শিক্ষিত সমাজৰ বাবে সাহিত্য সভা। শিক্ষিত মানে শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিলেই শিক্ষিত বুলি গণ্য কৰা শুদ্ধ নহয়। শিক্ষানুষ্ঠান শিক্ষা যিমানেই নকৰক, সাধাৰণ জ্ঞান যদি নাথাকে এনে ধৰণৰ অনুষ্ঠানত অংশ ল'বলৈ সুযোগ দিয়া উচিত নহয়। শিক্ষানুষ্ঠানৰ শিক্ষাৰ লগতে সাধাৰণ জ্ঞান থকা সকলকহে শিক্ষিতৰ মৰ্যদা দিয়া উচিত।
সাহিত্য সভাৰ ঐতিহ্য আৰু বিশেষত্ব কেতিয়াবাই লুপ্ত হৈছে অ😮😮
টকাৰ টোপোলা যতেই থাকিব তাত শনি থাকিবই।
অসম সাহিত্যসভা গেলিলে।
সৰ্বনশীয়া সভা
শিক্ষিত সমাজৰ বাবে সাহিত্য সভা। শিক্ষিত মানে শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিলেই শিক্ষিত বুলি গণ্য কৰা শুদ্ধ নহয়। শিক্ষানুষ্ঠান শিক্ষা যিমানেই নকৰক, সাধাৰণ জ্ঞান যদি নাথাকে এনে ধৰণৰ অনুষ্ঠানত অংশ ল'বলৈ সুযোগ দিয়া উচিত নহয়। শিক্ষানুষ্ঠানৰ শিক্ষাৰ লগতে সাধাৰণ জ্ঞান থকা সকলকহে শিক্ষিতৰ মৰ্যদা দিয়া উচিত।
আজি কালি মাৰপিট, কাজিয়া কৰিব নোৱাৰিলে অসম সাহিত্য সভাৰ সভাপতি-সমপাদক হব নোৱাৰি বুলি তেও নাজানে নেকি? হয়তো দুই এবছৰ পিচত মুকলি ভাবে ৰেচলিং প্ৰতিযোগিতাত অংশ লৈ জয়ী হ'লেহে সম্পাদক-সভাপতি হোৱাৰ যোগ্যতা অৰ্জন কৰিব । গতিকে ভাবী প্ৰাৰ্থি সকলে খোৱা লোৱাত জোৰ দি শৰীৰ চৰ্চাত লাগি যাওঁক ।
অজিৎ শৰ্মাক টোল গেটৰ মূখ্য কালেক্টৰ হিচাপে চৰকাৰে নিযুক্তি দিব লাগে।চৰকাৰক ভাল কালেক্টচন দিব পাৰিব।তাৰ দম চাওক।
অসম সাহিত্য সভাৰ গৰিমা নাই শেষ হৈছে,, ৰাজনীতি য়ে শেষ কৰিলে অসম সাহিত্য সভা
এই শমা বোলাটো দেখিলেই গুন্দাগিৰি যেন হয় ।
Bahut lav hoi kijani
আজিৰ তাৰিখত অসম সাহিত্য সভা এটা অৰ্থহীন অনুষ্ঠান ৷
Axom Sahitya Sobha hol Paikhana Swarup dei...
আজিৰ সাহিত্যিকৰ প্ৰকৃত চৰিত্ৰ,,,,
Shame on Assam sahita sobha
সাহিত্য সভাত হিনদী লবিৰ ৰাজনীতি নেতা সোমাল।
সাহিত্য সেৱা কৰিবলৈ সাহিত্য সভাখন অতি প্ৰয়োজনীয় হয় নে নহয় সেইয়াহে নাজানো।
শিক্ষিত লোকৰ ইমান অসভালি লাজৰ কথা আপোনাৰ লোকৰ নিজৰ লৰা চোবালিক কি শিক্ষা দিব
Asom sahitya sobha is a private property.Hihotor kunu asom prem nai.Focus lage.
মাৰপিত তাত হয়,য'ত টকাৰ প্রসংগ আহে।
সাহিত্য সভাত এতিয়া রাজনিতি দলৰ নিচিনা হৈছে
সাহিত্য সভাত সাহিত্যিক আছেনে politician ৰ অংগো পাংগো আছে ? সন্মান বিচাৰি বিচাৰি যাই।
অসম সাহিত্য সভা এতিয়া কিছুমান মানুহৰ মানসিকতাৰ বাবে নিঃশেষ হৈ যাৱ নেকি৷পদৰ লোভবোৰ পৰিহাৰ কৰি অনুষ্ঠানটোক জীয়াই ৰাখিবলৈ সকলোৱে হাতে কামে লাগক৷এইয়া সাহিত্য সেৱাৰ পিলেটফম হে..কাৰোবাৰ glamorous বা আভিজাত্য প্ৰসাৰ কৰা পটভুমি নহয়৷
হাহি উঠিছে প্ৰভুসকল
অজিত প্ৰসাদ শৰ্মা মানুহনে জানোৱাৰ ?কি প্ৰাণী অজিত প্ৰসাদ শৰ্মা ? অসম সাহিত্য সভাত প্ৰধান সম্পাদকৰ প্ৰাৰ্থী এটাই এজন কাৰ্যকৰী সভাত প্ৰহাৰ কৰিব পাৰেনে ?অসম সাহিত্য সভাৰ কাম কাজে বুজাইছে সাহিত্য সভাত মানুহ আতৰি অসুৰ সোমাইছে ।
Taka lutibalaihe sahitya savat jai
ইয়াত কৈ লাজৰ কথা কিবা আছেনে??? হায় অসম সাহিত্য সভা।
Bepari
যি জনে সম্পাদকৰ দাবিদাৰ বাবে বা অন্যান্য বিষয়ৰ দবিদাৰ নিমন্ত্ৰন নী নেপাই যি অভিযোগ কৰিছে তেওঁৰ নিজা বিষয় কিন্তু তেওঁ মুখত অসমীয়া ভাষাতো সঠিক হোৱা নাই নেকি বাৰু
Asomia samajkhonor karone Bor lajor kotha.
Sarma mahanta aiburor bahire beleg nai neki axomot
ki j hb akhomr....eman mohan anusthantu ane....laz nai
Khahityo khobhat khahitor aalochona nohoi jen laagise.
Private company
😂😂😂
🤣🤣🤣🤣🤣🤣🤣😂😂😂😂😁😁