Это видео недоступно.
Сожалеем об этом.

AGNIBINAAR TAAN | ZUBEEN GARG | AMBIKAGIRI RAICHOUDHURY | SILAA

Поделиться
HTML-код

Комментарии • 6 тыс.

  • @ankitdas0602
    @ankitdas0602 3 года назад +298

    এইটো নহয় হাঁহি-তামাছাৰ ভাগৰ জুৰোৱা গান-
    ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান ।
    ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ ;
    ইযে ৰূদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল ভাপ ।
    ইযে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান ;
    ইযে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান
    ইযে মাতৃ-চৰণ পূজাৰ বেদীত হৃদয় ৰক্ত দান ;
    ই যে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ ।
    ই যে হীনতা-নীচতা ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাব ;
    ই যে এক ৰূপে-ৰসে, এক ৰঙে চঙে এক কৰি দিয়া ছাব ।
    ই যে মহা মানৱতা মূ্ৰ্চ্ছিত হোৱা অতি ঘোৰ অপমান ;
    ই যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান ।
    ই যে সুপ্ত জীৱন চকোৱা জগোৱা বজ্ৰ-নিনাদ তান ।
    ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃঙ্খল অভিযান ।
    ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াবহ ইতিহাস ;
    ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ ।
    ই যে মুক্ত-জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান ;
    ই যে মানবতা অৱমাননাকাৰীৰ মৰ্দিত কৰাৰ ধ্যান ।
    ই যে শত আঘাতৰ ৰক্ত ধুওৱা শ্ৰাৱণৰ মহাবান ।
    ই যে মাতৃ আদেশ সন্তান -প্ৰাণ দিবলৈকে বলিদান ।
    ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ ;
    ইযে ৰূদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল ভাপ ।

  • @parthaphukan7772
    @parthaphukan7772 3 года назад +487

    অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ এটি জীপাল কবিতাক এটি চিৰসেউজ গীতলৈ ৰূপান্তৰিত কৰাৰ বাবে গীতটিৰ লগত জড়িত সকলো কৰ্মকৰতাক তথা হিয়াৰ আমঠু জুবিন দাক আন্তৰিক অভিনন্দন জনালো😍😍

  • @panging2003
    @panging2003 3 года назад +174

    এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান;
    ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।
    এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান;
    ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।
    ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ;
    ইযে ৰূদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাঁপ।
    এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান;
    ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।
    ইযে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান;
    ইযে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান।
    ইযে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান;
    ইযে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ।
    ইযে হীনতা-নীচতা ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাব;
    ইযে এক ৰূপে-ৰসে, এক ৰঙে চঙে এক কৰি দিয়া চাব।
    ইযে মহা মানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান;
    ইযে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান।
    ইযে সুপ্ত জীৱন চকোৱা জগোৱা বজ্ৰনিনাদ তান।
    ইযে মানৱৰ অধিকাৰ হেতু কৰা শৃঙ্খল অভিযান।
    ইযে নৰনাৰায়ন লাঞ্ছিত হোৱা ভয়াবহ ইতিহাস;
    ইযে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ।
    ইযে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান;
    ইযে মানৱতা অবমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান।
    ইযে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহা বান;
    ইযে মাতৃ আদেশ, সন্তান-প্ৰাণ দিবলৈকে বলিদান।
    ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ;
    ইযে ৰূদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাঁপ।
    এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান;
    ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।

  • @munnaahmed5904
    @munnaahmed5904 3 года назад +15

    হে অসমীয়া,সকলোৱে ওলায় আহক অসমী মাতৃৰ হকে আমি কি বুলি কম,কি বুলি বুজাম,কি বুলি শান্তনা দিম ভৱিষ্যতৰ প্ৰজন্মক।জুবিন দাই আমাক তেওৰ সংগীত জগতৰ ফালৰ পৰা আমাক সাহস দিলে আমিও ওলায় যাম সংগ্ৰামত ।

  • @bikashmusahaloi3403
    @bikashmusahaloi3403 3 года назад +181

    অম্বিকাগিৰী ৰায়চৌধুৰী আজি জীয়াই তুলিলে আমাৰ মাজত। ধন্য জুবিন দা

  • @IndraNeelDas123
    @IndraNeelDas123 3 года назад +1092

    পুনৰ সেই আগৰ সুৰে প্ৰাণ পাই উঠিছে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দাৰ কণ্ঠত।
    যদি মোৰ সৈতে আপুনিও একমত তেনেহ'লে like কৰক।

  • @dhrubajyotihazarika
    @dhrubajyotihazarika 3 года назад +9

    সঁচাকৈ হৃদয় চুই যোৱা এটি গীত।
    গীত টো শুনি হৃদয় খন সাত পৰি যায়।
    হৃদয় কপি যোৱা এটা দিন।
    অসম বাসীৰ ৰাইজে পাহৰা নাই সেই দিনবোৰ।
    শ্বহীদ ৰ কেঁচা তেজ।
    হৃদয় কঁপাই যোৱা দিন বোৰৰ আমি সম্পূৰ্ণ ৰূপে বিৰোধীতা কৰিছিলোঁ আৰু কৰি যাম।
    আমি আগুৱাই যাম।
    আমি আগুৱাই যাব পাৰিব লাগিব।
    জয় আই অসম।
    জয় জুবিন দা।✊

  • @deepjyotideka6200
    @deepjyotideka6200 3 года назад +30

    সময়ৰ মনোবাঞ্চা...পূৰণ কৰিছে মৰমৰ জুবিন দায়ে

  • @tecwatch2309
    @tecwatch2309 3 года назад +87

    এই কবিতাটো "অসম কেশৰী" অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ সৃষ্টি বুলি পাহৰি নাযায় যেন। এতিয়া জুবিন দাই সেই মুল্যবান কবিতাটো সুৰ কৰি গাই আমাক সুৱৰাই হে দিছে। দুয়োজনলৈ প্ৰণাম 🙏❤️

  • @bhaibhai3378
    @bhaibhai3378 3 года назад +144

    ককাইদেউ,
    গানৰে বিপ্লৱৰ সুচনা কৰি দিছে।
    শিহৰিত হৈ পৰিছে হৃদয়।

  • @user-wc8oy1if2c
    @user-wc8oy1if2c 3 года назад +5

    জুবিন দাৰ এই গানটো ইমান ভাল সময়ত মুক্তি পালে অসমীয়া সকলে যাতে বুজি পায়।গানতো যাতে আমাৰ মাজত সদায় জীয়াই থাকে আৰু ইমানেই গানটো শুনিব লাগে। জাতে জুবিন দাই মনত উৎসাহ পাই আগলৈ আৰু এনেকুৱা গান গাই আমাক উৎসাহ দিব জয় জুবীন দা।

  • @priyankamedhi5382
    @priyankamedhi5382 3 года назад +17

    কবিতাটো এতিয়া হে প্রাণ পাই উঠিল জুবিন দাৰ পৰশত। যিমান বাৰ শুনিছো প্রতেক বাৰে চকু পানি ওলাইছে। আজিৰ সময়ৰ লগত খাপ খুৱাই অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ কবিতাটো গানৰ ৰূপ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ দাদা 🙏। জুবিন দাৰ লগতে কবিতাটো গানৰ ৰূপ দিয়াত সহায় কৰা সকলো কলা-কুশলি লৈ ধন্যবাদ যাচিছো।

  • @BishiGogoi
    @BishiGogoi 3 года назад +75

    প্ৰথম গাওঁতেই গাৰ নোম শিয়ৰি উঠিছে । জুবিন দা আপোনাক শতকোটি প্ৰনাম 🙏🙏

  • @sanjibkalitamusical4786
    @sanjibkalitamusical4786 3 года назад +96

    জুবিন গাৰ্গ জুবিন গাৰ্গেই ।
    অসম নহয় বিশ্বতেই বিৰল এনে ব্যাক্তিত্ব ।
    হে শিল্পী আপোনাক শতসহস্ৰ প্ৰণাম 🙏🏼🙏🏼🙏🏼

  • @gautamzgrabha4054
    @gautamzgrabha4054 3 года назад +198

    ১ মিলিঅন চোৱাৰ পিছত মনটো ভাল লাগিল। প্ৰকৃত অসমৱাসীয়েহে এই মহান গান বুজি পাব। জয় আই অসম

  • @dulalsarma2476
    @dulalsarma2476 3 года назад +130

    50 বাৰৰ অধিক শুনিছোঁ।।
    জুবিন দাৰ কন্ঠই আৰু অধিক আবেগিক কৰি তুলিছে।।।।
    শ্বহীদ হ'ব বিচাৰোঁ অসম মাতৃৰ হকে

  • @sanjayrabidas2966
    @sanjayrabidas2966 3 года назад +160

    এনেকুৱা গীত গোৱাৰ কাৰণে তেওঁ আমাৰ বাবে হিয়াৰ আমঠু। ❤❤❤ joi zubeen da

  • @nayanjyotikonwar591
    @nayanjyotikonwar591 3 года назад +117

    শৰীৰৰ প্ৰতিটো কোণত যেন বিয়পি পৰিছে গানটো। ❤️❤️❤️❤️❤️ অসমীয়া যেতিয়ালৈ জীয়াই থাকিব, এই গানটোও থাকি যাব। মোৰ অসমী আই তুমি কুশলে থাকা। জয় আই অসম। জয় জুবিন দা।

  • @bikashbhagat3502
    @bikashbhagat3502 3 года назад +111

    অসম কেশৰী অম্বিাগিৰি ৰায় চৌধুৰীয়ে লিখি থোৱা কবিতাটি এতিয়া সময়ৰ লগত খাপ খাই পৰিছে জুবিন দাৰ কণ্ঠত পুনৰ প্ৰাণ পাই উঠিছে।জয় জুবিন দা

  • @AKASH_GAMER_YT
    @AKASH_GAMER_YT 3 года назад +6

    😭😭😭😭😓😩😩😰😰😨😨 gaan2 adha xuni sokulu rokhabo nuarilu .. May god bless you 🙏🏻🙏🏻 ZUBEEN DAA 🙏🏻🙏🏻 ❤️❤️

  • @moonkumardas6611
    @moonkumardas6611 3 года назад +79

    জুবিন গাৰ্গ ডাঙৰীয়া, এয়া অগ্নি কবিক শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি। এয়া আপোনাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি।

  • @assamesemix6032
    @assamesemix6032 3 года назад +37

    স্বচক্ষুৰে দেখা আৰু নিজে কা আন্দোলনত ভাগ লোৱা মাহুৰ্তবোৰ চকুৰ আগত আকৌ এবাৰ ভাহি উঠিছে। ধন্যবাদ জুবিন দা❤️❤️❤️

  • @rimpigoswami3993
    @rimpigoswami3993 3 года назад +50

    ৯০ ৰ দশকৰ জুবিন গাৰ্গৰ হৃদয় কপোৱা কণ্ঠ আকৌ বিচাৰি পাইছো !!

  • @utpaldas_zg
    @utpaldas_zg 3 года назад +10

    এই গানটোত নো কিয় dislike আহিছে বাৰু?ইমান এটা সুন্দৰ গান যিটো শুনিলে প্ৰতিজন অসমীয়াৰ গাৰ নোম সিয়ৰি উঠে । ধন্যবাদ বাদ জুবিন দা ❣️ , ইমান সুন্দৰ গান অসমবাসিক উপহাৰ দিয়াৰ বাবে ।

    • @thefilzz8565
      @thefilzz8565 3 года назад +3

      Bjp sprtr kitai dslike dse sge opps

    • @bikashbordoloi4613
      @bikashbordoloi4613 3 года назад +1

      Ji Bilak Bangladeshi..xixhitto andhobhakta..CAA support kora ...dutoka Etoka Karone bikri jua bilake dislike marise

  • @nituhazarika8197
    @nituhazarika8197 3 года назад +63

    যুগমীয়া সৃষ্টি । হৃদয় শাঁত পৰি গ'ল ।
    সুন্দৰ জুবিন দা 💕💕💕💕

  • @biswajitkonwar4485
    @biswajitkonwar4485 3 года назад +137

    হে শিল্পী আপোনাক সৎসহস্ৰ প্ৰণাম🙏
    জয় জুবীন দা❤️
    জয় আই অসম🇮🇳

  • @shreeparnagoswami
    @shreeparnagoswami 3 года назад +108

    গানটো যিমান বাৰ শুনিছো সিমান বাৰেই গাৰ নোম সিয়ৰি উঠে। হৃদয় চুই যায়... ভাব মাথো এটাই... মই অসমীয়া
    জয় আই অসম
    সাংঘাতিক জুবিন দা... বাৰে বাৰে কন্দুৱাই পেলাইছে

  • @torabaishyaritrishakashyap3106
    @torabaishyaritrishakashyap3106 3 года назад +25

    জুবিন দাই আমাৰ সংস্কৃতি ৰ প্ৰাণ জীয়াই ৰাখিছে ❤️🙏 জয় আই অসম 🙏 আমি caa নেমানো নেমানু nemanu 🙏

  • @jyotiprakashsarma3777
    @jyotiprakashsarma3777 3 года назад +35

    প্ৰকৃত শিল্পীৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা এক হৃদয়স্পৰ্শী সৃষ্টি।
    সেইবাবেই তেওঁ একক আৰু অনন্য।।
    ধন্যবাদ #জুবিন_গাৰ্গ 🙏।।

  • @bhanitadeka3141
    @bhanitadeka3141 3 года назад +79

    শিহৰিত হ'লো..যিমানবাৰ শুনিলোঁ।জুবিনদা অসমীয়ালৈ এয়া আপোনাৰ আন এক অনন্য উপহাৰ।আৰু এইটো গীত dislike কৰা কেইটা বাংলাদেশীত বাদে অইন কোনো নহয়।

    • @sureify
      @sureify 3 года назад

      Bangladeshi/ RSS / BJP

  • @kamruptourism4992
    @kamruptourism4992 3 года назад +47

    ইয়ালৈ যি যিসকলৰ আগমণ ঘটিছে , তেওঁবিলাকৰ সাঙ্গীতিক ৰুচি অত্যন্ত বাছকবনীয়া ..... তেওঁলোকৰ অভিমতলৈ মোৰ প্ৰণিপাত 🙏

  • @manoshprotim4584
    @manoshprotim4584 3 года назад +5

    জুবিন দাৰ গীতত যি মিঠাছ পোৱা যায় সেয়া কতো পোৱা নাযায়😍😍😍zubeen da love u🙏🙏🙏🙏🙏🙏🙏🙏

    • @kashyapchoudhury2057
      @kashyapchoudhury2057 2 года назад

      অসমীয়াতো ভালকৈ কোৱাৰ চেষ্টা এটা ৰখা ভাল।মই এই মথাছ নে কি এইটো শব্দ বুজা নাই

  • @gautamthapa8579
    @gautamthapa8579 3 года назад +30

    শব্দ নাই কবলে।গাৰ নোম শিয়ৰি উঠে এইটো গান শুনিলে।
    জয় জুবিন দা❤️

  • @priyamshandilya3655
    @priyamshandilya3655 3 года назад +43

    এইটো নহয় হাহি তামাছাৰ ভাগৰ জুৰোৱা গান
    ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বীণাৰ তান।
    🔥🔥🔥

  • @mallikasarmah2264
    @mallikasarmah2264 3 года назад +17

    উফ.... কি কম, ভাষা নাই বুজাবৰ। hats off 👏

  • @pinkudas198
    @pinkudas198 Год назад +1

    উফ কি কম কবলৈ ভাষা নাই যিমানেই শলাগ লম যিমানেই ভাল উপমাৰে উষ্মাৰে ভৰাই দিও সেয়াও কমেই হব । আমাৰ সকলোৰেই মৰমৰ শিল্পী প্ৰণামো তোমাক। সকলো সৃষ্টিএই অতুলনীয়, অৱদান অপৰিসীম, জুবিন অপৰিসীম অপ্ৰতিৰোধ্য ।।।

  • @aestheticbeatworld2361
    @aestheticbeatworld2361 3 года назад +85

    তেজ আকৌ বেছিকৈ গৰম হৈ উঠিল জুবিন দা 🔥🔥🔥🔥🔥জয় আই অসম

  • @hotelorion8440
    @hotelorion8440 3 года назад +53

    দাদা গাৰ নোম শিয়ঁৰি উঠিছে ,,জয় আই অসম
    জীৱনত বহুত গান শুনিছোঁ কিন্তু এইটো গানৰ নিচিনা হব নোৱাৰে,,অভিশপ্ত এই বছৰৰ শৰ্ব শ্ৰেষ্ঠ গান😭😭😭😭😭

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 Год назад +2

    অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ এটি সুন্দৰ গীত । জুবিন দাৰ কণ্ঠত আকৌ প্ৰাণ পাই উঠিছে। ধন্যবাদ জুবিন দা। আপুনি মানৱ ৰূপী ভগৱান।

  • @kamaleswardeka5585
    @kamaleswardeka5585 3 года назад +14

    Dhunia gaan, CAA Ami ketiau namanu, Joi Aai Axom.

  • @lcrv4137
    @lcrv4137 3 года назад +120

    কি বুলি কম ! ভাষা নাই কবলৈ
    তুমিয়ে প্ৰাণ আমাৰ জুবিন দা ,,,,
    গায় দিলা অগ্নি বীনাৰ তান ,,,,,

  • @sureshsut5039
    @sureshsut5039 3 года назад +2

    ইমান ধুনীয়া গান। কিমান বাৰ যে শুনিছোঁ তথাপি হেঁপাহ পলুৱা নাই। Love u Zubeen Daa

  • @dipjyotitalukdar3119
    @dipjyotitalukdar3119 3 года назад +22

    I could not control my tears after listening this song

  • @BrahmaputraDevotional
    @BrahmaputraDevotional 3 года назад +108

    জয় আই অসম
    জয় জুবিন দা
    অম্বিকাগিৰীলৈ শতসহস্ৰ প্ৰনাম
    CAA আন্দোলনত মৃত্যুবৰণ কৰা শ্ৰদ্ধাৰ শ্বহীদসকললৈ প্ৰণাম
    🙏🙏🙏
    #অগ্নিবীণাৰ_তান

  • @hunoraxom
    @hunoraxom 3 года назад +80

    অাহি গ'ল চিলাৰ তৃতিয় ধুমুহা জাক।
    জয় জুবিন দা।
    জয় অাই অসম।

  • @bitumaya19
    @bitumaya19 3 года назад +60

    দেশ মাতৃ ৰ বাবে মইও নিয়োজিত এজন জোৱান । ফটো কেইখনে চকুলো নিগৰায় আনিছে ।
    বাস্তৱ ত পাইছো । তথাপিও বোবাৰ দৰে নিমাত 😭😭 ।

  • @monjyotsnahazarika7333
    @monjyotsnahazarika7333 3 года назад +16

    যিমানবাৰ শুনো সিমানবাৰে কান্দি যাও । সেই পৰিস্থিতি অকল আমি বুজি পাওঁ। সকলো ৰাজনীতিৰ খেলা

  • @dishadas1471
    @dishadas1471 3 года назад +27

    সচাকৈয়ে ভয়াবহ গান ... কবলৈ ভাষা নাই... Love you Zubeen daa 😘😘❤️❤️❤️

  • @santanudutta6959
    @santanudutta6959 3 года назад +24

    শুনিলে শুনিয়েই থাকিম শুনিয়েই থাকিম । হেঁপাহ মোৰ নপলাই । আজি যেন পুনৰ বিখ্যাত কবিতা টোৱে জুবিন দাৰ সুঁৱদী কন্ঠত প্ৰাণ পাই উঠিছে । মৰমেৰে

  • @jayantanath2011
    @jayantanath2011 3 года назад

    Axambhab xuolaa, gahin, xunotaak mugdha karaa gaayan! Bahut bahut abhinandan, Zubeen Garg!

  • @hiraksaikia158
    @hiraksaikia158 2 года назад +8

    সকলোৰে আহ্বানত ওলাই গৈছিলোঁ কিন্তু একমাত্ৰ জুবিন দাৰ বাহিৰে সবেই ঠগিলে আমাক...জয় জুবিন দা🙏

  • @pranjalprotim4667
    @pranjalprotim4667 3 года назад +48

    শক্তিশালী শব্দ, অপূৰ্ব সুৰ, হৃদয় জোকাৰি যোৱা সংগীত তথা দৰদী কণ্ঠৰ সমাহাৰ...

  • @HSPathshala
    @HSPathshala 3 года назад +53

    ছাত্ৰ-ছাত্ৰীক পঢ়াই থকা কবিতাটো জুবিনৰ কণ্ঠত ইমান সুন্দৰকৈ প্ৰাণ পাই উঠিছে, বিস্মিত হৈছোঁ ৷ #hspathshala

  • @Dronecomplexx
    @Dronecomplexx 3 года назад +7

    Nothing is stronger than an idea whose time has come. ... No army can stop an idea whose time has come

  • @sssdddhhh5147
    @sssdddhhh5147 Год назад +3

    সেই মৃত্যু
    অপৰাজেয়
    ১০ ডিচেম্বৰ
    ।। শ্বহীদ দিৱস
    জাতিৰ স্বাভিমান অটুট ৰাখিবলৈ আত্মবলিদান দিয়া অসম আন্দোলনৰ প্ৰতিগৰাকী মহান শ্বহীদলৈ সশ্রদ্ধ প্রণাম জনাইছো...🙏✊

  • @shantanudulakasharia2823
    @shantanudulakasharia2823 3 года назад +12

    Senimai nimokhmai, autowla taxiwala, selfi, suma khua ei gan hupatkoi hajar gun uporot....eman tan kobitar hundor uposthapon.

  • @brajentalukdar9365
    @brajentalukdar9365 3 года назад +59

    ১০ বাৰ শুনিলো , আৰু শুনিম।
    সুন্দৰ শব্দ সুন্দৰ সুৰ -কন্ঠ।।

  • @rintubarman1091
    @rintubarman1091 3 года назад +11

    হাজাৰ বাৰ মান শুনিলো ...... হৃদয় চুই যায় বাৰে বাৰে যিমান শুনো সিমানে শুনিবৰ মন যায় |

  • @rndeka
    @rndeka 3 года назад +6

    এইটোৱেই জুবিনৰ শ্ৰেষ্ঠ গান...

  • @abinashkalita8952
    @abinashkalita8952 3 года назад +38

    বহুতো বেয়াৰ পিছত ২০২০ চনৰ সৰ্বশ্ৰেষ্ঠ ভাললগা৷ এই সকলোবোৰৰ বাবে ধন্যবাদ জুবিন গাৰ্গ৷

  • @gyandipdutta9275
    @gyandipdutta9275 3 года назад +183

    প্ৰতিজন প্ৰকৃত অসমীয়াক আকৌ থিয় কৰাবলৈ জুবিনদাৰ এই কণ্ঠ, এই গীতেই যথেষ্ট... ♥️♥️
    জুবিনদা তুমি মহান...
    জয় আই অসম ✊

  • @ashimflute1916
    @ashimflute1916 3 года назад +7

    ১০ বাৰ মান শুনিলোঁ। কি সুন্দৰ Combination মাত আৰু কথা।

  • @pathsalaorgyaan206
    @pathsalaorgyaan206 3 года назад +5

    সেই শৰুতে শুনা কবিতা আজি আকৌ এটা নতুন ৰূপত শুনি হৃদয় কপি উঠিল । ৰাইজ এটিও কা বাতিল হোৱা নাই।

  • @rakeshnath9648
    @rakeshnath9648 3 года назад +62

    ইমান কঠিন শব্দৰ কবিতাটো ইমান ধুনীয়া সুৰেৰে সজায় তুলিছে আৰু হৃদয়স্পৰ্শী কৰি কণ্ঠদান কৰিছে সচাই হাজাৰ বৰ শুনিলেও আমুৱাই নাযায় সেইকাৰণে মানুহজন ভাল লাগে ❤️

  • @Roshidul_Islam
    @Roshidul_Islam 3 года назад +68

    গান শুনি__
    Comments বিলাক চাবলৈ আহিছিলোঁ, সচাঁই
    Comments বিলাক চাই হৃদয় খন চুই গ'ল।।
    আৰু কোনে কোনে Comments পঢ়িবলৈ আহে Like, Comments কৰিব বুলি আশা ৰাখিলোঁ,,,,,,,,,,
    ।।জয় আই অসম।।
    জয় জুবিন দা ❤️❤️

  • @popping_robo_da364
    @popping_robo_da364 3 года назад

    Zubeen Da, ufff..ki je bhaal laage apunar Gaan huni..hridoy thanda 🙏 Hoi jai.. dhanya Asomor maati, zubben da

  • @kangkanabaishyakangkana9653
    @kangkanabaishyakangkana9653 3 года назад +2

    Very nice song zubeen da.... Apunar gaan xunile xuni thakibo a mn jai thake.

  • @hirakjyotiray2768
    @hirakjyotiray2768 3 года назад +128

    তেজে তেজে জাগি উঠক অসমীৰ মান।
    সিৰে সিৰে বাজি উঠক আজি অগ্নিবীণাৰ তান।❤️❤️

    • @roushansonakalandi6194
      @roushansonakalandi6194 3 года назад +1

      Ramashri comenet. Zubeen da . Mur aukk lagi .juaak spunk. I love you zubeen da

  • @dikshitdas8633
    @dikshitdas8633 3 года назад +84

    গাৰ নোম শিয়ৰি উঠিছে ।
    । জয় আই অসম ।
    জুবিন দাক অশেষ ধন্যবাদ ❤️❤️💙💙
    জুবিন দাৰ বাবে এটা লাইক কৰি দিব সকলোৱে

  • @chimpusharma288
    @chimpusharma288 2 года назад +3

    ❤❤❤😓হৃদয়ত বাৰুকৈয়ে খুন্দিয়াই যাই 😓😓😓❤

  • @mrinmoycreation2017
    @mrinmoycreation2017 3 года назад +1

    Aibur gaan xuna manuh xosai xati assamiya . "Jai zubeen da" 🙏👍🙏❤️❤️🙏

  • @dorpok2137
    @dorpok2137 3 года назад +191

    *Zubeen Garg himself is the another definition of success and positivity.....His perfection level is on peak....*

    • @binoydasbinoydas2085
      @binoydasbinoydas2085 3 года назад +1

      Love u zubeen da

    • @binoydasbinoydas2085
      @binoydasbinoydas2085 3 года назад +1

      Amak ookhil da akio lage.......

    • @biplab604
      @biplab604 3 года назад +1

      #hspathshala has beautifully explained the meanings much before the release of the song mean for students but altogether the meanings and Zubeen daa's superb singing has reached a new level ❤️❤️❤️

    • @dorpok2137
      @dorpok2137 3 года назад +2

      @@biplab604 ❤️❤️❤️

  • @sanjibsaikia6177
    @sanjibsaikia6177 3 года назад +382

    গান শুনি শুনি comment পঢ়া বোৰে ইয়াত এটা তিপ চহী মাৰি দিয়ক 🙏🙏🙏

  • @Gori32437
    @Gori32437 3 года назад +4

    Punor Herua hei agor Zubeen dak bisari paisu....❤❤❤❤joi Zubeen da🙏🙏🙏🙏

  • @happy_feeling100
    @happy_feeling100 6 месяцев назад +1

    All time burning song... What the words ... What a combination of word and tune ...

  • @abhinavachetia549
    @abhinavachetia549 3 года назад +26

    উচিত সময়ত এটি সুন্দৰ গান 💚
    ধন্যবাদ জুবিন দা 😍
    জয় আই অসম 💚
    আমি কেব (কা) নামানো ✊

  • @vreegumani4073
    @vreegumani4073 3 года назад +85

    জুবিন মানে‌ সৃষ্টি
    জুবিন মানে‌ শক্তি
    জুবিন মানে‌ গান
    জয়
    জুবিন
    দা

  • @Dipc1
    @Dipc1 3 года назад +1

    Bohut bhal lagil gaantu. Iman orthonihito hridoyot lagi jua gaan. 😭😭😭😭😭Tahanir biplobi Zubeen daak punor ghurai palu. Jai aai axom.

  • @pulakkalita8842
    @pulakkalita8842 3 года назад +37

    এই গানটোৰ লগত যেতিয়া ভিদিওবোৰ চাই থাকো এনেকুৱা লাগে যেন CAA ৰ কাৰণে এনেকুৱা আন্দোলন কৰিম দৰকাৰ হলে গুলি খাই মৰি যাম , গানটোৱে CAA আন্দোলনৰ সময়বোৰ মনত পেলাই আকৌ আৱেগিক কৰি তুলিছে , জীৱনত পাহৰিব নোৱাৰা এটা আন্দোলন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অলি গলিয়ে মানুহ ওলাই আহিছিল , ছাত্ৰসমাজৰ ওপৰত পুলিচৰ যি কোব কেনকৈ পাহৰিম উত্তৰ দিম আপোনালোকক ২০২১ ত

  • @mousumisworld7331
    @mousumisworld7331 3 года назад +130

    এসময়ৰ প্ৰিয় কবিতাটো....প্ৰিয় শিল্পীজনৰ প্ৰিয় কণ্ঠত ❤ উফ!! Speechless.....

    • @kamruptourism4992
      @kamruptourism4992 2 года назад

      সঁচাই আৱেগিক হৈছোঁ

  • @user-gv3og4xq3f
    @user-gv3og4xq3f 3 года назад +27

    নিৰ্বাচনৰ আগত কোনেও নুশুনিলে বাৰু এইটো গান😢৫ জন শ্বহীদে মূল্য পালেনে???

  • @debenborah2905
    @debenborah2905 3 года назад +24

    পাহৰিব নোৱাৰা ইতিহাস, হৃদয় ভাগি ঠানবান হোৱাৰ স্মৃতি।

  • @mostakali1713
    @mostakali1713 3 года назад +50

    জুবিন দা আপোনাৰ এই গান নিশা ১১ বজাত শুনিছো। গাৰ নোম শিয়ৰি উঠিল।

  • @Acknowledgement641
    @Acknowledgement641 3 года назад +177

    পুৰণা জুবিন ।
    যিজনক বহুতদিনৰ পৰা বিছাৰি ফুৰিছিলো, ভাবিছিলো জুবিনে বাট হেৰুৱালে কিন্তু ম‌ই ভুল।
    হেঁপাহ পলুৱাই শুনিছো...

    • @prataprajkhowa953
      @prataprajkhowa953 3 года назад +4

      Wrrtyugw wrong with

    • @pranjitnath7
      @pranjitnath7 3 года назад +2

      Ekdm ❤️

    • @purabisaikia3615
      @purabisaikia3615 3 года назад +3

      কিমান বাৰ যে শুনিছোঁ‌ ।। হেঁপাহ পলুৱাই নাই

    • @bikashkv2161
      @bikashkv2161 3 года назад +2

      Awesome

    • @mollikaboruah6202
      @mollikaboruah6202 3 года назад +3

      মোৰো বহুত ভাল লাগিল

  • @hirakjyotideka4155
    @hirakjyotideka4155 3 года назад +2

    This is great song,
    xoro te school't porha Ambikagiri Raishodhori'r rosito Kobita to Zubeen da' r kontho't xoni aontor soi gool.
    protijon Axomia'r karone hridoy soi joa eta gaan 'Agnibinar taan'
    .
    💖 জয় আই অসম 💖

  • @dipjyotigogoi69
    @dipjyotigogoi69 3 года назад +28

    🍂যাৰ কন্ঠক প্ৰশংসা কৰিবলৈ শব্দৰ অভাৱ 💚💚🌼🌼জয় জুবিন দা❤️❤️

  • @kongkonborah7693
    @kongkonborah7693 3 года назад +69

    আপুনি আমাৰ আবেগ , গৌৰৱ জুবিন দা । ১০০ বছৰত কৈ বেছি দিন জীয়াই থাকক এইয়ে কামনা।
    আপোনাৰ নিচিনা মানুহ ক'তো নোলাব। আকৌ কও - আমি 'কা' নামানো।

  • @seemasarmah6520
    @seemasarmah6520 2 года назад

    জীৱনৰ এক অনন্য অভিজ্ঞতা গানটোত আছে। পুলিচৰ কোবত পলোৱা,খালী ভৰিৰে পানবজাৰৰ পৰা দিছপুৰলৈ খোজ কঢ়া,লগৰবোৰৰ পিঠিত কোব পৰা,কাৰফিও ভাঙি ওলাই অহা,সকলো ছবি সজীৱ হৈ উঠে ।

  • @bitupannath7880
    @bitupannath7880 3 года назад +4

    ককাইদেউ ।অনুভৱবোৰ জাগি উঠিছে।।গাৰ নোম শিয়ৰি উঠা এটা সুন্দৰ গান।।
    'অ মোৰ ধৰিত্ৰী আই
    তোমাৰ যে তুলনা নাই'
    "জয় আই অসম"

  • @abmusharaf1464
    @abmusharaf1464 3 года назад +27

    গাৰ নোম শিয়ৰি উঠা গান দাদা।আপুনিয়েই জাতিৰ বিৰোধিতা কৰাসকলৰ ত্ৰাণকৰ্তা,তেওঁলোকক জবাব দিয়ে সেয়া লাগিলে গানেৰেই হওঁ‌ক নাইবা কথাৰে।ভগৱানে তোমাক দীঘায়ু কৰক তাৰে কামনা।

  • @narendraonline1590
    @narendraonline1590 3 года назад +36

    চকু চলচলীয়া হৈ গল গান তো শুনি... CAA আন্দোলনৰ দিনবোৰ মনত পৰিল l ##NoCAA✊✊

  • @kuldeepnath9330
    @kuldeepnath9330 Год назад +1

    Hridoy kopi jai💗🔥
    Happy birthday legend 💝🌻🎉🎉🎈

  • @utpalhazarika8476
    @utpalhazarika8476 2 года назад +1

    হৃদয় চুই যোৱা এটি গীত।

  • @tribotgogoi6862
    @tribotgogoi6862 3 года назад +26

    জুবিন দা তুমি আমাৰ আৱেগ । তোমাৰ গানত যেন কিবা যাদু আছে।সৰু পৰাই তোমাৰ গান শুনি আহিছো আৰু আগলৈও শুনি থাকিম। জয় জুবিন দা।। 💜..জুবিন দাৰ কাৰণে এটা LIKE 💌🎊

  • @upasanagogoi9020
    @upasanagogoi9020 3 года назад +27

    শব্দও হেৰাই গৈছে , ভাষাহীন ❤️❤️ হৃদয় চুই গ'ল ❤️❤️

  • @hirahirablog5295
    @hirahirablog5295 3 года назад +22

    এইটো এটা গানেই নহৈ জাতিৰ বাবে এটা চিঞৰ এটা গুজৰণি।

    • @kamruptourism4992
      @kamruptourism4992 3 года назад +1

      এই গৰ্জনে অসমীলৈ নিশ্চয়কৈ অমৰত্বৰ সৈতে যুগল মিলন সূচনা কৰিব .... জয় আই অসম 🙏

  • @rekibuddinahmed6936
    @rekibuddinahmed6936 3 года назад +5

    Goosebumps আহি গ'ল.. জয় আই অসম✊

  • @Hungutikakotiassam7430
    @Hungutikakotiassam7430 3 года назад +77

    আহিবলগীয়া দীনবোৰ সকলোৱে সুখৰ হক 🙏🙏
    জুবিন দাদাৰ বাবে Hit like 🙏💞

  • @rickman4782
    @rickman4782 3 года назад +33

    কি যে ৰক্ত উত্তেজিত কথা আৰু সুৰ❤সচাঁকৈ শব্দহীন

  • @jayantarajpresents.4070
    @jayantarajpresents.4070 3 года назад +11

    Zubeen da always ❤️
    Describe no word
    No language
    Just 💓
    #jayantarajpresents