Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আপোনাৰ কথা কোৱা শৈলী বহুত ভাল লাগে। আচলতে আপোনাৰ কণ্ঠৰে নিগৰি অহা শব্দবোৰ কবিতা কবিতা লাগে।
মই 1994 চনৰ তৃতীয় বিভাগত পাছ কৰিছিলো। কি আনন্দ অই, সেই দিনটোৰ কথা আজিও মনত পৰে।।।
Apunar voice wow
Excellent narrative ... I am really going back 31 years when I appeared for Metric exam in 1992...
সুন্দৰ পদক্ষেপ। তাহানিৰ পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতি এতিয়াৰ চামে জনাটো খুবেই জৰুৰী। ইয়াৰ পৰৱৰ্তী সময়ত তাহানিৰ তৃতীয় শ্ৰেণী আৰু সপ্তম শ্ৰেণীৰ কেন্দ্ৰপৰীক্ষাৰ বিষয়ে অৱগত কৰাবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ 🙏🙏
Yes. Thanks
@@kumuddasofficial 😄😄😄😄
সুন্দৰ বহুত বহুত সছা কথা শুনি বৰ ভাল লাগিল ভাল পালে কৃষ্ণ
Nice information
I was a candidate of Matriculation Examination in 1963 under Gauhati University ( Last batch )....... ofh what an excitement it was.
Very nice video. Making people nostalgic.
স্বনামধন্য অভিনেতা শ্ৰদ্ধাৰ তপন দাস ডাঙৰীয়াৰ কন্ঠৰ লগত সাদৃশ্য আছে ।
আপোনাৰ বিষয় বস্তুৰ উপস্থাপন আৰু কথন শৈলী অতি সুন্দৰ 🙏🙏
Old is gold 😭😭😭
Yes
মই ২০১৬চনত দিছিলো। ভালকৈ মনত আছে। সেই বছৰ নকলৰ পয়োভৰ এতিয়াৰ নিচিনা আছিল।
voice to aswm
আপোনাৰ কথাবোৰে মোৰ মনটোক বহুত আগলৈ লৈ গৈছে , হয় মই ও এটা বিষয়ৰ তিনি খনকৈ প্ৰশ্ন কাকতৰে পৰীক্ষা দিছিলোঁ । কি সুন্দৰ দিন বোৰ
Tnk u
2009 চনত মেত্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ গাঁৱত বিজুলী পোঁহৰ পৰা নাছিল কেৰাচিন তেলৰ ছাকিৰ পোহৰত পঢ়িছিলো মাৰ বেমাৰ দেউতাই জুহালত ৰান্ধি দিয়া ভাত খায় নিজে পঢ়া স্কুল খনলৈ চাইকেল চলাই গৈছিলোঁ লগত আছিল আখৰ চিনি নোপোৱা মা দেউতাৰ আশীৰ্বাদ..... আজি মনত পৰি চকুলো নিগৰি আহে।
Moi 2010 disilu.bht kasta Kari dilu dya
খুব ড়াল লাগে অতিতৰ সেই দিন বোৰ ।দুৱেলা দুসাজ ভালকৈ খাবলৈ নাপাই ও শাণ্ডিত আছিলো ।
Tnks
Really it was sweet memory for us.
🙏
সচাঁকৈ বহুত ভাল লাগিল
সচাই পৰীক্ষা দিয়াৰ দিনলৈ মনত পৰি গৈছে৷
মনত আছে আমাৰ দাদা বাইদেউ হতে ৰাতিপুৱা সোনকালে যাই আৰু সন্ধিয়া আহি পায় কাৰণ দুখন দুখন পেপাৰ দিব লাগিছিল , আমি আকৌ 600 নম্বৰত দিছোঁ 2008
আপোনাৰ কথাবোৰ খুব ধুনীয়া
আমি 1972চনতMatric দিছিলো,তেতিয়া আরু এতিয়া বহুত পাথক্য ।
Very very nice your voice
Apunar voice tu bor dhunia
Tnq Mnt prise sei dinbur
Voice ❤u
হেই দিনবোৰ ভাল আছিল নিকা আছিল।কোনো দুৰ্নীতি নাছিল।
Apunak ki buli kom moi apunar video sai anekua lagise je moi jibonor 50% rest paisu sir 😌😌😌😌😌
I m 70yrs old .aponar kothay mok nostalgic kori tulile.
Hosakoi hreesoi sui gol....Bahut bhal lage apuni Prepare kara really story boor.....taate apuni kuwa sweet voice....imazing
আপোনাৰ মাতটো ইমান ধুনীয়া ❤
Old is gold
👍👍👍❤❤
Mur assme mur dekh😘😘😘😘
Moja asil
Your contents are very good and not similar to other videos in one word extraordinary
Thanks. Trying
I passed in 1978 2nd division.Very happy
Thanks
Apunar kothabor xuni nostalogy hoi jao. Dhanyawad.
দাদা, মই 1997 চনত, মুঠ নম্বৰ 900, প্রতিটো বিষয়ত দুখন প্রশ্ন কাকত, আসমীয়া তিনি খন প্রশ্ন কাকত |
Voice 😍
Nyc
Apunar voice tu bohut bal lage
স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিলো মাত্ৰ ১৮৫ টকাত । আমাৰ দিনত মেট্ৰিক পাছ কৰা মানে যুদ্ধ জয় কৰা সদৃশ আছিল।
Moi akbar Disu 2022-23
1960 t metric dya manuh atyu ase ghy t, Kamrup Academy r student
Kotha bur hoi kintu enekua uniforms nasil black kore aji toke dekhise mekhala sadar he asil
পাহৰিছো অতীত
Tapan das r dare lage aponar voice
Agota matrik exam bht ভয়লগা আছিল . এতিয়া সেই মাদকতা নাই.
2010
অতীতৰ দিন বোৰ বৰ্তমান মন্ত্ৰী সকলে নোহোৱা কৰিব ধৰিলে।আজিৰ মন্ত্ৰী বিধাইয়ক বৰে একো নাজানে একো একোটা ডাঙৰ o
হাত
আছে ।১৯৮২ চনত।
হয় ! মই 2000 চনত মেট্ৰিক দিছো .....
mio
Moi 2014 Metric Disilu😢
৯০০ নম্বৰৰ পৰীক্ষা দিছিলো।
Matric exam 2016 disilu
চেচ
2007
Aji kali BA MA pohile u vhll engraji pohibo likhobo vhl ke najane aru angko najane bat celkolitar bebohar kore agar manuhr 5 le phae aji kali ma pas
2023
Nostalgic2nd division paisilu jodiu 900 no not easy
Bohut monot porise
Old is gold 😭😭😭😭
আপোনাৰ কথা কোৱা শৈলী বহুত ভাল লাগে। আচলতে আপোনাৰ কণ্ঠৰে নিগৰি অহা শব্দবোৰ কবিতা কবিতা লাগে।
মই 1994 চনৰ
তৃতীয় বিভাগত পাছ কৰিছিলো। কি আনন্দ অই, সেই দিনটোৰ কথা আজিও মনত পৰে।।।
Apunar voice wow
Excellent narrative ... I am really going back 31 years when I appeared for Metric exam in 1992...
সুন্দৰ পদক্ষেপ। তাহানিৰ পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতি এতিয়াৰ চামে জনাটো খুবেই জৰুৰী। ইয়াৰ পৰৱৰ্তী সময়ত তাহানিৰ তৃতীয় শ্ৰেণী আৰু সপ্তম শ্ৰেণীৰ কেন্দ্ৰপৰীক্ষাৰ বিষয়ে অৱগত কৰাবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ 🙏🙏
Yes. Thanks
@@kumuddasofficial 😄😄😄😄
সুন্দৰ বহুত বহুত সছা কথা শুনি বৰ ভাল লাগিল ভাল পালে কৃষ্ণ
Nice information
I was a candidate of Matriculation Examination in 1963 under Gauhati University ( Last batch )....... ofh what an excitement it was.
Very nice video. Making people nostalgic.
স্বনামধন্য অভিনেতা শ্ৰদ্ধাৰ তপন দাস ডাঙৰীয়াৰ কন্ঠৰ লগত সাদৃশ্য আছে ।
আপোনাৰ বিষয় বস্তুৰ উপস্থাপন আৰু কথন শৈলী অতি সুন্দৰ 🙏🙏
Old is gold 😭😭😭
Yes
মই ২০১৬চনত দিছিলো। ভালকৈ মনত আছে। সেই বছৰ নকলৰ পয়োভৰ এতিয়াৰ নিচিনা আছিল।
voice to aswm
আপোনাৰ কথাবোৰে মোৰ মনটোক বহুত আগলৈ লৈ গৈছে , হয় মই ও এটা বিষয়ৰ তিনি খনকৈ প্ৰশ্ন কাকতৰে পৰীক্ষা দিছিলোঁ । কি সুন্দৰ দিন বোৰ
Tnk u
2009 চনত মেত্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ গাঁৱত বিজুলী পোঁহৰ পৰা নাছিল কেৰাচিন তেলৰ ছাকিৰ পোহৰত পঢ়িছিলো মাৰ বেমাৰ দেউতাই জুহালত ৰান্ধি দিয়া ভাত খায় নিজে পঢ়া স্কুল খনলৈ চাইকেল চলাই গৈছিলোঁ লগত আছিল আখৰ চিনি নোপোৱা মা দেউতাৰ আশীৰ্বাদ..... আজি মনত পৰি চকুলো নিগৰি আহে।
Moi 2010 disilu.bht kasta Kari dilu dya
খুব ড়াল লাগে অতিতৰ সেই দিন বোৰ ।দুৱেলা দুসাজ ভালকৈ খাবলৈ নাপাই ও শাণ্ডিত আছিলো ।
Tnks
Really it was sweet memory for us.
🙏
সচাঁকৈ বহুত ভাল লাগিল
সচাই পৰীক্ষা দিয়াৰ দিনলৈ মনত পৰি গৈছে৷
মনত আছে আমাৰ দাদা বাইদেউ হতে ৰাতিপুৱা সোনকালে যাই আৰু সন্ধিয়া আহি পায় কাৰণ দুখন দুখন পেপাৰ দিব লাগিছিল , আমি আকৌ 600 নম্বৰত দিছোঁ 2008
আপোনাৰ কথাবোৰ খুব ধুনীয়া
আমি 1972চনতMatric দিছিলো,তেতিয়া আরু এতিয়া বহুত পাথক্য ।
Very very nice your voice
Apunar voice tu bor dhunia
Tnq
Mnt prise sei dinbur
Voice ❤u
হেই দিনবোৰ ভাল আছিল নিকা আছিল।কোনো দুৰ্নীতি নাছিল।
Apunak ki buli kom moi apunar video sai anekua lagise je moi jibonor 50% rest paisu sir 😌😌😌😌😌
I m 70yrs old .aponar kothay mok nostalgic kori tulile.
Hosakoi hreesoi sui gol....Bahut bhal lage apuni Prepare kara really story boor.....taate apuni kuwa sweet voice....imazing
আপোনাৰ মাতটো ইমান ধুনীয়া ❤
Old is gold
👍👍👍❤❤
Mur assme mur dekh😘😘😘😘
Moja asil
Your contents are very good and not similar to other videos in one word extraordinary
Thanks. Trying
I passed in 1978 2nd division.Very happy
Thanks
Apunar kothabor xuni nostalogy hoi jao. Dhanyawad.
দাদা, মই 1997 চনত, মুঠ নম্বৰ 900, প্রতিটো বিষয়ত দুখন প্রশ্ন কাকত, আসমীয়া তিনি খন প্রশ্ন কাকত |
Voice 😍
Nyc
Apunar voice tu bohut bal lage
স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিলো মাত্ৰ ১৮৫ টকাত । আমাৰ দিনত মেট্ৰিক পাছ কৰা মানে যুদ্ধ জয় কৰা সদৃশ আছিল।
🙏
Moi akbar Disu 2022-23
1960 t metric dya manuh atyu ase ghy t, Kamrup Academy r student
Kotha bur hoi kintu enekua uniforms nasil black kore aji toke dekhise mekhala sadar he asil
পাহৰিছো অতীত
Tapan das r dare lage aponar voice
Agota matrik exam bht ভয়লগা আছিল . এতিয়া সেই মাদকতা নাই.
2010
অতীতৰ দিন বোৰ বৰ্তমান মন্ত্ৰী সকলে নোহোৱা কৰিব ধৰিলে।আজিৰ মন্ত্ৰী বিধাইয়ক বৰে একো নাজানে একো একোটা ডাঙৰ o
হাত
আছে ।১৯৮২ চনত।
হয় ! মই 2000 চনত মেট্ৰিক দিছো .....
mio
Moi 2014 Metric Disilu😢
৯০০ নম্বৰৰ পৰীক্ষা দিছিলো।
Matric exam 2016 disilu
চেচ
2007
Aji kali BA MA pohile u vhll engraji pohibo likhobo vhl ke najane aru angko najane bat celkolitar bebohar kore agar manuhr 5 le phae aji kali ma pas
2023
Nostalgic
2nd division paisilu jodiu 900 no not easy
Bohut monot porise
Old is gold 😭😭😭😭
Old is gold