Bahut mnt porise schooloi..agote j hodai akhanpari hari hari koi bohi bandana koriclo ....miss you so much my friends and my school and sweet memories...joy niketoniyan....
Bor val loga niketonor parthonaa..mur lora k aibr ankurot admissn dsu..emn val lage hunile huni thakibo mon jai..Lora i bor val pai..hodai ratipua ru godhuli gai..phone t logai hunab lage hodai..❤❤
Bahut vl lagil . Amr lora soalik porua xubidha hoise... Thanku...
Hei agor dinbur monot pori goise,, jetiya ami prarthona korislu hari paati,
Bhl lage hei homoy bur❤️❤️♥️♥️♥️♥️♥️
বহুত ভাল লাগিল। ভাৰত মাতাৰ কী জয়।
সুপ্রভাত সুস্বাগতম খুব ভালো লাগলো প্রণাম
শংকৰ দেৱৰ ছাত্ৰী বুলি বহুত গৰ্ব অনুভৱ কৰোঁ 🙏 আমাৰ শংকৰ দেৱৰ নিকেতনবোৰে লৰা ছোৱালীক যিমান সংস্কাৰ দিব পৰিছে মই ভাবো আন কোনো স্কুলে দিব পৰা নাই 🙏❤️
জয়তু শংকৰ দেৱ বিদ্যা নিকেতন🙏❤️✨
মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বোকাজানৰ ছাত্ৰী বুলি গৌৰৱ অনুভৱ কৰো। বহুত মনত পৰিছে নিকেতনলৈ, পাহৰিব নোৱাৰা সেই সময় বোৰ, লগৰ লগৰীয়া সকল, আচাৰ্য্য - আচাৰ্য্যা আৰু সেই সকলোবোৰ প্ৰাৰ্থনা, বৰকৈ মনত পৰে।আকৌ সেই নিকেতনৰ দিনবোৰলৈ উভতি যাবলৈ বৰ মন যায়। 😭❤💝❤😭
Feeling so emotional. Khub bisari palu ai link tu. Thank u God. I miss my school days.
সচাই ভাল লাগে । মনটো পবিত্ৰ হয়।
মন প্ৰাণ শান্তি লাগি যায়,,,, আধ্যাত্মিকতা মানেই আত্মাৰ শান্তি,,,, ঔম শান্তি,,, ধন্যবাদ 🙏🙏🙏🙏
Bohut bohut dhanyavad ssn
ছোৱালীজনীৰ লগত ৰাতিপুৱা,গধুলি গাওঁ,মনটো বহুত শান্তুি লাগে।(শিৱসাগৰ।নিতাই পুখুৰী)
বহুত ভাল লাগে গাবলৈ আৰু শুনিবলৈ।👍🙏🙏
I believe our shankardev schools give us spiritual power
♥️♥️ শংকৰদেৱৰ সেই সোণালী সময়বোৰ চিৰযুগমীয়া
সচাই বহুত বহুত বহুত ভাল লাগে ।মনতো কিবা ভাল লাগি যায়।
বহুত ভাল লাগিছে, বুজাব নোৱাৰো কিমান ভাল লাগিছে। 🌹🌹🌹🌹🌹🌹🌹🌹
Moi yu sankadev shishu niketan Tanglar satri asilu... bhut proud feel kru.... Hei bidya loi khonloi ako uvoti jbo mon goise ❣️😇
শিক্ষা,সংস্কৃতিৰে লৰা ছোৱালীক সম্পদহিচাপে গঢ় দিয়াত শংকৰদেৱ শিশু নিকেতনৰ ভূমিকা অন্যতম। স্বয়মেৱ মৃগেন্দ্ৰতা❤️
জীৱনৰ যান্ত্ৰিকতাত পৰি ,শংকৰদেৱৰ এই বন্দনাক আৰু বেছিকৈ অনুভব কৰিব লৈছো..❤️✨🌻!!
Right😢
👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡
অতি সুন্দৰ❤❤❤
Me too!!
😊😊😊😊😊😊
SSN SIMEN CHAPARI...... Hei dinburoloi monot pori gol. 🙏🙏🙏🙏Thank you.
Bohut val hoise, agoloike anedore pai thakim buli akhare bat sai rolu.
Proud to be as a SSNian goreswar, BAKSA ,ASSAM🙏🙏💝💝
Xosay shankardev school bur bohut val
আজি দহ বছৰ পাৰ হৈ গল , নিকেতন খনলৈ বহুত মনত পৰে, এতিয়াও শুনি মনত বহুত শান্তি অনুভব কৰোঁ, প্ৰত্যেকটো শাৰীয়ে এতিয়াও মনত আছে
Bahut mnt porise schooloi..agote j hodai akhanpari hari hari koi bohi bandana koriclo ....miss you so much my friends and my school and sweet memories...joy niketoniyan....
প্ৰাতস্মৰণীয় প্ৰাথনাটো অতি ধুনীয়া লাগিল❤💚🙏🙏
Um
শংকৰদেৱ শিশু নিকেতনৰ ছাএী বুলি গৰ্ব অনুভব কৰো ,আজি তিনিবছৰ হল নিকেতন এৰি অহা তথাপিও ৰাতিপুৱা উঠি প্ৰাৰ্থনা গালে বা শুনিলে হে মনত শান্তি পাওঁ। Shankar dev sishu Vidya Niketan, Bartala 🙏😌
😮😮😂❤😮😅😮🎉😂😢😅
Ratipua Gaba
🎉❤❤❤😅😮😮😂❤❤
Vaal lgl. Joy guru sankar...
Moio Sankar dev sishu niketan,Howly t porhisilu ❤️ aru bohut proud feel hoi prathona bor suni atiyaw bohut miss koru 🥺🫂❤️
Bhut mnt pore Dee ai dinburole পাহৰিব নোৱাৰা কিছুমান স্মৃতি 😥😥
Nnenneeadkbsffm
Xuni xuni monot roi gol...😊😊Sankardev bidaniketon puranigudam...😊
সকলোকে ছমাহিলী পৰীক্ষাৰ আগন্তুক শুভেচ্ছা। সকলোৱে পৰীক্ষা ভাল কৰক এয়ে মোৰ সৰল প্ৰাৰ্থনা।🙏🙏
Val. Laga
@@dipikakalita5242 ?
Bohut val lgil huni❤️.......Miss krisu hai din bur🥺💕
SSVN:-Nitaipukhuri,Sivasagar
Bohut val lagil...
নমস্কাৰ, সুন্দৰ হৈছে।
Khub bhal lagil nijor school khonor prathana eta hunibole pai...
bohut bhal lagil.....
Bhut bhut vl lgil mn tu.. School or kotha mnt pri gol.. Tq
বহুত মনত পৰে স্কুলীয়া সেই সোনালী অতীত🙏🙏
সুন্দৰ হৈছে
ধন্যবাদ, মতামতৰ বাবে ৷
Proud to be an ssvn❤️ssvn, bilasipara ❤
Schoolor parthona Kuni khub val lagil
পাহৰিব নোৱাৰা স্মৃতি ❤️❤️(চিলাপথাৰ)
বহুত ধুনীয়া হৈছে
ধন্যবাদ থাকিল…
মনত পৰি গ'ল তাহানিৰ দিনবোৰলৈ🙏💞
জয়তো শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়ন (majuli 💚)
এজন আচাৰ্য দায়িত্ব ভাৰ লৈ সঁচাকৈ মই গৌৰম্বিত
সুন্দৰ প্ৰাৰ্থনা.....
ধন্যবাদ, মতামতৰ বাবে৷
ঢভমত উত্তৰ উত্তৰ উত্তৰ
I proud sankar dev sisu niketan ❤️ my boy student Nagaon , Assam 🙏🙏
Thank you aneke liki diya karone🙏🙏🙏
মনত পৰি গ'ল সেই সোনোৱালী দিন বোৰ (SSVN Malaybari)
ময়ো এগৰাকী আচাৰ্য হিচাপে খুব মনত পৰে । নিকেতনৰ এই মধুৰ সময় বোৰলৈ ।
Rhgh
সচায় বহুত মনত পৰে
Proud to be an ex SSN
hai thik y
Jone jone ai vid tu lock down t saise Like korok
শুনী বহুত ভাল লাগিছে ❤❤❤
ভাৰত মাতা কি জয় ❤❤❤🎉🎉🎉😅😅😅
আমি আমাৰ নিকেতনত সদায় সন্মান কৰিম ।
🙏🏻❤️
Thik koisa
Moiyu S.S.V.N.Bordolonire niketar geetbur bohut bhal lage
মই শংকৰদেৱ শিশু বিদ্য নিকেতনৰ ছাত্ৰ হৈ গব্ অনুভৱ কৰো
মই শংকৰদেৱত সপ্তম শ্ৰেণীত এতিয়াও পঢ়ি আছোঁ । বহুত ভাল লাগে যেতিয়া আমি সকলোৱে এইদৰে গাম।
এইটো। আমিও। নিকেতনত গাও
কোন খন বিদ্যালয়ৰ
@@kalitaeletrical512Sankar dev sishu Vidya Niketan
বিশ্বনাথ চাৰিআলি ৰ শংকৰদেৱ বিদ্যা নিকেতন মধুপুৰ, আমাৰ বিদ্যালয়
❤❤fkcbmsl
Bhut bhut vl lge
শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰ প্ৰাক্তন ছাত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ।😌❤️
সোনালী দিনবোৰ মনত পৰে.
বহুত বহুত ধন্যবাদ থাকিল
ধুনীয়া
নিকেতন এৰি অহা ৫ বছৰ হল , কিন্তু আজিও বন্দনা প্ৰাৰ্থনা শুনি গাৰ নোম শিহৰি উঠিল ।
শংকৰদেৱ শিশু নিকেতন ভাওৰাগুৰি, কোকৰাঝাৰ
বহুত ভাল লাগিছে 😘
That were the best days of our school 😭😭
Bhut Miss korim❤❤😢😢
আমাৰ ল'ৰাটো নগাঁওৰ তেতিয়া গাঁৱৰ ছাত্ৰ একে প্ৰাথনা বহুতো ভাল লাগে।
এই সংগীত টো অতি আপোন
শঙ্কৰদেৱ শিশু নিকেতন সৰ্থেবাৰী
Niketon arar 13 bosor a hol.parthanai atiwao mok manshik santi diwe.....sokolo niketonr asarjoloi mor suprovat jonaiso...🙏🏻🙏🏻🙏🏻
Happy new class to all Shankatdev students.❤❤
Bisari asilu bht dinr pra...bht vl lgil. ..
মতামতৰ বাবে বহুত ধন্যবাদ ৷
I'm from S.V.N Bhakatgaon
🙏🙏
I miss my school 😔😔
I miss my school days
Mee 2
ছোটো বেলার কথা মনেপরে😍😭😍😭😘
Monot pori gol mur school khonoloi bohut val lagil (SSVN Raha)
সুন্দর লেগেছে।।।। ধন্যবাদ
ধন্যবাদ…
Bor val loga niketonor parthonaa..mur lora k aibr ankurot admissn dsu..emn val lage hunile huni thakibo mon jai..Lora i bor val pai..hodai ratipua ru godhuli gai..phone t logai hunab lage hodai..❤❤
আজি দুই বছৰ হ'ল শংকৰদেৱ এৰি আহিবলৈ কিন্তু মোৰ শংকৰদেৱ খনৰ সকলো পাৰ্থনা এতিয়াও গাওঁ 🙏🏻🙏🏻🙏🏻👍🏻👍🏻
Bohut val lage... Moi u SSN ar satri asilu.. (Gameri,Helem)
💎Proud to be a Saraswatian!!!!!! ☄️
সৰল...মধুৰ... সেই সময় ..সেই সোণালী সুদিন মনত পৰি গ'ল !!(SSVN Mangaldai)
Osadharon amader school er ami school a Kortam
Val lagil❤
শুনিলে নিজৰ স্কুলৰ দিনবোৰ মনত পৰি যায়🙏 শঙ্কৰদেৱ শিশু নিকেতন দলগোমা ৰ ছাত্ৰী মই এতিয়া সেইখন নিকেতনৰ আচাৰ্যা 😊
Val lagile da (SSVN)KARIA NALBARI 🥰
আচাৰ্য্য - আচাৰ্য্যা সোমাই আহোঁতে কোৱা 🗣️- *আচাৰ্য্য/আচাৰ্য্যা নমস্কাৰ!*🙏🏻
কেতিয়াও পাহৰিব নোৱাৰিম।
শংকৰদেৱ শিশু নিকেতন, আমাৰ নিকেতন! 🙇🫂
বহুত ভাল লাগিল 🙏🙏🙏
monot pori gol hei schooliya jibon...jai ssn...
Moi Sankardev shishu niketon kalaigaon t porhisilu eaibar biday lolo bahut monot pore😭😭😭 atiyao gao moi maje maje
বহুত ভাল লাগিল অমাৰ বিদ্যালয় খনৰ প্ৰাৰ্থনা তো শুনি
মনত পৰি আকৌ সেই দিনবোৰলৈ🥺
Miss those days 💕💕💕
moi class 9 r studen hoi bohut bhal lage jetiya ami akeloge gau
i love my school ♥
tinsukia [kakopothar]
Bohut val hoise❤
I miss my school days ♥️
I miss my best friend and my School
🕉💙🙏🏻 Sada Botsola Matri Bhumi Krishno Ram
I love you phoulbari nikaton
বহুত ভাল লাগে ।