স্নেহালয় I চুটি ছবি I SNEHALOY I A LOVE STORY l
HTML-код
- Опубликовано: 7 фев 2025
- পাৰিবাৰিক এটি ঘটনাৰ ভিত্তিত নিৰ্মান কৰা চুটি ছবি "স্নেহালয়" সকলোৱে আদৰি লব বুলি আশা কৰিলোঁ I
সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেক পৰিয়ালে এটা বছৰ অতিক্ৰম কৰিলোঁ !
এটা বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি নিৰ্মান কৰি ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ৷
সৃষ্টি হল অভিনেতা-অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
#assamesemovies
#assameseshortfilm
#assameseshortmovie
#assamesefilm
direction prasanta kumar borah
script nibir dutta
screenplay prasantakumarborah
ভাল হৈছে
অতি সুন্দৰ হৈছে।
ভাল লাগিল৷ কেমেৰাৰ কাম আৰু সম্পাদনা খুব ভাল হৈছে৷
গানটোও বৰ ধুনীয়া হৈছে৷
সচাঁকৈ বৰ সুন্দৰ এখন ছবি চালো, আৰু অভিনয় সকলোৰে অতি সুন্দৰ হৈছে
ভাল হৈছে ছবি খন
ভাল লাগিল আগত কৈ বহুত ভাল হৈছে
এখন সুন্দৰ উপভোগ্য চুটি ছবি । বৰ ভাল লাগিল ।
সাম্প্ৰতিক, সুন্দৰ . .
Heart touching story 👍💖💖💖💖
Val lagil Sai ❤❤❤❤❤
সুন্দৰ চুটি ছবি খন চাই বহুত ভাল লাগিল । অভিনয় সুন্দৰ হৈছে ।,❤
Oti xundor hoise
Val hoise
Wow Daisy emn dhuniya lgise😘😘😘😘😘😘😘😘
বৰ ভাল লাগিল। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।
👏👏👏 xundor ....eneke aru keteman lage short film .....good work....👍
Daisy lahkar ❤❤❤❤❤ loved it
❤❤❤ bht val lagil sai
Val hoise! Dhunia abhinay!
Bhal lagil
Daisy dhuniya haise ❤️🔥
moza daisy❤ba
সুন্দৰ কাহিনী আৰু অতি সুন্দৰ উপস্থাপন । মন মোহিত হৈ গল । সকলো অভিনেতা অভিনেত্ৰী লৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগলৈ আৰু পোৱাৰ অপেক্ষা থাকিল ।
Bahut bhal Bonaise dee 👌👌👌
বৰ ভাল লগিল
সকলোৱে অতি সুন্দৰ অভিনয় কৰিছে ৷ কহিনী সংলাপ খুব ভাল হৈছে
অভিনন্দন জনালো৷
বাসস্থান ৰ সতে পৰিচ্ছদ অমিল হৈ থাকিল।
খূটিনাতি দুটামান ভুল আছে যদিও
সংগীত আৰু কাহিনীৰ শেষ অংশই হৃদয় কপাই গ'ল। পৰিচালকে কাহিনীটো সজীৱ কৰি তুলিছে।
Heart'touching.....
Daisy dhuniya ❤
Buhut dhunia hoisa daisy 😘🥰ru aguai ja...
❤
Khub xundor hoise ....mojaa lagil sai
Daisy duniya hosa ❤
Val lagil short Flim sai agoloi anakoi pai thako jan ❤
Heart touching story and awesome direction alongwith great work of the camera which was perfectly executed by the actors and actresses.. All together an amazing short movie.. ❤👌👍
𝓐𝓻𝓾 𝓵𝓪𝓰𝓮
Pehle 2 advertise dekhna pada bhai