My birthplace is Amingaon,Assam. Now I'm settled in Kolkata. In my early childhood I crossed Brahmaputra river by Steamer. Really was an amazing experience still I remember ❤❤❤🙏
Khub xundor. Mur Deutar mukhor pora khunisilu. Saraighat dolong tu nathakute, Deuta hotey nao yere paar korisil Guwahati cotton collegiate School ot porhibo jaote aru sakori koribo jaote. Bahu kotha gom palu hoi. Kintu teo atia nai aru
কবিতা আবৃত্তি সদৃশ সুন্দৰ সাৱলীল কণ্ঠ।
বহুত ভাল লাগিল ❤❤
মোৰ মা’ ৰ বিয়া ১৯৬০ ত হৈছিল৷তেওঁ নাৱেৰে শুৱালকুছিৰ পৰা আমিনগাৱলৈ আহিছিল৷তাৰ পাচত নাক দীঘল বাছত উঠি ৰঙিয়ালৈ৷বালি চৰত কাছই ৰ’দ লোৱা দেখিছিল৷কি সুন্দৰ৷
🙏
Generation to generation,it changes,with your excellent voice ,we could imagine and relate to the time it was, thank you
১৯৬০চনত মই সৰভোগৰ পৰা বাবাৰ লগত আহি আমিনগাঁওত ৰেলৰ পৰা নামি ফেৰীত উঠি লুইত পাৰ হৈ দৌৰি দৌৰি পাণ্ডুঘাটত চিটিবাছ ধৰিছিলোঁ।
সুন্দৰ প্ৰতিবেদন দাদা🙂
আগুৱাই যাওক শুভেচ্ছা থাকিল ❤️
My birthplace is Amingaon,Assam. Now I'm settled in Kolkata. In my early childhood I crossed Brahmaputra river by Steamer. Really was an amazing experience still I remember ❤❤❤🙏
🙏 🙏 Stay blessed
মহাশয় , আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ । অসমলৈ, গুৱাহাটীলৈ আপোনাক সুস্বাগতম ......
Bangali
ধন্যবাদ,বৰ সুন্দৰ কৈ ক'লে।
আপোনাৰ সুন্দৰ কন্ঠেৰে কোৱা কথাখিনি শুনি ভাল লাগিল।
ড: দাস, আপোনাৰ বিষয় বস্তুৰ বাখ্যা তথা বিবৰণ আৰু কণ্ঠ অতি মনোগ্ৰাহী
আজি বাইকেৰে আহি থাকোঁতে ভাবি আছিলোঁ শৰাইঘাট দলং নিৰ্মাণ নোহোওতে মানুহবোৰে কেনেকৈ অহা যোৱা কৰিছিল । আৰু ইউটিউবত আজি দেখিবলৈ পালোঁ আপোনাৰ ভিডিঅ'টি । খুবেই সুন্দৰ।
Thanks
❤❤❤❤being a guwahati i feel great to know our history
one of my favorite channel @Kamud Das Official
Kothakhini xuni bohut val lagil
Mind blowing voice sir ,
Beautiful presentation ❤
সুন্দৰ প্ৰতিবেদন!! ❤❤
ধন্যবাদ
সুন্দৰ প্ৰতিবেদন
Apuni eman purani photo bur rakhise, bahut Val lagil
আপোনাৰ চেনেলটোক ধন্যবাদ জনাবলৈ মই ভাষা বিচাৰি পোৱানাই
বহুত পুৰনি কথা মনট পেলায় দিলে👍
গুৱাহাটীৰ বাহিৰ লয় পঢ়িব যোৱা মানুহৰ পৰা বহু কথা হুনিছিলোও,আজিৰ সময়ত শুনি ভাল লাগিল
🙏🙏
...... বহু কথাও শুনিছিলোঁ,
Best and best..super fine
Thanks.to.for.the.information❤
আপোনাৰ প্ৰতিটো video এই অন্তৰ চুই যায় ।।
Excellent information
আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগিছে
আহক আপোনি আৰুমই অতীতআৰুইস্মৃতীইতিসাৰকল্পনাকৰো আৰুদোয়োৰে ভবিৎতৰপৰিবতন ৰঙিন সপোন কল্পানাৰ বোৰ আগুৱাইগৈ থাকিম আহক
Tamam video bonaise dada..... Kothakhini bohut val lagil......
Val lage apunar pratibedan bur sai ..sound amazing !!
দাদা আপোনা কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায় ।
এই শৰাইঘাট দলঙৰ ওপৰেদি যে কিমান বাৰ ঘৰলৈ আৰু গুৱাহাটী যাব লগা হয় হিচাপ নাই 😔😔আৰু যুগ যুগ ভালে থাকক দলং খন ❤️
Good
You are great
Bohut val lagil apunar video bure motivation diye aru kahini xuna jen pao
সুন্দৰ ভাল লাগিল কথাখিনি শুনি 👍
Tnks
Khura apunr voice tu mitha😍😍😍😍😍😍😍😍thanku khura🙏🙏🙏🙏🙏
Tnks
Bahut Val Lagil ❤️❤️❤️
You have forgot to mention steam ferry service between amingaon and pandu .
মই মোৰ ঘৰ গুৱাহাটীত। মোৰ আইতা কৈছিল যে এই শৰাইঘাট দলঙ নিৰ্মাণ হোৱাৰ আগত (পুৰণি) খন। গাড়ী মতৰ আৰু মানু্হ বিলাক নাৱ জাহাজ এইবিলাক দি ইমুৰ অৰ পৰা চিমুৰ গৈছিল।
গাড়ী মতৰ আছিল নো কৈ খন।
মোৰ আইতা (৯০)বছৰ বয়সত (২০১৭) ধুকাইছ্
Val lagise😊
Iman hundorkoi abbriti korise, val lagigoise huni ❤
Tnks
আপোনাৰ প্ৰতিবেন আপোনাৰ কথাই সঁচাকৈ আবেগিক কৰি তোলে 🙏❤️❤️
আপোনাৰ ভিডিঅ'সমুহ চাই খুব ভাল লাগে ❤️
Tnks
Bhut val lagise sadhu Jen lagise xai dintuloi uvoti jb parile
Val lagil dada
🙏
বহুত ভাল লাগিল কথা বোৰ জানি
Tnks
মোৰ আতা নাওঁ পাৰ হৈ গুৱাহাটী গৈছিল বিশেষ কামত...১৯৫৬ চনত। গুৱাহাটী ABC ত এখন ঘৰত আশ্ৰয় লৈছিল বিহাৰী পৰিয়াল এখনত। আজিও সেই বিহাৰী পৰিয়ালৰ লগত সম্পৰ্ক আছে আমাৰ।
Bhal lagil kiman j nirbejal ,othithiporayan asil koka hotor dinor manuh bur..bhal lagil apunalukar Bihari poriyal tur logot etiyau xomporkor dharabihokota rokhya korat.
মোৰ দেউতা তাত ৰাজমিস্ত্ৰি আছিল, বাংলাদেশৰ মূল মিস্ত্ৰিজনে দিয়া কৰনিখন এতিয়াও আছে।
চৌধুৰী নামৰ ঠিকাদাৰ জনে কাম কৰোৱাইছিল।
Beautiful Bro
Val lagil bohut time machine re ghuri jabo mon goise Mr...
Hmm
Eya hee good news❤
আমাৰ দেউতা আৰু অনেকে চাবলৈ গৈছিল, ছিপাঝাৰ।
Aponr voice mozaa sir
Dada apunar kothabur bohut Val lage
tnks
আমাৰ আতাই গৈছিল শৰাইঘাতৰ দলঙৰ আধাৰশিলা স্থাপন চাবলৈ।
Really I'm good fellas
মোৰো মনত পৰে শৰাইঘাট দলং খন বনাই থাকোঁতে চাব গৈছিলো খুৰাৰ লগত। কেতিয়াবা গাঁৱলৈ গলে ফেৰীৰে পাৰ হৈছিলোঁ। আপোনাৰ video টো চাই মোৰ পুৰণি কথাবোৰ মনত পৰিছে।
মোৰ ককাদেউতা আৰু দেউতাই মঙ্গলদৈৰ পৰা গৈছিল দোকানৰ মাল বস্তু আনিবলৈ | আমিন গাওৰ পৰা লঞ্চত উঠি ব্রহ্মপুত্র পাৰ হৈছিল ককাদেউতাৰ মূখত শুনিছো | মোৰ জন্ম হৈছিল ৬২ চনত | মই ডাঙৰ হৈ শৰাইঘাট দলং দেখিছো | |
Amy Guwahati ti Digholia pukhuri, Jur pukhuri nothoka zamanar manuh, Amar purona BONSAOWALI ase, Rudra Singha Raja r rany Amar manuhok dan dse etc 😎
Nice Video Uploaded.
Tnks
ভাল লাগিল
দুনিয়া বারু
Mjaaaa
দাদা আপুনি কিন্তু সচাই আবেগিক কৰি দিলে মনটো মোৰ বয়স এতিয়া 24 মোৰ এতিয়াই ভাবিলে ভয় লাগে আহি থকা দিনবোৰ কি হবলৈ গৈ আছে আমি আমাৰ লৰা ছোৱালীৰ দিনবোৰৰ লগত কেনেকৈ যে মিলিম সময়ৰ লগত খাব খাব পাৰিম নে নোৱাৰিম ভাবিয়েই নাপাওঁ , আমাৰ এই আপোন গাঁও বোৰো এদিন নোহোৱা হৈ যাৱ । 😭😭😭😭😭😭😭 ইমান ও update এদিন আমাৰে মানৱ জাতিৰ কাল হৈ পৰিব ।
Don't worry..everything will be fine
মইও 24 বছৰ কি হব মইও ভাবো
সঁচাকৈ ভাবিলে বহুত দুখ লাগি যায় ও
Val lagise .ru anekuwa news dibo......kalpona korar moja mor monthly salaryt koi besi jen lagise
Childhood memories
Tetia uttar Guwahati aru fancy bazaror major ferry chalachal korisil,moi1957 chanot Nisei par hoisilo.
Hosai dai agr pic bht Val lga
Good
Khub xundor. Mur Deutar mukhor pora khunisilu. Saraighat dolong tu nathakute, Deuta hotey nao yere paar korisil Guwahati cotton collegiate School ot porhibo jaote aru sakori koribo jaote. Bahu kotha gom palu hoi. Kintu teo atia nai aru
Bohutore smriti ase. Bohut. 🙏
My father also worked in the bridge
Apunar pratebedanar pratitu kothai mur dewati koisil.dewta e logor bandhur logot hat nabaray brahmaputra par hoisil. Sundar pratibedan 🙏🙏
❤❤❤
Nice
Thank you dada
Nice voice
Gompaicy
শৰাইঘাট দলং খন আমাৰ ঘৰৰ ওচৰত যিহেতু মোৰ দেউতাই কোৱা শুনিছো, খোজকাঢ়ি বিলাহী বেঙেনা, ভোলা বেঙেনা চবজি আদি বিক্ৰী কৰিব গৈছিল।
সুন্দৰ অনুষ্ঠান ভাল লাগিল চাই💕।
Nice❤❤❤❤
Tnks
Video tu sai bhut abegik holu aru apunr voice tu hunar pst anekuwa lagil jn moi hei agr dinot humai golu
আপুনি কেৱল সদাই গুৱাহাটীৰ উন্নতি কথাকেই কৈ থাকে আমাৰ গাঁৱৰ উন্নতিৰ কথা কওক।মোৰ গাওঁ নাম চেঙেলী। তিনিচুকীয়া জিলা।ডাঙৰী অঞ্চল।এতিয়া আমাৰ গাঁৱৰ পৰিৱৰ্তনৰ কথা আপুনি অসমৰ ৰাইজক জনাই দেখুৱাক।
Koisu
👍👍👍❤
Apunar batori poribexon korile kiba hridoy sui jai.val lage apunar voice tu.eman xundor uscharon
Tnks
Very nice
Thanks
My maternal grandfather from Nalbari was posted at Pandu in Indian Railways. Tekhete amak xorute kua kotha bur hubohu apunar mukhot xunisu.
Mor maai aikhon bridge or opening saboloi aahisile Hajo or pora.
ৰেডিঅ ত শুনি থকা যেন হে লাগিছে, মাত টো বোৰ মিঠা
ভাল পাওঁ ছাই
ধন্যবাদ
Airport কত আছিল
Mur deotai goisil xoraghat bridge opening ceremony etiyao xei dinor railway ticket ase amr ghorot lagily jonavo.
মোৰ ককা গৈছিলে আধাৰশিলা স্থাপন কৰা চাবলৈ 😊😊❤️
Saraighat dolong khon complete howte Moi Grandfatharor soite sabaloi goisilo..... tetiya Gari motor chala nasil....
মোৰ দেউতাই নাৱেৰে কলিকতাত পঢ়িবলৈ গৈছিল
❤
Apunir voice to bahut val lagisha 👍
🙏
Horaighat amar pora jothesto dur jodiu apunar kobita Jen loga kotha bure kiba montu urunga kori rakhe.
Anekuwa khbr bur janibo parile val lage dada
Know Everyone
Saraighat dalangar kakhate ase ghT tu
পাণ্ডু ষ্টেচনৰ পৰা ফেৰীত ব্ৰহ্মপুত্ৰ পাৰ হৈ আমিনগাঁওলৈ যাব লগা হৈছিল।
আহিছিল মোৰ বৰ দেউটাই মই সুৰু থাকোতে কৈছিল তেতিয়া ফেৰিৰে পাৰ হৈছিল