Xundor lagil.Manuhjone sokure nedekhe kintu eman dhuniyakoi dhul ti bojaise kiba eta val lagise.Vogowane axirbad korok teu jate enekoie hodai hahi furti kori thake
এটা কথা বুজি নাপালো শংকৰ সংঘৰ অধিবেশনবোৰত আমাৰ লুপ্তপ্ৰায় সংস্কৃতিবোৰ যেনে ওজা-পালি আদি প্ৰদৰ্শনৰ বাবে এটা সুযোগ কিয় নিদিয়ে এনেকুৱা প্ৰতিভাসম্পৰ্ন্ন লোকসকলক?!!?
বৰ মূল্যবান ব্যক্তি , প্ৰতিভা ভৰপুৰ আছে । উচিত ঠাই পালে সন্মানিত হব । ৰাইজে গুৰুত্ব দিব লাগে ।
🙏
🙏🙏
🙏
🙏
Umm 🤔💗
সুন্দৰকৈ বজায়ছে ভগবানে কুশলে ৰাখক👍👍
Bohut val lagil Dada
ঢোলৰ ওজা। ভাল খুন্দিছে
সুন্দৰ প্ৰদৰ্শন। চৰকাৰে এনেবোৰ শিল্পীক আগুৱাই যাবলৈ সুবিধা কৰিব লাগে।
চকু দুটাহে নিদিলে ভগবানে ..কিন্তু কল্পনা কৰা পৃথিবী খন আৰু প্ৰতিভাবোৰ সুন্দৰ কৈ দিচে
অতি কৈ সুন্দৰ কন্ঠ | ধুলীয়া জনলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো | কৃষ্ণ কৃষ্ণ |
Krishno krishno krishno bor hundor lagesay🙏🙏🙏🙏
ভাষা নাই বৰ্ণনা কৰিবলে 🙌 অতি অপূৰ্ব
সুন্দৰ বহুত বহুত বহুত সুন্দৰ ভাষা নাই সঁচাকৈ অপূৰ্ব বহুত বহুত ভাল লাগিল সেৱা জনাইছোঁ আপোনাৰ প্ৰতিভাক ।❤❤❤❤❤
মানুহ জনক সকলোৱে উৎসাহিত কৰা উচিত
Bhut vl lagil aru aguwai juwa
Kaita man seu bojaise bahut vl vl dhuliyai u bojabo nuaribo . Vl lgil lora jonor protiva dekhi.
যিসে বজাইছে উজাই ও পট্টা নাপাব so amazing 😱😱😱😱😱😱
খুৱ সুন্দৰ
Mozza
অভূতপূৰ্ব প্ৰদৰ্শন ! সুন্দৰ ঢোল বাদন ! অঞ্চলটোৰ সমাজখনে এইগৰাকী ঢোল বাদকক উপযুক্ত সুবিধা আৰু সন্মান দিলে বহু সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ !!🙏🙏🙏
বৰ ধুনীয়া কৈ বজাইচে ।।।❤️🔥❤️
Xundor lagil.Manuhjone sokure nedekhe kintu eman dhuniyakoi dhul ti bojaise kiba eta val lagise.Vogowane axirbad korok teu jate enekoie hodai hahi furti kori thake
কন্ঠও খুব সুন্দৰ 😍
O m g 😳😳😳👏👏👏
Ta ghuri ghuri thak,,,,,,, tamam vai.... Hatsoff
Bohut ae val lagile.dadak pronam
❤ ভাষা নাই কবলৈ ককাইদেউ জনলৈ মৰম আৰু হেওৱা জনালোঁ
অতি সুন্দৰ কবলৈ ভাষা নাই
Dhunia hoise hundr
জয় জয়তে ঢোলিয়াজনলৈ বিহূৰ হিয়াভৰা মৰম যাচিলো। লগতে দীৰ্ঘায়ু কামনা কৰিছো। শেষত অসমবাসিলৈ ঐক্যৱদ্ধ এক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মোৰ আকুল আহ্বান। from sodiya.
Val val dhuliyat koi val bojaise....iman bur sapor eke logei..ultimate...
চকু থকা হ'লে ,বৰ দুখ লাগে। খুব ধুনীয়াকৈ বজাইছে।
Aasorit palu.
অতিধুনীয়া🥰🥰🥰🥰❤️❤️👍👌
Bohut hundor dei,god bless you
Oti hundor Hyse
Happy Rongali bihu All..Sob happy thakok vale kukhole
💜💜𝙗𝙝𝙪𝙩 𝙙𝙝𝙪𝙣𝙞𝙮𝙖....
Iman dhunuake bajaise..video tu hompurnokoi nasai nowarilo..😍
RUclipsr জনক ধন্যবাদ জনালোঁ। যিবিলাক মানুহে video টো চাইছে please share কৰক।
Thank you so much
Really awesome...
Bohut dhunia lagil
🙏🙏🙏🙏🙏🙏🙏🙏ভাগ্যবান নহলো মই নহলে হয়তো এই প্ৰতিভাক মই সন্মুখৰ পৰা উপভোগ কৰিব পাৰিলোঁ হয়।।আশীৰ্বাদ কৰিছোঁ আপোনাৰ chennel টো আৰু আগুৱাই যাওক আৰু এই video টো 1milionহব লাগে সকলোৱে share কৰক।।🙏🙏🙏
ভগৱানৰ আশীৰ্বাদ আছে,এদিন সকলোৱে চিনি পাব
প্ৰণাম জনালোঁ দাদা । আপোনাৰ প্ৰতিভা বিশ্বজনীন হওক ।
:-!=)=)=)=)=):-!=)=)=)@-)
Ufff dada ❤️❤️
Bes furtiban manuh dai ❤️❤️
Khub val bojaise.....👍👍
gd bless u.
Kamal da 💥💥
Mojjaaaaa 👍🙏🙏🙏
Mojja dada
সঁচাকৈ তুলনা কৰিব নোৱাৰা প্ৰতিভা । এইয়া হৈছে ভগৱানৰেই দান। সাধাৰণতে আমি চকুৰে নেদেখা অন্ধ মানুহক বহুত বেয়া চকুৰে বা বেয়া ব্যৱহাৰ কৰোঁ। কিন্তু আজি চকুৰে নেদেখা মানুহ জনে যি প্ৰতিভা দেখুওৱালে তেখেতৰ প্ৰতিভাক সন্মান কৰিব লাগে,আৰু তেখেতক ভাল সুবিধা দিব লাগে। কোনোবাই যাতে ভাল সুবিধা দিয়ে তাৰেই ভগৱনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏
বহুত উৎসাহ আছে তেখেতৰ
Thank God bless you bro up God ne aur gyan se var de taki up ko kisi ka kami na ho
এওঁৰ প্ৰতিভা সুন্দৰ
💝🔥🔥🔥🔥dise re
Bohut dhulia dekhilu...kintu aijon hokolutkoi uporot rakhilu...
সুন্দৰ, তেখেতৰ কুশল কামনা কৰিলোঁ।
বহুত মজ্জা
এনে প্ৰতিভাক সন্মান জনাইছোঁ,🙏
Bhut val lagil dhul badon tu.. Parile aru ata video diok val lagibo.. Akha korilu pam buli
Moja lagil
এটা কথা বুজি নাপালো শংকৰ সংঘৰ অধিবেশনবোৰত আমাৰ লুপ্তপ্ৰায় সংস্কৃতিবোৰ যেনে ওজা-পালি আদি প্ৰদৰ্শনৰ বাবে এটা সুযোগ কিয় নিদিয়ে এনেকুৱা প্ৰতিভাসম্পৰ্ন্ন লোকসকলক?!!?
Hosakoi dhulor Sapor huni apluto holu💞💞💞
Khub dhunia hoisy
Moza
আপোনাক মোৰ প্ৰণাম 🙏🏻 আপোনাৰ মুখৰ হাঁহি চাই মই নিজকে বুজালো কাৰণ আপোনাৰ কিবা এটা কম থকাৰ পিছত অ আপুনি ইমান সুখী আৰু মই চব থকাৰ পিছত অ দুখি 🙏🏻 আজিৰে পৰা মই আৰু দুখী হৈ নাথাকো 🙏🏻
Dada vogobane apunak hodai vale rakhon tare kamona korilu🙏. Inam dhuniea dhul bojaise apuni❤. Apunar potiva dekhi montu val lagi gol ❤❤.
আমি সকলোৱে সহায় কৰিব লাগে মানুহ জনক, ভগৱানে তেওঁক দিৰ্ঘজিবি কৰক,
অতি সুন্দৰ ।
Iswar maya
আচলতে প্ৰতিভা এইয়াই।।
So nice da da
আপোনাক শতকৌতি প্ৰণাম জনালো
শুনদৰ
অভিনন্দন ডাঙৰীয়া লৈ
God bless u
ঢোলৰ ৰগৰ কিন্তু মানিব লাগিব🙏
super
Sundar .vogobane teuk xohai korok
Hosakoi bhal lagel
Usorot thoka manuh bur video bonuat lagise manuhjonok Gamusa akhon delehoi bor Val lagil hoi🙏🙏
Moi kewol video বনুৱাই নহয় ajur নেগেৰা দুটামান বাঁহী দিছোঁ।।
Salute sir
Awww nice 👍👏👏👏👍👍👍😊
Bohut bhal
সুন্দৰ 👍👍
He. Is real hero
Best sir...
Vere.Nice. Good.
🙏❤
🙏
Bhut hundra ooo
Val lagil
A mojja mojja
Hundor
Hosake eman hundor bojaise
Bakon da❤
Nice ❤❤❤
Sai sai hepah palowa ni
Nice bro
👍
Amazing video