Adhore | অধৰে | Zubeen Garg | Sagarika Sarma | Rahul Dey Das | Prabin Borah
HTML-код
- Опубликовано: 4 фев 2025
- #zubeengarg #latestassamesesong2024
Presenting the song “Adhore ” , by celebrating the season of love, Sung by Zubeen Garg and Sagarika Sarma , Written by Rahul Dey Das and Composed by Prabin Borah.
Audio Credits:
● Song : ADHORE
● Singer : ZUBEEN GARG & SAGARIKA SARMA
● Lyrics : RAHUL DEY DAS
● Composer : PRABIN BORAH
● Music Production : ANUPAM KONWAR
● Sitar : SUBHANKAR HAZARIKA
● Flute : ANJAN MEDHI
● Mix- Mastering : PINKU DAS
● Studio : RED AV, GUWAHATI
Video Credits:
● Video Editing & Graphics : UDDIPTA KUMAR BHATTACHARYYA
● Studio : 21 CENTURY SAVAGE , GUWAHATI
● Producer : ANJALI SARMA
● Production House : AS CREATION
Social Media Promotion Partner :
● MAA KASAM BEY
● NIRIBILI
● MUR XOPUNOT TUMI
● PAGOL HOM RE
Special Thanks :
ABHIJEET KASHYAP
PALASH SURJYO GOGOI
BABON BARNIL
GUNAJIT KALITA
PRACHURJYA
BEDANT
MRINMOY KAUSIK
ANGSHUMAN
Stay Tuned to Griebs Music Assam:
● Facebook: / griebsmusicassam
● Instagram: / griebsmusicassam
● RUclips: / griebsmusicassam
কিমান যে মিঠা সুৰ ❤️।জুবিন দাৰ বাবে আমি সকলোৱে পাগল।
উফ্ কি কথা, সুৰ, সংগীত |
Female voice টো ইউনিক শুনিয়েই প্ৰেমত পৰি গলো voice টোৰ
জুবিন দাৰ কথা কিনো কম, তেওঁটো লিজেণ্ড হয় |
গীতটিৰ লগত জড়িত সকলো কলা-কুশলীকে অভিনন্দন তথা ধন্যবাদ ইমান ধুনীয়া গীত এটি উপহাৰ হিচাপে দিয়াৰ বাবে |
মই এতিয়ালৈকে বিশ্বাস কৰক 230 বাৰ hunilu মানে একেৰাহে 5 দিন..... হিচাপ কৰি কৰি super rrrrrr zubeen da kothai nai aru ba জনী ki voice ♥️♥️♥️♥️♥️♥️
ময়ো ৫ বাৰ ওপৰ হৈয় য়ায়
বৰ্তমানেও শুনি আছোঁ। ভিচিডিত চোৱা দিনৰেপৰা ধৰি RUclipsত শুনিবলৈ পোৱা দিনলৈকে প্ৰিয় হৈ আছে। জীৱনৰ শেষ উশাহৰ লৈকে এই সমূহ গীতে লগ নেৰিব।
অসমৰ এজন কৌশলী তবলা বাদক মাইনা বেজবৰুৱাৰ ৰচনা ,আবেগ উতলা সুৰ আৰু দৰদী কণ্ঠই গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে । অতি সুন্দৰ , মাইনা ।এনে হৃদয় জুৰুৱা গীত তোমাৰ পৰা আৰু আশা কৰিছো ।
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
জুবিন দা, তুমি হৃদয়ৰ এক জীপাল শিপা,
তোমাৰ সিক্ততাত হৈ ৰও বিলীন
ঊষাহৰ গভীৰ পৰশত ❤️❤️❤️😚 জয় জুবিন দা❤️❤️💖
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Very good 👍❤❤
জুবিন দা গান শুনিলে এখন বেলেগ পৃথিবীৰলৈ যোৱা যেন লাগে 💖
ধুনীয়া লাগিছে দাদা। উঠি অহা নৱপ্ৰজন্ম কাৰণে খুবেই সুন্দৰ আদৰ্শ গান ❤❤।
দিনটোত ৫ বাৰ মান শুনু এই ধুনীয়া গীটতি❤
ৰাহুল দে দাস বৰ ধুনীয়া শব্দ আপোনাৰ। ভবাই নাছিলো ৰ সেই চেটাৰ বাদক জন ৰ সুৰ তেতিয়াৰ পৰাই প্ৰিয়। শুভংকৰ বৰ ধুনীয়া বজোৱা হে। অঞ্জন মেধি বাঁহীৰ মাতে বুকুত খুন্দিয়াইছে দেই। সাগৰিকা বাইদেউ ইমান ধুনীয়াকৈ গাইছে। বিশেষকৈ "হিম গলা..... " অপূৰ্ব সমাহাৰ
জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা দিলো ❤
সদায় ভাল পাই থাকিম মানুহজনক ❤
এনেবোৰ গীতত প্ৰাণ পাই উঠে ভালপোৱাৰ কেঁচা সপোন বোৰ। 😍😍
❤❤mon val lagijai 🎧🎧
কণ্ঠবোৰ অলপ সলনি হ'লেহে শুনি ভাল লাগে। সদায় একে একে female voice কিমান শুনিম। সকলোৱে সুবিধা পোৱা উচিত। মই ভাল পাইছোঁ ছোৱালীজনীৰ কণ্ঠ। তেওঁ যিদৰে সুৰ লগাইছে সেয়া সঁচাকৈ শুৱনি। সকলোৰে মতামত বাৰু বেলেগ হ'বই।
অ জুবিন দা ক'ত আছে আপোনাৰ ভৰি দুখন, সেৱা এটা কৰো।।
axu iate kra
আপোনাৰ কণ্ঠ মোৰ তেজে তেজে বৈ থাকে 😌😍 দাদা আপোনি হাজাৰ বছৰ জীয়াই থাকক। 🙏🙏
কবলৈ ভাষা নাই । হিয়া চুমি গৈছে । সুন্দৰ
Zubeen da r geet দিনটো শুনি থাকিলেও আমনি নালাগে ❤️😍😥
গীতটোৰ কথা আৰু সুৰ খুবেই সুন্দৰ । গায়িকা গৰাকীৰ কণ্ঠ কিছু ব্যতিক্ৰম । জুবিনৰ তো কথাই নাই
Prabin Bora has given us the old Zubeen Garg's vibe (90's ZG) 👏👏
Prabin Bhai thank you so much iman dhuniya ata gaan Zubeen Da k diya karone kiba Zubeen Da voice t beleg vabe pran pai authise ayahe lyrics t dom thoka gaan Jai Zg
যিমান শুনিলেও আৰু শুনিবৰ মন যায় ...গীতিকাৰ গৰাকীক ধন্যবাদ ইমান ধুনীয়া গানটো আমাক উপহাৰ দিয়াৰ বাবে 🙏👏👍 জুবিনদাৰ কণ্ঠৰ প্ৰশংসা কৰিবলৈ মোৰ সাধ্য নাই 🙏❤️ জুবিনদা আৰু সাগৰিকা শৰ্মাৰ কণ্ঠত এনেকুৱা গান আৰু বিচাৰো ভৱিষ্যতে ৷
Kolija sui goise o Zubeen da n Pravin da outstanding
হেজাৰ মহন্ত আঁহক, হেজাৰ বৰপাত্ৰ আঁহক __ ভাল সকলোকে পাম। কিন্তু, জুবিন দা সদায় বিশেষ। ♥️♥️🙏
Zubeen dar kotha koi bare kekh karibo nowari. Teor kotha xodai kow. Aji moi prabin dar kotha koiso. Eman din apuni kot asil. Bujabo nowaro moi dada. Apunar ji lyrics. Excellent Dada. Apuni zubeen dar lgt thakak assamese xongit jogot aru bahu agbarhi jabo. Well done all adhore team. Love you all from my soul. Love you zubeen da
জয় জুবিন দা।আপুনি ভগবান।দাদা আপোনাৰ প্ৰতিটো গানে মোৰ হৃদয় চুই যায়।
5din maan একেৰাহে এইটো গান ke xuni aasu zubeen daar line keitai hridoY sui goise ♥♥😘😘😘😘
Moiu
Hsakoi zubeenr line keitahe val lgle. Suwalijnie olp sesta kribo lgbo next time
ইমান মধুৰ গীত মন জুৰ পেলাই যায়, ময় নিতৌ শুনো এতিয়াও, আজি ৰাতিপুৱাৰ শুনিছো সন্ধিয়া এই মাত্ৰ শুনি আছো ❤জয় জুবিন দা, জুবিন দাৰ গীতত যেন বলিয়া কৰি দিয়ে,সচাঁই 😊
শিশুক শেৱাই থোৱা এটি খুব সুন্দৰ নিচুকনী গীত❤
বহুত দিনৰ পিছত এটা ধুনীয়া গাণ শুনিলো
অন্তৰাটো সচাকৈ অন্তৰত সোমাই উগুল-থুগুল লগাইছে।বাৰে বাৰে শুনিব মন যায়
শব্দ বোৰৰ সৈতে গানটি শুনিবলৈ খুব সুন্দৰ লাগিছে❣️ দাদাৰ কণ্ঠৰ কথা নকওঁ আৰু "বা" তুমি আগুৱাই যোৱা💞💕❣️❣️🥀
Thank you so much Kristina Kalita for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our RUclips Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
@@GriebsMusicAssam😅 3:00
এটা দশকৰ শ্ৰেষ্ঠ গান । ইয়াতকৈ ভাল সৃষ্টি হব নোৱাৰে
সুন্দৰ গীত সুন্দৰ গীতৰ কথা 👍👍 ভাল লাগিল দাদা।
জুবিন দাৰ দীৰ্ঘায়ুস কামনা কৰিলো।
ইমান ধুনীয়া গান অহ আৰু এটা কথা জুবিন দাৰ লগত সাগৰিকা বাইদেউয়ে বহুত ধুনীয়া কণ্ঠ নিগৰাইছে।🔥🔥💓💓
Thank you so much Bisbain's Creation for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our RUclips Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
Thanks to like 🤗🤗
Thanks to like 🤗🤗
Thanks again 🙏
Moi aji he xunisu..bht dhuniya gaan❤️❤️❤️ just love it
জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন ruclips.net/video/FDylZMVMEc4/видео.html
ছোৱালী গৰাকীৰ কন্ঠ বহুত বেছি ভাল লাগে 🥰😍❤️
Um bahut
Ki gaan eitu..jiman khunileu hepah nopolai. Specially" tumi mure priya hoi" eitu part masterpiece ❤️
Since 20 yrs I have been following Zubeen da. One of the masterpiece.....he have sang
Very interesting...
জুবিন দা ক লৈ আমি আমাৰ ইমান বোৰ এই আশা কৰো আবেগেৰে চকুপানী টুকি থাকিবলৈ।
সুৰ কি চাবা কি মন মোহা।
What a lovely song❤! Both are awesome voices...bare bare xuniu xunie thakibo mon jai! Atyaloi kijani 100 bar t koi upart xunilo😘
মন চুই যোৱা গান ।শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤❤
Polom koi holeu, joi Zubeen Da.❤
Eman kumol xur ❤
Music compsr, geet likha, hur diya lgte kontho protijonre bohu kostor past eti dhuniya geet hunibole puwa jai ...gaan2 bare bare hunisu hepah a nopolai ....hkoluloi k bohu hubhokamna thakil ...anedre vl geet upohr d jaok❣️❣️❣️❣️❣️🤩🤩🤩🤩🤩
দাদাৰ কথা টো নকওয়েই,,,,সাগৰিকা বা ইমান সুন্দৰ কণ্ঠ আপোনাৰ আচৰিত
Nice
Gaan tur "Him gola Kobita" Aadha Likha Akhila" "Tumi mure Priya Hoi" line bilak 🔥🔥🔥🔥🔥 dore khunile kiba ata beleg val lage!! I love You Zubeen Da 💖God bless you always!!
Birat dhuniya gaisa... Tumar voice to fantastic
Zubeen দাৰ আৰোগ্য কামনা কৰি এটা like কৰা
Ajihe hunilu gantu!! Abarote huni thakibo nuwarilu! Kiman bar hunilu hisap nai!! Bukukhon homhomai goise!! 💝💝💝💝
Same to you
Composer Prabin Borah version tu xunibo.. Aru dhunia
ruclips.net/video/EIJcgTZ8FYw/видео.html
জুবিন দা আপোনাৰ অবিহনে অসমৰ সংগীত জগত আধৰুৱা।
সচাই
Lyrics just wow ! Zubeen dar konthot jipaal hoi porise.....
Zubben da tumi hoday anekoi ganere amak khantona di juwa Takei bhogobanor usorot prathana korisu. God bless you.
Wooh ! Feels like 90s Zubeen. Legend
Thank you so much Suman V for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our RUclips Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
🙏
Bapreee, eman dhuniaaa lyrics ❤
Mur Hire hire boi jai apunar gan bur zubeen da... 😊😊
❤❤❤ moi soothing t logot asilu ai gaantut....mis korisu kishore k
❤qsrs😊
😭😭😭😭
❤❤❤❤ bhut val lagil gan2 repet kori kori hunisu gutei mon2 logte mili goisege❤️❤️❤️❤️❤️❤️❤️❤️😊
Both are awesome😊.......
Me After hearing sesa..... Lines on status
Searching like sesa pora mur kayate😅😁.. .....
And listening continuously 20-22 times. lyrics , voice and everything 🔥🔥🔥
💞 জয় জুবিন দা✊ 💞
তুমি মোৰে প্ৰিয়া হৈ ♥️prabin borah ufff🤗
zubeen da ♥️
❤️❤️তুমি মোৰে প্ৰিয়া হৈ
পুৱতিৰে দুৱাৰলৈ
তুমি মোৰে জীয়া হৈ
জনমে জনমলৈ
নীবিৰে শুই ৰোৱা
নদী হৈ বৈ যোৱা !
Ufhh ❤️❤️
জুবিন দাৰ গান শুনি যি অনুভব হয় সেই অনুভব শব্দৰে বুজাব নোৱাৰি 😌💖
গানটো আজিহে ভালকৈ শুনিলোঁ। বৰ ধুনীয়া লাগিল❤❤
তুমি আমাৰ অক্সিজেন দাদা, তোমাৰ গান এশাৰি সোনাৰ পাছত হে টোপনি আহে.
Hoi❤❤😊😊
Oxygen nohoi sleeping tablet hol
অধৰে জোৰা না
অধৰে জোৰা না
প্ৰণয়ে লোৱা না
উশাহে মেঘ চুমে
বৰষা হৈ জানা
আৱেশে পঢ়া না
দুচকুৰে ভাষা
মন পক্ষী হৈ উৰে
সমীৰতে জানা
চেঁচা পৰা মোৰ কায়াতে
ঢৌ উঠা মোৰ বুকুতে
ৰদ হৈ নামা না
গধূলি হোৱা না
মোৰে হিয়া
হিম গলা কবিতা
দেহ জ্বলা শলিতা
উমলে নিশা তোমাতে
অময়া আবেগত
হেজাৰ দিঠকত
বিচাৰোঁ জানো তোমাকে
তুমি মোৰে প্ৰিয়া হৈ
পুৱতিৰে দুৱাৰলৈ
তুমি মোৰে জীয়া হৈ
জনমে জনমলৈ
নিবিড়ে শুই ৰোৱা
নদী হৈ বৈ যোৱা
নদী হৈ বৈ যোৱা
আধা লিখা এখিলা
নিলিখা বহু কথা
বুজি চোৱানা এবাৰ
অজালা কাজলত
অবুজ পৰশত
কিযে পাবা প্ৰতিবাৰ
তুমি মোৰে প্ৰিয়া হৈ
হিয়াৰে পাপৰি লৈ
তুমি মোৰে ইতি হৈ
বৈ থকা অনাদিলৈ
ডাৱৰক সুধি চোৱা
নেহা ৰৈ বৈ যোৱা
নেহা ৰৈ বৈ যোৱা
#SagarikaSarma baideow ur voice is divine & zubeen da take a bow. Beautiful song ❤
ইমান সুন্দৰ ❤️💫🌻✨✨✨✨✨✨
Dada r gaan gaan nohoi jui hoi jui
Respect for lyricist. Go ahead bro
0:26 - 0:28
উশাহে মেঘ চুমে
0:37 - 0:39
মনপখী হৈ উৰে
#সুৰটো
Nice zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😘😘😘😘😘😘😘 good 🙏🙏
Master behind the song ... prabin bora ...best composition.
🙂😃😊🎯 daDa tumor feet and as a human being you are lit. Big fan 😊😃🎯
Xur prabin borah wowwww mind blowing xur.....
Huni huni amoni nalage emne bahut val lage gaantu ❤best lyrics tune love from Dibrugarh ❤👍
জুবিন দা আপোনাৰ গীতবোৰ শুনিলে নেজানো কিয় ইমান ভাল লাগে ।
কিমান বাৰ যে শুনি আছোঁ ''অধৰে'' আমনি নলগা হৈছে❤️❤️❤️
God bless you zubeen da vale thakok hodai amr majot❤❤
One of the best song ever in Assamese Music.... Hats of to whole team..❤
Ki je habdar hamahar ai gaanat .hats off prabinda.🎉 Zubindar uthar porakhat pran pai uthil ei gaan
Gaan tu xuni hepah napolai ❤❤tumi mure Priya hoi...uff this line ❤❤ zubeen da
কলাৰ টিউন লগাই লৈছো গানতো !
Ki mojaa gaise❤❤❤
gooli + brilliant lyrics
Just waooo ❤️
বহুত বহুত ধুনীয়া হৈছে গানটো জুবিন দা মোৰ মৰমৰ মোৰ ভগৱান জুবিন দা
কি কম আৰু শুনি থাকিলে শুনি থাকিব মন যায় জুবিন দা জিন্দাবাদ
Uff ki gaan... Jimane depression ot nathaku kio.gaan to hunile mon tu vl lagi jai... Priyojonor sobi sokur agot bhahi ahe ❤️.... Pagol hoi goisu gan tu huni❤️❤️❤️
❤ dhuniya song
My Fvt song happy new year🎉 2025 jay zubeen daa ❤
Zubeen da guwa line keita bht vl lgse🥰👌
Kiman baar j hunisu thik naai
ইমান ভাল লাগে গানটো শুনিলে👌👌💖💖💗💗 শুনি থাকিব মন যায় 💝
Iman dhunia lagise ❤❤❤❤
Mojja Zubeen da❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bajonir mat tu❤❤
We are blessed that we born in zubeen Garg ’s era ❤❤
Credit goes to legend zubeen da❤❤❤❤ Also prabin ba😍😍
The lady singer voice have a different vibe it's help to make this song truly peaceful and calm so both are doing beautiful❤
ঊশাহে মেঘ চুমে
বৰষা হৈ জানা ❣️