- Видео 442
- Просмотров 4 184 034
Krishna Kamal Borah
Индия
Добавлен 19 фев 2014
Motivational Video in Assamese, Inspirational Video, Motivational quotes Assamese, Motivational story Assamese, Assamese motivational speaker, Assamese motivational video, Be positive, Think positive.
Assamese Motivational Video by Krishna Kamal Borah
Assamese Motivational Video by Krishna Kamal Borah
মৰমবোৰেই অলংকাৰ জীৱনৰ ❤️ Krishna Kamal Borah
মৰমবোৰেই অলংকাৰ জীৱনৰ ❤️
#krishnakamalborah
#kkb
#motivation
#krishnakamalborah
#kkb
#motivation
Просмотров: 3 467
Видео
অকনমান অনন্দই কাৰোৰাৰ জীৱন শেষ কৰিব পাৰে - Krishna Kamal Borah | Majuli ৰাসৰ তিতা অভিজ্ঞতা 🥲
Просмотров 5 тыс.День назад
অকনমান অনন্দই কাৰোৰাৰ জীৱন শেষ কৰিব পাৰে - Krishna Kamal Borah | Majuli ৰাসৰ তিতা অভিজ্ঞতা 🥲 #krishnakamalborah #kkb #majulirakh #majuli
মাজুলীত ৰাস কিয় বিশেষ ? Majuli - Krishna Kamal Borah
Просмотров 14 тыс.14 дней назад
মাজুলীত ৰাস কিয় বিশেষ ? #krishnakamalborah #kkb #majulirakh #majuli
TATA Dealer এ এই অৱস্থা কৰিলে গাড়ী 😢 আপুনি ভুলতো এই ভুল নকৰিব - Krishna Kamal Borah
Просмотров 39 тыс.21 день назад
TATA ৰ বিশ্বাসত গাড়ী কিনিলো কিন্তু Dealer এ এই অৱস্থা কৰিলে 😢 আপুনি ভুলতো এই ভুল নকৰিব । #krishnakamalborah #kkb #tatamotors #nexon
এটা পৰীক্ষা সফলতাৰ শেষ চাবিকাঠি নহয় | Motivational Story | Inspiring video | Krishna Kamal Borah
Просмотров 3,3 тыс.2 месяца назад
এটা পৰীক্ষা সফলতাৰ শেষ চাবিকাঠি নহয় | Motivational Story | Inspiring video | Krishna Kamal Borah #motivationalvideo #krishnakamalborah #kkb
সম্পদ ভাগ কৰিম,সমস্যাবোৰো ভগাই লওক - Krishna Kamal Borah
Просмотров 1 тыс.4 месяца назад
সম্পদ ভাগ কৰিম,সমস্যাবোৰো ভগাই লওক । #krishnakamalborah #kkb #floodassam.
Riyan Parag Success Story - Krishna Kamal Borah
Просмотров 1,6 тыс.5 месяцев назад
Riyan Parag Success Story - Krishna Kamal Borah
অসম্ভৱ একো নাই জীৱনত | Chandu Champion | Krishna Kamal Borah
Просмотров 1 тыс.5 месяцев назад
অসম্ভৱ একো নাই জীৱনত | Chandu Champion | Krishna Kamal Borah #chanduchampion #krishnakamalborah #kkb
SUPERHERO - Krishna Kamal Borah | Father’s Day special
Просмотров 8195 месяцев назад
SUPERHERO - Krishna Kamal Borah | Father’s Day special #krishnakamalborah #fathersday #kkb
আজি আমাৰ বাবে বিশেষ দিন | Krishna Kamal Borah | মোৰ মৰমৰ গাওঁখন
Просмотров 2,4 тыс.5 месяцев назад
আজি আমাৰ বাবে বিশেষ দিন । মৰমৰ গাওঁখন #krishnakamalborah #kkb #assamese
Gaurav Gogoi ৰ পৰা তিনিতা কথা শিকিব লাগে আমি | Krishna Kamal Borah | Gaurav Gogoi
Просмотров 58 тыс.5 месяцев назад
Gaurav Gogoi ৰ পৰা তিনিতা কথা শিকিব লাগে আমি | Krishna Kamal Borah | Gaurav Gogoi
চাকৰিৰ পৰা নিলম্বিত হলেই নৱপ্ৰজন্মই জুৱা নেখেলা হব নেকি ? Krishna Kamal Borah
Просмотров 2,1 тыс.6 месяцев назад
চাকৰিৰ পৰা নিলম্বিত হলেই নৱপ্ৰজন্মই জুৱা নেখেলা হব নেকি ? Krishna Kamal Borah
ভিডিঅ' বনাই যি টকা পাওঁ সেই টকাৰে কি কৰো ? Krishna Kamal Borah | Kkb | inspiring story
Просмотров 1,2 тыс.6 месяцев назад
ভিডিঅ' বনাই যি টকা পাওঁ সেই টকাৰে কি কৰো ? Krishna Kamal Borah | Kkb | inspiring story
ককাৰ প্ৰাপ্য ককাকে দিলো | Krishna Kamal Borah | Motivational video | Assamese Motivation
Просмотров 1,2 тыс.6 месяцев назад
ককাৰ প্ৰাপ্য ককাকে দিলো | Krishna Kamal Borah | Motivational video | Assamese Motivation
নামৰ আগত ZG লিখিলেই জুবিনক ভালপোৱা নহয় | Krishna Kamal Borah
Просмотров 3,3 тыс.7 месяцев назад
নামৰ আগত ZG লিখিলেই জুবিনক ভালপোৱা নহয় | Krishna Kamal Borah
সমন্ধ বেয়া কৰাটো সহজ, কিন্তু ভাল কৰাটোও আপোনাৰ হাতত । Krishna Kamal Borah |
Просмотров 7 тыс.7 месяцев назад
সমন্ধ বেয়া কৰাটো সহজ, কিন্তু ভাল কৰাটোও আপোনাৰ হাতত । Krishna Kamal Borah |
কোন কোন ৰূপত ভগৱান আহিব কোনেও নাজানে । Krishna Kamal Borah
Просмотров 1,2 тыс.8 месяцев назад
কোন কোন ৰূপত ভগৱান আহিব কোনেও নাজানে । Krishna Kamal Borah
হাঁহিবোৰে নিজে কাৰো ঘৰলৈ খোজ কাঢ়ি নাযায় ❤️ Krishna Kamal Borah | Motivational video
Просмотров 1,6 тыс.9 месяцев назад
হাঁহিবোৰে নিজে কাৰো ঘৰলৈ খোজ কাঢ়ি নাযায় ❤️ Krishna Kamal Borah | Motivational video
কৰ্মৰে চিনাকি দিয়ক | নৌচেৰা - নতুন প্ৰয়াস | Krishna Kamal Borah |
Просмотров 7919 месяцев назад
কৰ্মৰে চিনাকি দিয়ক | নৌচেৰা - নতুন প্ৰয়াস | Krishna Kamal Borah |
মৰমেৰে একেলগে থাকিলে গাঁওখনেই স্বৰ্গ, বাকীবোৰ মায়া-মোহ হে । Krishna Kamal Borah
Просмотров 1,6 тыс.9 месяцев назад
মৰমেৰে একেলগে থাকিলে গাঁওখনেই স্বৰ্গ, বাকীবোৰ মায়া-মোহ হে । Krishna Kamal Borah
পিকনিকলৈ আহি এইবোৰ সহ্য নহল 😢 Krishna Kamal Borah | Kali Ma Than
Просмотров 8229 месяцев назад
পিকনিকলৈ আহি এইবোৰ সহ্য নহল 😢 Krishna Kamal Borah | Kali Ma Than
আই থানলৈ যাওঁ আহক | Krishna Kamal Borah | KKB
Просмотров 1,8 тыс.10 месяцев назад
আই থানলৈ যাওঁ আহক | Krishna Kamal Borah | KKB
সুখবোৰ লগতে থাকে সদায় আমি বিচাৰিব নাজানো | Krishna Kamal Borah | Assamese Motivation
Просмотров 1,4 тыс.10 месяцев назад
সুখবোৰ লগতে থাকে সদায় আমি বিচাৰিব নাজানো | Krishna Kamal Borah | Assamese Motivation
আজি কিনিলোঁ দেই - সমালোচনা হজম কৰিলে সপোন বাস্তৱ হবই | Krishna Kamal Borah | New Nexon
Просмотров 2,4 тыс.10 месяцев назад
আজি কিনিলোঁ দেই - সমালোচনা হজম কৰিলে সপোন বাস্তৱ হবই | Krishna Kamal Borah | New Nexon
New Year Resolutions 2024 | New Year Motivational video | Krishna Kamal Borah | kkb
Просмотров 1,2 тыс.10 месяцев назад
New Year Resolutions 2024 | New Year Motivational video | Krishna Kamal Borah | kkb
A Movie can change lives - Krishna Kamal Borah | Motivational Video in Assamese
Просмотров 83711 месяцев назад
A Movie can change lives - Krishna Kamal Borah | Motivational Video in Assamese
আপুনি যি কৰি আছে তাত যদি ব্যৰ্থ হৈছে তেন্তে এই ভিডিঅ'টো এবাৰ চাওক 🙏 Krishna Kamal Borah
Просмотров 1,3 тыс.11 месяцев назад
আপুনি যি কৰি আছে তাত যদি ব্যৰ্থ হৈছে তেন্তে এই ভিডিঅ'টো এবাৰ চাওক 🙏 Krishna Kamal Borah
সপোনৰ গাড়ীখন ❤️ আমাৰ বাবে গাড়ী মানেই আবেগ - Krishna Kamal Borah
Просмотров 2,2 тыс.Год назад
সপোনৰ গাড়ীখন ❤️ আমাৰ বাবে গাড়ী মানেই আবেগ - Krishna Kamal Borah
মাজুলীত মাজনিশা ৰাস চাবলৈ । Krishna Kamal Borah
Просмотров 456Год назад
মাজুলীত মাজনিশা ৰাস চাবলৈ । Krishna Kamal Borah
ব্যক্তিগত চাকৰি কৰি দহজনক সহায় কৰিব পাৰি | Inspiring video | Motivational video in assamese
Просмотров 1,8 тыс.Год назад
ব্যক্তিগত চাকৰি কৰি দহজনক সহায় কৰিব পাৰি | Inspiring video | Motivational video in assamese
Sir, Pasighat kiba kam hobo neki .
❤❤❤
হয়🎉🎉🎉🎉
দিলাৰ তোৰ নাম কওক
Manuh bur dhoreboi nuware kisiman manuh bohut natokio hoi hoitu ai manuhtu u hokuluwe vale kusale thakok
ইমান ধুনীয়া কৃষ্ণ ❤
Dada apuner contact number tu pam nki
Nice vedios, Mur channel 2 ko subscribe Kori diba channel 2 ko support Kori diba ❤❤❤❤❤❤
Tatar kotha kio koi dealerok kok
❤❤❤❤❤❤❤❤❤bar val lage kathabur
Delar tur naam mention kri diyaok
Right
Apunar kothabur val lage
Apunar kotha bohut vale lage aru family tu loge pabo mon jai...
Dada mk ata private job lagisil
❤❤❤ 💯 percent hosa kotha
Both are kind hearted person
Hosa kotha dada 😊❤
Dada apunak log pabo lagicil Dibrugarh kot log pam janibo Parim nki
Val lagile video to sai ❤
আপোনাৰ কথাবোৰ বর ভাল লাগে
Brack flut di musile gusi jabo sab
Val lagil😂😂
JORHAT ৰ Pragati Motors ত মোৰ গাড়ীত Accessories লগাওঁতে কিবা আঠাৰ দাগ লগাইছিল, বহুত বাৰ Service কৰিব যাওঁতে ক'লো, ঠিক নকৰিলে, শেষলৈ নিজৰ ভুলটোও স্বীকাৰ নকৰা হ'ল ৷ শেষত বাদ দিলো আৰু... আজিও আছে দাগ ৷ যি বুজিছো নিজে সাৱধান হৈ চলাই ভাল, সময় অকণ দি কামবোৰ নিজে থাকি কৰাব লাগে ৷
Poisa tu lobo Jane majulit kam ni
👍👍👍 hundor kotha
একমত
Right
Apunar kotha bor bhut Val lage
Thik kaiche dada.
Majuli val nhy buli kio koisa tumi nije bhal nhy
Aku vl nlgy majuli ..fof khn r rakh ...mnuh bur vl nhoi
Yes right...TATA dealer e responsibility lua manuhok appointment dibo Lage....
Right
Buy only tata nano tatas cheap car not expensive😊
Dhoijya herae gol...... Sabo nuarilu...... Bor dukh lagil 😢
জুবিনৰ_ভাষ্যৰ_যুক্তি_যুক্ততা_সম্পৰ্কে_মোৰ_কবলগীয়া মানুহবোৰ ক'ৰ পৰা ক'লে গৈ আছে!! ডিঙিৰ ওপৰত ১.৪ কিলোগ্ৰাম (প্ৰায়) মগজুটোকে চোন ভালকে লৈ ফুৰিব নোৱাৰে, তাতে অসমখন মূৰত লোৱাটো চিন্তাৰ বাহিৰত। যি অসমীয়াই নেকি সম্পদক মূল্য দিৱ নোৱাৰে, যি অসমীয়াই ধ্বংসৰ বাহিৰে একো কৰিব নোৱাৰে, তেনে অসমীয়াৰ পৰা কি আশা কৰিব পাৰি! মন্দিৰ, নামঘৰত আনক দেখুৱাই ভগৱানক পূজি লাভ নাই ভগৱান আছে তোমাৰ কৰ্মত। বেছি জ্ঞান দিব নাযাওঁ বাৰু । নিজকে অভাৰস্মাৰ্ট দেখুওৱাবও নাযাওঁ বাৰু! পোষ্টটো দুই মিনিট সময় উলিয়াই পঢ়ক, বিশেষকৈ জুবিন গাৰ্গক সমালোচনা কৰা শিয়াল পণ্ডিত কেইটাই। মানুহে কয়, জুবিন গাৰ্গ ভগৱান বুলি, কিন্তু জুবিন গাৰ্গে নিজেই কয়, মই মানুহ হয় ভগৱান নহয়। দুখন ভৰি থকা প্ৰাণী মানেই মানুহ। আনকি শ্ৰীকৃষ্ণও ঈশ্বৰ কোৱাৰ আগত মানুহেই আছিল। প্ৰভু- ঈশ্বৰ বুলি আমি সদায় নেদেখা জনকহে কওঁ । মাজুলীত জুবিনে ক'লে যে প্ৰভু ঈশ্বৰ বুলি কোৱাতো মানুহ এজনক যুক্তিসংগত নহয় , সেইসময়ত উপস্থিত বহুতেই হাত তালিও বজালে । মুঠতে হাত তালি বজোৱা সকলো মাজুলীৰে। তাতে আৰু এটা কথা নহয়, সত্ৰাধিকাৰ সকলে তো কোৱা নাই যে "মোক মানুহে প্ৰভু ঈশ্বৰ বুলি মাতক" ! সত্ৰ সমাজত কাৰোৱাক আতা, কাৰোবাক প্ৰভু , বাপ ইত্যাদি মতা হয় অৰ্থাৎ শিষ্যত্ব প্ৰদান কৰাৰ পিছত এজন সত্ৰাধিকাৰক পৰম্পৰাই হওক বা শ্ৰদ্ধাৰ খাটিৰত প্ৰভু মতাতো কাম্য ,কিন্তু এজন ব্যক্তিক প্ৰভু লগত ঈশ্বৰ" যোগ কৰি মানুহে মতাৰ কোনোধৰণৰ ঈশ্বৰ কেন্দ্ৰিক দৃষ্টিভঙ্গী আমি বিচাৰি পোৱা নাই ! জীৱিত এজন ব্যক্তি কেতিয়াও প্ৰভু ঈশ্বৰ হ'ব নোৱাৰে ।। শঙ্কৰদেৱ , মাধৱদেৱ গুৰু দুজনাকো আমি গুৰু কওঁ,যি আমাক ধৰ্মৰ পথ দেখুৱাই গৈছে। সেইবাবেই শঙ্কৰ-মাধৱক গুৰুজনা বুলি কোৱা হয় । ঠিক তেনেদৰে সত্ৰাধিকাৰ এজনো গুৰুহে হয়। প্ৰভু ঈশ্বৰ হ'ব নোৱাৰে।সত্রাধিকাৰো এজন মানুহ তেওঁক সন্মান নকৰিবলৈ কোৱা নাই, মাত্র প্ৰভু ঈশ্বৰ শব্দটোত আপত্তি আছে নিজা মত তেওঁ প্ৰকাশ কৰিছে। সত্ৰ পৰিচালনা কৰা মূল ব্যক্তিজনক সত্ৰাধিকাৰ কোৱা হয়। মঞ্চত ঘোষকে কৈছে "প্ৰভুঈশ্বৰে " জুবিন গাৰ্গক কিবা এটা সম্বোধন কৰিব ! মঞ্চত ঘোষকে "প্ৰভু ঈশ্বৰ "বুলি সম্বোধন নকৰি "সত্ৰাধিকাৰ" বুলি ক'লে জেং খন নালাগিলহেঁতেন। ইয়াত জুবিনক বেয়া পোৱা মানেই এটা অজুহাত উলিয়াই শিল্পীক অপমান কৰা, সমালোচনা কৰা সকল কেতিয়াও সভ্য পৰিয়ালৰ সন্তান হ'ব নোৱাৰে।
জুবিন অভদ্ৰ, দুৰাৰোগ্য ৰোগ হৈ তললৈ নামিব জুবিন,ভৱিষ্যতে সত্ৰাধিকাৰসকলৰ হৈ মন্তব্য দিলে আঠুকঢ়াই কাণতলীয়া চৰ দিব মহেশ গোস্বামী নামৰ সত্ৰাধিকাৰ গৰাকীয়ে। এই প্ৰত্যুত্তৰ দিবলৈ গৈ সত্ৰাধিকাৰ গোস্বামীয়ে দেখোন আৰু এখোজ চেৰাই অসভ্য ভাষাৰে গৰিহণা দিলে, এইয়াই নেকি এগৰাকী সত্ৰাধিকাৰৰ নমুনা । শিল্পীক অপমান কৰা এগৰাকী মানুহক কোনে সত্ৰাধিকাৰৰ দ্বায়িত্ব দিলে। ধৰি ল'লো তেখেত ঈশ্বৰেই। আমি সকলোৱে জানো ঈশ্বৰ দয়ালু, সহনশীল । কিন্তু তেখেতে কি পথ দেখুৱালে, মানসিক ভাৰসাম্য হেৰুওৱা এজন ব্যক্তি কেনেকে গুৰু হ'ব পাৰে! যাৰ মুখৰেই লেকাম নাই।। লোভ- মোহ-কাম-ক্ৰোধ ত্যাগ কৰিব নোৱাৰা সত্ৰাধিকাৰ আৰু ধৰ্মপ্ৰচাৰক আজি প্ৰজন্মই কেতিয়াও ঈশ্বৰ বুলি গণ্য নকৰে।
এটা কথা মনত ৰাখিব জুবিন গাৰ্গ ভগৱানতকে কোনো গুণেই কম নহয়। যি জুবিনে অসমখনক বহুত দি থৈ গৈছে আৰু দি আছে। যেতিয়া অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে বন্যাৰ্তৰ হাহাকাৰ লাগে ,তেতিয়া কাষত কিন্তু জুবিন গাৰ্গহে থিয় দিয়ে। যেতিয়া কোনোবা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় ,কাষত কোন থিয় দিয়ে , কেৱল জুবিন। দিন-ৰাতি একাকাৰ কৰি কষ্টোপাৰ্জিত ধন অনাথ আশ্ৰমত জুবিন গাৰ্গেহে দিয়ে!! কিয় সবতে জুবিনে দিব লাগে! অসমততো বহু ধনী ধনী মানুহ আছে, তেওঁলোক ক'ত যায় তেতিয়া??? এতিয়া ফেচবুকত টেটুফালি চিঞৰি চিঞৰি সমালোচনা কৰি থকা কেইটা ক'ত যায় তেতিয়া??? ঘৰত বহি মোবাইলত সমালোচনা কৰিব সহজ , কৰ্মৰে দেখুৱাবহে টান। জুবিন গাৰ্গৰ একো নহয়। হেজাৰ মাতৃৰ আশীৰ্বাদ আছে তেওঁৰ লগত, হেজাৰ জনতাৰ প্ৰাৰ্থনা আছে তেওঁৰ লগত। জুবিন যদি আপোনাৰ দৃষ্টিত মদাহীও হয়, সকলো মদাহী কিন্তু জুবিন হ'ব নোৱাৰে। জুবিনৰ ভালখিনি কোনোবা দিনা কৈ পাইছে নে! মানুহ হয়, কেতিয়াবা ভুল হ'বও পাৰে! সেইবুলি এগৰাকী শিল্পীক যা-তা ভাষাৰে সমালোচনা কৰাসকল কিন্তু কোনো ভাল পিতৃ-মাতৃৰ সন্তান হ'ব নোৱাৰে । । ইয়াত যদি যুক্তি দিব আহা তেনেহ'লে ভাৱিম একো একোটা অবৈধ সন্তান । যি বেয়া মনৰ মানুহ সি কেতিয়াও আনৰ বেয়াটোৱেই দেখিব। জুবিনে বিহু নাগালে, জুবিনে বৰগীত/লোকগীত/টোকাৰিগীত নাগালে আজিৰ প্ৰজন্মই কিন্তু নুশুনিলেহেঁতেন। গতিকে যি জুবিনে বহু দিছে। সেইজনক একেদিনাই কেনেকে বেয়াকে ক'ব পাৰিম! কিছুমান আছে জুবিনৰ গান ভাল পাওঁ জুবিনক নহয়। আৰে এইটো কেনেকুৱা কথা। গানটো ক'ৰ পৰা আহিল। মগজুত ঘিউ নহ'লেও অলপ গোবৰ হ'লেও লাগে। তেতিয়া অন্তত অলপ সাৰ পানী পাব। বুজা শক্তিটো আহিব অন্তত : । আমি স্পষ্ট কথা কওঁ, সত্য কওঁ, চিধা কওঁ। জুবিন গাৰ্গৰ হ'কে মাত মাতিছো। কাৰণ ইয়াত যুক্তি আছে। এতিয়া এচাম গাহৰিৰ গাখীৰ খাই ডাঙৰ হোৱাই ক'ব পাৰে অন্ধভক্ত, চামচা , আল-বাল। তেওঁলোকৰ ক'বলে একো নাই। মুখত এটাই শব্দ অন্ধভক্ত! জুবিন গাৰ্গে নিজেই কয়, মোৰ কোনো অন্ধভক্ত , চামচা নাই। সমালোচনা কৰা সকলে জুবিন গাৰ্গক বেয়া পায়, কিন্তু কিয় বেয়া পাই সুধিলে একো ক'ব নোৱাৰে। সিহঁতৰ তেজতেই আছে আনৰ দ্বোষ খুচৰি ফুৰা স্বভাৱ। ইয়াৰ পিছতো যদি অযথা যুক্তি বিলাব আহা, তেন্তে ভাৱিম মাক -দেউতাকৰ ধেমালিতে হোৱা সন্তান। যদি সংস্কাৰী ঘৰৰ সন্তান পঢ়ি উঠি জ্ঞান ল। শেষত এইটোৱেই কওঁ যে। জীয়াই থাকোতেই শিল্পীক সন্মান কৰিব শিকা। এইখন অসমতহে শিল্পীক সন্মান কৰিব নাজানে। এটা কথা মনত ৰাখিব, যাৰ নাম আছে বদনাম তাৰহে গায়। সমালোচনা কৰিবলে যোগ্যতা নালাগে, সমালোচিত হ'বলেহে যোগ্যতা লাগে। হাতীৰ পিছত কুকুৰে ভুকেই, সেইবুলি হাতীয়ে পিছফালে ঘূৰি নাচায়। জুবিনে কেতিয়াবাই আকাশ চুইছে, ভৰি দুখন কিন্তু মাটিতেই আছে। জুবিনৰ পিছত ভুকি একো লাভ নাই। জুবিন বহু ওপৰত। তাতকে ঘৰৰ কামত মাথা মাৰা। ঘৰখন কেনেকে উন্নতি কৰিব পাৰি তাত মাথা মাৰা। জুবিনৰ নামত সময় নষ্ট কৰি নিজৰহে ক্ষতি হ'ব। কাৰণ এনেকুৱা সমালোচনাই জুবিনৰ একো ক্ষতি নকৰে । মনত ৰখা ভাল যে হেজাৰ জন আহিব যাব, এইজনাৰ স্থান কোনেও পূৰাব নোৱাৰে !!!!!
Dealer tur name koun naa kio nokoleeee
সচাঁই ৰাস বুলি ক'লেই মাজুলীখন যেন এক বিশেষ হৈ উঠে। চাৰিওফালে যেন এক উৎসৱময় মাজুলীৰ পৰিৱেশ।। সেই দিন কেইটা সচাঁই সকলোৰে এক আনন্দময় মুহুর্ত । আৰু সেই দৃশ্যবিলাক উফ্ কি অপূর্ব🥰।।আৰু আমি সেই মুহুর্তবোৰ চাবৰ বাবে দিনটোৰ কাম-কাজ সমাপ্ত কৰি সন্ধিয়া ডিব্ৰুগড় জিলাৰ পৰা মাজুলীৰ দিশে আগবাঢ়িলো।। অৱশেষত চাই আহিলো। তাৰে ওচৰত মই আপোনাক দেখিছিলো মোৰ ওচৰতে আপুনি সেই ভিডিও বোৰ সংগ্রহ কৰি আছিল।। অসমৰ গৌৰৱ, আমাৰ গৌৰৱ মাজুলী❤❤।।
dada apunak mur log pabo loga acil kenekoi log pam Baru plz jonabo sun
Not buying TATA Car again. Servicing is literally a torture.
dada apunar val ne apunar kotha bur mur val lage.
Right
সচা কথা কৈচে মাজুলী লোক সকল বহুত মৰমিয়াল মাজুলী সকলো লোককে ধন্যবাদ❤❤❤
মাজুলী ❤
Kisumn news chennal ee majuli r bodnam koriase 😅
Right
aamiu goisilu, majuli r maanuhor atithya e beleg ❤ to majuli
Laptop
Laptop dal kela kiyo dekhaiso hei, nijoke ki bujabo bisariso mane