মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা মীৰা বৰঠাকুৰৰ: শোনিতপুৰত সাংগঠনিক সভাত উদাত্ত ভাষণ ৷
HTML-код
- Опубликовано: 8 фев 2025
- আজি তেজপুৰ আৰু শোনিতপুৰত দলীয় সভাত অংহগ্ৰহণ কৰি উদাত্ত ভাষণেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ ৷
#miraborthakur #himantabiswasarma #Tezpur #congress #assamcm #bjp #assamnews #assamesenews #assamesenewstoday
হিমন্তক প্রেমদান দিয়া তেতিয়াহে সপোন পূৰ হব |
তুমি শাসনত আহিলেও একেই কৰিবা। খাবলৈ নাই পোৱা কাৰনে জলি মৰি আছা।
বহুবল্কী আইতা দেখোন 😂😂😂
কংগ্ৰেছে আগতে কাৰ পইচাৰে বিদেশ ভ্ৰমণ কৰিছিল? উপৰলৈ থু পেলালে নিজৰ গাত পৰে। মুঠতে বি জে পি য়ে উন্নতি কৰিছে। বাজেট দেখি ভয় কৰিছে।
আপুনি ঝাৰখন্দ্বত পইছা দিয়া প্ৰমাণ দিব লাগিব ন'হলে আপোনাৰ অৱস্থা বেয়া হ'ব কিন্তু
সঁচা কথা বাইদেউ জল জীৱন আঁচনি বিলাকৰ বাবে 2021 চনত জমি দিছিলো কিবা এটা পাম বুলি, আমাৰ ওলপ ঠাই আমাৰ 4/5 টকা নাই কিবা এটা কৰি বলৈ যিমান খিনি আছে তাকে দিছু আমি ভোকত আছো বাইদেউ আমাৰ খেতি কৰিলৈ আৰু ঠাই এতিয়া লৈকে কাম সম্পূৰ্ণ কৰিব নোৱাৰা হৈ থাকিলে ,অকল ভোট হে লাগে
great baidow
এই জনিক নো কি কম । কবলৈ ভাষা নাই 😂😂😂
কাকনো বুলিম ককা সকলোৰে দড়ি চুলি পকা হিমন্ত বাহিনীও দলাৰ বগৰী হয় আগৰ অতল বিহাৰী বাজপেয়ীৰ পুৰণি বিজেপি কেইজন আছে কংগ্ৰেছৰ ট্টেণিং লৈ হে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।
Aijon Mukhya montri Henu Jononeta Kiman Durnity Kori Homprotie Pahar Bonaise Lajei Lage
তই মনে মনে থাক দালাল
মীৰা নী এনেই বকি থাকি লাভ নাই
।
Kam nai, Rije bortamanu bjp logot
এম কে শইকীয়া তই গরু গোবর মূত খাই খাই মানসিক গোলাম হৈ বামুনর পাইখানা চাফা করাত লাগিলি।