Sikon Aapi,Sarania Kachari New Official Modern Video Song2022(Assam) Nitul Sarania &Paripa Sarania
HTML-код
- Опубликовано: 29 авг 2024
- Sikon aapi(Super Hit Official Sarania Kachari Morden Traditional Video Song 2022)
"Siring ke mare Jana Bijuli gat"
Nitul Sarania & Parima Sarnia
New Sarania Kachari Morden Traditional Song
(Sireng ke Bukut Mare/ Sikon Aapi Dekha Palong/ Goreshwar, Tamulpur,Dhamdhama, Udalguri, jai)
lyrics:- Rupam Sarania
Tune:-Nitul Sarania
Music:- Hemanta Boro
Producer:- Kanak Sarania(Jaan)
Singer:- Nitul Sarania& Parima Sarania
Acting:- Abhinash Sarania, Rupam sarania, Nitul Sarania, Niranjan Sarania, Ranjan Sarania, Anisha Deka, Himakhi Sarania, Anamika Sarania & Nisha Sarania
উচৰ্গা:- প্ৰয়াত যুগমণি শৰণীয়া (জন্ম:-১৫/০১/১৯৯৯আৰু মৃত্যু:- ২২/১০/২০২১)
"তেখেতৰ পুনঃ স্মৃতিত উচৰ্গা কৰা হল "চিকুণ আপী"
অভিনয়:- অবিনাশ, ৰূপম,নিতুল,নিৰঞ্জন,ৰঞ্জন,এনিশা, হিমাশী অনামিকা, চনজু, নিশা
নৃত্য শিল্পী:- জিতুমণি,সৌৰভ, হিমাক্ষী, পঙ্কজ, ভাস্কৰ, জিন্টু,জিতু, ধনঞ্জয়,হিমাশী, ভানুপ্ৰিয়া, গায়ত্ৰী, হিয়ামণি,বিধিতা, ভণিতা,মেঘালী,পাৰ্বতী, গায়ত্ৰী, তৃষ্ণা, পিংকি
মেকাপ:- দীপাণ্ডিতা, হিমাশী
কৃতগতা:- তপন ডেকা,মৃণাল শৰণীয়া, মুকুট শৰণীয়া, দিলেশ্বৰ শৰণীয়া, পাৰুল শৰণীয়া, বৰ্ণালী শৰণীয়া, নমিতা শৰণীয়া, মনোজ কুমাৰ শৰণীয়া, ধৰমেশ্বৰ শৰণীয়া, সাগৰ শৰণীয়া, প্ৰফুল্ল দাস,দ্বীপজ্যোতি শৰণীয়া,চত্ৰুধ্বৰ শৰণীয়া,পৰিমা শৰণীয়া,হোমেন শৰণীয়া,যোগেন প্ৰভু,জয়শ্ৰী মহলীয়া শৰণীয়া, প্ৰবীণ সিং শৰণীয়া,পল্লৱী শৰণীয়া,ভীষ্ম শৰণীয়া,
পৰিচালনা:-নিতুল,গগন
প্ৰযোজনা:-কনক শৰণীয়া (জান)
সংগীত সম্পাদনা:- হেমন্ত বড়ো
সংগীয়া:-ৰূপম শৰণীয়া
সুৰ:-নিতুল শৰণীয়া
কণ্ঠ শিল্পী:- নিতুল শৰণীয়া,পৰিমা শৰণীয়া
খাদ্য:- সাৱিত্ৰী শৰণীয়া,চম্পা শৰণীয়া,জোনালী শৰণীয়া,কমলেশ্বৰী শৰণীয়া
তেওঁ নাই যদিও আমাৰ মাজত জীয়াই ৰাখিছা তাৰ বাবে অশেষ ধন্যবাদ কাৰণ আপোনাকে তাক দিয়া মৰমবোৰ আৰু আমাক দিয়া সাহসবোৰৰ বাবে আজি আমি আমি হৈ জীয়াই থাকিব পাৰিছো লগতে শৰণীয়া জনগোষ্ঠীটো আৰু আগুৱাই লৈ যোৱা। গানটোৰ কথা বেলেগ কৈ একো নকও বহুত ধুনীয়া হৈছে
বহুত বহুত ধন্যবাদ🙏🙏🙏🙏 যুগমনি ভাইটিৰ আত্মাই চিৰ শান্তি পাওঁক তাৰেই প্ৰাৰ্থনা আমাৰ শিল্পী সমাজৰ পৰা সদায় থাকিব, তেওঁৰ জনগোষ্ঠীতোৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাক আমি কেতিয়াও পাহৰিব নোৱাৰা💚💚💚💚💚💚💚💚💚💚
🥺❤ শৰণীয়া হিচাপে গৌৰৱ কৰিছো.... সদায় আগবাঢ়ি যোৱা সকলোৱে.... সুন্দৰ হৈছে গীতটি লগতে অভিনয়....
Majja tamam khatra lagsi, joi sarania kachari joi
ধন্যবাদ ভাইটি
oh
মজা হচি কাকা আৰু আগবাঢ়ি জোৱা
নিতুল দা তোমালৈ মৰম থাকিল💚💚💚
অতি জনপ্ৰিয় ধুনীয়া লাগিল এই শৰণীয়া কছাৰী সংগীতো 🙂🙏🏻
বহুত বহুত ধন্যবাদ❤️🙏
Moza
Bohut bohut dhuniya
Moja hoyse dada Sarania hoy gorop koreso 😍💚💚💚
Bhut bhut dhonybad💚💚💚💚💚
Dhuniya
val lagil bht. dhuniya hyse.......
Mojaa lagise gan2. Ajihe salu. Supper hoisi👌👌👌👌👌👌👍👍👍👍👍
ধন্যবাদ দেই, অনুগ্ৰহ কৰি share কৰি দিব💚🙏
Mur xusakoi bhut val lagil geet to huni.. God bless you
আন্তৰিক ধন্যবাদ, ভোগালী বিহুৰ শুভেচ্ছা থাকিল💚🙏
@@s.krupamincrediblenortheas3096 mur falor prao Bhut Bhut subesa jasisolo tumaloi Bhogali bihur..
Nice song agoloike aag bari jowai sarania kochari jonogati to ☮✝💟💖❤⛪☮✝💟💖❤⛪
Bhut bhut dhanyabad❤️❤️❤️
Bohut bohut val lagil gan tu xuni my love song
বহুত বহুত ধন্যবাদ❤️
A moja Bhai jan
বহুত ধুনীয়া হৈছে 😍 আগলৈ আৰু ধুনীয়া ধুনীয়া গীত শুনিবলৈ বা দেখিবলৈ পাম বুলি আশা কৰিছোঁ😊😊। শৰণীয়া আপি আমি সদায় ধুনীয়া নহয়নে। ভাল লাগিল দাদা বাইদেউ সকল 💚💚❤️❤️💖💖।
সুন্দৰ হৈছে।পৰিমিতিবোধ আহিছে । অভিনন্দন ।
বাইদেউ ধন্যবাদ😊
ধন্যবাদ বাইদেউ, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো🙏💚💚💚💚💚
বিহুৰ বতৰত সুন্দৰ ভিডিঅটি চাই মজা লাগিল , concept মজা হৈছে 👌,এনেকৈয়ে আপোনালোকে আৰু মজা মজা ভিডিঅ দিব বুলি আশা থাকিল, এনেদৰে শৰণীয়া কছাৰী সজীৱ আৰু সেউজীয়া হৈ থাকক সদায়, জয়তু শৰণীয়া কছাৰী💚💚💚
দাদা গীতটি লগতে অভিনয় বহুত ধুনীয়া হৈছে আৰু আগলৈ নতুন নতুন গীত পাম বুলি আশা ৰাখিলো সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অভিন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ ৰূপম দা....
Nice dhuniya lagise গানটো
Amazing Rupam da
ধুনীয়া লাগিছে গানটো আশা কৰিছোঁ আগলৈও আমাক এনেকৈ যেন গানবোৰ উপহাৰ দি যোৱা, লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে 😊😊
ধন্যবাদ ভন্টি💚🙏
We are all sarania kashari proud of your group 💚💚💚...tq from dhamdhama
বহুত বহুত ধন্যবাদ, video টু share কৰি দিব দেই💚🙏
শৰণীয়া কছাৰী জনগোষ্ঠীক জীয়াই ৰখাৰ আপোনালোকৰ যি প্ৰয়াস সেয়া সঁচাকৈ মনত ৰাখিব লগীয়া। আগবাঢ়ি যাওঁক ... আপোনালোকৰ এই প্ৰচেষ্টাই সমগ্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীক অসমৰ আগত চিনাকী কৰাই দিছে ❤️❤️❤️
আৰু ডাঙৰ দাদাৰ বিয়াখন এই বছৰত খাবলৈ পাম বুলি আশা কৰিলো 👻👻
নিতুল দা আপুনি জুই🔥😍
আন্তৰিক ধন্যবাদ❤️ তোমালৈ বিয়া খাবলৈ তোমাক নিশ্চয় মাতিম🙏
স্বাগতম😍
বহুত ধুনীয়া হৈছে |
ধুনীয়া লাগিছে। 💚 আটালৈ অযুত শুভকামনা জনালোঁ দেই।❤️❤️❤️
Mojja Dada🥳🥳🥳 Nitul bhai❤
ভিদিওতু চাই মুখত মিচিকিয়া হাঁহি ৰল,বহুত ভাল লগিছে👌💚👌💚👌💚👌
😌❤
Koina jni borhiya dei👍👍
সুন্দৰ হৈছে দে
Bhut val lagil rupam dada
Wow bahut dhuniya vonti 🥰 good bless you vonti 👍👍👍🥰🥰
Mojaah অপেক্ষাৰ মূৰত
Moja lagshi👌👌
বহুত বহুত ধন্যবাদ, share কৰি দিবা দেই💚🙏
সম্পূৰ্ণকৈ চালো ধুনীয়া হৈছে ভাল লাগিছে👌👌 আগলৈ আকৌ ধুনীয়া ধুনীয়া এনেকুৱা অভিনয়ৰে সম্বৃদ্ধ ভিদিও দেখি থাকিম বুলি আশা ৰাখিলোঁ 👍👍
আন্তৰিক ধন্যবাদ💚❤️🙏 ভোগালী বিহুৰ শুভেচ্ছা থাকিল🙏
ধন্যবাদ
শৰণীয়া হিচাবে বহুত গৌৰৱৰ কথা ইমান ধুনীয়া হৈছে গানটো।মোৰ সকলোতকৈ ভাল লগা গান ।আৰু যাতে আগলৈ এনেকুৱা গান শুনিব পাওঁ ।💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚
বহুত বহুত ধন্যবাদ❤️❤️❤️❤️ লগ পোৱাৰ ইচ্ছা থাকিল।💚💚💚💚
নীচৈ কেতিয়াবা লগ পাম 💚💚💚💚💚
Dhunia 👌🔥😍 song
বহুত বহুত ধন্যবাদ💚🙏
অতি সুন্দৰ
Our dhamdhama is main❤️❤️
❤️❤️❤️👍
ধুনীয়া লাগিছে ভিডিঅটো চাই 😍😍💖
বহুত বহুত ধন্যবাদ💚
Pori congratulations👏👏 aru aguwai juwa tumi xubhkamona
ধন্যবাদ
Mojaa
আন্তৰিক ধন্যবাদ💚🙏
Khasakoi bhut val lagil sai ,,amar osrte suting krise ,,dhuniya sinari
বহুত বহুত ধন্যবাদ আপোনালৈ, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ💚🙏
মজা বুলি এতিয়াই কলো .... আকৌ কৰিম নতুন ভিডিঅ ...
Bhut bhut bise Val lagel daa video tu sai
Bohut dhuniya hoise
অশেষ ধন্যবাদ💚🙏
Dhuniya hoise ❤️🔥🔥🔥
বহুত বহুত ধন্যবাদ❤️🙏
Xundar hoise
ধন্যবাদ দেই💚🙏 অনুগ্ৰহ কৰি share কৰি দিব💚💚💚💚
Borhiya 👌 aguwaai juwa aru👍
Oti xundor
Mja hosi dada👌👌
ধন্যবাদ ভাইটি, অনুগ্ৰহ কৰি share কৰি দিবা দেই💚🙏
@@s.krupamincrediblenortheas3096 o di asu dada
Brhiya nitul
বহুত বহুত ধন্যবাদ💚🙏
Val lagise,, Rupam daa..
বহুত বহুত ধন্যবাদ💚🙏
Bohot vl lgil ❤❤❤💕💕
বহুত বহুত ধন্যবাদ💚🙏 অনুগ্ৰহ কৰি share কৰি দিব দেই💚
সুন্দৰ
বহুত বহুত ধন্যবাদ💚🙏
Maja
ধন্যবাদ💚🙏
Nice song...💕Proud of all team 💚💚💚
Tnq so much💚💚🙏
Dhuniya hoise
💖💖
Dhuniya hoise ❤️❤️
আন্তৰিক ধন্যবাদ🙏💚
Dhunia hoise
ধন্যবাদ দেই, অনুগ্ৰহ কৰি সকলোকে share কৰি দিয়ক💚💚💚
Sowali jonir voice to eman dhuniya lagise xunibor mon goi thake bare bare
Dhuniya hoise ....
Mojja
Akdom next level
ধন্যবাদ ভাইটি💚🙏
Bohria👍👍 ভবিষ্যত উজ্জ্বল কামনা কৰিলো।
💚💚💚ধুনিয়া 💚💚💚
Da agar kaitat koi aitu bht vl hoise gotei perfect lgise acting music🎶 tune lyrics❤🎼
বহুত বহুত ধন্যবাদ💚💚💚🙏
Mojja song
সুন্দৰ হৈছে
Bht vl lagil video to sai 🤗 Sarania kacharik loi hdai aguwai nibo buli akha krixu amr Nitul Da aru Rupam Da ♥️
ধন্যবাদ ভাইটি💚💚💚🙏
Mozza lagesa o sikun api
বহুত বহুত ধন্যবাদ💚🙏
Vall lagise Rupam da aru aguai jowa 👍❤️
ধন্যবাদ ভাইটি
গানটোৰ লগতে ভিডিওটো চাই বহুত বহুত ভাল লাগিল । আগলৈও ধুনীয়া ধুনীয়া ভিডিও পাম বুলি আশা থাকিল👍👍👍👍❤️❤️
আন্তৰিক ধন্যবাদ💚🙏
Moja 👌👌 song
👍👍 dhuniya lagise 💚💚🔥🔥
ধুনীয়া হৈছে। আগলৈও এনেকুৱা ভিডিও চাবলৈ পাম বুলি আশা কৰিলোঁ। 💕
ধন্যবাদ 😘😘😘দেই মাজনী
Dhuniya lagise
বহুত ধন্যবাদ 💚💚💚🙏🙏🙏
Bohut bohut hundor❤️❤️❤️❤️ .
Thank you
Mojaa hoise ❤
Moja Rupam da
ধন্যবাদ ভাইটি share কৰি দিয়া
xub dhunia lgil sai❤❤
Val lagil video to sy.....agoloy aru anedore video bony jawok.......amar Sarania jati to jate hokoluke sini py
বহুত বহুত ধন্যবাদ💚🙏 আশীৰ্বাদ কৰিব জাতিৰ বাবে কাম কৰি যাবলৈ💚💚💚💚
Dhuniya hoise bhyhot.. Aru yatkoi o jen dhuniya hoy ter a aakha karilu
Moi to tmm anjoy krilu ..next lvl😍😍
Dhuniya hoise vai gan to, I am from tamulpur.....
বহুত বহুত ধন্যবাদ💚💚💚💚💚 সকলোকে share কৰি দিব বুলি আশা কৰিলো🙏
Bhut Mojja lagise dada xokl BaiDeo. Xokl
ধন্যবাদ💚🙏
Mojaaaa👌👌👌
বহুত বহুত ধন্যবাদ💚💚💚
Mja lagisa
Tammam lagsi ।।
Suppperrr
ধন্যবাদ ❤️ share কৰি দিব🙏💚
Nice song💚💚
বহুত বহুত ধন্যবাদ💚🙏
Borhiya hoise Nitul n Rupam da.. agoloike enekuwa video pai thakim buli akha thakil.. enekoi aag bahi juwa.. Allah bless you 😘
❤️❤️❤️❤️ধন্যবাদ
Val hoise
বহুত বহুত ধন্যবাদ💚🙏
ধুনীয়া🤟 মজা 👏🙏
1M Views খুউৱ সোনকালে হওঁক তাৰেই কামনা কৰিলোঁ।
বহুত ধুনীয়া লাগিছে আগলৈ আৰু এনেকুৱা ভিদিঅ পাম বুলি আশা ৰাখিলোঁ💐💐💐 নহলে আমাৰ শৰণীয়া জাতিটো জীয়াই নাথাকিব গৈ 🥺
বহুত বহুত ধন্যবাদ দেই, আপোনাৰ লগত কথা পাতিবৰ মন আছে, যোগাযোগ কেনেকৈ কৰিম জনাবচোন💚🙏
❤❤❤❤❤ বঢ়িয়া
বৰ ভাল লাগিছে
আন্তৰিক ধন্যবাদ💚🙏
Bhut val lagisy 🥰🥰aru agoi jua