After my marriage I learned a very good lesson of marriage life. we are 3girls of our parents n similarly my hubby is like there’s own son. they are very happy to having son in law like him. We also do fight, doing arguments but we solved together because after that we are husband wife ❤ 7year relationship and 1 and Half year marriage n we are HAPPY TOGETHER 💕
Short flim ত দিছে Assamese বুলি কিন্তু ত তাত অসমীয়া শব্দ খুব কম প্ৰকাশ পাইছে চাই ভাল লাগিছে কিন্তু অসমীয়া শব্দ কোৱা হ'লে হয়তো আৰু বেচি ভাল হ'ল হয় আৰু আমিয়েই যদি অসমীয়া নকৱ কোনে কব বেলেগ ঠাইৰ পৰা অহা মানুহে নিজৰ ভাষাতহে কথা কয় কিন্তু আমি হে সৰু ভাষাতো কবলৈ বেয়া পোৱা হয় আপোনালোকে বহুতো ভাল অভিনয় কৰিছে কিন্তু ময় মোৰ বৰ্তমান সময়ত চলি থকা কথাতোহে মতামত দিছো
হয় দিয়া ও কি কবা ভাল নলগা হৈছে কিছুমান বস্তু😡 অসমীয়া ভাষাটো কিয় যে এনে কৰে🙏 please নকৰিব যদি ইছা নাথাকে Englisht এ বনাব বুজিছা দুখ লাগে কিছুমান বস্ত দেখিলে
Amazing stry Dada aru baa Every scene is to gd 👍🏻👍🏻 Lv marriage ya arrange marriage hk kajiya br thke he buli ketia u bhul decision lbo nlge pst goi bht agt puwa hoi Real lfe Stry kntu bht vl lgl saii
Nowadays, some people have not patience to solve a minor misunderstanding with their partner. Please keep patience everyone. Life is short so we should live happily with our loved ones 🤍
Wow what a concept, really it's mind blowing, is this just goosebumps 🤞🥰✨️💫 Guys u are so lucky to being there and it's Good massage to sharing to us .. thanks a lot 💚❤️
আজি কালি সকলোবোৰ মৰ্ডাৰ্ণ হল, ইংৰাজী চিনেমা চোৱা যেন লাগিছে।
Hosakoi😂
এনেই চব ঠিকেই আছিল কিন্তু অসমীয়া ছুটি কথা ছবি ত যদি সকলোবোৰ অসমীয়া ভাষাৰে হল হেঁতেন আজি মই কলোঁ হেঁতেন খুব সুন্দৰ হৈছে বুলি 🙏 দুখৰ কথা অসমীয়া সমাজ ৰ নিজৰ অসমীয়া ভাষা টো বৰ্জনৰ এই আদৰ্শ বোৰ ভাল নালাগে 🙏 বেয়া নাপাব কোৱাৰ কাৰণে অসমীয়া বুলি এনেই কৈ থাকিলে নহয় বিদেশৰ ভাষা সংস্কৃতি এৰি নিজৰ সংস্কৃতি টো ভালকৈ উপস্থাপন কৰক যাতে বাহিৰৰ মানুহে চাই অসমৰ পৰা কিবা এটা শিকিব পাৰে 🙏🙏নিজৰ সংস্কৃতি ভাষা টো বৰ্জন কৰিলে অসমীয়া ৰ অৰ্থ একো নাথাকিব🙏🙏 বেয়া লাগিল এইবোৰ দেখি ❤️অভিনয় কৰিছে বুজিছো কিন্তু এজন অসমীয়া হিচাপে লাজ ও লাগিছে , বেয়া ও লাগিছে🙏
Muru akei goti ,..........emn English kobo mon ase jodii ...... title English dibo lagesile
Ans
Mnr kotha koi dile apuni
Thikai koisaa...bor English flisaa 😏
Dislike টো একমাত্ৰ ইংৰাজী শব্দকেইটাৰ বাবেই দিছোঁ অসমীয়া হৈ ব্যক্তিতাৰ পিছত জয় আই অসম বুলি গৌৰৱ কৰিলেই নহয় , ভাষাৰ সুৰক্ষাত গুৰুত্ব প্ৰদান কৰা উচিত ......... অসমীয়া ভাষা সুৰক্ষাৰ বাবে তেওঁলোকৰ দৰেই মানুহবোৰেই বৰ বৰ কথা কয় কিন্তু তেওঁলোকেই তেনেকুৱা কাম কৰি গ'লে নৱ-প্ৰজন্মৰ বাবে আদৰ্শ বুলি একো নাথাকিব গৈ । বৰ দুখ পালো ।
অসমীয়া ভাষাৰ শ্ৰাদ্ধ খোৱাৰ মন নাছিল । অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ
After my marriage I learned a very good lesson of marriage life. we are 3girls of our parents n similarly my hubby is like there’s own son. they are very happy to having son in law like him. We also do fight, doing arguments but we solved together because after that we are husband wife ❤ 7year relationship and 1 and Half year marriage n we are HAPPY TOGETHER 💕
Aru mare xodai gakhir sah akap bonai thinar biskit loi mule roi thake is Epic ❤️🔥
This video has no 1 Clear line without Assamese English mixing 🙄..
Short flim ত দিছে Assamese বুলি কিন্তু ত তাত অসমীয়া শব্দ খুব কম প্ৰকাশ পাইছে চাই ভাল লাগিছে কিন্তু অসমীয়া শব্দ কোৱা হ'লে হয়তো আৰু বেচি ভাল হ'ল হয় আৰু আমিয়েই যদি অসমীয়া নকৱ কোনে কব বেলেগ ঠাইৰ পৰা অহা মানুহে নিজৰ ভাষাতহে কথা কয় কিন্তু আমি হে সৰু ভাষাতো কবলৈ বেয়া পোৱা হয় আপোনালোকে বহুতো ভাল অভিনয় কৰিছে কিন্তু ময় মোৰ বৰ্তমান সময়ত চলি থকা কথাতোহে মতামত দিছো
হয় দিয়া ও কি কবা ভাল নলগা হৈছে কিছুমান বস্তু😡 অসমীয়া ভাষাটো কিয় যে এনে কৰে🙏 please নকৰিব যদি ইছা নাথাকে Englisht এ বনাব বুজিছা দুখ লাগে কিছুমান বস্ত দেখিলে
একমত
আপোনি ঠিক কথাই কৈছে
Right....
আজিকালি এনেকুৱাই হৈ গৈছে সকলোবোৰ।
অসমীয়া ভাষা ক'ত গল ভাল লাগিল বুলি নকওঁ ইয়াত দেখোন পাচাত্যৰ বতাহক হে স্থান দিয়া হৈছে ।।
সামগ্ৰিকভাৱে এইখন অতি ধুনীয়া চুটি ছবি মই মান্তি হ'ব লাগিব কিন্তু মই সুধিব বিচাৰিছো যে ইংৰাজী শব্দবোৰৰ ঠাইত বিশুদ্ধ অসমীয়া শব্দবোৰ ল'ব নোৱাৰিনে? আপোনালোক সকলোৱে আমাৰ পৰিচয়ক প্ৰতিনিধিত্ব কৰাৰ বাবে ইয়াৰ দিশে আগবাঢ়িলে অধিক ভাল শুনা যাব। গতিকে আমাৰ বিশুদ্ধতম মাতৃভাষাৰে এনে ছবি চালে ভাল লাগে। অতি সন্মানসহ ভাবে এয়া মাথোঁ এক উপদেশহে, কোনোৱে যেন এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি নকৰে।😊
Amazing stry Dada aru baa
Every scene is to gd 👍🏻👍🏻
Lv marriage ya arrange marriage hk kajiya br thke he buli ketia u bhul decision lbo nlge pst goi bht agt puwa hoi
Real lfe
Stry kntu bht vl lgl saii
Dhuniya lagil sai sokupani ulai goise...apun jonok xomoy dibo lage xodai💝💝💝
Nowadays, some people have not patience to solve a minor misunderstanding with their partner. Please keep patience everyone. Life is short so we should live happily with our loved ones 🤍
Very nice script, acting and direction 👌🏻👌🏻👌🏻👌🏻.. keep up the good work 👍🏻
Bohut vl lagil sai kintu Amer ñijor vaxa tu kom ke gurutto dia hoise Englishr beboha besi hoise🙂
What a wonderful storyline.... a simple way for a greater & deeper vision of love. Loved it so much.
Thank you so much brother. ❤🙏🏻
So cute 😋
Xakalure abhinoy moja lagise
Jeanette the stunner 😍😍😍♥️♥️♥️
Trust the time. Everything will be alright in time. ❤️
Cinematography is awesome... And the story really amazing 🤩🤩
Val lagil sai❤
ভালেই হৈছে কিন্তু সকলো বোৰ কথা বতৰা অসমীয়া হোৱা হলে বেছি ভাল হল হৈ বাকী বহুত ধুনীয়া হৈছে
Stry❤😊
Dislike টো একমাত্ৰ ইংৰাজী শব্দকেইটাৰ বাবেই দিছোঁ। এগৰাকী অসমীয়া হৈ ব্যক্তিতাৰ পিছত জয় আই অসম বুলি ক'লেই ভাষাৰ প্ৰতি থকা দায়িত্ব শেষ হৈ নাযায় । ভাষাৰ সুৰক্ষাত গুৰুত্ব প্ৰদান কৰা উচিত ......... অসমীয়া ভাষা সুৰক্ষাৰ বাবে তেওঁলোকৰ দৰেই মানুহবোৰেই বৰ বৰ কথা কয় কিন্তু তেওঁলোকেই তেনেকুৱা কাম কৰি গ'লে নৱ-প্ৰজন্মৰ বাবে আদৰ্শ বুলি একো নাথাকিব গৈ । বৰ দুখ পালো ।
❤️❤️❤️
Something 🆒
Val lagil sai ❤️Love from tezpur ❤️
waao doli baaaaa super
Val lagise love from sipajhar 🥰❤️
A mojjjjjaa lagise ❤️
Story bht vl lagil
Bor bhal lagil sai.....❤️
Wow
Borhiya
❤
Wow what a concept, really it's mind blowing, is this just goosebumps 🤞🥰✨️💫 Guys u are so lucky to being there and it's Good massage to sharing to us .. thanks a lot 💚❤️
❤️❤️🧿❤️❤️
Mor fevrt 🥰😍🥰
Val lagise❤️🥰 kintu English tu bhut besike koise😒 Buji ponai maje maje 😊
Vary nice 👍
Moja ♥️♥️♥️
Very nice video 🎉❤
Story and acting was good but sorry to say English r majot he assamese kua nisina lgise...English tu Kom hua hole vl lgl hoi
Ajikali Assamese kua manuh nai aiii sobaii English t he kotha pate..... Assamese flim Assamese t patibo lage hoi nai bruu👍
Hai2 kobolei ahixilu msg2 pohi vl lgil
@@Indrani-w2choi...hai ktha tu kysu...knka lga..huni...bonla assam.t bonuwa hoklu nhla english.t.
Hsake aji kali Assamese flim burot je he English koi oo ram ram 🙌😃
xosshai
Loved it totally ❤️❤️
Heartwarming ❤️
Dhuniya hoise ❤
😊❤😚😍😘
Bohut vaal lagil saai...
Bhut vl lgile ❤️🥰
❤❤❤❤❤
English short flm
Just wowww....heart touching..
Love from golaghat........💘😊
Cute. Story ❤️
😌💗
Totally awesome 👍
such a pretty story💞
thank you 🙏🏻
Bahut bhal lagil ❤️ Merry Christmas to all of you 🎄🥰
Parila English short film a bonabo.assamese short film bonai anekuwa nkribo.
Assamese short film buli nidileu holheten
Who is the female singer
Bhal lagil but assames storyt English base hoise
Aii khon r name Assamese short film he asill but English short film jen lgise
Ultra modernদেখাব গৈ অসমীয়া ছুটি ছবিৰ মা বেহেন কৰি দিলে আৰে ই
Imn dhunia concept😌
Just Wow ❤️
কবলৈ গলে নামটো অসমীয়া চুটি ছবি কিন্তু কলা-কৌশলীসকলৰ সংলাপ দেখি এখন English short film চোৱা যেন লাগিল 😢 নহয় জানো 😊
Happy Christmas ⛄🎄💖💖💖
আৰে ভাই অসমীয়াত বনাইছা টো সাধাৰ ভাবে বুজি পোৱা কৈ এ বনুৱাচোন আৰু সেই যে মাজে মাজে ইংৰাজী খিনি বমি কৰি থাকিব লগীয়া একো নাই ইংৰাজী কলে মানুহক জনা শুনা ভদ্ৰ নেদেখাই বা নুবুজাই
Vaal hoise
Jannat baa ❤️ bohut vl lgil
Awesome❤️
faktiya lgil
Jeanette ba ❤️😍
Its just awesome 😌
Very nice script ❤️👍
nice story .love it
best❤
English kowatu besi hl nk 🥲 but nice story
😍😍
অসমীয়া চুটি ছবি তথাপি English টো কম্প্লালসৰী নেকি
Olop axomiya bhakha u Mari dile bhal asile Iman INGRAZI Marat k. Bhal laga nai dei we need our own bhakha rather than INGRAZI
Thik Koisa Akdom❤️
o bhai assamese short film buli d sn english a boki thaklak mollu de bhai
ইংৰাজী ভাষা কেইটায়ে বৌম ফকতিয়া কৰি পেলালে
Waaao
❤️
Enjoyed a lot..... It have a good storyline a lesson holding story❤loved a lot........
Gotei khn English talk a hb lgisil...adha pkhra krii kii lv
💟📌
Love from charaideo 🥰💝
Imn english kole o vl nlage
Take toh
Nice story ☺😍
Nice video
Assamese kio voraly majot gutei khon English t a bonabo paril hoi 😂
Hmm
Bor val lagil...
Eta kotha khali paper khon "dainik janmabhumi" Buli koi "dainik agradoot" Uliale.. Dhora pori goise😅. Anyway val hoise gutei kam tu..
English short film Assamese nhy
English movie he ne assame bojib a pra nai
Emano english nalagisil nki ?
Love from jorhat ❤️🙂
একেবাৰে গোটেইখিনি ইংৰাজীতে কৰিব লাগিছিল।