I think Gaurav is the best person to lead the state. He is the best person to be the Chief Minister of Assam. Lots of love and respect from Nagaon. God bless.
Hmm gourav gogoi bipul vote loi jikar bohut karon ase. Taar bhitarot ata dangor point hol----- samagra Akhom bakhi raijei jaane j teor deutakok ki dore bikhambad kori borbad korai nahay teor pora CM or akhon kaari loisil mamu a. Manuh janak depression ot bhugai xekhot........! Raije aibur bhal k manat rakhise aru akhibo agoloi.
Xundor kotha koise joi aai axom 🙏🙏
যেতিয়া পৰা শুনিছিলো যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই খেলিব, তেতিয়া পৰাই ভাৱি আছিলোঁ যে কেতিয়া নো বুটাম টো টিপিবলে পাম ❤️❤️
Khub xundor katha kaise. Politics t educated byakti ahatu samarthan karu
Thik kotha koise apuni👍🏻
Absolutely right
Right🌹
অসমৰ ৰাইজে এজন বিচক্ষণ সাংসদ পাইছোঁ । বহু ত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
গৌৰৱ গগৈ জিন্দাবাদ।।।❤
👍👍👍👍💯
100% Right 👍
Monor kotha koi dile apuni👍❤️
উপযুক্ত প্ৰাৰ্থী বাবেই ভোট দিছিলো ❤️❤️❤️
❤❤❤
Yes
Yes..
Good news
Right ❤
আমাৰ গৌৰৱ অসমৰ গৌৰৱ | তেওঁৱেই প্রথম মতা মাছ মাইকী মাছ চিনাকি কৰি দিলে | মতা মাছ মাইকী মাছ চিনি নাপালে কেনেকৈ মস্য পালন কৰিব | মৃৰ্খই সমালোচনা কৰিলে |
Real hero real hero🎉❤
👍👍👍👍👍💚💚💚💚🙏🙏🙏
Nice👌👌
গৌৰৱ গগৈৰ নিজা স্বভিমান আছে বুলি ❤ যথেষ্ট ভাল ল'ৰা ❤ উপযুক্ত প্ৰাৰ্থী
আপুনি উচিত কথা কৈছে। গৌৰৱ গগৈ আমাৰ যোৰহাট ৰ গৌৰৱ। অসমীয়াৰ গৌৰৱ। এজন চিন্তাশীল ব্যক্তি। যোৰহাট সমস্তিৰ মানুহে দেখুৱাই দিলে,,,, যোৰহাট ৰ মানুহে গুণি জ্ঞানী লোকক সম্মান কৰিব জানে। ইয়াকে কয় জ্ঞানী আৰু সচেতন লোকৰ বিবেক.......🙏🙏
Thank you gaurav gogoi
Congress ❤
সুন্দৰ
যোৰহাট বাসীয়ে যে আচল মানুহ চিনি পায় তাক প্ৰমান কৰি দিলে। যোৰহাটৰ ভোটাৰ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমি যোৰহাটবাসীয়ে তেখেতক লৈ গৌৰৱ কৰোঁ।শিক্ষিত ,জ্ঞানী আৰু উপযুক্ত প্ৰাৰ্থী তেখেত।যোৰহাটবাসীয়ে এনে এজন প্ৰাৰ্থীলৈকে বাট চাই আছিল।ভাল লাগিছে আমি এজন ভাল মানুহক পাইছোঁ।তৃখেতৰ আচৰণত আমি মুগ্ধ।
❤❤❤
Good❤
Next cm of Assam❤❤❤
দাদা ধন্যবাদ। সঁচা কথা কৈ যাওঁক। নিলাজ বিলাকক ধুই দিয়ক।
❤Gaurav Gogoi❤
I am agree
আপুনি খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছে ,ধন্যবাদ আপোনাক। ধন্যবাদ সমূহ অসমবাসী ৰাইজ ।
Hosa koise dada vallpaw
Bhal kotha koise..
Moja kotha koise
Vl lagile...❤
Write ❤
গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাবে চাব বিচাৰো।
Gaurav gogoi alleys hero..may hero
গৌৰব গগৈ পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ দৰেই সহজ সৰল❤।
Gourav gogoi asset of Assam
Thanks
Abtulutly correct.
Joi aai akham.👍👍👍🙏🙏🙏❤️❤️❤️
অকল গৌৰব গগৈ গৌৰব গগৈ গৌৰব গগৈ।আপোনালোক সাংবাদিক বিলাকে গৌৰব গগৈক ওপৰত উঠাই অসম খনক আকৌ বাংলাদেশী মিঞাৰে ভৰ্তি কৰিব খুজিছে নেকী।আমাৰ অসমীয়া মানুহ খিনিক আজিলৈকে বুজিয়ে নাপালো বীদেশী বিদেশী কৰি সেই প্ৰফুল্ল মহন্তৰদিনৰে পৰা আজিলৈকে সমাধান নহল।জোৰ পুৰি হাত পালে।আকৌ Congress চৰকাৰে বিদেশী আনিব খুজিছে নেকী।তাকে যোৰহাতবাসী ৰাইজক ইয়াৰ জৰীয়তে কব খুজিছো।এবাৰ দকৈ ভাবক।আগতে congress চৰকাৰ থাকতে কিমান দুৰ্নীতি কৰিছিল চাকৰিৰ পৰা আদি কৰি ৰাস্তা ঘাত ,কতো ধৰনৰ ছিনদীকেত এই বিলাকৰ কথা আপোনালোকে পাৰিলে হবলা।যদি পাহৰিছে তেতিয়াহলে বাঙলাদেশ বহলৈ আৰু বেছিদিন নালাগিব।😅😅😅😅😅
Thank you
The anchor is 100% correct
yes bro
Gaurav gogoi ♥️
God
GREAT SPEACH
I think Gaurav is the best person to lead the state. He is the best person to be the Chief Minister of Assam. Lots of love and respect from Nagaon. God bless.
সাংসদ হিচাপে গৌৰৱ গগৈ উপযুক্ত
Future PM CM.. N best humain being
Dada apuni juii🔥🔥🔥🔥🔥 dile
গৌৰৱ গগৈৰ অনন্য ব্যক্তিত্বৰ বাবে নতুন প্ৰজন্মই আকোঁৱালি লৈছে। মই বিভিন্ন কাৰণত ওচৰৰ পৰা লগ পাইছো অতি অমায়িক।
Bahuat gyan diya apuni...
100% Right
Right Dada
Tumi thik kotha koisa
upcoming CM of Assam Gaurav Dangariya
Right Dada
BJP 10 yearrr kam kajor r video bonabo.। I am from jorhat
👍👍👍👏👏👏🙏🙏🙏 for GAURAV GOGOI
Krishna kamalor kothabur eispostobadi Gourob gogoi nisina horal val laga
গৌৰৱক লৈ আমাৰো গৌৰৱ।
সছা কথা কৈছে👍👍👍। ভাল লাগিল
এজন সুদক্ষ ৰাজনীতি বিদ আমি পাইছোঁ
Deutakor arhit jonmoluwa amar telent younghero,joy Gourov
বহুত ধুনীয়া কথা কৈছে, ,,
I agree with you
মতা মাছ মাইকী মাছৰ অৰ্থটো অকল গৌৰৱ গগৈ ডাঙৰীয়া ই হে শুদ্ধ কৈ বুজি পাইছিল! ইয়াৰ অৰ্থ বুজিবলৈ আমাৰ বহুত বছৰ লাগিল!
Bahut hundar ktha koise apuni
ভাল লাগে গৌৰৱ গগৈ ৰ ব্যক্তিত্ব ক.. ভাল মানুহ ❤️
Dada apuni thikei koise...but bjp jodi harile hoi amar hindu khomaj uporot muslim buror dadagiri hl heten..
Sir , moi ejon otti xaru xadhoron nagorik , moi kob,a khoja je, Jorhatot rajniti ea eko kora nai matra CAA hay kaa korise , baki sob fail
Right ....from jorhat (titabor)
ধন্যবাদ ।
Congressr buli gaurav gogoik vote diya nai..quality,talent aru knowledge sai he vote disilu.aru bjp supporter bohutew gourav gogoik vote dile aibar
Gaurav gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤tarun gogoi sir jindabad
Right kotha koise dada....
দেখাই দিলে গৈৰৱ গগৈৰ Power. I really love you . Congregations থাকিল৷
Mas k mata mas , maiki mas buli e kobo lage .. Karan mas r
Mas r aan nam nai .. mata maiki siniboloi ... Gaurav Gogoi
is 100% right .
Aonagata dinat dekha jabo
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৌৰৱ গগৈ।শুভকামনা জনালোঁ।🎉❤
সুন্দৰ ❤ জয় আই অসম 🙏
Nice shareing dada
সুন্দৰ কথা কৈছে।
👌👌👌
100%
Apuner kotha huni vl lagil
Jorhat bakhi bahut hikhito
“তিনিতা“ নহয় দেই 😂
তিনিটা হে শুদ্ধ ৷
মাতৃভাষাটো শুদ্ধকৈ লিখক 🙏🏼
মই BJP ৰ ভক্ত নহয় দেই, মাতৃভাষা প্ৰেমী এজন প্ৰবাসী অসমীয়া 🙏🏼
একমত❤❤💯
Right.
Hundor hosa kotha koisa bro 👌👌
Abhinandan jonalu gourob gogoi k 🙏
100% right
মতা মাছ মাইকী মাছ নাথাকিলে মাছৰ বংশ বৃদ্ধি কেনেকৈ হব ।
Yes.
You're right.
Good saday satya- sudha batati janaijab.
Hmm gourav gogoi bipul vote loi jikar bohut karon ase. Taar bhitarot ata dangor point hol----- samagra Akhom bakhi raijei jaane j teor deutakok ki dore bikhambad kori borbad korai nahay teor pora CM or akhon kaari loisil mamu a. Manuh janak depression ot bhugai xekhot........! Raije aibur bhal k manat rakhise aru akhibo agoloi.
Nomro manuh
বৰ সুন্দৰ কথাখিনি 👌
ভাল লাগিল 🙏
Hoder