দিহানামৰ শিল্পী ভাগ্যশ্ৰী দেৱী লগত SK সাক্ষাৎকাৰ ' তেওঁ বিষয়ে আজি জানি লওক বহু খিনি কথা |

Поделиться
HTML-код
  • Опубликовано: 31 дек 2024

Комментарии • 26

  • @NayonSaikia-i5j
    @NayonSaikia-i5j 2 месяца назад

    Assamot horivokti gan very good

  • @hemathadass-wx5rf
    @hemathadass-wx5rf 19 дней назад

    ❤lloveyou❤❤❤. D

  • @jitenbora1369
    @jitenbora1369 3 месяца назад

    Xundor 👌 Xodai aaguai jua👍 Xubheshya thakil 🙏

  • @DebashishSaikia-im5rg
    @DebashishSaikia-im5rg 3 месяца назад +1

    তাই লোকৰ নাম নাগাই শিশুকাল তাই বাপেকে লিখি দিয়া নাম যে আৰু গকুলৰ গোপিনী মাকে লিখি দিছে

  • @nizarakalita4733
    @nizarakalita4733 3 месяца назад

    সত্যত ধ্যান, ত্ৰেতাত যজ্ঞ ডাপৰত পূজা আৰু কলি যুগত নাম কীৰ্ত্তন। এইভাগ ভক্তি যুক্ত নাম হোৱা নাই মাথো প্ৰচাৰৰ প্ৰয়াসহে নিজৰ

  • @NayonSaikia-i5j
    @NayonSaikia-i5j 2 месяца назад

    Very nice ba 100 % I love your hori nam is a very good

  • @অসমীয়াসংস্কৃতিজগত-ঞ৯ধ

    বা তুমাক মই এটা কথা কও তুমি যে কলা মই মোৰ গুৰুৰ বাহিৰে বেলেগৰ নাম নাগাও তেনেহলে আমাৰ দলৰ মূল নামতি জয়ন্ত ভাগৱতী দেবে বনোৱা নাম আজি গকুলৰ গোপনি, কৃষ্ণ কলিয়া এইবোৰ তোমাৰ গুৰু পুস্পেন্দ কলিকতা দেবে বনোৱা নহয় তুমি আমাৰ গুৰুদেৱ নাম নাগাবা মই দলৰ এজন সদস্য হিচাপে কৈছো তুমি তুমাৰ নিজৰ নাম গোৱা।নাম গাবা বেলেগৰ বনাব বেলেগে আৰু তুমি গাই ওপৰতে কিবা মই বেলেগৰ নাম নাগাও

  • @Xapon1054
    @Xapon1054 3 месяца назад

    আমাৰ লগতে HSLC দিছিল

  • @Mr.Prasad-u9s
    @Mr.Prasad-u9s 3 месяца назад +3

    বাইদেউ এইটো দিহানমৰ ভিতৰত পৰে জানো। আধুনিক নাম হোৱা নাই জানো। এই নামখাৰ ৰাস উৎসৱত গালে বেছি ভাল হব।

  • @souravsetm7334
    @souravsetm7334 3 месяца назад +1

    কণ্ঠ বৰ সুন্দৰ।কিন্তু দিহানামৰ পৰম্পৰাগত সুৰবোৰ প্ৰচাৰিত সুৰ কৰি নেপেলাব।

  • @অসমবিহুৱাসত্যজিৎনাথ

    মই তোমাক এটা কথা কওঁ বেয়া নাপাবা দে আমাৰ মধ্য অসমত ইজনৰ নাম সিজনে গাই আৰু তেনেকৈ চলি আছে আৰু আমিও চলি আছোঁ কিন্তু তুমি বেলেগৰ নাম নাগাঁও বুলি কোৱা বাবে দুখ পালোঁ তুমি গাই থকা দৈৱকীৰ অষ্টম পুত্ৰ সেইভাগ মোৰ নাম হয় তুমি টু সেই ভাগ নাম জতে নোযোৱা তাতে গোৱা কিন্তু তেনেকৈ কোৱা বাবে বেয়া লাগিলে দে মই চোৱা নাছিলোঁ মোক বহুতে ফোন কৰি কোৱা বাবে চালোঁ তোমাৰ মুখত তেনেকৈ শুনিম বুলি ভবা নাছিলো তোমাৰ গুৰুৱে সেইভাগ নাম লিখা নাছিলে দে কথা খিনি কোৱা বাবে বেয়া নাপাবা🙏🙏🙏

  • @jugamonisaikai6317
    @jugamonisaikai6317 3 месяца назад +8

    দিহা নামৰ সুৰৰ শৈলী ৰক্ষা কৰি গালে ভাল পাম। কৃষ্ণ।

    • @BobyDutta-ee7et
      @BobyDutta-ee7et 3 месяца назад +1

      আপোনি নিজে‌ জানে নে বাৰু

  • @rijumonibora2787
    @rijumonibora2787 3 месяца назад +1

    এইবোৰক দিহা নাম বুলি নকয়,

  • @UTPALChetia-t4t
    @UTPALChetia-t4t 3 месяца назад

    S k jub

  • @parthapritomofficial1947
    @parthapritomofficial1947 3 месяца назад

    ❤❤❤

  • @DebashishSaikia-im5rg
    @DebashishSaikia-im5rg 3 месяца назад

    তুমি ফটোৱা মই আগতেও কৈছো যে আমাৰ নাম বোৰ নাগাবা আমাৰ নাম গুৱা গাই আকৈ কোৱা বেলেগৰ নাম নাগাও ফটোৱা

  • @NirupamaKalita-s5o
    @NirupamaKalita-s5o 3 месяца назад

    সুন্দৰ অতি সুন্দৰ

  • @lakshyajyotidihanamordol7856
    @lakshyajyotidihanamordol7856 3 месяца назад

    Vl lagise

  • @lalitas1989
    @lalitas1989 3 месяца назад +2

    Bor dhuniya gai val lage xuni

  • @ManashNath-mt3ss
    @ManashNath-mt3ss 3 месяца назад +5

    Sundor hoisy

  • @priyankabora52
    @priyankabora52 3 месяца назад

    Blgr nam nagau koise kinto blgr nam gua moi dexisu

  • @jitenmedhi8930
    @jitenmedhi8930 3 месяца назад

    যোগাযোগৰ বাবে ঠিকনা টো পালে নথৈ সুখী হ'ম।

  • @Bijubharali-qn7uf
    @Bijubharali-qn7uf 3 месяца назад

    Diha
    nam HOA nai

  • @Raju-j4t5t
    @Raju-j4t5t 3 месяца назад

    Bar Bhal large linto surto falorikatinajab karan aponalok amaradrsa

  • @NayonSaikia-i5j
    @NayonSaikia-i5j 2 месяца назад

    Sorry ata kotha koisu sorry korishmanath pagoli neki negega nam hori nam hoi no line bihu kiyo juwa ratio 2ponikhoti ki hoi haí2 vogobanor aaradhana ne ki vogoban bihugitot aahe neki pagol korishma vbujilobi okhomor kotha ok sorry bujiloba