শিক্ষকৰ সৈতে লোমহৰ্ষক ঘটনা
HTML-код
- Опубликовано: 13 окт 2024
- শিক্ষকৰ সৈতে লোমহৰ্ষক ঘটনা। শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ বাবে অমানৱীয় কাণ্ড কৰিলে ছাত্ৰই
#sivsagar
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
যি ৰাজ্যত মুখ্যমন্ত্ৰী যনেই শিক্ষকক সন্মান নকৰে, সেই ৰাজ্যত এনে নহৈ কেনে হব? শিক্ষকক সন্মান কৰিবলৈ ডাঙৰ বোৰেই শিকাব লাগিব।
serious student ❤ .
Repeatedly, same sentence mam
ছাত্ৰৰ নাম নকৱৰ কাৰনে মিদিয়াএ টকা খাইছে।
মুছলিম নয় এনেকুয়া লাগিছে।
@@BadrulislamMazumder-z9j কোনোবা পাগল লাগিছে।
Dishant gogoi
@@priyabartaSingha sure ne nam tuu
@@tanzilibrahim6346 hoi
দুখজনক
পিতৃৰ ধনৰ বলত এইসকল অসুৰে মৰতত তাণ্ডব চলাই ছে
মাতৃৰ মৰম পিতৃ ধন ৰ অংহকাৰ !লৰা জনক উচিত শাস্তী দিয়ক ! লৰা জন কেতিয়া ও ভাল হব নোৱাৰে !
ল'ৰাজন ভৱিষ্যতে নামজ্বলা ৰাজনীতিক হ'ব!
শিক্ষা গুৰু জনৰ আত্মাৰ শান্তি কামনা কৰিলোঁ ভগৱান ৰ ওচৰত
Student nohoi Gunda hoi usit khasti diyak okhom sorkar..🙏
আইন গতভাৱে..দৃষ্টান্ত মূলক শাস্তি পাব লাগে... একো কম,নহয় বয়স.... অন্যথা এনে ঘটনাৰ পুনৰাবৃত্তি হব..…শিক্ষকক মানিব ই লাগিব, বিদ্যালয়ত শিক্ষকৰ আদেশ মানিব ই লাগিব
Right 👍
তেওঁলোকৰ মানুহ মদ খাব আৰু ৰাজনীতি মন্ত্ৰী কথাত এনেকুৱা হৈছে ,
হত্যাকাৰীৰ নাম নকলি যে ?????
কি একেটা বাতৰিকে পকাই পকাই কৈ থাকে?
Future ৰ Lawrence bishnoi ৰ দৰে হব
বিদ্যালয়ত এনে ঘটনা অতি দুৰ্ভাগ্য জনক।এনেবিদালয় চৰকাৰে বন্ধ কৰি দিয়ক।
মই ভাবো ছাত্ৰ জনকৈ পিতৃ মাতৃ বেছি দায়ী তেওঁ লোক অভিভবক নহয় জনা মূখ হয়নে ভাবি চাব?
Direct Pitri matrik dokh dilew nohoi......!! Ponditor ghoroto hiyale howa diye bhai
Student rur address dibaloi bhay korise neki? Addres Arru photo Diyak reporter baido.
এনেবোৰ ঘটনাক উচতাই থকা হৈছে আজি কেইবছৰমান আগৰে পৰা
Chatrojonor nam ki aru pitri mtri kon sheikota jonabo nowarile eibor batori prochar korar ortho ki thakil ?
বৰ্তমান চাৰিও ফালে অসম খনত বহুত বেয়া খবৰ পাই আছোঁ,,কি হৈ আছে বাইদেউ,,,আমি আপোনা লোকৰ বিভিন্ন মিদিয়া ত পাই আহিছোঁ
Sexual harrasment
ধনী বিদ্যালয়ৰ ছাত্ৰ
Right 1:12
অভিভাৱকৰ সকলৰ গাত অলপ দুখ আছে।সি বহুত খেদি আছিল।
দুভাগ্য জনক
Student বুলি কলে নহব case জিকি যাব নাম নাই নেকি ভয় কৰে news kora বোৰে
ai bilak akhorok guliyai diba lage
Annya photu dekhueai dise satra jonor dekhuwa nai kiyo
মানসিক বিকাৰ থকা ছাত্ৰ হ'ব পায়!
তেতিয়া হলে হছপিতেলত থাকিলে হৈ।
দুৰ্ভাগ্যজনক
এক কথাত কবলৈ গলে অতি মাত্ৰা মাতৃ প্ৰেম আৰু পিতৃৰ ধন বলৰ প্ৰভাৱ এইয়া।
Lora name ki koba😂
Bollywood effect 😢😢😢😢😢
This type incidents are result of numerous -ve behaviour and comments to the teachers by govt officials, ministers time to time that fuels disrespect and negative images for teachers
বহুত বহুত,, দুখ জনক ঘটনা বাইদেউ
হত্যাকাৰী নাম ক
বহুত দুখ পালো।এজন ছাত্ৰৰ মনত ইমান খোভ কেনেকৈ আৱাহন হল।আচলতে পৰিবেশ।ঘৰ এখনৰ পৰিবেশ প্ৰথম তাৰ পাছত পাঠশালা ।ব্যৱ্হাৰ সন্মান অনুশাসমূলক কথা বোৰ দৰকাৰী।এই গুণ বোৰ ভগৱান প্ৰদত্ত।তুলনামূলক ভাবে দুয়োজনৰ দোষ আছে ।বহুত লৰাৰ মাজত গেট আউট দিয়া অভাদ্ৰমি ।সন্মান ভিখাৰিৰো আছে ধনিৰো আছে।শিক্ষকজনে শ্ৰেণীত কেনেধৰণৰ অনুশাসন বৰ্তাই ৰখাৰ দৰকাৰ আছে সেইটো অলপ চাই মতামত জনাবচোন ।নহলে আজিকালি কাম বোৰ যিমান পাৰি ভাবি চিন্তি কৰা দৰকাৰ।
yes lora jone monot bgt dukh aghat pale hei karone ene kam karise
Now Where Our AASU leaders in our Assam that students how could make such crime with their respected teachers 😢
ছাএজনৰ নাম নাই নেকি....নে নাম নলবলৈ ধনৰ লেনদেন হ'ল....
ঘোৰ কলি যুগ।
Satra nohoi tak kela faci dibo laga
উচিত শাস্তি পাব লাগে
Very sad news.
Teacher r proti jetia mana mani nethake.... Sob gaurdian r dukh
Lorajonor naam address aadi koi dile vaal hoi tatiya he kotu Thai bisari napabo, reporter hokole eketa kotha bare bare koi thake
Bor dukhor kotha.kunubai koi dibo neki biheh homprodai
গগৈ হয়
Eta khota bare bare kiyo koi acha, mad woman, enekua koi news pode neki?
কলিৰ"অবাধ ৰাজত্ব চলিছে।কলিত এইবোৰ লৰা জন্ম হোৱা"নাই।প্ৰকৃততে কাল জন্ম হৈছে।এই যুগত এই মখাৰ"পৰা শিক্ষক-শিক্ষয়িত্ৰী;মাক-বাপেক কাকো"নামানে। কিছু লোকে মাক বাপেকক দোষো দিয়ে।আচলতে সেইটোও নহয়।কিছুমান লৰা আপোনা"আপোনি বেয়া হয়।এইটো যদি ঘৰৰ একমাত্ৰ লৰা তেন্তে ই মাক-বাপেকক "প্ৰতিশোধ লবৰ"বাবে "আহিছে।পূৰ্ব জন্মত ইয়াৰ মাকবাপেকৰ লগত ইয়াৰ শত্ৰুতা আছিল আৰু এইবাৰ প্ৰতিশোধ লব।(পদ্ম পুৰাণ চাব"পাৰে)।
Aap log culprit ka naam kyun nahin bota rehe hain? What's the name of culprit student?
গৰম তেল দি মাৰক,, এই লাৰাটোক
kio maribo
@@Creep-jf5whnamari ki mala pindhabo lage nki eituk
ল'ৰাটো ৰ নাম উল্লেখ কৰিব লাগে
Hindu ja naam nokoi atia ....Muslim hua hole 100 bar man kole heten ....same on media
Ki balor nechena koi news podhara apunalok
Aketa kathakei kiman bar bakibo lage? Ainnya batari nai? Hindi, bangla senel borar para siki noloa kio ? Dhett? Ghin lagi jai, apunalokar ai abasta dekhi?,
ছাত্ৰ জনৰ নামটো কোৱা কোৱা নাই কিয় ?
মাক বাপেকৰ সংস্কাৰৰ ফল ?
ন্যায় পাব লাগে
Loratu name kua ni j voi korise neki
Teacher bura alop besi level dekhi dibo aa laga
Dhet iman eketake ghurai ghurai koi thake ni..aagle kok 🤣
Besi news kori nathakibo, beya barta jabo
Minor buli এৰি দিবনে
Essay likhi ari dibo
@@priyabartaSingha তাকে
Mam ki tar.
Culprit student ka naam nahin botane keliye aaplog kitna payment liya hain? Kya naam hain student ka?
এই ছাত্ৰ জন মিয়া আছিল নে?
অসমিয়া গগৈ আছিলে।
অসমিয়া গগৈ আছিলে বাবে নাম নকয়।কিজানি cm ৰ আত্মিয় হৱ পাৰে।
মিয়া(মিঞাঁ) থকাৰ কথা কিয় ক'লে ?
@@hanseali1924শৰ্মাৰ আত্মীয় গগৈ নহয়,হ'বওঁ নোৱাৰে ! শিক্ষাগুৰু হত্যাকাৰী মহাপাপীক লৈ ৰাজনীতি বা সাম্প্রদায়িক মকামত নিদিব ! দোষীক শাস্তি বিহিব লাগে !
কেইবাদিনৰ নিউজ বোৰ আৰু বিজেপি,চিএমৰ নিউজবোৰ আগত চৱা।
নিয়াই বিচাৰ হব লাগে ।
Son of rich man
Tar ktha apuni Jane jnu?? Nojona ke aku nkbo tar deutak a nai bujile so first ktha Jani lobo thn kbo enei kbo lge bli kbole nahibo
Satrar nam kobo noarily. Sudurbaihag.
ছাত্ৰ জনৰ নাম টো প্ৰকাশ নকৰাৰ কাৰণ কি? জানিব বিচাৰিছোঁ।
Oi kela pukor mare bihari
Parents lakhpati sage.. Mediak toka khuaise
Itisverysadmatterbecauseteachersaremanmaker
Eibur okhur jonmo hoise
Jaharar nam ki.
Dishant gogoi
ছাত্ৰ জনৰ নাম,😂😢😅😊
Dishant gogoi
Mastor bor vll nhoi kn2
Kenekoi janila master Jon val nohoi buli??
Tur bappere koisileh nki ?
All bihari pukor mare so lora tu tak marile . Good
@@priyabartaSingha Due to lacking moral education, some students don't dare to commit any crime..They don't know how to respect their teachers now a days.. It's a very unfortunate and funereal issue and concern.
শিক্ষক শিক্ষকেই। অসুৰ এটাক তাৰ ব্যৱহাৰ ৰ কাৰণে চাগে উলিয়ায় দিছিল। আপুনি বেয়া বুলি কিয় কলে। ছাত্ৰটোৰ কোনোবা হয় যেন লাগিছে।
First you learn how to report
বেছেৰা শিক্ষক।
Very sad news. But news should not be repeated again again.
😱😱
Sikhak hole ghar jalai dile hoi,
Fasi diok
😢
Ki. Karone. Uliai. .dicil. Lorajonok
🙏🙏🙏😱😱😱😱😱🤔🤔🤔
দুখজনক