DAKSHAR JAGNYA By KUSUM DEVI
HTML-код
- Опубликовано: 14 окт 2024
- Nagara nam is a performing art.This nagara nam is taken from the holly book Bhagawat .
Mahila Pathak _ KUSUM DEVI
Audio_ Rakesh Baro .
Vedio_ Rakesh n Pranab Baro.
Producer_ Dipu Sarma .
Director_ Dulu Ram Baro.
Writer_ Hem kanta Deka.
Nagaru _ Parthasarathi n Apurba
Pali _ Deheiswari, Lina, Himashree, Tarali, Karishma,Lakhayana,Dhanya,Hemlata,Bijaya, Papari, Nileswari,Karishma,Dipannita.
Juri _Manash,Bikas, Rahul, Nagen.
Contract No.______ 9101125496
District _____ Darrang (Assam)
PLEASE LIKE , SHARE N SUBSCRIBE.
এইবোৰ হে আচল নাগাৰা পাঠীকা। কি সুমধুৰ আৰু সুললিত কণ্ঠ। নৃত্য ভঙ্গীমা অতুলনীয়। এইবোৰক নিউজ বোৰে বিচাৰি নাপায়।
বাবা কি ধুনীয়া গীত গাই আপুনি আপোনাৰ মাত কি সউৱলআ ❤😮
Bahut dhunia hoise kon tha hu ala❤❤❤❤❤
Darrang Mangaldoi
সুন্দৰ অভিনয় আৰু সুন্দৰ মাত চাই বহুত ভাল লাগিল
Apuner voice aru apuner acting perfect aru apuner pale bor o bht dhunia ke melai goise jetya apune abr kli hl abr chonde hl abr durga hl tetya palibr je jokar dse bht bht val lgise perfect all team 🙏💐💐
কি সুন্দৰ কন্ঠ,গায়কী অতি উত্তম,ভৱিষ্যত উজ্জ্বল কামনা কৰিছো,এই সঙ্সকৃতি নিশ্চয় ৰক্ষা পৰিব,কেবল পে পেক শেষ কৰিব লাগে
Dhanyabad jonalo. Ashirbad karibo
Bahut Val lagil ,🙏🙏aru aguwai juwa ,Suva kamona thakil ❤️❤️❤️❤️
🥺iman baar hunilu but imanei bhal lage. . bohut dhuniya🥺♥️♥️♥️
Thank You dear
বহুত ভাল লাগে বাইদেউ আপোনাৰ নাম ,,সৰু ৰ পৰাই দেখিছো আপোনাৰ নাম ,,বহুত ভাল পাওঁ ,,,হাঁহিটো বহুত ভাল লাগিল নাম টোত ,,,কণ্ঠ বহুত ধুনীয়া
Xarur pora nam amar Sai boli Jani xukhi holo
Xundr hoise bhut Val lagil.🙏🏻🙏🏻
ধুনীয়াকৈ পৰিবেশন কৰিছে । শুভেচ্ছা থাকিল
Thank you
খুব ভাল লাগিছে, আশীৰ্বাদ থাকিল, আৰু ভাল হ,ওক ।
আপোনালোকৰ মন্তব্য আৰু আশীৰ্বাদ আমাৰ প্ৰেৰণা
আই সৰস্বতীৰ আশীৰ্বাদ আছে আপোনাৰ লগত। খুব ভাল লাগিল দক্ষ যজ্ঞৰ কাহিনীভাগ আপোনাৰ কণ্ঠেৰে শুনি আৰু চাই।
Akhirbad karibo anedore Jen harir gunanukirtan kari jabo paro
Bohut dhuniya hoise baidew aru suni thakibo mon goisil.
Xuni thakibo aru tinita ase nam
Ki j dhunia naam❤️❤️Darrangr Gourab apuni🙏bohut Vaal lagil baideu❤️
Thank you so much . আপোনালোকৰ মন্তব্য আমাৰ বাবে প্ৰেৰণ
বহুত ধুনীয়া হৈছে sister ভাষা নাই তোমাৰ মাতটো বহুত শুৱলা। মন ভৰি গল শুনি শুনি।
ধন্যবাদ জনালো বাইদেউ
বহুত ভাল লাগিল কুসুম
বৰ ধুনীয়া হৈছে বাইদেউ। সিদিনা মংগলদৈ ৰাসত আপোনাৰ নাম অলপ চাম বুলি ৰ'লো কিন্তু শেষ কৰিহে আহিছো। আৰু আগবাঢ়ি যাওঁক।
সচাঁকৈয়ে দৰঙৰ গৌৰৱ আপুনি😊😊
তোমালোকৰ আশীৰ্বাদ,মৰম আৰু সহযোগিতা ৰ কাৰণে ধন্যবাদ।
Bor dhuniya hoise. Really artistic. Anedharanor video bure aamak aaplut kore. Stay blessed and go forward baidew.
Thanks a lot for your comments.
সুন্দৰ New subscriber .
সুন্দৰ বাইদেউ,তোমালোই বহুত বহুত ধন্যবাদ জনালো
Dhanyabad
Bah mami bahot vl lagise nam tu.aru agowa jowa tumi aru logte pali ketakou agowa loi jaok. ..
সুন্দৰ মাত...খুউব ভাল লাগিল 🙏
Agowai jowar prerona aponalokar ai mantabya
Iman suwalake namto paribeshan karise sasake bahut bhal lagise namto suni. Tomar Lagat an karore Tulana nahay . Namar majere darshashak brindak anandit kariba parisa.
বাইদেউ বহুত বহুত বহুত ধন্যবাদ অতি সুন্দৰ সৰস্বতী আপোনি আধাৰ । আৰু। ভগবানে উজ্জ্বল কৰক
Dhanyabad aponar mantabyar babe
বৰ সুন্দৰ অভিনয়, কণ্ঠ সুন্দৰ, ভগৱানে আৰু আগবঢ়াই নিয়ক।
সুন্দৰ অতি সুন্দৰ আপোনাৰ অমৃত বৰষা মাত,,,অভিনয়,,,পালি সকলো সুন্দৰ পৰিবেশন ....ভাল হৈছে
ধুনীয়া কণ্ঠ আপুনাৰ বাইদেউ
শিৱ পূজাত আপুনাৰ নাম পাম নেকি?
Booking aase
Dhuniya lage Nam tu..moi 10bar man xunilu💚..
Dhanyabad jonalo
@@kusumanidevi1895 😊😊
Axomi aair jiari... Eidorei jen apunaxobe axomiya Kola krishtik aguiai ni biswadarbar ot protishtha koribo pare.... Take asha rakhilu
Amar channel to upabhok korar babe kritagyatay jonalo aponak.aponar mantabyai dujun utchah pradan karile.
বাইদেউ আপোনাৰ সুৰ চাউণ্ড ৰেকংডিঙ অভিনয় পৰিচালনা অভিযোজনা বহুত ধুনীয়া হৈছে !!
Dhanyabad
Sundar baideo,,,sai mja lgil
bahhh ki maja gaisa .....amr ghrr sabe sai apunak...moja acting kare apuni...keep it up..🙏🙏🙏
Dhanyabad janalo
খুৱ সুন্দৰ শুনি ভাল লাগিল👍
বহুত সুন্দৰ হৈছে 😊😀🤗🤗🤗👌👌👏🌷🌷🌷🌹
dhanyabad
অতি সুন্দৰ ❤❤❤
বহুত ভাল লাগিল । সচাকৈয়ে আপুনি মহান । ।
Dhanyabad
I❤kusum baa 😊 bahut val lagil aapuner nam xuni krishna krishna 🙏🙏
অভিনন্দন জনালোঁ বাইদেউ৷ বৰ সুৱদি কন্ঠ আপোনাৰ ৷ আশা কৰিছো আপোনাৰ লগতে সংগীবৃন্দক এবাৰ উজনিলৈ আমন্ত্ৰণ জনাম ভাবিছোঁ৷ ভৱেন বৰা তিনিচুকীয়া ফিল’বাৰীলৈ
Dhanyabad jonalo nichay jam
Bohut dhunia maat baideu...
আমাৰ গাৱত আপোনাৰ নাম বহুত ধুনীয়া হৈছিল আগলৈ পুনৰ আহিব বুলি আশা কৰিছো
ধন্যবাদ জনালো
Dhunya hoise baido,bht val lagise baido naam2
dhanyabad
অত্যাধুনিক একোৰে সংযোজন নোহোৱা প্ৰকৃত নামৰ সোৱাদ ল'লো। আৰু আগলৈ - - - - -
আপোনালোকৰ পৰা পোৱা মন্তব্য আমাৰ প্ৰেৰণা। ধন্যবাদ জনাইছো আপোনাক।
মোৰ চেনেল টোত গৈ বাকী কেইটা নামো চাব বুলি আশা থাকিল।
আজি আপোনালোকৰ নামতি শুনি বহুত ভাল লাগিল আমাৰ ইয়াত
Thank you
অতি সুন্দৰ 🎉
Love form Dubai...........xundor baidew.........Anekoi upload kri thakiba........
Dhanyabad janalo. Bidekhato Amar darangi nagara nam sowar bebe
Bhut dhunia hoise. Karishma nath dare hoho hoho val nalage.
শুনি বহুত ভাল লাগিল।মন চুই গৈছে।কৃষ্ণ কৃষ্ণ
বহুত ভাল লাগিছে বাইদেউ ❤
Bohut val lagil baa apunar name xuni ❤️❤️❤️😘😘😘😘🙏🙏👍🥰🥰
কুসুম বা আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগিছে
Thank you brother
কুসুম বা আপুনি ভালে আছে নহয়
Dhuniya lagil baideu....... Agoloi o asha korilo......
অতি সুন্দৰ প্ৰদৰ্শন, ভাল লাগিল।
তুমি আমাৰ গৌৰৱ মা। বহুত সুন্দৰ। তোমাৰ উত্তৰোত্তৰ কামনাৰে.....
dada aponalokar ashirbad thakile amar pragati .
Dhunia bideu .moi gunendra from bhakat para
আপুনি আগুৱাই যাওঁক ... নাগৰা নাম অসমৰ এক অন্য পৰিচয় ।।
বহুত ভাল লাগিছে বাইদেউ সচাকে, ভগৱান তূমাক সদায় এনেকৈ ৰাখোক🙏🙏
আপোনালোকৰ আশীৰ্বাদ আমাৰ কাম্য
সুন্দৰ হৈছে। আৰু এনেকুবা নাম শুনিব পাম বুলি আশা কৰিলো
Dhanyabad
সুন্দৰ বাইদেউ আপোনাৰ নাম বহুত ভাল পাওঁ
গুৱাহাটীৰ কৰোৱাত নাম পৰিবেশন কৰিবলৈ আহিলে খবৰ দিবছোন
অতি সুন্দৰ অভিনয় আৰু কন্ঠ । বহুত ভাল লাগিল ।
Hundar hoise amar mon joi koribo parisa dhonyabad jonalu tumak.
Aditia tumi ashibad korisu portion assumiar prane prane bhuta tora hoi jiliki thaka
I am glad you
তিনিবাৰ চালো বাইদেউ এই নামটি...বহুত ভাল লাগে আপোনাৰ কণ্ঠ..সৰুতে দুবাৰ দেখিলো তাৰ পিছত আৰু দেখা নাই আপোনাক এতিয়া এনেকৈ চাওঁ আৰু..
মোক সৰুতে নাম গোৱা দেখা বুলি কোৱাত মনটো ভাল লাগিল। আজিৰ দৰে ব্যবস্থা থকা হলে সাঁচি থব পৰিলো হেতেন। আপোনাৰ ঘৰক’ত ? আপোনাৰ মন্তব্য ৰ বাবে ধন্যবাদ।
@@kusumanidevi1895 সৰুতে মানে Eight nine t পঢ়ি থকা সময়ত আৰু,হয় তেতিয়া এনেকুৱা ব্যৱস্থা নাচিলে থাকিলে কিমান যে ভাল হল হয় Iমইও দৰং ৰে চলি বাইদেউ দেওমৰনৈত ঘৰ মোৰ এতিয়া বাংগালোৰত আছোI ওজা পালি,নাম,খুলীয়া ভাৱৰীয়া আদি অনুস্থান বোৰ বৰ প্ৰিয় মোৰ ঘৰত থাকিলে খবৰ পালেই চাব যাওIভাল লাগিল বাইদেউ আগলৈ আৰু নতুন নতুন ভিডিঅ' পোৱাৰ আশাৰে 🙏ধন্যবাদ..
ইমান দূৰত থাকিও আমাৰ সংস্কৃতি চোৱাৰ বাবে ধন্যবাদ। দৰং ৰ যেতিয়াকেতিয়াবা লগ পাম । ভালে থাকক সুস্থ থাকক।
@@kusumanidevi1895
V
@@kusumanidevi1895 q
Vl lagise br duniya hoise
Thank You
ভাষা নাই কবলৈ, বহুত ভাল লাগিল
Dhanyabad
@@kusumanidevi1895 baideu apunar nmber2 dibo paribo nki,bea napai jodi
কি সূনদৰ অভিনয় । বাইদেউ ,, মই মৰিগাওঁৰ পৰা আপোনাক সেৱাঁ জানালো ।
Namaskar anusthan bhagi sowar babe
Bahut vl lagil krishna🙏🙏
ধন্যবাদ আপোনাৰ মন্তব্য ৰ বাবে
সচাকৈ বাইদেউ আপোনাৰ সূৰ ভগৱানৰ দান । সেয়েহে মই মাজে মাজে চাই থাকো । ধন্যবাদ থাকিল।
।।।।
Akhekh dhanyabad
Dhuniya hoise
Pali Kaijonio Dhuniya de
Krishna...bohut val lagil
❤❤❤
কুসুম তোমাৰ নাম চাই বহুত ভাল লাগিল 💕💕
কুছুম দেৱী তুমাৰ অভিনয় বোৰ চাই মোৰযে খুব ভাল লাগে ❤️ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবা তুমাৰ মঙ্গল হ'ব 🌷🌷🌷 Om Shanti divine soul 💚💜💚
আপোনালোকৰ আশীৰ্বাদ আমাৰ কাম্য
Thank you so much
কি সুন্দৰ অভিনয় - কি সাধনা - ঈশ্বৰে আগোৱাই জোৱাত সহায় কৰক l
Dhanyabad dada
❤❤
Nice video ❤,apunar dore nagaram nai ❤ ❤️❤️
সুন্দৰ লাগিল ধন্যবাদ জনাইছো,
Dhanyabad dada
Bhut dhuniya hyse Baidu apunr mat tu bhut dhuniya
One of the best nagaranam singer you Baido, your voice is unparalleled melodious
Oh my goodness
। ।n
@@kusumanidevi1895 q
Thank u
Baidew, apunar prakashbhangi r hoite bikhoy upasthapon bor monumuha, monumugdhakar. Ki dare dhanyabad dim. Agbarhi jawk baidew.... subhesware...
Mantabya diyar babe dhanyabad.Aponalokar utshahei Amar prerona
বহু দিনৰ অপেক্ষাৰ অন্তত আজি শুনিলো
Dhanyabad
Kusum devi baidew apuni keidin man agote borkar ahisil na
🙏🙏 bahut aananda polo ba. Otitaloi manot parise
Thank you 🙏 lakshya
বহুত ধুনীয়া মাত আৰু অভিনয় আগলৈ আৰু নতুন নাম শুনিব পাৰিম বুলি আশা কৰিলো 🙏🙏
Hundor hundor hundor
অতি সুন্দৰ হৈছে দেই বা৷
Dhanyabad
Bhut vl lagise baido koboloi vakha ni agoloi aru ane vl vl nam hunib pam buli akha thkil 🙏
আপোনাৰ মাতৃক ধন্যবাদ ও প্ৰণাম জনাইছোঁ ! আপোনাৰ দৰে গুণী - জ্ঞানী, নামতী,নাগাৰা পাঠিকাক আমি পাইছোঁ।🙏
আপোনাক ও প্ৰণাম মাতৃ
বহুত ভাল লাগিছে নবৈ আপুনাৰ অভিন্নয় আপোনালে ধন্যবাদ থাকিল
Bahu din dhari aponar para Naam xunar babe intezar kori asilo,,,, bahut Val lagise Naam to xuni,,,, apona lagate ataikeijanar Mangal kamana korilo,,,,, Nipen kalita (mumbai)
Love you ❤ baa
😂
Val lagil nam sai❤❤❤❤
ধুনীয়া বাইদেউ👌😘😘
dhanyabad
Ati hundar god bless u,
Thank You
দক্ষৰ যজ্ঞ নাগাৰা নাম সৰু কালিতেই আলটা গাঁৱত সন্ধি পাঠকৰ পৰিবেশ চাই ছিলো । বহু পুৰণি দিনলৈকে মনটো উভতি গ'ল !
Dhanyabad
Very nice Kusum and God bless you
বহুত ধুনীয়া লাগিল... এনেকুবা কে আমাক মনোৰঞ্জন দিয়াৰ বাবে আপোনাক শত সহস্ৰ প্ৰনাম🙏🙏🙏
Aponar mantabyar babe dhanyabad
Xundar bahut val lagil xuni mam
Thank You
এক অদ্বিতীয় আৰু মন প্ৰান জুৰুৱা সুমধুৰ নাম
অংগী ভংগী বিলাক বহুত ভাল হৈছে
@@prabhashbhattacharyya6418by fr by 8
বহুত ভাল লাগিল ।
Thank you
King Daikhya was a proudy person .He always worked for himself.step by step he was going to very very powerful.He forgot his dauthet in son and other relative.Yet his dauthet Sati came his home without permission .Then proudy Daikhya incel and got out his own dauthet from his home.Then Sati cried loudly and died his home for sad her father.one the other hand her husband Shiva listen about the story and ran out to his home father in low Daikhya and killed him with his weapon.At last Shiva carried dead body of sati and travel to variou holy place for kindness.Smt Kusum Devi described the story briefly and softly which story every body understand easily and heartly.So I like her song of naam.That is why her voice acting action tone and body language are very.very nice.
We have to know about our Hindu Dharma.Thanks alot for your great support.
বহত ধুনীয়া
Wow very nice outstanding performance 🔥🔥🔥🔥🔥
❤️❤️❤️
Thank you for your beautiful comment.
ধুনীয়া লাগিছে excelent
কৃষ্ণ🙏🙏। সুন্দৰ কন্ঠ আপোনাৰ। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ🙏🙏🙏
আমাৰ নাগাৰা নাম উপভোগ কৰাৰ বাবে ধন্যবাদ জনালো
Very nice ,God bless you go ahead