আকৌ জোনমণি ৰাভা । চিবিআয়ে লৈছে কঠোৰ পদক্ষেপ । ৭ আৰক্ষীৰ ওপৰত তদন্তৰ নিৰ্দেশ ।

Поделиться
HTML-код
  • Опубликовано: 5 окт 2024
  • আকৌ জোনমণি ৰাভা । চিবিআয়ে লৈছে কঠোৰ পদক্ষেপ । ৭ আৰক্ষীৰ ওপৰত তদন্তৰ নিৰ্দেশ । দুই গৃহৰক্ষী জোৱানক বৰ্খাস্ত ।
    জোনমনি ৰাভাৰ মৃত্যু-তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ ৭ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। তদন্তকাৰী সংস্থা CBIএ নিৰ্দেশ দিছে আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে। কৰ্তব্যত গাফিলতি, প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষীকেইজনৰ বিৰুদ্ধে।ইতিমধ্যে আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ বৰা, আনাৰুল ইছলাম নামৰ দুই গৃহৰক্ষী জোৱানক। তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষী লৈ পত্ৰ CBIৰ।
    পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা, হয়বৰগাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ টিএছআই উৎপল বৈশ্য, জখলাবন্ধাৰ উপ-পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ-পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেৱ বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ।
    জোনমণিৰ মাতৃ কিন্তু সন্তুষ্ট নহয় চিবিআইৰ পদক্ষেপকলৈ । বিশেষকৈ লীণা দলেৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰাকলৈ তেওঁ ক্ষোভ প্ৰকাশ কৰে । তেওঁৰ মতে ৰৌ বৰালী সৰকি যাব, পুথি খলিহনা ধৰি বাঃ বাঃ ল'ব । এই ভিডিঅ'টোত মাতৃগৰাকীয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা নিজৰ মনৰ কথা তুলি ধৰা হৈছে ।
    #assampolice
    #assampolicecurrentaffairs
    #assampolitics
    #news18assamne
    #assamesenews
    #cbi
    #cmoassam
    Some parts of this video is taken from ND24 chennal. I would like to take this opportunity to thank the channel.
    Hi,
    I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.
    About my channel
    This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
    My social link
    Blog- www.digitaldream24.in
    face book- / ratul.sarania.925
    Page - / digital-dream-64681774...
    Twiter- Ra...
    Instagram- / ratuldassarania
    e-mail- rsarania10@gmail.com

Комментарии • 7

  • @DevaChutia-oe1pq
    @DevaChutia-oe1pq 12 дней назад

    We want justice

  • @UpenKalita-z6y
    @UpenKalita-z6y 11 дней назад +2

    লীনা দলেক লাইটৰ খুটাত বান্ধি তপিনাত দুটা মান কোব দিলে ,সকলো কথা ওলাই পৰিব

  • @kkknagaranam9073
    @kkknagaranam9073 13 дней назад

    👍

  • @AjitGogoi-u1u
    @AjitGogoi-u1u 13 дней назад

    Junmoni rabha a niya pab lage Ami take bisaru hai kalpit keitak jetia loike fasi nhoi ba sirr jibon jail nhoi tetialoke junmoni attmai santi napai.

  • @phunuborah4727
    @phunuborah4727 13 дней назад

    Ghor koli jug nari, sadhu safety nai ane rojar dekh .be carefull

  • @abhinobbhuyan6785
    @abhinobbhuyan6785 10 дней назад

    Faltu news