নৱৰাত্ৰি ব্ৰতৰ কেইদিন মই কেনেদৰে পূজা কৰোঁ আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ🙏🙏🙏🙏
HTML-код
- Опубликовано: 5 фев 2025
- নৱৰাত্ৰি ব্ৰতৰ কেইদিন মই কেনেদৰে পূজা কৰোঁ আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকৈ চাকি জ্বলায়, কেনেদৰে আৰতি কৰে আৰু কি কি মন্ত্ৰ গাব লাগে সকলোখিনি আপোনালোকৰ সৈতে চেয়াৰ কৰিলোঁ। আশাকৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। Navratrispecial #spiritual #diya #arati #mantras #assamesevlog.
Khub val lagile vdo2 sai ❤❤🙏🙏🙏
@@BHAYALINAHAZARIKA thank you
Jai maa Durga 🙏🪔
@@travelwithabanita1858 🙏🙏