ডিব্ৰুগড়ত ৰতন টাটাই দিয়া সেই বিশেষ ভাষণ শুনিলে আপুনিও আবেগিক হৈ পৰিব।

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 105

  • @bmshiksha7600
    @bmshiksha7600 3 месяца назад +40

    ৰতন টাটা সৰ্ব সাধাৰণ জনতাৰ হৃদয়ত সদায় থাকিব ।

  • @anupamphukan3617
    @anupamphukan3617 3 месяца назад +11

    ৰতন টাটা সদাই জীৱন্ত হৈ এ থাকিব ভাৰতৰ জনতাৰ মাজত

  • @KhanindraTalukdar-e6h
    @KhanindraTalukdar-e6h 3 месяца назад +2

    দুই চোৰ ধনী হৈ কেইজনৰ হৃদয়ত আছে!
    আৰু ৰতন টাটাই ভাৰত লগতে বিশ্ববাসীৰ হৃদয়ত আজীৱন থাকি গ'ল।

  • @Assam5305
    @Assam5305 3 месяца назад +8

    জীয়াই থাকোঁতেই দিব লাগিছিল ভাৰত ৰত্ন।

  • @M17-f5l
    @M17-f5l 3 месяца назад +9

    মহান ব্যক্তি জনৰ মৃত্যুৰ বাতৰিয়ে মনত বহোত দুখ দিলে৷জন্ম মানেই যে মৃত্যু তথাপি গুণীজন সদায় চিৰশমৰনী হৈ ৰব সমাজত সোণসেৰীয়া হৈ৷ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ সৰগতো যেন ভালে থাকক৷🙏🙏😭

  • @bijitsaikia2491
    @bijitsaikia2491 3 месяца назад +7

    Grate news korisa thanks to time8

  • @EdhanPatar-qr9ci
    @EdhanPatar-qr9ci 3 месяца назад +6

    ৰতনটাটাআমাৰ মাজত সদায় জীয়াই থাকক।

  • @KundonKondon
    @KundonKondon 3 месяца назад +26

    ৰতন টাটা আমাৰ দেশৰ গৌৰৱ। তেওঁৰ মৃত্যুৰ বাতৰিটো শুনি সচাকৈ বহুত দুখ লাগিচে। তেওঁৰ আত্মাই শান্তি লাভ কৰক। তেওঁ কোনোদিন মৃত্যু নহয়। তেওঁ চিৰদিন আমাৰ মাজত অমৰ হৈ থাকিব। লাখ লাখ মানুহক তেওঁ জীৱন দান দি থৈ গৈচে। কোটি কোটি মানুহৰ বাবে তেওঁ অনুপেৰনা। গতিকে তেওঁৰ নিচিনা এজন মানুহ মৃত্যু হবই নোৱাৰে। তেওঁ আমাৰ অন্তৰ আত্মাত সদায় জীয়াই থাকিব। 😭😭

  • @bichitra_konwar
    @bichitra_konwar 3 месяца назад +1

    ৰতন টাটা ভাৰতৰত্ন সন্মানৰ বাবে এজন উপযুক্ত ব্যক্তি আছিল আৰু থাকিব ।

  • @onlyyt8727
    @onlyyt8727 3 месяца назад +7

    তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে যেন তাকে ভগোবানৰ ওচৰত কামনা কৰিলো॥ FROM KOKRAJHAR ( ASSAM)❤❤❤❤❤❤❤

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe 3 месяца назад +3

    🙏🙏🙏ভগৱান স্বৰূপ ৰতন টাটাৰ নিচিনা দুখীয়াৰ বন্ধু হয়তো এই দুনিয়াত বহুত কম আছে,,নিজতকৈ আনৰ প্ৰতি বেছিকৈ গুৰুত্ব দিছিল,, সফলতাৰ আকাশ চুমিও সাধাৰণ মানুহৰ দুখ দুৰ্দশাৰ বুজ লৈ দুখীয়াৰ বাবে যি উপহাৰ দি গ'ল সেইয়া একোৰে লগত তুলনা কৰিব নোৱাৰোঁ,,সচাকৈ দেশবাসী হিচাপে অতুলনীয় মূল্যৱান সম্পদ হেৰুৱালোঁ,, তেওঁৰ পৰিচয় যেন সদায় বিশ্বৰ মাজত বিয়পি থাকে,,🙏🙏🙏 তেওঁৰ চিৰবিদেহী আত্মাই চিৰশান্তি পাওঁক 🙏🙏🙏

  • @BondipSonowal
    @BondipSonowal 3 месяца назад

    আমাৰ বাবে তেওঁ এজন ভগৱান। তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব 🙏🙏

  • @TridipBaruah-f2k
    @TridipBaruah-f2k 3 месяца назад +2

    এয়াই হ’ল সফল মানৱ জীৱনৰ উৎকৃষ্টতম উদাহৰণ

  • @indirakaman3828
    @indirakaman3828 3 месяца назад +1

    মহান ব্যক্তিৰ আত্মাৰ সদগতি লাভ কৰক তাৰে কামনা কৰিলো।

  • @bikikonwar3443
    @bikikonwar3443 3 месяца назад

    Real Hero 💪

  • @tarjenboru8760
    @tarjenboru8760 3 месяца назад

    Real Hero IN Nation... ❤

  • @BhanitaSingha
    @BhanitaSingha 3 месяца назад +2

    সাধাৰণ লোকৰ ভগবান

  • @nakibali4475
    @nakibali4475 3 месяца назад +1

    প্রকিত এই জন হে ধনী মানুহ ❤😢

  • @NayanikaUnofficial8877.
    @NayanikaUnofficial8877. 3 месяца назад +1

    আপুনি বহুত মহান , আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক ।❤❤❤❤️❤️❤️

  • @JayaDeka-mi2ow
    @JayaDeka-mi2ow 3 месяца назад

    ৰতন টাটা আমাৰ দেশৰ গৌৰৱ❤❤❤

  • @jayantakumarnath9562
    @jayantakumarnath9562 3 месяца назад +18

    ভাৰত ৰত্ন বঁটা দিলেও তেওঁ ভাৰতবৰ্ষক দি যোৱা অৱদানৰ লগত তুলনা নহয়।

  • @DBARMAN-v6c
    @DBARMAN-v6c 3 месяца назад +2

    ব্যক্তি হিচাপে সৎ,সৰল জনদৰদী ম মানৱতাবাদী লোক জন বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ব্যক্তি।

  • @shivamsarmah6174
    @shivamsarmah6174 3 месяца назад +2

    ৰতন টাটা সকলো ভাৰতীয় ৰ হৃদয়ত সদায় জীয়াই থাকিব।গতিকে তেওঁ ধনী হোৱাৰ প্ৰয়োজন নাই।কাৰন তেওঁ হৈছে নাৰায়নৰ অংশ।

  • @Hrishikesh-uj2tx
    @Hrishikesh-uj2tx 3 месяца назад +3

    Real hero ❤😢

  • @স্মৃতিহাজৰিকাগগৈ

    ৰতন টাটাক ভাৰত ৰত্নৰে বিভূষিত কৰক। এইজন মহান ব্যাক্তিক আমি শদধাৰে সুৱৰিছো

  • @upenkalita7103
    @upenkalita7103 3 месяца назад

    Salute

  • @devils2765
    @devils2765 3 месяца назад

    তেখেত জীয়াই থাকোঁতে সকলোৰে ভাৰত ৰত্ন পোৱাটো বিচাৰিছিল কিন্তু ৰাজনীতি বাবে তেওঁ ও মৰা পাছত হে ভাৰত ৰত্ন পাব এইয়াই আমৰ পৰম্পৰা এইয়াই আমৰ ৰাজনীতি

  • @mindrefresh715
    @mindrefresh715 3 месяца назад +1

    সঁচাকৈ তেওঁ অসম তথা নৱ-প্ৰজন্ম বাবে ঘহু চিন্তা কৰিছিল। তেওঁৰ দৰে চিন্তা কৰিব পাৰিবনে আম্বানি বা আদানি!!!?

  • @ptentertainment5744
    @ptentertainment5744 3 месяца назад

    Salute him!

  • @meghashreebora1441
    @meghashreebora1441 3 месяца назад +2

    Om Shanti

  • @jayantaseal6065
    @jayantaseal6065 3 месяца назад

    You are God for us

  • @DipankarSaikia-cl9tt
    @DipankarSaikia-cl9tt 3 месяца назад

    Moi vabu ene ejon luke aru alop din thoka hole ru bohut val val kam koril hoi , praise the lord 🙏🛐✝️😢😢

  • @binodagarwalla2345
    @binodagarwalla2345 3 месяца назад +1

    ‌তেখেতৰ মহান আত্মাই সৰগত চিৰ দিনৰ বাবে শান্তি লাভ কৰক। ,

  • @jitensarma1210
    @jitensarma1210 3 месяца назад +3

    ৰটন টাটাই যি অৱদান আৰু আদৰ্শ দি গ'ল সেয়া ভাৰতৰত্ন দিলেও বহুত কম হয় কিন্তু দিয়াতো অতি জৰুৰী।

    • @priyan9086
      @priyan9086 3 месяца назад +1

      Ratan Tata is not a man.He is a ambesador God ..He was send by God for the welfare of world .God bless his soul.

  • @rumiprabhadasvlogs2278
    @rumiprabhadasvlogs2278 3 месяца назад +1

    Legends Never Die Sir❤

  • @junmonibhuyan4511
    @junmonibhuyan4511 3 месяца назад

    O nice

  • @MunindraMunindra-e4s
    @MunindraMunindra-e4s 3 месяца назад

    Ratan Tata sir sap kaa Dil me he❤❤❤❤❤❤❤❤❤❤

  • @KanakNath1
    @KanakNath1 3 месяца назад +11

    মৃত্যুৰ পাছত যিমান সন্মান দিলেও অৰ্থহীন হয়।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад

      Ki maane ?

    • @KanakNath1
      @KanakNath1 3 месяца назад +2

      @@rajeshhazarika1663 মৃত্যুৰ পিছত মানুহক সন্মান দিলে মৃত্ ব্যক্তিয়ে গম নাপায় সেয়েহে জীৱিত কালত প্ৰাপ্যখিনি দিয়া উচিত

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад

      ​@@KanakNath1দিছিল বুলে কিন্তু তেখেতে নল'লে বুলে

  • @intajulzaman4393
    @intajulzaman4393 3 месяца назад +3

    Axome diba pare Akhon khadharan gamosa Ratan Tata k,kintu khadai puja Kari jam Maha manab Ratan Tatak

  • @krishnarabha9301
    @krishnarabha9301 3 месяца назад +1

    Om shanti....,

  • @sashibhatta5198
    @sashibhatta5198 3 месяца назад +3

    100 জনৰ মাজত নাছিল যদিও তেখেত আছিল সকলোৰে ওপৰত ৷ টকাৰেহে নাছিল, কিন্তু মৰ্যাদাৰে বহু গুণে ওপৰত আদানি, আম্বানীহঁততকৈ ৷ ৰতন টাটাকহে সিংহাসনত বহুৱাইছোঁ ৷ বাকীবোৰ বাঁহৰ মুঢ়াহে বহিব লাগিব ৷

  • @kameswarboro689
    @kameswarboro689 3 месяца назад

    🙏🙏🙏🙏🙏💐💐💐💐I love Ratan tata

  • @DhrubaJyotiRajkhowa-gu3iq
    @DhrubaJyotiRajkhowa-gu3iq 3 месяца назад

    Hodai amar mojot thakibo

  • @professionalunknown
    @professionalunknown 3 месяца назад +2

    🌷🌷Rip legend the real 💎 🌷🌷

  • @PardipPatangia
    @PardipPatangia 3 месяца назад +2

    Om santi😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @LaxmiGhosh-xi7lc
    @LaxmiGhosh-xi7lc 3 месяца назад +1

    তার আত্মার শান্তি কামনা করি

  • @milonjyotibora568
    @milonjyotibora568 3 месяца назад +1

  • @rumigogoi-tp4de
    @rumigogoi-tp4de 3 месяца назад

    🙏🙏🙏🙏🙏🙏🙏

  • @Moina424G
    @Moina424G 3 месяца назад

    আপোনাৰ আত্মাই সদগতি লাভ কৰক.... আপুনি সদায় আমাৰ মাজত থাকিব ❤❤😢😢❤❤

  • @JutikaBhuyan-o5v
    @JutikaBhuyan-o5v 3 месяца назад

    Ratan tata is a great

  • @SADAGARMILI
    @SADAGARMILI 3 месяца назад

    💐💐💐🙏🙏🙏

  • @d.a.channel7471
    @d.a.channel7471 3 месяца назад +1

    😢😢😢😢miss you sir tata

  • @Badge_F
    @Badge_F 3 месяца назад

    Legend never die🎉

  • @jurigogoimaina2493
    @jurigogoimaina2493 3 месяца назад +1

    🙏🙏

  • @bitoponsonowal9341
    @bitoponsonowal9341 3 месяца назад

    Om santi 🙏🙏🙏🙏🙏🙏

  • @hiragogoi5263
    @hiragogoi5263 3 месяца назад +1

    Roton Tata atmai hotgoti pauk
    Om Shanti Shanti.

  • @Uko7pra
    @Uko7pra 3 месяца назад +2

    BECAUSE 75% DONATE

  • @bitoponsonowal9341
    @bitoponsonowal9341 3 месяца назад

    Yes awarded him BHARAT RATNA.

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 3 месяца назад +3

    So sorry.The great Raton Tata.

  • @bhabadharpegu4911
    @bhabadharpegu4911 3 месяца назад +1

    Rip😢😢😢😢😢

  • @biswjitbarman-hb8ls
    @biswjitbarman-hb8ls 3 месяца назад

    Bharatratna dibo Lage

  • @Abhishek-p1l1d
    @Abhishek-p1l1d 3 месяца назад +1

    Ambani income 97 billion
    Ratan tata invest 102 billion
    This is called tata power 🙏

  • @PradipDas-or8oo
    @PradipDas-or8oo 3 месяца назад +1

    🙏🙏🙏😭

  • @intajulzaman4393
    @intajulzaman4393 3 месяца назад +1

    No,Bharat Ratna Adani n Ambani paba lage

  • @sacindradeka8192
    @sacindradeka8192 3 месяца назад +3

    Tata ক নহয়,আদানী আৰু আম্বানীক হে ভাৰত ৰত্ন দিব চৰকাৰে।

    • @surajsonowal9339
      @surajsonowal9339 3 месяца назад

      Heai keai tai nise/lutise aru TATA Debe Dise .

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 3 месяца назад +1

    😢😢😢❤

  • @jwngsarswargiaryofficial1276
    @jwngsarswargiaryofficial1276 3 месяца назад +1

    😭😭😭😭😭😭😭😭😭

  • @darkyt2531
    @darkyt2531 3 месяца назад +2

    Bharot Rotna dibo.

  • @dilipsaikia2179
    @dilipsaikia2179 3 месяца назад +1

    ভাৰত ৰত্ন দিব লাগে

  • @sanditnabensa1549
    @sanditnabensa1549 3 месяца назад

    Rest in peace 🥹😥
    Om shanti 🙏🏻🙏🏻

  • @ParameswarDas-eq9sd
    @ParameswarDas-eq9sd 3 месяца назад

    We have lost great man

  • @HonuPhukan
    @HonuPhukan 3 месяца назад

    Ratan Tata Amar hoi rol

  • @ashimmanta7909
    @ashimmanta7909 3 месяца назад

    ,🙏🙏🙏😢😢😢♥️♥️♥️

  • @bijitsaikia2491
    @bijitsaikia2491 3 месяца назад +1

    Bor badona dayok um santi

  • @assamnoobgamer9752
    @assamnoobgamer9752 3 месяца назад +1

    ইমান অবদান থকাৰ পিছতো জীয়াই থকা সময়ত ভাৰত ৰত্ন বতাহ প্ৰদান নকৰিলে কিয় দুখৰ কথা।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад

      বতাহ নহয় বঁটা হে😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 месяца назад

      আমাৰ দেশত আকৌ মানুহ এজন ধুকুৱাৰ পিছত হে দিয়ে।

  • @AchenChutia
    @AchenChutia 3 месяца назад

    😢😢😢😢

  • @pradipkumarnath6888
    @pradipkumarnath6888 3 месяца назад

    তে অসমত অসমীয়া স্বভিমানৰ প্ৰতীক খন অসমীয়া কিয় উপলুঙা কৰিলে ??? প্ৰধান মন্ত্ৰী কি দিয়া বিনিময়ত আৰু ৰতন টাটা ক দিয়া অসমৰ অসমীয়া স্বভিমান ৰ প্ৰতীক খন দিওঁতে কিয় কলা বগা পাথ্যক কৰি দেখুৱালে !

  • @tokhsirulmobin5697
    @tokhsirulmobin5697 3 месяца назад +1

    😢😢

  • @invisibledreams8466
    @invisibledreams8466 3 месяца назад

    Ratan tata ejon mohan byokti..aru Mukesh Ambani business man

  • @PardipPatangia
    @PardipPatangia 3 месяца назад +1

    😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @RAJUHIRA1234
    @RAJUHIRA1234 3 месяца назад

    Teur aatmai jen siro hanti lav korok 🙏🙏🙏

  • @intajulzaman4393
    @intajulzaman4393 3 месяца назад +1

    Selut Ratan Tata,aponar dare worldt 2nd nahe

  • @ArpanaKonwar-j6o
    @ArpanaKonwar-j6o 3 месяца назад +1

    RIP

  • @priyan9086
    @priyan9086 3 месяца назад

    Sir Ratan Tata is died He must live in haven for the people of world

  • @jurisensua-qz1iq
    @jurisensua-qz1iq 3 месяца назад

    Tokare dhoni huatu dangor kotha nohoi.kintu bishwar xokolure ontor joi koribopora jonhe asol dhoni luk. Teor bidehi atmai siro xanti paok
    .

  • @JackPwali
    @JackPwali 3 месяца назад

    😂তেখেতৰ আত্মাই শান্তি পাওক

  • @assameseorganisation
    @assameseorganisation 3 месяца назад +2

    Rip

  • @sisirsing2771
    @sisirsing2771 3 месяца назад

    𝗚𝗮𝗿𝗶𝗯𝗼𝗻 𝗸𝗮 𝗺𝗮𝘀𝗶𝗵𝗮

  • @TuleswarBoruah
    @TuleswarBoruah 3 месяца назад

    Roton Tatar .Luhare.Mur Ghar Bonaisu.Tekhetar.Admai Hanti pawok

  • @fazlulbarbhuiya7420
    @fazlulbarbhuiya7420 3 месяца назад

    Krn itanu muslim

  • @RamSita-kf8pw
    @RamSita-kf8pw 3 месяца назад

    🙏🙏🙏🙏

  • @sunilphukan1287
    @sunilphukan1287 3 месяца назад +1

    RIP

  • @mithundebnath3572
    @mithundebnath3572 3 месяца назад

    🙏🙏🙏🙏