ইমান ধুনীয়া ছোৱালী হৈ এই বান্দৰটোৰ লগত বিয়া হৈছা যে?

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024

Комментарии • 2 тыс.

  • @sanjeebchoudhury7181
    @sanjeebchoudhury7181 Год назад +195

    ইমান পবিত্ৰ ভাল পোৱা ❤️ ভগৱান সদায়ে তোমালোকৰ লগত থাকিব আৰু আছে 🙏। নিজৰ কৰ্ম কৰি থাকা, কৰ্মই ধৰ্ম .. ফল ভগৱানে দিব ,,,

    • @kanjyotinath4014
      @kanjyotinath4014 Год назад +2

      Val poa ki buji a poa nasil bole tetya

    • @himanidevi3532
      @himanidevi3532 Год назад

      real love .beya kowa bor tention naloba duyo.bhal khini accept kori aagoloi khoj dya..thanks

    • @mamonidevi617
      @mamonidevi617 11 месяцев назад

      Nice

    • @chandandutta3186
      @chandandutta3186 11 месяцев назад +1

      Pabitra valpoa pisar katha ,pet bharab laagib ,poisa laage. Poisa problem jetia hoi tetia premar bhut nohoa hay.ji hal hal , tumalok bhalke thaka.

  • @hariprasa5223
    @hariprasa5223 Год назад +188

    সছাকৈ মানুহৰ চেহেৰা চাই নহয় মন আৰু কৰ্ম ই হে কয় মানুহ জন কেনেকুৱা।❤

    • @Hyperrocket
      @Hyperrocket Год назад +2

      Jibwan to safal houk

    • @jitupadi7417
      @jitupadi7417 Год назад +2

      Nubujila apuni loratu vloger hoy😅

    • @AmarjitBoro-vi8uj
      @AmarjitBoro-vi8uj Год назад

      Aibur manuhor kuwa kotha ai2 manuhor human nature

    • @imamulhussain4808
      @imamulhussain4808 Месяц назад

      @@hariprasa5223 dada jon val kormu kore sagey ,damaka kore 😂

  • @animaborah7558
    @animaborah7558 Год назад +66

    কোনো কৃতিমতা নোহোৱাকৈ কোৱা কথাখিনী আৰু তেওলোকৰ কাহিনী শুনি সঁচাকৈ বহুত ভাল লাগিল ।দুয়োজন একদম সৰল মনৰ মানুহ ।ভগৱানে তোমালোকক সুখি কৰক ।

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl Год назад +17

    ডিমা বুলিয়ে কও আমি বাৰু বা জনীক দেশী বহুত ভাল লাগিছে শুনি ভাল লাগিছে কথাবোৰ দেশিলে গম পাই যে বহুত সুখী যা নহক সুখী হোৱা মিলিছে দাদা জনো বৰ মৰম লগা আৰু laky hoi❤❤

  • @prataprabha374
    @prataprabha374 4 месяца назад +9

    এয়াই সত্য প্ৰেম, সছা প্ৰেম একো ভয় নাথাকে। Thanks to you.

  • @paruldutta954
    @paruldutta954 Год назад +14

    এয়াই প্ৰকৃত ভাল পোৱা। সদায় সুখী হৈ থাকা ❤️

  • @dilipkrkalita8160
    @dilipkrkalita8160 Год назад +7

    ঠিকেই আছে সুন্দৰ। কিবা এটা জব কৰি চলি থাকা ভগৱানেও নিশ্চয় সহায় কৰিব।

  • @mrguru5310
    @mrguru5310 Год назад +14

    ❤আপোনালোকৰ কাহিনী টো শুনি বহুত ভাল লাগিল আপোনালোকে এনেকুৱা কৈ সদাই হুখত মিলি থাকিব God bless you
    And love from karbi anglong ❤️❤️❤️

  • @kakalitalukdar785
    @kakalitalukdar785 Год назад +28

    ছোৱালী জনীৰ কথনশৈলী খুব সুন্দৰ । কেমেৰা দেখি অদ্ভুত অদ্ভুত শব্দ বাক্য ব্যবহাৰ কৰিব গৈ শুনি ভাল নলগাগৈ কোৱাতকৈ মনত যি আহে কৈ দিলে শুনি বেছি ভাল লাগে এই ভিদিঅ টোৱেই প্ৰমাণ । ছোৱালীজনীৰ অন্তৰ খানো খুব খোলা যেন অনুভৱ হল । দুয়োলৈ শুভকামনা জনালোঁ সফল হোৱা জীৱনত।

    • @kayumkhan2521
      @kayumkhan2521 Час назад

      Bhal pua asoleo jibonot ebar Hobo lage

  • @mallikabegum9008
    @mallikabegum9008 Год назад +7

    বহুত বহুত ধন্যবাদ। সংসাৰ ভালদৰে আগবঢ়াই নিয়ক।ভগৱানে নিশ্চয় সহায় কৰিব।

  • @dipakrabha9223
    @dipakrabha9223 Год назад +30

    ৰূপে কি কৰে, গুণেহি সংসাৰ তোলে । তোমালোকে বহুত সুখত থাকিবা মোৰ বিশ্বাস। ইজনে সিজনক সম্পূৰ্ণকৈ বুজিছা , ভগবানে নিশ্চয় মংগল কৰিব।।

  • @uttamrabha5976
    @uttamrabha5976 Год назад +188

    এইতুয়েই হৈছে সছা প্ৰেম,তুমিযে কোনো মতলৱ নহৱাকৈ ল,ৰা জনৰ লগত বিয়া হৈছা, বহুত বহুত ধন্যবাদ তুমাক, সকলো ছোৱালীয়ে তুমাৰ দৰে হ'লেহৈ , শেষত তুমিলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো, ধন্যবাদ,

    • @asdfghjklasdfghjkl88
      @asdfghjklasdfghjkl88 Год назад

      😮

    • @garoomnivore8942
      @garoomnivore8942 Год назад +12

      Ghoti tu.....😂

    • @rajusarma9187
      @rajusarma9187 Год назад

      ,,,,

    • @kolpochitra3869
      @kolpochitra3869 Год назад

      ভৱিষ্যতৰ দিনবোৰত মিলি জুলি দিনবোৰ পাৰ কৰিব পৰাটো হে আচল প্ৰকৃত প্ৰেম।
      আজিকালি আক'পুতেক ডেকা

    • @kolpochitra3869
      @kolpochitra3869 Год назад +1

      ডেকা পুত্ৰ থাকিলেও বেলেগ নাৰীক দেউতাকে চকু দিয়ে।
      নাতিনী থাকিলেও মাকে বেলেগ মানুহক চকু দিয়ে।
      মাৰিবৰ দিনলৈকে প্ৰেম একেই
      থাকিলেহে .....! ধন্যবাদ থাকিল

  • @pranjithaloi5389
    @pranjithaloi5389 Год назад +91

    ধুনীয়া চেহেৰা আৰু ধনী মানুহ হয় লাভ নাই। জীৱনত সুখী হ'ব হ'লে সদাই ভাল মন লাগিব

    • @AmarjitBoro-vi8uj
      @AmarjitBoro-vi8uj Год назад +1

      Aibur manuhor kuwa kotha, asolote dhuniya holehe manuhe morom diye okol suwalir kotha kuwa nai

  • @voiceofripon4214
    @voiceofripon4214 Год назад +51

    এগৰাকী নাৰী যেতিয়া স্বামীৰ negative ৰ মূহুৰ্তত নিজে positive হৈ স্বামীৰ লগত সোমাই পৰে , তাৰ পৰা বুজা যায় তুমি really এগৰাকী তেওঁৰ বাবে দেৱী হোৱা। আশা কৰো তোমালোক দুয়োজন সদায় এনেকৈয়ে থাকিবা। মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল।

    • @dipalikakati6202
      @dipalikakati6202 Год назад

      Tumalok roi najaba. Agbarhi Jo was. Bohut bhal hobo

  • @sumansutradhar3099
    @sumansutradhar3099 Год назад +62

    Whenever you interview your guest please do a basic information research for the introduction..don't confirm on screen it's a disrespect of that guest.. Thank you. Spreading Happiness ❤

  • @sushmitasarma9639
    @sushmitasarma9639 Год назад +70

    Mnuho k sehera beya buli keneke Kobo pare.... direct sonmukhot ....sihhh . ..that boy is very gentle,calm ang good human

  • @devdas8542
    @devdas8542 Год назад +104

    ছোৱালী হলে তোমাৰ দৰে হব লাগে... তোমালোকৰ ভৱিষ্যতে বহুত বেছি ভাল হব ❤❤❤❤

    • @dipakgogoi5255
      @dipakgogoi5255 11 месяцев назад +1

      Hoi dai anak anuparana diya polie ahiboiloi

  • @ranahere4908
    @ranahere4908 Год назад +46

    যিমান যি ধুনীয়া চেহেৰা নহওঁক কিয় এদিন কিন্তু জ্বলি-পুৰি ছাই হৈ পচিসৰি যাব।

  • @tulumoniborah6659
    @tulumoniborah6659 Год назад +27

    দুই জনে সুখেৰে থাকক হাৰি নাজাব ❤❤

  • @avishekzg1217
    @avishekzg1217 Год назад +26

    This type of girls actually deserve respect ❤️.. she's the queen❤️.. God bless them both😇

  • @ranukonwarchetia1054
    @ranukonwarchetia1054 Год назад +61

    তোমালোকৰ সংসাৰ সুখৰ আৰু মধোময় হওক । ভগৱানে কৃপা কৰক ।

  • @dipakbaruah8987
    @dipakbaruah8987 Год назад +32

    ভাল লাগিল। দুৰ্বল নহবা আগ বাঢ়ি যোৱা ।

  • @manibankalitanath3648
    @manibankalitanath3648 Год назад +101

    জন্মদিয়া মা দেউতাই নিজৰ সন্তানক গালি দিলেই বুলি দুদিনৰ চিনাকী বা বহুদিনিয়া চিনাকী লৰা এজনৰ লগত পলাই যোৱাটো একেবাৰেই ভাল কথা নহয় । নিজৰ মা দেউতাক যিমান মনোকষ্ট দিবা এদিনত নিজেওঁ পাবা । এয়া মই কোৱা কথা নহয় এয়া সত্য । শুভেচ্ছা থাকিল দুইজনলৈ । সংসাৰ এখন অকল ভালপোৱাৰে নচলে ।

  • @bijushrestha9333
    @bijushrestha9333 Год назад +18

    তোমালোকৰ অকৃত্তিম ভালপোৱাখিনি আজিৰ উশৃঙ্খল আৰু সম্পদপ্ৰেমী ডেকা গাভৰুৰ বাবে প্ৰেৰণাদায়ক হওঁক তাৰেই কামনা কৰিলোঁ।

  • @anuragboraofficial8021
    @anuragboraofficial8021 Год назад +6

    দুয়োজনেই ধুনিয়া. কোনো দেখাত বেয়া নহয়. সদায় মানুহৰ মন ধুনিয়া হব লাগে. Nice love story. ভাল লাগিল আপোনালোকৰ কাহিনীটো. দুয়োজন সুখত থাকা.

  • @sburagohain5806
    @sburagohain5806 Год назад +72

    আজিকালি প্ৰকৃত প্ৰেম নাই বুলি ভাবিছিলো। এই প্ৰেম যে এতিয়াও জীয়াই আছে, তাৰ তোমালোক উৎকৃষ্ট উদাহৰণ।

    • @optimusprimerakesh7265
      @optimusprimerakesh7265 Год назад +3

      Maak bapak or 2 value a nai aru

    • @pampymalakar3343
      @pampymalakar3343 11 месяцев назад

      Iyat prem r kotha kobo najao...tai hs porhi asil ..17/18 age Hobo..lora tuk log pua nai..deutake gali dile buli polai ahil aku najana ke..ma bapeke iman kosto kori dangor krile heitu ki hol??? Tate lora tu o horu 21 age asil tatia..he jodi taik kole hoi nije established hoi tumak moi lom anim tatia he love hole hoi...aeya murkhami bahire aku nhoi...aeikhini gali te gusi ahil

  • @Munofficel
    @Munofficel Год назад +162

    চেহেৰা ধুনীয়া আৰু ধনী মানুহ সুখী নকৰাই। জীৱনত সুখী হব হলে সদাই দুটা মন মিলন হব লাগে।

  • @ratultaro6391
    @ratultaro6391 Год назад +82

    ❤ Love is Life ❤ Life is God ❤ বৰ সুন্দৰ প্ৰেমৰ কাহিনী হোনিলো ভাল লাগিল ❤❤❤❤

  • @DHANJITKALITA-xc5bz
    @DHANJITKALITA-xc5bz Год назад +27

    ল'ৰা জনৰ প্ৰেম খিনি মৰ্যদা দিয়াৰ বাবে ছোৱালী জনীক বহুত বহুত ধন্যবাদ জনাইছোঁ, আজি কালি বহু ছোৱালীয়ে ল'ৰা বোৰৰ প্ৰেমক সন্মান দিব নোখোজে, তাৰ বাবে ল'ৰা জন এককক্ষীয় প্ৰেমিক হিচাপে বহু দূৰৈতে থাকিবলগীয়া হয়

  • @dhrubadeka4188
    @dhrubadeka4188 Год назад +32

    সঁচা ভালপোৱাৰ উদাহৰন এই দাদা বাইদেউ যোৰ ভগবানৰ ওচৰত পাৰথনা কৰিছোঁ যে আপোনাক সদাই সুখত আৰু ভালকৈ থাকে যেন❤❤

  • @shyamalmoran7780
    @shyamalmoran7780 Год назад +36

    লৰা ধুনীয়া বেয়া নাথাকে ছোৱালীহে থাকে লৰা কেৱল ধনী দুখীয়া থাকে

    • @rupaschannel5856
      @rupaschannel5856 Год назад

      Loraro bea thake. Modahi, bodmas thake

    • @parishmitachoudhury930
      @parishmitachoudhury930 Год назад

      Dhunia lora seni thake...bohut suwalir logot akeloge time pass kori thake...karon hihote jakei propos kore taiye yes koi aru seni khai thake dhei suwalir logot akeloge

    • @nk66408
      @nk66408 6 месяцев назад

      lol​@@parishmitachoudhury930

  • @chaobiraj
    @chaobiraj Год назад +74

    বান্দৰ বুলি লেখিব নালাগিছিল ল'ৰা টো ভালে অলপ ভাবি ল'ব লাগে

    • @DibyajyotiNath-yu9wh
      @DibyajyotiNath-yu9wh Год назад +1

      Kothatu hoi dada

    • @jamseralisk6170
      @jamseralisk6170 Год назад +1

      Mor monor ktha koise apuni

    • @sabnamjery9475
      @sabnamjery9475 Год назад +1

      Umm mure beya lgise lora tuk dekhi

    • @assamboy3636
      @assamboy3636 Год назад +1

      ​​@@sabnamjery9475asolote ki jana nije 2 nijor sehera bonuwa ni nhy... vgbane he dise....😊 mnhr mmn2 vl hobo lage baru jiki nhouk teu loukor vl puwa jugomiya houk

    • @manashdutta5734
      @manashdutta5734 Год назад +1

      eneke bandor buli likhibo nalage bandor jen lagileu 🙂

  • @devdas8542
    @devdas8542 Год назад +74

    লৰা ধুনীয়া হব নালাগে বুজিছে.... ছোৱালী জনি সঁচাকৈ গুনৱতি লগতে ৰূপবতি টো কবই নালাগে.... সুখেৰে থাকা দুজনে

  • @travelwithmefriends213
    @travelwithmefriends213 Год назад +5

    Grahok bonai dile ooo😂🤣🤣🤣Both of you are so cute.....may god bless you both..

  • @urvimomlifestyle5012
    @urvimomlifestyle5012 Год назад +17

    দুয়োজন লগ হৈ জীৱনত আগবাঢ়ি যোৱা। সদায় সুখত থাকিবা আৰু লৰাজনৰ মুখ খন খুব ধুনীয়া।

  • @kamrupassam3683
    @kamrupassam3683 Год назад +53

    কথা খিনি,কাহিনীটো ভাল লাগিল ।
    কিন্তু youtuber গৰাকীয়ে (বৰ্তমান তিনিও গৰাকী youtiber) ভৰিৰ ডিমাটোক কি কয় সেইটৈও নাজানিলে । আৰু গাৱৰ হলে যে নাজানিব তেনেকুৱা কথা নহয় । এনেকুৱা সৰু সৰু কথাবোৰো যদি আমি নাজানো। তাতে আমাৰ জ্ঞানৰ পৰিচয়টো পোৱা যায় ।
    সৌ সিদিনা আবেলি পৰত
    পানী অনা নৈৰে ঘাতত
    জোকে ধৰিছিলে তোমাৰ
    ভৰিৰ কলা-ফুলত।

  • @abhoyrabha5992
    @abhoyrabha5992 Год назад +19

    বহুত ধুনীয়া প্ৰেম কাহিনী সচা ভালপোৱা ❤ এনেদৰে ভাল সংসাৰ হ'ব লাগে।

  • @sardnandamusicalofficial5487
    @sardnandamusicalofficial5487 Год назад +184

    চেহেৰা চায় নহয় গূন চায় জিৱন সংগি বিচৰা
    বুঢ়া হোৱাৰ পাছত চেহেৰা কাম নিদিএ তাইৰ প্ৰেম আৰু সং হে কাম দিৱ....... নে কি কুৱা বন্ধু সকল😍

  • @saifulhaque9958
    @saifulhaque9958 Год назад +5

    Both of you share your real dramatic story so hopefully you will live peacefully as husband and wife

  • @SabinaYeasmin-lw6fv
    @SabinaYeasmin-lw6fv 11 месяцев назад +21

    That's why education is important.
    সকলো কাম কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। আৰু সেই সময়তহে ভাল লাগে। বয়সতকৈ আগত যাব বিচাৰিলে ভাল নালাগে।
    যিয়েই নহওঁক ভগৱানে ভালে ৰাখক তোমালোকক। শুভেচ্ছা থাকিল❤

  • @arhisreshthachangmai9218
    @arhisreshthachangmai9218 Год назад +32

    তোমালোকক আশীৰ্বাদ কৰিছো, নেদেখা জনে সহায় কৰক তোমালোকক 🙏🙏🙏🙏🙏🙏🙏 .......সুখী হোৱা , আগুৱাই যোৱা..মৰম থাকিল.......

  • @xmdi3687
    @xmdi3687 Год назад +22

    জেদত কাম ক ৰি পিছৰ সময় খিনি ভাল দৰে গলে ভাল কথা ছোৱালী পিছত আকৌ পলাই নগ লে হল ।

  • @jayantanarzary2241
    @jayantanarzary2241 Год назад +16

    It's called real love. I respect that couple which teaches a lesson to human life.

  • @ritamoniborah9180
    @ritamoniborah9180 Год назад +12

    তোমালোকৰ কাহিনীতো শুনি ভাল লাগিল। আনৰ কথালৈ মন নিদিব কাম কৰি তোলা । আশীৰ্বাদ থাকিল

  • @shashank1268
    @shashank1268 Год назад +159

    Suwali joni relationship tut dominating jen lagise.... Aru loratur self-respect olop kom jen onuvob hoixe...

    • @missborah3125
      @missborah3125 Год назад +12

      Jodi ai kotha khini atia lora tue kole hoi thn tmi aitu cmnt nkora sge...lora2 dominating bla bla

    • @petermartinez9972
      @petermartinez9972 Год назад +9

      Aitu hoi a xeikarone nijotke olop tolor suwali sabo lage 😂😂😂

    • @Dhemon-cx3mh
      @Dhemon-cx3mh Год назад +3

      Mukhot insult mari dei

    • @WIZARD_99ZZ
      @WIZARD_99ZZ Год назад

      Nohoi

    • @nayanroy9779
      @nayanroy9779 Год назад

      ​@@petermartinez9972point bro❤❤

  • @rumigogoi5662
    @rumigogoi5662 Год назад +12

    Congratulations, wish your very happy life with love. God bless you.🙏

  • @user-ko1dy8ds5h
    @user-ko1dy8ds5h 8 месяцев назад +1

    2malokor kahini2 realy bout val lagise anekoi aaguai jowa vogobane mongol korok

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq 11 месяцев назад +2

    Duiyoke dhuniya lage vogobane duijonoke hukhi kori rakhok take kamona korilu .babu bor dhuniya 😘🎉🎉🎉💞💞💞💞👌👍❣❣from goal para

  • @bishalsarma5306
    @bishalsarma5306 Год назад +36

    লৰা জন শিক্ষিত বাবে জানে বহুত কথা

  • @PUWALIGAMER-nr7qq
    @PUWALIGAMER-nr7qq Год назад +5

    জোন তুয়ে বান্ধৰ বুলি কৈছে তোমাক । হিয়াক কৈছো গৰুৰ চুৰ বুলি। তোমাৰ লোকক নাই কোৱা দেই। ✨♥

  • @nituldas6409
    @nituldas6409 Год назад +11

    মনৰ মিল হে আচল কথা।

  • @niyorjonak4705
    @niyorjonak4705 Год назад +6

    অকণমানো স্কীপ নকৰাকৈ video2 চালো,❤❤❤❤❤❤❤❤শুভকামনা জনালোঁ

  • @haridaskhataniar7112
    @haridaskhataniar7112 6 месяцев назад +1

    Dhunia history.....bhal lagise.....hahi utha kahini... God bless you

  • @jupitaradas150
    @jupitaradas150 Год назад +15

    ভালপোৱাতো বেলেগ, কিন্তু ছোৱালীজনী কথাবোৰ পাতলীয়াকৈ কৈছে,চন্চল ধৰনৰ কথা ভাল নালাগে, ভালপোৱাত গহীনতা থাকে । আৰু এই ধৰনৰ ঘটনা দেখি কম বয়সৰ ছোৱালীবোৰেও এনেকুৱা সিদ্ধান্ত ল'ব পাৰে, সেইবাবে পাৰিলে এনেকুৱা নিদিব,বাকী সকলো ভালেই ভিডিঅ, বেয়া ভাবি কোৱা নাই।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +38

    Many many congratulations both of you. Go ahead way to your journey. Always be positive and happiness.

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi Год назад +6

    ভাল পোৱাই মানুহৰ জাতি ধৰ্ম,ধনী দুখীয়া,বগা কলা, বয়স আৰু পঢ়াৰ ক্ষেত্ৰত যে একে হ'ব লাগিব তেনেকুৱা নহয়

  • @Rituboss786
    @Rituboss786 Год назад +1

    Borhiya 😊😊😊😅 God bless you bro & Sis......Aaguai jua tumaluk A.👍👍👍

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 Год назад +51

    Cute couple ❤... সুখত থাকা

    • @bhaskardeka6509
      @bhaskardeka6509 Год назад +1

      ​@@Assamesefoodvlog toi vai kiman duniya a.
      Beleg ok certificate dibo najabiii

    • @Assamesefoodvlog
      @Assamesefoodvlog Год назад +3

      @@bhaskardeka6509 areh teu nijei koise tar chehra bya buli 😁😁😁😂😂😂

  • @jurikakati719
    @jurikakati719 Год назад +11

    প্ৰেমত আচলতে ৰূপ নহয় মন মেলিলে বহু সুখ পায় আৰু গুন চভাৱ মৰম আচল ❤ বহু সুখ আৰু মই বিলাক সেই বিলাক কয় তেওঁলোক জন্তুৰ জানুৱাৰ তকৈ অধম ।

  • @jonalikalita9212
    @jonalikalita9212 Год назад +15

    Understanding wife and lovable couple

  • @rafiqulsh1602
    @rafiqulsh1602 Год назад +7

    দুয়ো ৰে জীৱন সুখ ময় হওঁক

  • @user-ty6dt9mq6l
    @user-ty6dt9mq6l Год назад +5

    They both of are very cute couple i well wishing them that God fill their all wishes and dream soon😊

  • @bishalsarma5306
    @bishalsarma5306 Год назад +5

    ইমান ধুনীয়া ছোৱালী এনেকুৱা লৰা পায় চে wah

  • @debendragogoi2155
    @debendragogoi2155 Год назад +5

    কাহিনীতো ভাল লাগিল আৰু হাহিলো যি কি নহওঁক তেওঁ লোক ভালে কুশলে থাকক ঈশ্বৰৰ ওচৰত প্ৰাথনা জনাইছোঁ যাতে সোনকালে কিবা এটা কৰ্ম জীৱন আৰম্ভ কৰিব পাৰে। ধন্যবাদ থাকিল

  • @anandaramgowala6634
    @anandaramgowala6634 Год назад +15

    May God bless you and live a happy life! Life is nothing but positive thinking and understanding between the couple.

  • @PsychoFrenzy305
    @PsychoFrenzy305 Год назад +3

    that boy is cute ..even cuter than most of the Assamese actor👍👍👍

    • @sashnkk
      @sashnkk 11 месяцев назад

      😂😂

  • @farhansarkar8325
    @farhansarkar8325 11 месяцев назад +1

    He is the real man.....salute you brother

  • @kolpochitra3869
    @kolpochitra3869 Год назад +30

    যি বিলাকে তেওঁক বেয়া দেখিছে, তেওঁ বিলাকক বাহিৰত ভাল দেখিলেও অন্তৰ চাগে বহুত বেয়া।❤️।কোৱা কাৰণে বেয়া নাপাব দেই।(ভুক্তভোগীয়েহে জানে)

    • @kolpochitra3869
      @kolpochitra3869 Год назад

      মোৰ নিজৰো তেনেকুৱাই আছিল বহুত বছৰৰ আগতেই। এতিয়ালৈকে দুখী নাই হোৱা।প্ৰকৃত ভাল পোৱা আৰু ইজনে সিজনক বুজি পালে দউখতও সুখী অনুভৱ হয়। ধন্যবাদ জনাইছোঁ ❤️

  • @UjjalHazarika-hg6oz
    @UjjalHazarika-hg6oz Год назад +17

    সদৌ অসম বৰলা সন্তা জিন্দাবাদ ।

  • @pranjalprotimbora3698
    @pranjalprotimbora3698 Год назад +12

    Life nijor, decision nijor...belege ki koi heitu bhabi labh nai...just go ahead & take a good decision....you shall definitely be succeed 👍 Your face has similarlity with our singer Montu Moni...

  • @independentbini2308
    @independentbini2308 Год назад +1

    God bless you both....tumaluk'r bhalpuwa tu ata example hoi😊beya manuhe beya kotha kobo kintu tumaluke haetu sabo nalage...tumaluk jana je tumake happy asa baas👍😊

  • @triptisarkar5856
    @triptisarkar5856 Год назад +20

    ছোৱালী জনীয়ে বাৰে বাৰে ল'ৰাজনক দেখাত বেয়া বুলি কৈ থকাটো উচিত হোৱা নাই; দেখাত বেয়া ও নহয়। স্বাস্থ্যটো অলপ ভাল হ'লে ধুনীয়া হৈ পৰিব।বয়স অনুপাতে পৰিপক্ক ল'ৰা।

    • @MOOD-ON-313
      @MOOD-ON-313 9 месяцев назад

      Moi u heitu a Kobo bisarisu..... ane jiye nokok ...mur bodhere husband jenekuway nohok wife r karone hoday hero buli hoy ...aru nije beya kole ane tu koboy no

    • @EXPLORERHIRAK
      @EXPLORERHIRAK 9 месяцев назад

      thik koise

  • @sajidulahmed5876
    @sajidulahmed5876 Год назад +15

    Real love❤❤❤❤.. Superb story

  • @puronpayeng7151
    @puronpayeng7151 Год назад +42

    Love is Blind 😂😂😂 শেষত বেছি ভাল লাগিল । ❤❤❤👍👍👍🙏🙏🙏

  • @rahuldeka-eh4wr
    @rahuldeka-eh4wr Год назад +37

    17:16 চেহেৰা বেয়া বুলি যে গোটেই অসমৰ আগত নিজৰ মানুহজনৰ কথা তেনেকৈ কৈছা তেওঁ মনত আঘাত নাপাব নেকি.....তুমি কি বিশ্ব সুন্দৰী নেকি...অকল তোমাৰ চেহেৰাটোতকৈ মানুহ জনৰ চেহেৰাটো তলত বুজিলা....😏Aibur knowledge less ktha koi koi mnuh bur bewa koribo

  • @sabitarabha4663
    @sabitarabha4663 Год назад +2

    Moi kiba ata kotha vabi asilu kintu dada xekhot eman hahilu pet bikhai goiae ako ni sobore hoi anekuwa vl lagise programme tu sai mur falor pora xubecha thakil agowai jowa vagin tu vogobane vale kukhole dangor howk ..🙏🙏

  • @user-iz3ky1xx7y
    @user-iz3ky1xx7y 9 месяцев назад +1

    Tmlk bht vll hoi. Asolte manuhr sehera sai vll pab nalage. Mon sai he vll pab lage... ❤❤❤

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 Год назад +11

    Xodai Sukhat thka 2maloke,, Sowali jonir Mon 2 bhut safa hoi ❤

  • @krishnakhound6354
    @krishnakhound6354 Год назад +14

    পলাই অহাটো ডাঙৰ কথা নহয় .টকা পইছাৰে জীৱনটো ভালকৈ চলাই নিব পৰাটোহে ডাঙৰ কথা .

  • @dbhargab
    @dbhargab Год назад +42

    স্বামী-স্ত্ৰী হিচাপে দুয়োকে মিলা নাই ,যা নহওঁক দুয়োজনৰে প্ৰেম যাতে আজীৱন জীয়াই থাকে তাৰে কামনা কৰিলো । 🙌🏻

    • @KON_JIT
      @KON_JIT Год назад +5

      Milise 😊

    • @Nomad439
      @Nomad439 Год назад

      Nimilake mili jaii sob❤🥰

  • @nirajkumardas9931
    @nirajkumardas9931 4 месяца назад

    লৰাটো সঁচাই মনৰ ধুনীয়া কিন্তু ছোৱালীজনী মনৰো ধুনীয়া চেহেৰাও ধুনীয়া মৰম লগা । সুখী থাকা দুয়ো সন্তানটিৰ হৈতে । শুভকামনা থাকিল ।

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi Год назад +3

    মাক দেউতাকে লৰা ছোৱালীৰ বেয়া হোৱাতো নিবিচাৰে কাৰণ বহুত আশা থাকে তেওঁলোকৰ ওপৰত

  • @meenadevimeenatumhagarahoo9799
    @meenadevimeenatumhagarahoo9799 Год назад +16

    আপোনালোকৰ ভবিষ্যত সুন্দৰ হওক

  • @sankarpatar202
    @sankarpatar202 Год назад +6

    আপোনালোকৰ টো সুখৰ সংসাৰ হৈ গল । মইও মনে মিলা এজনি পালেই হল আও দে চিধা লৰা চিধা কথা ।

  • @bjraj
    @bjraj Год назад +30

    কমেণ্টবোৰ পঢ়িছো বহুতে বহুত কৈছে, বহুতে ভাল পাইছে বহুতে শুভেচ্ছা দিছে। মই কি কম ভাবিপোৱা নাই। হয় চেহেৰাই একো নকৰে চেহেৰাচাই ভাল পাব নালাগে বাৰু, কিন্তু তোমালোকে কৰা কামতোও ভাল কৰা নাই, প্রথমে নিজৰ জীৱনতো গঢ়িব লাগে, পিছত এইবোৰ। কাৰণ বৰ্তমান সময়ত পইচা মেইন। হয়তো পিছত গম পাবা/ অনুভৱ কৰিবা জীৱনত সৰুকথা এটাৰ বাবে কিমান ডাঙৰ ভূন কৰিলা।

    • @Nur_Alam_All_Videos
      @Nur_Alam_All_Videos Год назад

      Ki vul korile

    • @bjraj
      @bjraj Год назад +1

      @@Nur_Alam_All_Videos তেওলোকে যিটো বয়সত বিয়া পাতিল সেইতো বিয়া পতা বয়স মানে কবগলে বিয়াপাতিবলে প্রাপ্তবয়স্ক হোৱা নাই। যিটোবয়সত ভালদৰে পঢ়াশুনা কৰি নিজৰ ভৱিষ্যত কেনেদৰেগঢ় দিব পাৰি কেনেদৰে আত্মনিৰ্ভৰশীল হবপাৰি তাৰ কথা ভাবিব লাগে। বিয়া পাতিলে নহব, পিছত সময়ত কেনেদৰে চলিব তাৰ কথাও ভাবিব লাগিব। য'ত নেকি বিয়া পতা সময়লৈকে ল'ৰাজনৰ কোনো সংস্থাপনে হোৱা নাছিল( এতিয়া নাযানো, যদি এতিয়ালে হোৱাই নাই তেতিয়া দেউতাকে সদায় দিব জানো বা দিলেও নিজৰো খুজিবলে লাজ বোলা কথা এটা আছে) কেৱল ল'ৰা জনৰে নহয় ছোৱালী জনীয়েও নিজৰ পঢ়াশুনা, বা অন্যান্য কিছু এৰিব লগীয়া হ'ল। হয়তো কব বিয়াৰ পিচত পঢ়িম বুলি কিন্তু পঢ়া খৰচ ক'ত পাব? মোৰ মতে ভুল হৈছে তাকে কৈছো বাকি যিয়ে যি ভাবা 🙏

    • @lostboyvlog4145
      @lostboyvlog4145 Год назад

      @@Nur_Alam_All_Videos polai biya pati xorute biya hoi ghrr mnuhk ksto di

    • @prasantabordoloi8913
      @prasantabordoloi8913 Год назад +1

      Really, bujibo adin

  • @jintikalita-vq6ji
    @jintikalita-vq6ji Год назад +2

    Tumalok k bhogobane xodai vle kukhole rakhok,, tumalok xodai xukhi hoi thka,,tumalokr xukhor xongxar houk,,anor kotha mon ndiba,,tumalkr jibont fmly he important,,xosa vlpwa xodai jiyai thake ❤️👍

  • @user-zd1mg3fe1d
    @user-zd1mg3fe1d 4 месяца назад +1

    Bohut dhuniya ase dada .....moi support t asu😊

  • @nalinpangging3434
    @nalinpangging3434 Год назад +8

    Good point~
    চেহেৰা চাই নহয় ,মন চাই

  • @Rose-ps8fj
    @Rose-ps8fj Год назад +8

    Jar logot comfortable teu a best ❤❤

  • @kishorepradhan6356
    @kishorepradhan6356 Год назад +18

    So beautiful couple ❤

  • @MinaBora-bs8vp
    @MinaBora-bs8vp Год назад +2

    আজি যোগত ধুনিয়া মানুহবিলাকেহে যতে ততে গুৰুত্ব পায়। অকণমান দেখিবলে বেয়া বা কলা হোৱা মানুহবোৰ যেন সেইবিলাক মানুহৰ মনত মানুহেই নহয়।কিন্তু কলা মানুহৰ অন্তুখন , বগা মানুহৰ অন্তুখনতকে বহুত ভাল।মানুহে মানুহক হাহিবলে এৰক।

  • @madeeasy-e6
    @madeeasy-e6 11 месяцев назад +4

    নাজানো কি ভাল লাগিল একেবাৰে এবাৰো skip নকৰাকৈ vdo টো চালোঁ। ছোৱালীজনীয়ে ইমান সহজ সৰলকৈ কথাবোৰ কৈছে খুব খোলা মনৰ ছোৱালী❤❤

  • @manosibaruah2352
    @manosibaruah2352 Год назад +15

    Very strong couple, best wishes to both of you

  • @HikujyotiRay-ui8up
    @HikujyotiRay-ui8up 5 месяцев назад +1

    Donojona sukhi thakok....anaka hoday hahi thaka doyojona...dukht hok ba hukhot akaloga thakiba ...pream haruwa jona premr dukh buja...hukhi thaka hoday❤❤❤❤❤

  • @mahendrrava5738
    @mahendrrava5738 Год назад +15

    এয়াই মানবতা সচা অন্তৰৰ ভাল পোৱা

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 Год назад +7

    লৰা ধুনীয়া,বেয়া এইবোৰৰ লগত কথা নাই,প্ৰকৃত মানুহ হয় নে নহয় সেইটো হে আচল কথা।
    আজিকালিৰ টো ছোৱালী একদম বিশ্বাস কৰিব নোৱাৰি।

  • @KajolDa-ys9pk
    @KajolDa-ys9pk 8 месяцев назад +1

    Both should be respectful to each other

  • @drunasaikia-yc7vu
    @drunasaikia-yc7vu Год назад +9

    Good Inspiration Video
    In 2018 I have my first job in Gujarat and I am then went to Gujarat to join my job.
    At the same time he chased away that girl and brought her, see what progress he has made and what progress I have made.
    This boy has really moved forward with such a good companion.

  • @user-xf3ub4tr7p
    @user-xf3ub4tr7p Год назад +12

    ❤❤❤Allah bless both of you❤❤

    • @rko705
      @rko705 Год назад +1

      Muslim k disrespect krise

  • @prasenteron-hy4mr
    @prasenteron-hy4mr Год назад +13

    Cute couple ❤