Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ ৰসাল ব্যাখ্যা শুনি কৃতাৰ্থ হ'লো ।পুনৰ আশাৰে বাট চাই ৰলো সেৱাৰে।
অতি সুন্দৰ ব্যাখ্যা! ভাল লাগিল।
অতি সুন্দৰ ভাষণ ৷ কৃষ্ণ
কৃষ্ণ প্ৰভু 🙏 আপোনালৈ প্ৰণাম, বহু জ্ঞান আহৰণ কৰিলোঁ আপোনাৰ কৃপাত। জয় গুৰু 🙏🙏🙏
কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ ব্যাখ্যা ।
কৃষ্ণ কৃষ্ণ প্ৰভু, কিযে মধুময় জ্ঞান ৰে শান্তি প্ৰদান কৰিছে, মানুহে শুনিব লগা ধন্যবাদ।
পুৱাই শুনি বহুতো ভাল লাগিল ভাগৱতৰ বাখ্যা ।
সুন্দৰ ব্যাখ্যা আপোনাৰ শ্ৰীমূখত ভগৱানৰ মহিমা ।
অতি সুন্দৰ, কৃষ্ণ, কৃষ্ণ ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
দেউতা আপোনাৰ ভাগৱত ব্যাখ্যা শুনি সচাই বহুত ভাল লাগিল সেৱা জনাইছো প্ৰভু ঈশ্বৰ দেউতা 🙏🙏🙏🙏🙏🙏🙏🙏🙏।
sunddar explain 🙏Krishna 🙏
Bohut val lagil
কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ বাপ সমস্ত।
🙏 কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হলো কৃষ্ণ 🙏🙏🙏🙏🙏
অতি অতি সুন্দৰ কথা আৰু শুনিবলৈ বহুত মন আছিলে। আশা কৰো আগলৈ আৰু এনেকুৱা কথা শুনিবলৈ পাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hi 🖐️🖐️🖐️
Kenekoa bondho🤝🤝
কৃষ্ণ কৃষ্ণ ৰাম
Ram krishno
অতি সুন্দৰ ভাষণ আৰু শুনিবলৈ মন আছে
বাপজনাৰলৈ শ্ৰদ্ধা নিবেদন কৰিলো ৷ সুন্দৰ ব্যাখ্যা কৰিছে ৷ আগৰলৈ আকৌ শ্ৰৱণ কৰিৱলৈ পোৱা আশাৰে কৃষ্ণ কৃষ্ণ ৷
Prabhu iswar apunar biyakha huni bhal lagil aru huna akba krilu
কৃষ্ণ,বৰ ভাল লাগিল
Jai shree krishna
KrishnaPronam
কৃষ্ণ কৃষ্ণ
কৃপালু পৰম ধন্য বাপজনালৈ অধমৰ প্ৰণিপাত
বৰ ভাল লাগিল ।আগলৈও আপোনাৰ এনে অমৃতময় ভাষণ শুনিবলৈ আগ্ৰহী । কৃষ্ণ কৃষ্ণ ।
পণা
হয় অধ্যয়ন সফল ব্যাখ্যা। আপোনাক নমস্কাৰ।
অগয় সুখমাৰাধয় সুখতৰমম আৰাধ্যতে বিশেষসগয়হ।গিয়ানলবদুৰবিদগম ব্ৰহ্মাঅপিনৰনজয়তে । সেয়ে এনে আলোচনা অতি ফলদায়ক ও বিশ্ববিজয়ী মনুবৈগানিক গুৰুত্বপূৰ্ণ হয়। সমাজ গঢ়াত সককিৰয় ভুমিকা লয় চতুৰ্দিশ উদভাষিত কৰি ।
চাৰ, আপোনাৰ ভাষণ হদয়ঙ্গম হৈছে ।
কৃষ্ণ
ৰাম কৃষ্ণ বাপ 🙏🙏🙏
🙏 কৃষ্ণ কৃষ্ণ 🙏
🙏 krishna Hari Ram,Sundar baikhya 🙏
ভাল লাগিল ,আগলৈ আৰু শুণিম বুলি আশা কৰিলো
Jai Shri Krishna jai Shri Krishna
সুন্দৰ।
কৃষ্ণ কৃষ্ণ।
বক্তৃতা শ্রবণ করিলো । আনন্দ প্রকাশ করিলো ।ভূয়সী প্রশংসা করিলো । জাতি বর্তমান পতন - দশাগ্ৰস্ত । জাতির যুবক - চরিত্রক সংশোধিত করার বাবে আপোনাসবর প্রয়োজন । আপোনার সৌজন্য পূর্ণ ও তেজস্বিনী ভাষা মন্ত্র মুগ্ধবৎ সকলোবে শ্রবণ করিব । আপুনি দিব্য - প্রতিভান্বিত এজন উপদেষ্টা ।
Bahh bohot hondor 🙏🙏🙏
Bah bohot hondor 😻😻🙏 🙏🙏
Prabhu jonaloi sewa nibedilo.
Good
God God
আই অসমীৰ ভুমি মানৱ ৰত্নৰে পৰিপূৰ্ণ আমি সৱ ভাগ্য ৱান যে এই ৰত্ন প্ৰকাশৰে প্ৰকাশিত
Krishna ram prabhu 🙏🙏🙏
আপোনাক শতকৌতি নমস্কাৰ জনালোঁ
Well
নাৰীক সন্মান কৰিছে বুলি কিয় মিছাকৈ প্ৰকাশ কৰিছে। দেবী নভজো, দেবীক পুজা কৰাৰ সকলৰ গৃহত নাযাও, নাখাও, দেবীক ভজিলে অপৰাধ এইয়া নাৰীক সন্মান কৰা হয়। লগত থকা দেবী কেইজনীক সন্মান কৰো কিন্তু যি কেইজনী নাৰীয়ে আমাক সদায় সুৰক্ষা দিছে, আদৰ্শ দিছে সিহঁতৰ ওচৰলৈকে নাযাও। নাৰীক সন্মান কৰাৰ উপদেশ দিছে।সকলো দেব নাৰীত আছে ।দুৰ্গা,লক্ষ্মী,সৰস্বতী শৰীৰত নাই নেকি ?ঔঁ শ্ৰীকৃষ্ণাই বাসুদেবায় দৈবকী নন্দনায়চ শ্লোক শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাই। সেই শ্লোক ভাগৱত কীৰ্ত্তন দশম নিলিখাৰ আগৰ পৰাই গাই আহিছে ভকত বৈষ্ণৱে। ভাগৱত ৰচনা নোহোৱাৰ আগৰপৰাই কৃষ্ণৰ সমস্ত লীলা ব্ৰহ্মবৈবৰ্ত পুৰাণে গাই গৈছে। এই পুৰাণত ভিন্নতা নাই।
Krishna 🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰকৈ ভাঙনি কৰিচে বাপজনাই ।
শত কোটি প্ৰণমজনালো🙏🙏🙏
Krishna Krishna
এওঁলোকৰ ন-সত্ৰ নহয় , প্ৰকৃততে ন-গোঁসাই টোলহে। এই টোল শাক্ত ধৰ্মীয় ।এইখন টোলৰ উপাস্য দেৱী ভদ্ৰ কালী। বৰৰজা ফুলেশ্বৰীয়ে এই টোল অসম ৰাজ্যত শাক্ত ধৰ্মৰ প্ৰচাৰৰ অৰ্থে প্ৰতিষ্ঠা কৰিছিল। এওঁলোকক দেৱগ্ৰামৰ বিখ্যাত "বল্লভ গোস্বামী" বংশ বুলিও জনা যায়।
বক্তা বাপ জনৰ নামটো জনাবছোন, ভাল লাগিল আৰু শুনিবলৈ বহুত মন আছে 🙏🙏 কৃষ্ণ কৃষ্ণ
গোলাঘাট ৰ সত্ৰাধিকাৰ শ্ৰীযুত ৰোহিনীবল্লভ গোস্বামী দেৱ ।
Krishna
নাৰদৰ বীণ খনত চাৰিডাল গুণা থকা বুলিহে আমি পাইছো ....সাতদাল পোৱানাই
কৃষ্ণ বাপ গঙ্গাৰ পাৰত পৰীক্ষিতৰ লগত ষাঠি হাজাৰ ঋষি মুনিহে আছিল । আপুনি কোৱাৰ দৰে দৰে 33 কৌটি দেৱতা নাছিল । কৃষ্ণ
Soot r mukhera bhagowt prosar tatha byakha hoi sil. hei katha nokole je. Krishna baap
বাপ জনৰ ঘৰ ঠীকনা দিব নি
Tekhete mul bhagobotor katha kolehe .mane sanskrit bhagobot kolehe bhal lagibo
Krishna 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ ৰসাল ব্যাখ্যা শুনি কৃতাৰ্থ হ'লো ।পুনৰ আশাৰে বাট চাই ৰলো সেৱাৰে।
অতি সুন্দৰ ব্যাখ্যা! ভাল লাগিল।
অতি সুন্দৰ ভাষণ ৷ কৃষ্ণ
কৃষ্ণ প্ৰভু 🙏 আপোনালৈ প্ৰণাম, বহু জ্ঞান আহৰণ কৰিলোঁ আপোনাৰ কৃপাত। জয় গুৰু 🙏🙏🙏
কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ ব্যাখ্যা ।
কৃষ্ণ কৃষ্ণ প্ৰভু, কিযে মধুময় জ্ঞান ৰে শান্তি প্ৰদান কৰিছে, মানুহে শুনিব লগা ধন্যবাদ।
পুৱাই শুনি বহুতো ভাল লাগিল ভাগৱতৰ বাখ্যা ।
সুন্দৰ ব্যাখ্যা আপোনাৰ শ্ৰীমূখত ভগৱানৰ মহিমা ।
অতি সুন্দৰ, কৃষ্ণ, কৃষ্ণ ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
দেউতা আপোনাৰ ভাগৱত ব্যাখ্যা শুনি সচাই বহুত ভাল লাগিল সেৱা জনাইছো প্ৰভু ঈশ্বৰ দেউতা 🙏🙏🙏🙏🙏🙏🙏🙏🙏।
sunddar explain 🙏Krishna 🙏
Bohut val lagil
কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ বাপ সমস্ত।
🙏 কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হলো কৃষ্ণ 🙏🙏🙏🙏🙏
অতি অতি সুন্দৰ কথা আৰু শুনিবলৈ বহুত মন আছিলে। আশা কৰো আগলৈ আৰু এনেকুৱা কথা শুনিবলৈ পাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hi 🖐️🖐️🖐️
Kenekoa bondho🤝🤝
কৃষ্ণ কৃষ্ণ ৰাম
Ram krishno
অতি সুন্দৰ ভাষণ আৰু শুনিবলৈ মন আছে
বাপজনাৰলৈ শ্ৰদ্ধা নিবেদন কৰিলো ৷ সুন্দৰ ব্যাখ্যা কৰিছে ৷ আগৰলৈ আকৌ শ্ৰৱণ কৰিৱলৈ পোৱা আশাৰে কৃষ্ণ কৃষ্ণ ৷
Prabhu iswar apunar biyakha huni bhal lagil aru huna akba krilu
কৃষ্ণ,বৰ ভাল লাগিল
Jai shree krishna
Krishna
Pronam
কৃষ্ণ কৃষ্ণ
কৃপালু পৰম ধন্য বাপজনালৈ অধমৰ প্ৰণিপাত
বৰ ভাল লাগিল ।আগলৈও আপোনাৰ এনে অমৃতময় ভাষণ শুনিবলৈ আগ্ৰহী । কৃষ্ণ কৃষ্ণ ।
পণা
হয় অধ্যয়ন সফল ব্যাখ্যা। আপোনাক নমস্কাৰ।
অগয় সুখমাৰাধয় সুখতৰমম আৰাধ্যতে বিশেষসগয়হ।গিয়ানলবদুৰবিদগম ব্ৰহ্মাঅপিনৰনজয়তে । সেয়ে এনে আলোচনা অতি ফলদায়ক ও বিশ্ববিজয়ী মনুবৈগানিক গুৰুত্বপূৰ্ণ হয়। সমাজ গঢ়াত সককিৰয় ভুমিকা লয় চতুৰ্দিশ উদভাষিত কৰি ।
চাৰ, আপোনাৰ ভাষণ হদয়ঙ্গম হৈছে ।
কৃষ্ণ
ৰাম কৃষ্ণ বাপ 🙏🙏🙏
🙏 কৃষ্ণ কৃষ্ণ 🙏
🙏 krishna Hari Ram,Sundar baikhya 🙏
ভাল লাগিল ,আগলৈ আৰু শুণিম বুলি আশা কৰিলো
Jai Shri Krishna jai Shri Krishna
সুন্দৰ।
কৃষ্ণ কৃষ্ণ।
বক্তৃতা শ্রবণ করিলো । আনন্দ প্রকাশ করিলো ।
ভূয়সী প্রশংসা করিলো । জাতি বর্তমান পতন - দশাগ্ৰস্ত । জাতির যুবক - চরিত্রক সংশোধিত করার বাবে আপোনাসবর প্রয়োজন । আপোনার সৌজন্য পূর্ণ ও তেজস্বিনী ভাষা মন্ত্র মুগ্ধবৎ সকলোবে শ্রবণ করিব । আপুনি দিব্য - প্রতিভান্বিত এজন উপদেষ্টা ।
Bahh bohot hondor 🙏🙏🙏
Bah bohot hondor 😻😻🙏 🙏🙏
Prabhu jonaloi sewa nibedilo.
Good
God God
আই অসমীৰ ভুমি মানৱ ৰত্নৰে পৰিপূৰ্ণ আমি সৱ ভাগ্য ৱান যে এই ৰত্ন প্ৰকাশৰে প্ৰকাশিত
Krishna ram prabhu 🙏🙏🙏
আপোনাক শতকৌতি নমস্কাৰ জনালোঁ
Well
নাৰীক সন্মান কৰিছে বুলি কিয় মিছাকৈ প্ৰকাশ কৰিছে। দেবী নভজো, দেবীক পুজা কৰাৰ সকলৰ গৃহত নাযাও, নাখাও, দেবীক ভজিলে অপৰাধ এইয়া নাৰীক সন্মান কৰা হয়। লগত থকা দেবী কেইজনীক সন্মান কৰো কিন্তু যি কেইজনী নাৰীয়ে আমাক সদায় সুৰক্ষা দিছে, আদৰ্শ দিছে সিহঁতৰ ওচৰলৈকে নাযাও। নাৰীক সন্মান কৰাৰ উপদেশ দিছে।সকলো দেব নাৰীত আছে ।দুৰ্গা,লক্ষ্মী,সৰস্বতী শৰীৰত নাই নেকি ?
ঔঁ শ্ৰীকৃষ্ণাই বাসুদেবায় দৈবকী নন্দনায়চ শ্লোক শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাই। সেই শ্লোক ভাগৱত কীৰ্ত্তন দশম নিলিখাৰ আগৰ পৰাই গাই আহিছে ভকত বৈষ্ণৱে। ভাগৱত ৰচনা নোহোৱাৰ আগৰপৰাই কৃষ্ণৰ সমস্ত লীলা ব্ৰহ্মবৈবৰ্ত পুৰাণে গাই গৈছে। এই পুৰাণত ভিন্নতা নাই।