Utpal Baruah record player kote pabo paru? 1974 sonot Fiesta Trans mains ata ata rerord player 900/- kina hoisil, pasot beya hol, koneo thik koribo nowarile, atiya 200 man record gorot pori ase.
Just imagine it's 100years old recorded song. See today how audio technology is developed now from that buzzing gramophone to now dolby audio sound ❤❤ just amazing
অতি চমকপ্ৰদ হৈছে এই vlog টো । এই ভদ্ৰলোক গৰাকিলৈ আমাৰ তৰফৰ পৰা বহু বহু আন্তৰিক ধন্যবাদ এই বাবেই যে তেখেতে অসমৰ এক আপুৰুগীয়া সম্পদ সাঁচি থৈছে আৰু জনসাধাৰণকো সেই আমেজ দিছে🙏🙏🙏
Salute to respected Shri Duwarah Sir. Hope, the Axom Sahitya Sabha, Assam Government and Central Government will offer sufficient financial support for looking after of the National and International Visitors and the day to day maintenance of his outstanding collection of Old Golden Assamese songs and the cultural items, please🙏🇮🇳🙏 Jai Aai Axom ❤🇮🇳❤
Bohut Vhal lagill Apunar aei video tu sai,,,... Apunr proti2 video a sai bor vhl paw aru hikibo pru kisu njona barta.....ane koi a vhl vhl video social mediat ari dibo aru good gd workere mnuhr mjt joy kori juok ... Jai aii Axom n thanks for you brother...
Khub bhal lagil dei, thank you for sharing
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷৷
@@princebharalisvlog6578😂
ইতিহাস মোহাৰি পেলাব বিচৰা দিনতো ইমান সুন্দৰকৈ অতীতৰ স্মৃতিবোৰ ধৰি ৰাখিব পৰাটো সহজ নহয় । তেওঁ সন্মানৰ যোগ্য ! 🙏🙏🙏
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
অপূৰ্ব্ব অতুলনীয় প্ৰচেষ্টা । দুস্পাপ্য আৰু আপুৰুগীয়া গ্ৰামফোন ৰেকডৰ সংগ্ৰাহালয় । তেখেতলৈ শ্ৰদ্ধা জনালো 🙏🙏
এখেত সচাকৈয়ে সন্মানৰ যোগ্য।কিযে সযতনে সংৰক্ষণ কৰি ৰাখিছে। অনুষ্ঠান টো চাই বহুত সূখী হৈছো।🙏🙏🙏🙏🙏
Preservation of past technology, really great. It's property of long future
সঁচাই বহুত ভাল লাগিল অন্তৰ চুই গল, ছাৰ জনলৈ বহুত বহুত শ্ৰদ্ধা 🙏
বহুত ভাল লাগিল। দুৱৰা চাৰলৈ এই সংগ্ৰহৰ বাবে অশেষ ধন্যবাদ আৰু প্ৰণাম জনালো।
Excellent collection , many many thanks for presenting precious song.
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
ভাল্ লাগিল ভিডিঅ তো চাই... ধন্যবাদ সেই ব্যক্তি গৰাকীলৈ যি জনে সংৰক্ষণ কৰি ৰাখিছে অতি কষ্টেৰে..
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
বহুত মূল্যৱান সংগ্ৰহ। ধন্যবাদ দুয়োজনলৈকে।
জীৱনৰ এটি সুন্দৰ মূহূৰ্ত্ত অনুভৱ কৰিলোঁ। আপোনাৰ লগতে শ্ৰদ্ধাৰ শিল্পী গৰাকিলৈ ধন্যবাদ ও শ্ৰদ্ধা জনালোঁ।
অতি সুন্দৰ দাদা। আপোনাক কি বুলি ধন্যবাদ জনাম।ভাৱিয়ে আচৰিত হৈচো। যিটো সময়ত মানুহে আধুনিকতা আধুনিকতা বুলি মৰিচে। সেই সময়ত আপোনাৰ নিচিনা মানুহ এজন পাই। বহুত ভাল লাগিচে।
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
Record player kote powa jabo? More gorot 200 gramaphone record ase.
আজি বহু দিনৰ মূৰত এই ৰেকৰ্ড টো শুনি মনলৈ সেই তাহানিৰ আমি আমাৰ ঘৰত শুনা হিন্দী গানবোৰোলৈ মনত পৰি গৈছে ।এই গ্ৰামোফোনৰ পিনবোৰ বজাৰত পোৱা নগৈছিল ।আমি পিনবোৰশানশিলতজোঙা কৰা গান শুনিছিলো।।ভিডিওটো দেখি বহুত পুৰণি দিনবোৰ কথা মনত পৰিছে । ৰেকৰ্ড ৰ এটা বাকচ আছিলে।এতিয়া সেইবোৰ আছে নে নাই গম নাপাও
বহুত বহুত ধন্যবাদ জনালো ছাৰ, আপোনাৰ কাৰণে পুৰণি দিনলৈ উভতি যাব সুবিধা কণ কৰি দিয়া বাবে, এনেকৈ যেন সদায় সেই তাহানিৰ আপুৰুগীয়া কণ্ঠ বোৰ সজীৱ হৈ থাকে কামনা কৰিছো ।
Good collection of Assamesa recorded song thank you long live
বহুত ভাল লাগিল দেই ইমান পুৰণা শব্দ শুনিবলৈ পালোঁ
অভিভুত হলো।সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন জ্ঞাপন কৰিলো ।
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
উমানন্দ দুৱৰালৈ শত শত ধন্যবাদ।
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
ইমান মহামূল্যবান সম্পদ এতিয়াও আছে চৰকাৰে অলপ চকুকাণ দিব লাগে 🙏
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
বহুত ভাল লাগিল ৷ আপুনি এই Video টো কৰি বহুত ভাল কাম কৰিছে ৷ Video টো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চোৱা উচিত 🙏🙏🙏
Bohut mulyaban video. Umanando Sire or bihoiye Batori Kakotot porhibo paisilu. Video tu bonuwar babe apunaloy bohut bohut dhoinyabad thakil.
Old is gold very good
64
কিমান যে মূল্যবান কৰ্ম এয়া !দেখি অভিভূত হৈছোঁ ।অলেখ প্ৰণাম ।
আজি প্ৰথম দেখিলোঁ ধন্যবাদ বস্তুবোৰৰ সংৰক্ষণ কৰি ৰখা বাবে
সাক্ষাৎ গ্ৰহণ কৰাজনৰ কথোপকথনৰ ভাষা অকণমান মান্য আৰু মাৰ্জিত হ'ব লাগে। খুব তথ্য সমৃদ্ধ ভিডিঅ’। ভাল লাগিল।
শ্ৰদ্ধাৰ শিল্পীসকলৰ কণ্ঠ শুনি হৃদয় চুই গ'ল,❤️ আৰু উমানন্দ দুৱৰা চাৰলৈ ধন্যবাদ থাকিল।
আপোনাৰ ভিডিওবোৰ সচাকৈ বৰ ভাল লাগে। বৃহত্তৰ অসমীয়া জাতিটোৰ এই সম্পদসমূহ নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ। keep it up.
অসমৰএই আপুৰুগীয়া সম্পদ সংৰক্ষিত কৰাৰ বাবে ,মাননীয় দুৱৰা দেৱলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷
সুন্দৰ ভি,ডি অ আমি আগৰ গামোফোন আছিল বত্তৰ্মান দেউতা নথকাবাবে সকলো নষ্টহৈ গল দুখ লাগে আপোনালোকলৈ ধন্যবাদ থাকিল সংগ্ৰহ কৰা বাবে 🙏
Old is Gold, ইমান পুৰনা ৰের্কড্ আৰু গান শুনি নিজকে ধন্য মানিছো, আগতে আমাৰো এটা প্লেয়াৰ আছিল, ১৯৮১ চনত ভণ্টীৰ বিয়া আছিল, গুৱাহাটীত হৈছিল, লৈ গৈছিলো তালৈ, অসমীয়া,হিন্দী গান বজাইছিলো, বৰ ভাল লাগিছিল, তেতিয়া এখন লেটেষ্ট ৰের্কড্ ওলাইছিল, Kudrat চিনেমাৰ, কিনি আনি বহুত বজালো, শেষত আপুনি ইমান পুৰনা বস্তু সংৰক্ষন কৰা বাবে আপোনালৈ বহুত বহুত শ্রদ্ধা জনালো,🙏🙏🙏
Bohut val lagil sai.
Utpal Baruah record player kote pabo paru? 1974 sonot Fiesta Trans mains ata ata rerord player 900/- kina hoisil, pasot beya hol, koneo thik koribo nowarile, atiya 200 man record gorot pori ase.
বহুত ভাল লাগিল। পুৰণি আপুৰুগীয়া সম্পদ বোৰ সংৰক্ষণ কৰি ৰাখিছে। বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ।
অসমৰ পৰা প্ৰচাৰিত কৰা প্ৰাচীন গান সঞ্চাই কৰী ৰখাৰ বাবে এই ঠাই আৰু এই অঞ্চলৰ ব্যক্তি গৰাকীক মোৰ প্ৰণাম 🙏🙏🙏
Val lagil. Dada puronir njona kisu smriti appuni. Dekhuwar karne. 👐👐👐👐❤❤❤💗💗💓💓
Just imagine it's 100years old recorded song. See today how audio technology is developed now from that buzzing gramophone to now dolby audio sound ❤❤ just amazing
আমাৰ আপুৰুগীয়া সম্পদ বোৰ ইমান ধুনীয়াকৈ সংগ্ৰহ কৰি ৰখাৰ বাবে, তেখেতলৈ ধন্যবাদ থাকিল।
বহুত মূল্যবান সংগ্ৰহ।
আশাকৰো ভালদৰে সংৰক্ষণ কৰি ৰাখিব। অসমৰ অমূল্য সম্পদ হয়। ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
অতি চমকপ্ৰদ হৈছে এই vlog টো । এই ভদ্ৰলোক গৰাকিলৈ আমাৰ তৰফৰ পৰা বহু বহু আন্তৰিক ধন্যবাদ এই বাবেই যে তেখেতে অসমৰ এক আপুৰুগীয়া সম্পদ সাঁচি থৈছে আৰু জনসাধাৰণকো সেই আমেজ দিছে🙏🙏🙏
বৰ সুন্দৰ সংৰক্ষণ। অশেষ ধন্যবাদ । আপুনি আগতে বহুত ভাল গীত গাইছিল মোৰ মনত পৰে।
তেখেতৰ সংগ্ৰহ মানিছো । আপুৰুগীয়া সম্পদ। বহুত ধন্যবাদ আপুনি চিনাকি কযৰি দিয়াৰ বাবে 🎉
অতি সুন্দৰ। দাদা জনে ইমান আপুৰুগীয়া সম্পদটো ইমান সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে দেখি বৰ ভাল লাগিলে ।
চৰকাৰে সহযোগ কৰক৷বজৰুৱা খবৰ প্ৰচাৰ কৰা সাংবাদিক সকলে এই বোৰ প্ৰচাৰ কৰক৷
বহুত ভাল লাগিল।আমাৰ সংবাদাতা সকলে কাৰ মাইকীক কোনে নিলে ,তেনেকুৱা ধৰণৰ বাতৰি বিলাক হে পায়।এই বিলাক বহুত কম দেখে।
Bohut vall lagile video hole aiibur videu hbo lage...moja..
এই স্বনামধন্য ব্যক্তি জনক দেশে বিশেষ সন্মান প্ৰদান কৰা উচিত।
Hundor prothom bar hunilu iman dinr agote record huwa gan, ধন্যবাদ ♥️♥️♥️
বহুত মুল্যবান সম্পদ সংৰক্ষণ কৰি ৰাখিছে। উঠি অহা প্রজন্মক এনে সম্পদ সমুহ দেখুৱালে বহুত জ্ঞান লাভ কৰিব বুলি মোৰ বিশ্বাস।
Khub hundor ..val lagil iman dhunia koi preserve kori rakhise. Amar ghorotu hei homoyor kisu record ase aru Gramophone tu ase.
শ্ৰদ্ধাৰ দুৱৰা ডাঙৰীয়াক প্ৰণাম জনালো ৷ তেখেতে সঁচাকৈয়ে বৰ মহৎ কাৰ্য্য কৰিছে ৷ এই সুন্দৰ ভিডিওটোৰ বাবে ইউ টিউবাৰ ভাইটিজনক ধন্যবাদ ৷ আশা কৰো অসম চৰকাৰে এই আপুৰুগীয়া সংগ্ৰহক আগুৱাই নিবলৈ সহযোগ কৰিব ৷
Internet ত সংৰক্ষণ কৰিলে আৰু ভাল
Bhahut bhahut bhal lagil dhanyabad apunalokok.
সন্মানীয় গুৰু উমানন্দ চাৰ ক দেখি বহুত ভাল লাগিল🌸🌸 গ্ৰামোফোন ৰেকৰ্ডৰ লগতে তেওঁ আমাৰ সমল ♥️♥️
আপোনাৰ প্ৰচেষ্টা সঁচাই আদৰণীয় আৰু প্ৰশংসনীয়🙏
গাম ফোন ৰেকৰ্ডাৰত টোত দেখিছিলো আৰু গীত
শুনিছো । সুন্দৰ সংৰক্ষণ বহুত ভাল কাম কৰিছে
Prince da আপোনাকো বহুত ধন্যবাদ জনাইছোঁ এনে হেৰাই যোৱা সমল সমূহ আমাৰ আগত উপস্থাপন কৰাৰ বাবে
Bahut dhuniya prasesta.....bahut bahut dhanyabad aponaloi....
আপুৰুগীয়া সম্পদ এবিধ দেখিলো -প্ৰথমবাৰৰ বাবে ! বহুত ভাল লাগিল ভিডিঅ'টি চাই ! আপোনালৈ অশেষ ধন্যবাদ জনালোঁ !
He is preserving the real treasure of Assam.Proud of you Sir.
CHARAIDEO DISTT. Proud
With you sir. Keep it up good work.
Valuable collections .
Govt. should come forward to preserve .
Bohut bhal logs kam apuni korise. Apunak bohut bohut dhanyabad.
অসমৰ আপুৰুগীয়া সম্পদবোৰ সংগ্ৰহ কৰি সংগ্ৰাহলয়ত ৰাখি ৰাইজলৈ আগবঢ়োৱা উপহাৰৰ বাবে এই গৰাকী মহান শিল্পীক ধন্যবাদ জনাবই লাগিব ! সঁচাকৈয়ে উপযুক্ত সন্মান পোৱাৰ যোগ্য ! মহামহিম উমানন্দ দুৱৰাদেৱলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ !
সচকৈ অসমীয়াৰ এটি গৌৰৱ । ধন্যবাদ দুয়োকে ।
Priceless video,thanks for sharing.keep it up.I saw this type of gramphone at Hansara in a bengali gentleman's home.
আপুৰুগীয়া সম্পদ এটা দেখি আপ্লুত হলো, বহুত বহুত ধন্যবাদ জনালোঁ দেই এই মহৎ কামৰ বাবে
Hundar bohut val lagile Moi adin jam
Uninic video hoi. Nostalgic moment. We're proud of him.
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
Hosake bor val lagile aponar joriote vaigo ata hol👍👍👌+🔔✔️🙏🙏
Bahut bahut vl lagile ❤️ from darang 🙏🙏
Khub xundar kantho teu..srkare hat ag boha bo lage
ভাল লাগিল এনেকুৱা দুৰ্লভ বস্তু দেখি।
দুয়োজনলৈ অশেষ ধন্যবাদ। এইবোৰ চিৰকাললৈ ভালদৰে সংৰক্ষণ হৈ থাকে যেন।এইবোৰৰ মুল্য হয়তো আমি এতিয়া বুজিব পৰা নাই, কিন্ত ভবিষ্যত প্ৰজন্মই নিশ্চিত ভাবে এইবোৰৰ আদৰ কৰিব, সন্মান দিব আৰু গৌৰব কৰিব।
মই এদিন এইটো সংগ্ৰাহলয়লৈ যামেই,,, বুকুখন ভৰি গ'ল,
Many many thanks and regards to Sri Uma nanda Duwarah.❤
জীৱনত কিবা এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' চালো।
আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেেপ ।
সংৰক্ষণ কৰি ৰখাৰ বাবে বহুত বহুত
ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ ত্যাগৰ বাবে আমি নথৈ সুখী।🙏🏻🙏🏻
মাননীয় দুৱৰাদেৱ,কি বুলি যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিম ভাবি পোৱা নাই। আপোনাৰ এই একক প্ৰচেষ্টা আৰু সংগ্ৰহৰ বিষয়ে জানিবলৈ পাই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ। ভগৱানে আপোনাক কুশলে ৰাখক আৰু দীৰ্ঘায়ু কৰক।
উমানন্দ দুৱৰা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালো ।আপুৰুগীয়া সম্পদৰ অধিকাৰী তেখেত ।অতি মূল্যবান ।
Bohut আচৰিত যেন লাগিছে ,,বহুত ভাল লাগিল
Khub Bhal Lagil Thank you
অতি সুন্দৰ...!!
A most valuable video.
Salute to respected Shri Duwarah Sir. Hope, the Axom Sahitya Sabha, Assam Government and Central Government will offer sufficient financial support for looking after of the National and International Visitors and the day to day maintenance of his outstanding collection of Old Golden Assamese songs and the cultural items, please🙏🇮🇳🙏
Jai Aai Axom ❤🇮🇳❤
Very nice very good thank you so much beautiful
Bohut hondwhar val lagil aitu amar grub
আপুৰুগীয়া সম্পদ ৷ ধন্যবাদ
Bohut Vhal lagill Apunar aei video tu sai,,,... Apunr proti2 video a sai bor vhl paw aru hikibo pru kisu njona barta.....ane koi a vhl vhl video social mediat ari dibo aru good gd workere mnuhr mjt joy kori juok ... Jai aii Axom n thanks for you brother...
Nice collection...keep up its....!
আপুনি হেমন্ত বিশ্বই কিয় মোডীয়েও নোৱাৰা কাম এটা কৰিছে । কেতিয়াবা শশৰীৰে যোৱাৰ চেষ্টা কৰিম । আপোনাক বহুত বহুত ধন্যবাদ আপলোড দিয়াৰ বাবে ।
অনুষ্ঠান টো চাই বৰ ভাল লাগিল দাদা।
Rare collection of recording. Gramophone
Record🙏
সচাকৈ অতুলনীয় সংগ্ৰাহলয় --
Eman hundorkoi rakhi thoise hosai val lagil
জানি ভাল লাগিল, ধন্যবাদ ।
চৰকাৰে তেখেতক সন্মানসহকাৰে সংগৃহালয়টো ভালদৰে মন দিব লাগে
সুন্দৰ ভিডিঅ'
Bhut valuable
Priceless GEM .
খুব ভাল লাগিল, এয়াও আমাৰ এক সংৰক্ষিত আপুৰুগীয়া সম্পদ, ধন্যবাদ তেখেতলৈ সংৰক্ষিত কৰি ৰখা বাবে ,লগতে ভিডিঅ'টো বনাই প্ৰচাৰ কৰা বাবে আপোনাকো ধন্যবাদ জনালোঁ।❤❤
বহুত বহুত ভাল লাগিল
Xundar ❤❤❤
এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'পালোঁ আজি!
Nostalgic moment.God bless him.
ruclips.net/video/dWsUiTFykhk/видео.html
হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam