love you
জয় আই অসম
No caa no cab
জয় আই অসম
জয় আই অসম।। কা আমি নামানো।।। সুন্দৰ গীত।।
বাবু দা আৰু ৰেকিব দা গানটো বৰ ভাল হৈছে।এই বাৰ২০২১চনত বিজেপি চৰকাৰক গাদীৰ পৰা নমাবা লাগিব নমাবনে ৰাইজ নমোৱা সকলে লাইক কৰক।
বিজেপি চৰকাৰ খুচিয়াৰ,গো বেক, বিজেপি চৰকাৰ লৈ ই লৈ ই চৈ চৈ।। জয় আই অসম।।।
Kuta
Val lagise babu da aru rekibul da
ৰেকিবুল দা আপোনী গানটো ৰচুতে ভাবিচিলে নে...অসমত এনে প্রতিবাদ হব বুলি গানটো kintu কামত দিলে....জয় আই অসম.....
মাঠা টো
Nalge
@@jyotishbora5165 0
@@jyotishbora5165 তোৰ মাথাটো গোবৰ ।
Bu ye
Babu Dada caa nalage jo ai Axom
জয় আই অসম
বাবু দা জিন্দাবাদ
Wha gaantu dhuniya hoise
Ja ai okhom
Joi ai akhom
I am from cachar ..no. caa we oppose caa
Mojahhhh babu daa
Mozza lagil
ধন্য বাদ জয় আই অসম ।
Mosti , no CAA .go back bjp
ভাল লাগিল গান টো শুনি ❤
I love the lyrics very well composed. Assam Strong.
To❤️ho
@@biswanathdas7540 ßm
Thank you babu da moyu CAA pratibadi
কা নামানো। নামানো নামানো নামানো। জয় আই অসম।
Caa nemaanu.....tez dim mati nidiu✊✊✊✊✊✊✊✊✊
Nice
Fjjjj@@lisandeka4627 hejjŕhellllllml
Vall lagise babu daa gan to
Ami Aponar logot asu
Babu da aetu mja lagil
উচিত সময়ত উচিত গান
CAA aami kunu poidhei nemanu . BJP go back . Akhil Gogoi Zindabad .
Rekibul is unique lyricist
Very beautiful song 💞
কা আমা নামানো জয় আই অসম
জয় আই অসম
কি কম আৰু জয় আই অসম
Very nice song
Mojjaaah
I lv this song 😘
Loving bro Assam
Like brother nice song
বাবু দা !মজা 👍👍👍
Nice rakibul da nice patibad yes ✌ I liket
Lisis
জয় আই অসম
কা অমি নেমানো