অসম আন্দোলৰ ৬নং দফা কাৰ্যকৰী হব। বাংলাদেশী অসম এৰিব লাগিব নেকি ? Assam Movement Assam Acord Clause 6

Поделиться
HTML-код
  • Опубликовано: 3 янв 2025

Комментарии •

  • @RabiRamSwargiary-i6i
    @RabiRamSwargiary-i6i 2 месяца назад +8

    এইবাবে ৫১ চনক ভিত্তি বৰ্ষ কৰি সেই তেতিয়াৰ ৩৭হাজাৰ ভোটাৰৰ পৰা এতিয়া এক লাখলৈ বৃদ্ধি হোৱা ভোটাৰক সোনকালে খেদিব লাগে আৰু খেদাৰ আগতে তৎকালীন ভোটাৰ কৰ্তন কৰিব লাগে। আৰু চিৰদিনৰ বাবে অধিকাৰ খৰ্ব কৰিব লাগে।

  • @nabajyotithakuria2407
    @nabajyotithakuria2407 2 месяца назад +1

    Good.... initiative

  • @wastonbro4870
    @wastonbro4870 2 месяца назад +1

    Good content bro...keep it up

  • @jyotiprasaddutta8724
    @jyotiprasaddutta8724 2 месяца назад +2

    ভাল লাগিল জগদীশ ভিডিঅ'টো চাই, জানিব লগীয়া কথা। দুই এটা শব্দ ইংৰাজী ত কৈছা যেনে Illigal immigration , তোমাৰ ভিডিঅ' চোৱা সকলোৱে বুজি নাপাবও পাৰে। চেষ্টা কৰি চাবাচোন পাৰি নেকি অসমীয়াত কৱ এনেকুৱা শব্দবোৰ, যিহেতু কথাখিনি সকলোৱে জনা উচিত। বেয়া নাপাবা কথাখিনি কোৱা বাবে।

    • @JagadishThakurianew
      @JagadishThakurianew  2 месяца назад

      আগলৈ সম্পূৰ্ণ চেষ্টা কৰিম , ধন্যবাদ এনেকুৱা দিহা পৰামৰ্শ দিয়াৰ বাবে আৰু আগলৈ দি যাব বুলি আশা ৰাখিলোঁ।

  • @pranjithaloi7019
    @pranjithaloi7019 2 месяца назад +1

    👍

  • @bijoysarmaviews700
    @bijoysarmaviews700 2 месяца назад +1

    We want....

  • @prabhatdas4167
    @prabhatdas4167 2 месяца назад +2

    Jo bhi kar rahe mukhymantri Hemant Vishwakarma vah Sahi kar raha hai achcha kar raha hai bhai achcha hai ham bhi special support de raha hun

  • @Parishmitabora179
    @Parishmitabora179 29 дней назад +1

    অনিল বৰা ভাষা আন্দোলনৰ স্বহীদ আছিল নেকি বাৰু

    • @JagadishThakurianew
      @JagadishThakurianew  29 дней назад

      Moi Ai Data To Wikipedia pora Loiso Tat Kintu Anekoi Asil -
      Phase II: December 1980 to January 1983
      edit
      On 7 October 1982, while leading a procession from Nagaon to Hojai in support of a bandh called by the All Assam Students Union, Anil Bora was beaten to death at Hojai by people who opposed the bandh as well as the Movement.[96]

    • @JagadishThakurianew
      @JagadishThakurianew  29 дней назад

      en.m.wikipedia.org/wiki/Assam_Movement#:~:text=On%207%20October%201982%2C%20while,as%20well%20as%20the%20Movement.

    • @Parishmitabora179
      @Parishmitabora179 29 дней назад +1

      অনিল বৰা ১৯৭২ চনৰ মধ্যম আন্দোলনৰ সময়ত স্বহীদ হৈছিল। তেওঁক হোজাইত হত্যা কৰি মুণ্ড ছেদ কৰিছিল ।

    • @Parishmitabora179
      @Parishmitabora179 29 дней назад

      অনিল বৰা ১৯৭২ চনৰ মধ্যম অসম আন্দোলনৰ সময়ত স্বহীদ হৈছিল ।

    • @JagadishThakurianew
      @JagadishThakurianew  27 дней назад

      @@Parishmitabora179 ok

  • @dikshitadas6836
    @dikshitadas6836 2 месяца назад +1

    👍

  • @ankurbaruahcreation6155
    @ankurbaruahcreation6155 2 месяца назад +1

    👍