শাহুয়েকে কি ক'লে অভিনেত্ৰী বোৱাৰীৰ কথা? Swagata Baruahই কি বনাই খুৱাই? Home Tour, family, Husband.
HTML-код
- Опубликовано: 8 сен 2024
- Assam Express 24 link: / @assamexpress24
Assam Express 24 Fb page : www.facebook.c...
swagata baruah : • my baby #actrswagataba...
Travel zindagi: • দ্বীপৰ বিলত বিনোদক( Bi...
বহুত ভাল লাগিল..স্বাগতা বা মই আপোনাক লগ পাইছিলো গোৰেশ্চৰত..বহুত দিনৰ মুৰত দেখিছো..ভাল লাগিল
Nice
খুব ভাল লাগিল আপোনাৰ পৰিয়াল টো....
Sir ok bhut dinor murot dekhi vl lgil. I feel proud to be his student...
Emn mrmr family hoi..bht lucky swagata ba
So sweet video 🧡🧡 Guwahati jalukbari
Baa jonik mur bor vl laga namtu najanu ❤❤❤❤❤❤❤❤❤
Bohut bhal lagil
1st like 1st comment
Ba AponakBohuDin Dekhanai nai
Bak bohut val lage mur agr pora aji bohut dinr murt dakhilu hokt hol bohut
Swagata baar family2 bhut val lagil...
খুব মৰমীয়াল বা জনী...বৰ ভাল লাগিল...বহুত দিন দেখা নাছিলোঁ বাক.. thank you Nilotpal da....🤗
Swagata baa bhut maramlga ,saru suwali nisina cute 😘
বৰ ভাল লাগে হাহিটো
Pariaal 2 Val lagil...bor moromial Jen lagil..👌👌😘😘
মই তেওঁলোকৰ ঘৰত দুইবাৰ গৈ পাইছোঁ। কাৰণ স্বাগতা মোৰ মামী হয়। মানে মোৰ মাৰ জেঠাইদেউৰ বোৱাৰী হয়। মোৰ মাৰ নাম মনীষা তালুকদাৰ আৰু মোৰ নাম অৰিহণা ডেকা। 🙏😊
Ll
সুন্দৰ
ruclips.net/video/XisPQ73GCNw/видео.html
Home made delicious "Binod" Pani Puri recipe by Sikha Bora from Golaghat.Please have a look at it and subscribe to this channel, press the 🔔 icon for more videos relating to food and beauty parlour.. Thank you!!☺
Camera tu kio tnekua hoise..mne left right duta side e round type hoi thke dkhn.. vl lgile sai..😊😊
Wide angle lens or action camera maybe
Go pro
Dada dhuniya hoise
#kailashmdreditz
Muru khahu khohur r gun gabo mon jai aru morom koribo mon jai,kintu jar pallat porilu nijor koribo nuware.... Khekaron bohut beya u lage belor khahu aru khohur ror kotha khunile.
Ooo emn morom loga baby tu...😍😍😍😘😘😘😘...
First view hoi dada..... Bhut vl lagil sai
Iman dhuniya family .... hukhi huwa ba..
Mja lgil ba
Bohut dhunia interview ❤️
স্বাগতা বাৰ হাঁহিটো বেছি মৰমিয়াল।
বহুত ভাল লাগিল
Bohut val lagil 😍😍
Nilotpal daa question bilak j mozza k xudhe ru 😊😁😁
*সন্মান*
*তাই আজি বহু দিনৰ পিছত মোক ফোন কৰিছে।*
- হেল্লো।
- ভালে আছা?
- নাছিলো যদিও এতিয়া ভাল হৈ গল।
- 😄 কিয়?
- তুমি ফোন কৰিলা যে?
- চৰি।
- প্ৰেমত অভিমানটো থাকিবই, চৰি কব নালাগে দিয়া।
- অভিমান যে অকনমান দীঘলিয়া হল ?
- প্ৰেমো যে গভিৰ।
- তুমি ইমান ভাল কিয়?
- তুমি মোক ভাল পোৱা বাবে।
কথাখিনি বুজি পোৱাত অসুবিধা হৈছে চাগে ন?
কেইদিনমানৰ আগতে মোৰ গাৰ্লফ্ৰেণ্ডজনিৰ লগত ব্ৰেকআপ হৈছিল।
এটা সৰু কথাৰ বাবে। তাই মোক কৈছিল,
- অই, বলা না কৰৱালৈ ফুৰিব যাও।
- মোৰ সময় নাই অ।
- যদি মোক অকনমান ফুৰাবও নোৱাৰা তেন্তে প্ৰেম কিয় কৰিছিলা?
- প্ৰেম কৰিলে ফুৰিব যাব লাগে বুলি কিবা কথা আছে নেকি?
- আছে।
- 😄
- হাহি উঠিছে ন তোমাৰ? ঠিক আছে হাহি থকা, আজিৰ পৰা আমাৰ ব্ৰেকআপ।
- কেইদিনলৈ…?
- পাৰ্মানেন্ট। বাই…
২ মাহ পিছত আজি তাই ফোন কৰিছে। এনেকোৱা সৰু সৰু কথাত বহুবাৰ আমাৰ ব্ৰেকআপ হৈছে। কিন্তু এইবাৰ সচাকৈ বহু দীঘলিয়া হল।
বাৰু যিয়েই নহওক। তাই আকৌ ফোন কৰিছে যেতিয়া সকলো ঠিক হৈ হল।
তাই আকৌ একেই প্ৰশ্ন কৰিছে…
- ফুৰিব যাবা নে?
- সেই হেপাহটো পুৰণ হোৱাই নাই নেকি?
- নাই।
- কিয়, এইকেইদিন বোলে লগৰ কেইজনৰ লগত বহুত ফুৰিলা?
- তুমি নাছিলা নহয়?
- তুমিয়েইটো এৰিছিলা মোক।
- তোমাৰ লগত ফুৰিব যাম।
- অকে, কেতিয়া আৰু কত যাবা কোৱা?
- অহা কালি যাম। কাল্পনিক চহৰৰ সেই জলপ্ৰপাতটোলৈ।
- থিক আছে, তালৈ যাম বাৰু কিন্তু অহা কালি নহয়, পৰহি।
- কিয়?
- অহা কালি ১৫ আগষ্ট, অফিচলৈ যাব লাগিব পটাকা উত্তোলন কৰিবলৈ।
- নগলে নহয় নে?
- মনত দেশ ভক্তি লৈ পটাকা খনক চেল্যুত কৰাৰ মজা বছৰত দুবাৰেইটো পাও।
- হব মিষ্টাৰ দেশ ভক্ত, পৰহিয়েই যাম দিয়া।
- অকে…
এইবাৰ তাইৰ মন ৰাখিবলৈ তাইক লৈ কাল্পনিক।চহৰৰ জলপ্ৰপাটলৈ গলো। গোটেই দিনটো তাত কটাই আবেলি সময়ত তাই কলে,
- বলা ঘৰলৈ যাও।
- ফুৰি হলনে?
- আজিলৈ হল দিয়া।
- হেপাহ পলুৱা নাই যদি অকনমান সময় থাকিব পাৰো।
- নালাগে দিয়া।
- অকে।
আমি উভটিব ধৰোতে তাই কলে,
- থেংকইউ মন।
- ফুৰিব অনাৰ বাবে।
- ওম… আই লভ ইউ।
- লভ ইউ টু।
দুয়ো বৰ ফুৰ্টিত উভটি আছিলো। হাইৱেটো ক্ৰচ কৰিব ধৰোতেই চকুত পৰিল ৰাস্তাৰ মাজত পৰি থকা জাতিয় পতাকাখনলৈ।
মনত কিবা এটা দুখ পাই কোনোফালে নোচোৱাকৈ দৌৰি গৈ পতাকাখন হাতত তুলি ললো।
তেতিয়াই এখন গাড়িয়ে খুৱ স্পিদত আহি মোক যি খুন্দিয়াই থৈ গল। আজি ১০ দিনৰ পিছত হস্পিটালত সাৰ পাইছো।
ওচৰতে মোৰ গাৰ্লফ্ৰেণ্ডজনিয়ে বহি মোলৈ খঙত বেকাকৈ চাই আছিল,
- কি হল অ, কিয় এনেকৈ চাই আছা?
- খং উঠিছে মোৰ।
- কিয়?
- কি দৰকাৰ আছিল হাইৱেৰ মাজত দৌৰি গৈ পতাকাখন উঠাবলৈ। যদি তোমাৰ আজি কিবা হৈ গল হেতেন।
- তিনিতা ৰঙেৰে সেই পতাকাখন এখন সাধাৰণ কাপোৰৰ টুকুৰা নহয়। সেইখনৰ এটা অনন্য সন্মান আছে। কিছুমানে হয়টো ১৫ আগষ্টৰ দিনাখন আনক দেখুৱাই সেইখন তুলি লৈছিল। আৰু পিছত ৰাস্তাৰ মাজত পেলাই থৈ গৈছিল।
- হব পাৰে।
- তেনেকোৱা কৰিব নালাগে। কিয় জানা? এই পতাকাখন গৌৰৱেৰে তুলি লবলৈ এসময়ত বহুজনে ইংৰাজৰ সৈতে যুদ্ধ কৰিছিল, জীৱন দিছিল। আৰু আমি যদি আজি সেইখনৰেই মূল বুজি নাপাও তেন্তে কেনেকৈ চলিব অ দেশ?
- সেইবুলি নিজৰ জীৱনটো দি দিবা নেকি?
- দৰকাৰ হলে নিজৰ জীৱনো দি দিম। কিন্তু ৰক্ষা কৰিম সদায় জাতিয় পতাকাখনৰ সন্মান।
- হৃদয় কৌশিক (কাল্পনিক কাহিনী)
*ভিডিঅ'টো চাবলৈ নাপাহৰিব দেই। ভাল লাগিলে লাইক কমেন্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ ❤️*
👇👇👇👇👇👇
ruclips.net/video/GjODVfZ-EeU/видео.html
Akhetok bohutdinor pisot dekhi val lagil.
Bohut val lgile sai
Nice work
Nice video happy family
My fav actres
Video tu sai val lagil
Cute ba
First view dada
ruclips.net/video/XisPQ73GCNw/видео.html
Home made delicious "Binod" Pani Puri recipe by Sikha Bora from Golaghat.Please have a look at it and subscribe to this channel, press the 🔔 icon for more videos relating to food and beauty parlour.. Thank you!!☺
Sub koribo pls moi o back sub korim thanks
@@swagatachakraborty9015 ruclips.net/video/ag1-amJ-LUA/видео.html please help Nirmal BASUMATARY. Otherwise share the link on description.. please please please help nilotpal daa.
এবাৰ হ'লেও চাবচোন। আপোনাৰ সহায়ৰ প্ৰয়োজন। আপোনাৰ অলপ সহায়ে জীৱন ৰক্ষা কৰিব শিল্পীগৰাকীৰ।।
@@kuldipgoutamsharma780 sub kori diok pls channel tu aru comment korok thanks
@@swagatachakraborty9015 okk
happy family baa
Val lagil
Bohut VL lge dada apunak💞 love from Jorhat❤️Bhai❤️
Nice video da da
Ba r ghrr still2 khub vl lgise... MI 1st time dekhisu anekuwa Ghr... Ghrr owal borr lgte sob bstuu bor heloniya taip r....... So bohut val lgise
Bohut val lagil sai
Bohut val lgil..baa aru vindawk
Nice video dada
Bhut vl lgel 😍
Swagata baa tumark aru vindok Bohut Val lage tumalukor pabhojura recipe to sai buhot Val lagisil
Val lagil bohudinor pasot bak dekhi
Moja
Swagota bar hahi2 khub cute hoi
Baa jonik bht morom lage, moi rajmukut thietaror akhorat log pysu din2 aru moi teor mobile die teok vdo kori dsilu❤️❤️
Nice video
Mur bohut Vl lage swaagata bak 💓
বহুত শকত হৈছে বা,,,,😍😍😍
Val lagise video
Cute baa jni
Baaar kothabur emaan dhuniya
বাইদেউৰ উঠা দাঁতটো ধুনীয়া
👍👍👍👍
Camera tu val loga nai
স্বাগতা বাক বহুত ধুনীয়া লাগে। হাঁহি বহুত মৰম লাগে
Baa dhunia dai apuni
ভাল লাগিল 👍👍👍
Mojja....
baak imn morom lage ❤bby tu 😘😘
Vidio sai vl lge apunar dada
Swagata Bai First Serial khon Amar Usoror Bhergaon Tea Estate ot o Shooting ata karisile vl lage bak kiba ata
swagata is my jiki mahi she is in my family
@@jimin_is_about_to_fall oww Good
Ghrtu bohut vl lagil
দাদা হিৰণ্য ডেকাৰ Interview লব ছোন
Babu tu eman dhuniya
Val lagil tumar volg sai
😍😍😍😘
Eman dhuniya
Val lagil nilotpal da
Val ne niloptal da
Val lgil
Shillong bhut dhuniya thai. Mor khub Val lage tat thaki.
Nirotpol dada aapuni kb son mi sagota bak bht ke vl pao..plzz
Ba bht vl lge..aru mainatu emn cute ..
Bak bahut vall pau love you ba💓💓💓
আপোনাৰ ভিডিঅ মই আজি প্ৰথম চালো ভাল লাগিল
Moi class 6 thakute swagata bar film saisilu Khosake mur priyo hoi .bhal lage bohut
Vl lagil
Mojaa
Swagota bak bohut besi val lage
Val lgil sai
Bohut besi morom loga baby. Bohut morom.
Mojja
Dhuniya ❤️❤️
Val lagle dada
ঘৰটো বহুত ভাল লাগিল তলাতল ঘৰ type
Swagota bak hosakoi khub val lagee
Val lgil sa
Tikla k lobo mn goise mr.emn cute.bom handsme hb
Gaytri mohonto Ba intrvew lbo sn..n video2 CSI vl lgil
Nilutpal tumar khobor bhal sage.
Tumar chnl tu aje palu pai subcribe kri delu and tumar hahi tu bht cute😊😊muru baby tu vaccin ase ki hbo jnu voi hoi ase
মোৰ এগৰাকী প্ৰিয় অভিনেত্ৰী......
,🔥🔥🔥🔥
Vl lagil hakaluke log pai
Bohut murot dekhilu o baak...hokot hol kin2.maina