Dimpu da apunar video Sai bhut vl lage aro apunar video borot bhut bhut vl ktha xikibo pari aitu video boli a nohoi gi kono video ot a aro mor dore Dimpu Dak vl pai like korok ❤😊 HAR HAR MAHADEV ... JAI KEDARNATH BABA KI JAI ❤🌼🕉️🇮🇳
Work for 36 hrs continuously and then come to room, lie down on bed and watch the most awaited vlog by assam's best vlogger and chill.. This is how I find peace sometimes in my hectic schedule.. Om namah shivaya🕉
🕉Jai baba kedarnath 🌈 💙🇮🇳 moi 2022 ot babar kripat goi ahilu.juar agot mur bomb jor hoi sil tar pisotu kedarnath pai goi silu ge🙏ru ata kotha Dimpu boruah video ot bohut bhal dore dekhaise kedarnath yatra ✨️
যাত্ৰা সঁফল হল, হৰ হৰ হৰ মহাদেৱ, মহাদেৱে সকলোকে ভালে ৰাখক আশা পূৰণ হওঁক 🙏🕉️♥️
🕉️☺️🕉️🕉️💐🙏
আমাৰ ভাগ্য কেতিয়া উদয় হয় নাজানো,কিন্ত কেদাৰনাথ দৰ্শন কৰাৰ বহুত আশা আছে🙏হৰ হৰ মহাদেৱ🙏
মনৰ আশাবোৰ যাতে পুৰণ হয় ভালে ৰাখা বাবা কেদাৰনাথ ❤
বহুত বহুত ধন্যবাদ ডিম্পু , ঈশ্বৰৰ আশীৰ্বাদত তোমাৰ কেডাৰনাথ যাত্ৰা ভালে ভালে সম্পূৰ্ণ হওক , এই শুভকামনাৰে ।
ভাগ্য থাকিলে হাজাৰ বাধা বিঘিনি থাকিলেও প্ৰভুৰ দৰ্শন হবই.. হৰ হৰ মহাদেৱ 🙏🏻
🙏
বহুত কষ্টৰ পিছত যাত্ৰা সফল হল । ওঁম নমঃ শিৱাই 🌹🙏🙏🙏🌹
🙏🕉️🙏
❤
Ok
ধৈৰ্য ফল সদায় মিঠা ❤ মৰিগাঁও ৰ পৰা মৰম যাচিলো দিম্পু দা
হৰ হৰ মহাদেৱ। কৃপা কৰা বাবা ❤🙏
Har har mahadev 🙏🙏
Finally kedarnath. মহাদেৱৰ ভক্ত❤
тσι.αʝє.мαуαя.вυѕн.кни.78.кσυтє.вя.ѕнυιвнє
জয় বাবা কেদাৰনাথ 🙏🙏 হৰ হৰ মহাদেৱ 🙏 তোমাক ওচৰৰ পৰা দৰ্শন কৰাৰ হেঁপাহ সোনকালে পূর্ণ হয় যেন বাবা...❤
Mur bohut monor pora akha aitu
youtube.com/@panchisimplelife412?si=_YifgKi5sgCmZoSi
Jay kedar nath baba
হৰ হৰ মহাদেৱ
Thanks for 600subcribers RUclips family ❤❤
ডিপু তোমাৰ জৰিয়তে বাবা কেদাৰনাথৰ ভেলেবাবাৰ দৰ্শন কৰিলো আৰু তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ।
মহাদেৱৰ ভক্তসকলে like kora 🛐❤
ভিডিও টোত মন্দিৰটো দেখাৰ লগে লগে কিবা এটা মনটো শান্তি লাগি গল , এয়াই আমাৰ মহাদেৱ বাবাৰ শক্তি 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🥺
Baura khatha tor
Thank you dimpu da for kedarnath journey tu dekhar babe 😍 har har mahadev 🙏
I just can't express my feelings in words... Just out of this world! Jai Baba Kedarnath 🔱🙏🔱
Jai bhole bba 🙏🙏 bhole bba krune ata ata like kori dek guys ❤
হৰ হৰ মহাদেৱ। মহাদেবে সকলোৰে মংগল কৰক।দূৰৰ পৰাই শতকৌটি প্ৰনাম। যিসকলে মহাদেৱক ভালপোৱা like🙏🏿🙏🏿 কৰক
বৰ ভাল লাগিল থিম্পু 🙏🙏🙏😌ঔম নমঃ শিৱাই
বৰ ভাল লাগিল তোমাৰ এই যাত্ৰা চাবলৈ ৰৈ আছিলোঁ। কুশল হওঁক ।হৰ হৰ মহাদেব🙏🙏🙏
দেৱা আদিদেৱ মহাদেৱ🙌🙏 সৰ্বশক্তিমান👏🙌 💪Jai kedarnath 🙏হৰ হৰ মহাদেৱ🙏💥🔥
বাবা কেদাৰনাথত যোৱা ইচ্ছা এটা মনত বহুদিনৰ পৰাই পুহি ৰাখিছোঁ , বাবাই ভালে কুশলে ৰাখিলে লগতে শক্তি দিলে বাবাৰ চৰণত সেৱা এভাগ ল'বলৈ নিশ্চয় যাম। হৰ হৰ মহাদেৱ 🕉️❤🙏🙏🙏
Moru jabor issa ase......
Jai siv Sankara
Next level video dergon golaghat pora morom jaselu
যোৱা ৭-৬-২০২৩ তাৰিখে GMCH ত আমাৰ খুৰী আম্মৰ ব্ৰইন-টিউমাৰ ৰগ ৰ ধৰা পৰে। আজি খুৰিৰ অপাৰেচন আছে GNRC ত । দিম্পু দাৰ লগতে মোৰ এই কমেণ্ট পঢ়ি থকা সকলো বোৰে plz নিজৰ খুৰী হিচাপে আল্লাহ ভগৱান ৰ ওচৰত দোৱা কৰে যেন খুৰি অম্মা ভাল হয় আহে ।
মনৰ আশাবোৰ লগতে ঘৰৰ সকলোকে ভালে ৰাখা বাবা কেদাৰনাথ 🕉️🕉️❤❤️🙏🙏🙏
Dimpu da apunar video Sai bhut vl lage aro apunar video borot bhut bhut vl ktha xikibo pari aitu video boli a nohoi gi kono video ot a aro mor dore Dimpu Dak vl pai like korok ❤😊 HAR HAR MAHADEV ... JAI KEDARNATH BABA KI JAI ❤🌼🕉️🇮🇳
❤💝👍Val lgil sai,,,jai baba kedarnath
যাত্ৰা সফল হ'ল, হৰ হৰ মহাদেৱ 🙏 🙏 তোমাৰ লগতে আমিও বাবা কেদাৰ নাথৰ দৰ্শন কৰাৰ সুযোগ পালোঁ 🙏🙏
Jai shree Baba Kedarnath Dham Om Namah Shivai Har Har Mahadev 🙏🙏🙏🙏🙏🙏🙏 Love from Barama Baksa ❤️
Har Har Mahadev.
Congratulations for reaching Kedarnath temple. Seeing your journey, I am also feeling very inspired.
Joi baba kedarnath 🙏monor akha hopun puron koriba provu🙏
জয় বাবা শ্ৰী কেদাৰনাথ 🙏🙏🙏 হৰ হৰ মহাদেৱ 🕉🔱🔱🔱🕉❤❤❤
হৰ হৰ মহাদেৱ, তোমাৰ যাত্ৰা সফল হ'ল 🙏🙏 , মই অক্টোবৰৰ 3 তাৰিখে গুৱাহাটীৰ পৰা যাত্ৰা কৰিম বাবা কেদাৰনাথৰ ওচৰলৈ 👏👏👏
Jai Baba Kedarnath 🙏❤ Lots of love Dimpu da 😍
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
খুব সুন্দৰ ভাইটি..👌👌👌🥰🥰 ভগৱানে মঙ্গল কৰক.. 🙏
ঘৰৰ পৰাই জয় বাবা কেদাৰনাথ 🙏🙏 এদিন যাতে আমিও যাব পাৰো হে প্ৰভু ❤ love from - ( Kamrup boko )❤❤
Kedarnath drem .... Like .... হৰ হৰ মহাদেৱ....
Khub bhal lagile, tumalokar kedar jatra! 😊
মন যায়
কেতিয়াবা কেতিয়াবা মন যায যে ----
মই ওকলে বহু দূৰণিলৈ গুচি যম
যত নাথাকে কোনো মানুহ
ওকল থাকিব গছ , লতা ,
চৰাই , পাহাৰ , নদী , জন্তু ।
তাত মই সিহঁতৰ লগত থাকিম ,
খেলিম আৰু সুখ-দুখৰ বহু কথা পাৰিম ।
ৰাতিপুৱা হলে চৰাইবোৰে ধুনীয়া গীত
গায় গায় মোক টোপনিৰ পৰা
জোগাব কিযে আনন্দ লাগিব ।
কেতিয়াবা কেতিয়াবা মন যায় যে ----
মই চৰাই হয় এই বিশাল
আকাশত উৰিম ফুৰিম আৰু
এই ধুনীয়া মহোনীয়া অসম খন চাম
আৰু নিজকে এবাৰ কম যে
মোৰ স্বদেশখন ইমানে ধুনীয়া ইমানে ধুনীয়া
গছ-লতা , নদ-নদী , পাহাৰ-ভৈয়াম
আদি বহু মনোমহা প্ৰাকৃতিক বস্তুৰে ভৰা
যিফালে চাওঁ সেইফালে মাথো সেউজীয়া- সেউজীয়া ,
কেতিয়াবা কেতিয়াবা মন যায় যে ----
সেই বিশাল সাগৰৰ বুকুত
উতি-ফাহি ফুৰা মাছবোৰ সিহঁতৰ
দৰে সেই বিশাল সাগৰৰ বুকুত
উতি-ফাহি বহু দূৰ-দূৰণিলৈ
ইতো পাৰৰ পৰা সিতো পাৰলৈ
বহু ঢৌ-সোত আদিৰ মাজেৰে
জীবন কটাব কিয়নো তেতিয়া
মোক কোনেও একো কব নোৱাৰিব ।
আৰু মই কাৰো কথা শুনিবলৈ নালাগিব
সচাকৈ মই তেনেকুৱাই এটি মধুৰ জীবন বিচাৰো
কেদাৰ নাথ যাত্রা শুভ হওক আমি সকলোৱে তাৰে কামোনা কৰিলু🙏🙏🙏
Kedarnath r bikhoye tumar pora bohut kothai janilu ,tumak bohut dhoynobad Dimpu.
moja lagile goi kedarnath. jai mahakal. har har mahadev
Work for 36 hrs continuously and then come to room, lie down on bed and watch the most awaited vlog by assam's best vlogger and chill.. This is how I find peace sometimes in my hectic schedule.. Om namah shivaya🕉
হৰ হৰ মহাদেৱ ভোলা বাবাই সকলোকে ভালে ৰাখক 🙏🙏🙏 love form ধেমা 14:22 জি❤❤❤
Bhut val loge
Bohut bhal lagil Dimpu. Dimpu goi thaka. Sibaj halpu.
Har Harr MAHADEVV🙏🏻❤...Joy KEDARNATH BABA ki✊🤗❤💫
হৰ হৰ মহাদেৱ ❤❤❤❤❤ love from mangaldai ❤️❤️❤️❤️❤️❤️
Om Namah Shivaya🙏🙏
Hor Hor Mohadev Thank You Dimpu Happy jurny
Dimpu tumak bohut bohut dhaynabad god bless you
মহাদেৱক লগ পাবলৈ অলপ হলেও কষ্ট কৰিবই লাগিব ❤
মোৰ দাঙৰ সপোন আছে এবাৰ কেদাৰনাথ গৈ বাবাৰ দৰ্শন কৰিবলৈ কেতিয়া যে মাতিব বাবাই। হাৰ হাৰ মহাদেৱ 🙏🙏🙏🙏🙏🙏🙏❤️
Kedarnath jua bohutor video salu kintu dimpu da video sai bohut val Dore bujilu dekhilu ei aai amar dimpu da..har har Mahadev 🙏🙏bom bom bhole 🙏🙏
মনৰ আশাবোৰ যেন পূৰন হয় বাবা কেদাৰনাথ🙏🙏🙏
Dimpu daaa next level
Har har mahadev 🙏🏻🙏🏻🙏🏻
জয় কেদাৰনাথ 🔥🔥❤️❤️
Bhut vl lagil dimpu da tumi xofl hb parila har har Mahadev muru xopun ase kedarnath jable hei xopun xunkale Mahadeve pur kore jen Jy kedarnath 🙏🙏🙏🙏🌺❤️
Mja dimpu bhai🎉❤❤❤
যদি আপোনালোকে শিৱৰ ভক্ত হয় এটা like kora ❤❤❤❤
হৰ হৰ মহাদেৱ 🕉️🚩
BaBa Kedarnath hkluke vle rakhiba..akhirbad koriba❤
Om namah sivay har har Mahadev 🔱🔱🔱🔱❤❤❤❤🌸🌸🌸🌸🙏🙏🙏🙏
জয় কেদাৰনাথ ❤❤❤
Baba ka ghar bahut dur hai, Lekin jana jarur hai👍👍 this Line Touched my heart ❤️ Keep going Dimpu 👍👍
Bahut val lagile Vlog Dimpu like 👍🙏🙏
প্ৰনাম কেদাৰনাথ জয় ভলানাথ 🙏🙏🙏ধন্যৱাত ভাই God bless 🧡
Congratulations 👏👏
JAI KEDARNATH 🕉️🕉️🙏🙏❤️❤️
HAR HAR MAHADEV 🙏🙏❤️❤️
Bom bom bhole 🙏🙏🙏 har har mahadev 🙏🙏🙏 kedarnath baba ki jai 🙏♥️🙏♥️🙏♥️
🕉Jai baba kedarnath 🌈 💙🇮🇳 moi 2022 ot babar kripat goi ahilu.juar agot mur bomb jor hoi sil tar pisotu kedarnath pai goi silu ge🙏ru ata kotha Dimpu boruah video ot bohut bhal dore dekhaise kedarnath yatra ✨️
সপোন আছে দাদা কেদাৰনাথ যাবলৈ বাবাই যেন আশা পুৰণ কৰে ❣️🔱🌸
JAI KEDARNATH TEMPLE 🙏❤️❤️
Bohut bhal lagil Dimpu.
Bohut bhaal lagil de dimpu da
The Lord shiva ❤ The lord Krishna ❤ Beauty of a sanatan Dharm ❤❤❤❤
Congratulations 🎉❤dimpu daa love you ❤❤❤
Bht besi a vl lgil sai.... Aru aguwai jowa 🥰... Tmk Lg pab bht mn... 😢😍
Thanks Dimpu for yr Kedarnath Video
Jai Baba kedarnath ❤🙏
Joy baba Kedarnath 🙏🙏🙏
Dimpu tumer pora bohut knowledge paisu thank you
Apnar Vedio khub valo lage
जय केदार बाबा❤
Dimpu dar karone ata like ❣️❣️❣️💞💞
Dimpu dadar babe lakh ta liku km hb
Dimpu daa greit .....❤ har har mahadev. ..🙏🔱🔱
হৰ হৰ মহাদেৱ 🙏🙏
মহাদেৱৰ বাবে এটা লাইক ❤🙏🙏
Dimpu dar karone ata like
হৰ হৰ মহাদেৱ,জয় বাবা কেদাৰ নাথ
Amazing trip. Nice presentation.
Har har mahadev ❤Jai kedarnath
I am Muslim but someday I'll visit kedarnath and take blessings from baba kedar🙏
😶🌫️
Joi bhole bobo 🙏🙏🙏🙏🙏
Assam bashi loi sukh shanti re uposai diyok bhole babai 🙏 jonaisu
Bhole baba ki........
Hosai de hopun sobe dekha kinto emanu hapun bastop korato mamuli nohai khus kahi gai de! Val lagil ! Jai vula nath 🙏🙏🙏🙏
Dimpu dar karne hokoluhe like kora. karn dimpu da bohut kosto korise.
Dimpu a mukhor agot dekhilew nmate vai
Dimpu dar karone ata ata like ❤❤❤
Tar karne tar videot like disu tk kiya dim
😂
Ki hor dor kar lagse tok like diba video like dim 😡😅
Ghume thk
@@himanshusaikia4844 1
Baba e jaate amaku loi jai... Apunar video r through di dekhuar babe bht dhonyobaad
Dhuniya dimpu da❤❤❤❤