Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ঋতু কেইটাৰ নামো কব নোৱিৰিলে তথাপিও সম্ৰাজ্ঞী হল
পাছে কথাটো হয়। পাছে কোনো গৰাকী নাচনীয়েও ১০০% শুদ্ধ উত্তৰ দিব পৰা নাছিল। সেয়ে ভাল নাচৰ ওপৰতে সন্মানীয় বিচাৰক মণ্ডলীয়ে বিবেচনা কৰিছে।
Sosai bor Dhunia nasila dai.eman gohin vabe .val lagil sai
ককালতকৈ আঠু বেছি ভাঙিছে। তথাপি সম্ৰাজ্ঞী
Vl nasesa
যোৱা বাৰ ২০২৩ৰ বিহু সম্ৰাজ্ঞী হোৱা গৰাকীৰ লগত নাচটো মিলিছে।
Waooo fantastic reaction,
সুন্দৰ 👌👌
সুন্দৰ বিহু নাচ। হালি জালি যেন বিৰিনা পাত। টাকুৰী ঘুৰাদি ঘুৰিছে।
Bohut hundor hoise ❤ সুন্দৰ বিহু নাচ।হালি জালি যেন বিৰিণা পাত।টাকুৰী ঘুৰাদি ঘুৰিছে ❤
Gayle samragi howat অৰিহণা যোগাইছে
❤
Nice ❤❤
Hundor
চেনেলৰ মালিক মালিক ডাঙৰীয়া আপোনাৰ পৰা এটা কথা জানিবলৈ ইচ্ছা হৈছে। ভিডিঅ'বোৰত যে তিনিটা চাৰিটাকৈ logo লগাই দিয়ে, কোনোবাই চুৰি কৰি লৈ যায় নেকি বাৰু?
হয়... বৰ্তমানলৈ বহুত চেনেলত strike দিব লগা হৈছে... RUclips ৰপৰা video চুৰ কৰি Facebook তো upload দিয়া মানুহৰ অভাৱ নাই... বহুত কষ্ট কৰি ভিডিঅ' বিলাক ৰেকৰ্ডিং কৰা হয়... গতিকে আমি কষ্ট কৰিম আৰু বেলেগে আমাৰপৰা ভিডিঅ'লৈ নিজৰ চেনেলত আপলোড কৰাটো সহ্য কৰিব নোৱাৰো... ধন্যবাদ
Ba ❤❤🎉
❤😮😮😮
Rajoshri hbo lagisil xomraggi
Nice
এইটো মাতত সম্ৰাজ্ঞী
Hasoti khn red hbo lgisil ...matt tu ..keneka samragi holl
Rito keitar nam kob nuwarile kenekoi select hol o
Bihu nasot besi importance diya hoi. So....
Apuni j imn koi ase apuni kouk sun😒lotahil t goi nasibo pra okat ase nki apunr...kotha kbo ahe
একো ভাল হোৱা নাই
Soku sorohabur kor pora j ahe comment diboloi 😂😂