Assam Panchayat Elections 2024: পঞ্চায়ত নিৰ্বাচনক লৈ চৰম অনিশ্চয়তা
HTML-код
- Опубликовано: 24 дек 2024
- সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত ২৭খন জিলাত ইতিমধ্যে প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা। অহা ২৮ ডিচেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। কিন্তু ইয়াৰ মাজতে নিৰ্বাচনক লৈ চৰম অনিশ্চয়তা। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাধা।
#assamesenews #nd24news #nd24live #nd24assamese #livenews
-------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
এইখন চৰকাৰে discrimination r সকলো সীমা অতিক্ৰম কৰিলে
আপোনালোকৰ সকলোতেই নিজৰ মতেই লাগেনে।সকলোতেই অসুবিধাযে ।আপোনালোকে জনসংখ্যা নিতীও নেমানে দেশৰ সকলো আইন কানুন আপোনালোকৰ কাৰনেই নহয় আৰু অসমত মানুহ আছে।
Aibilak bujar niom 2mar hoa nai. Panchayat r bikhoye valkoi adhayan kori loa. Kio vul hoise heituo koa hoise aitu video t. tothapiu 2mar murot nodore jodi ki koriba panchayat hobdo tu buji poa ne nai. Hokolu bostur ata niom ase hei niom kunei ulonga koribo nuware. jibnt school nedekha bilake aru
niom oniom ki bujibo.
প্ৰথমে নিলিমা খাতুন ডাঙৰীয়ানীলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল। যিহেতু নিলিমা খাতুন ডাঙৰীয়ানী গুৱাহাটী উচ্চ ন্যায়লয়ত পঞ্চায়তৰ নিয়ম - নীতিৰ ওপৰত গোচৰ তৰাত আমি সৰ্বসাধাৰণ ৰাইজে পঞ্চায়তৰ নিয়ম - নীতিৰ বিষয়ে জানিবলৈ সক্ষম হলো আৰু অহা ৯ জানুয়াৰি ২০২৫ তাৰিখে পঞ্চায়তৰ নিয়ম - নীতি বিষয়ে আৰু অধিক জানিব পাৰিম।
হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী নীতি। হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নাপাতে।
অত্যন্ত গুরুত্বপূর্ণ ও সময়োপযোগী জরুরী ভিত্তিতে বিষয়াদি খতিয়ে দেখা ও পুনর্বিবেচনা করা আবশ্যক।
Thanks given for information.
পঞ্চায়ত নিৰ্বাচন পাতি লাভ নাই। এনেই অনৰ্থক পইচা নস্তহে।
Good step
Dorniti bonda koribo lagy
Member candidate age koto lage
Tohote buji napabi , ji hoise vl hoise
Sarkar.bhal.kora.noi
BJP Mane jaege.