খেতি কৰিবলৈ টেক্টৰ বিছাৰি সাবাঠুৰি খাইছে নেকি তেতিয়া হ'লে এনেকুৱা ধৰনৰ মিনি টেক্টৰ এখন লওঁক ।
HTML-код
- Опубликовано: 28 июн 2024
- খেতি কৰিবলৈ টেক্টৰ বিছাৰি সাবাঠুৰি খাইছে নেকি তেতিয়া হ'লে এনেকুৱা ধৰনৰ মিনি টেক্টৰ এখন লওঁক ।#agriculture #minitractor #minitrillar #assamese #farming
নমস্কাৰ দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ কৰিমগঞ্জৰ পৰা জয় শ্ৰী ৰাম
@@manojnath267 জয় শ্ৰী ৰাম 🤝
❤❤
@@subhasishchutian8801 thank you
Hukan matit pari ne khorali kalot
@@janardandas5627 pari Ami mari thaku agor video dia ase channelot
Apnar ghr demow ni
@@GaneshDutta-do7mt তিনিচুকীয়া জিলাৰ হয়
Tinsukia kon gaont apunar ghar
@@dgvai9681 ফিলবাৰী
Bahut val. Agolau apunar video pai thakar akha rakhilu
@@dgvai9681 ok thanks 🙏
Dada 1 feet pani thakile ki kora jabo , jonabosun please
@@JyotishMedhi-d8f ওম নিশ্চয় পাৰিব
@@JyotishMedhi-d8f নিশ্চয় পাৰিব
@@Manojvlog789 engine ye pani pale beya nohobone , thankyou
@@JyotishMedhi-d8f এফুট পানীত একো নহয়।
@@Manojvlog789 Thankyou
Bugat solab pare ne
বুকাত পাৰি আৰু বোকাতে হাল মাৰি আছে
দাম কিমান?
@@dilipsaikia2179 50হাজাৰ টকা ইটালীয়ান কোম্পানী
@@dilipsaikia2179 আপোনাৰ ঘৰ কোন জিলাৰ হয়।
Dam kiman
50.000 হাজাৰ টকা ললে
Kor pora anise
@@farminglife28 RUclips video যোগেদি যোগাযোগ কৰি আনিলে।
Kor pora kinisil
@@RanujPegu-yc4kf online RUclips channel
Bartoman Assam t ear show room ase niki + subsidy thakilee jonabo@@Manojvlog789
@@JyotishMedhi-d8f আপোনাৰ ঘৰ কত আৰু ইয়াৰ চৰুম তিনিচুকীয়াত এখন আছে । কিন্তু ইচতিল কোম্পানী ৰ চৰুম আছে। ডিব্ৰুগড় চহৰত হিৰেন চেতিয়া চৰুম আছে।
@@Manojvlog789 kamrup ( r
@@JyotishMedhi-d8f ওচৰৰ হোৱা হেতেন মোৰ লগত যোগাযোগ কৰি চাই জাব পাৰিলে হয়
besi dohot jabo nibisare neki fosi jai
@@jatinsaikia9531 বেছি দ বাবুকা মাটিত শাল মাৰিবলৈ ফাল বেলেগ আছে আৰু সেই ফাল খনৰ নাম পেদেলা বুলি কয়। আৰু এতিয়া বুকা মাটিত শাল মাৰিবলৈ ৰতাৰৰ লগত কেজুৱেল এজুৰ দিয়ে।
Padela khon Kenekuwa photo pam neki
@@jatinsaikia9531 ভিডিঅ'তো ভালকৈ চালেও দেখিব । ফটো আছে কিন্তু কেনেকৈ দিম।