প্ৰধান মন্ত্ৰী হিচাপে কিমান সফল নৰেন্দ্ৰ মোদী? কি কয় গুৱাহাটীৰ সাধাৰণ ৰাইজে?

Поделиться
HTML-код
  • Опубликовано: 21 дек 2024

Комментарии • 323

  • @কিশোৰহাজৰিকা
    @কিশোৰহাজৰিকা 2 года назад +33

    মোডীজিৰ লগত সচেতন জনতা আছে। বিৰোধীয়ে আগৰ পৰাই ফৰফৰাই।

  • @karfbk4523
    @karfbk4523 2 года назад +26

    NDA 🚩🚩🚩

  • @বিৰেন্দ্ৰডেকা
    @বিৰেন্দ্ৰডেকা 2 года назад +31

    বিজেপি জিন্দাবাদ। মোডীজি আহিবই। আমি আছো

  • @viralvideodhamaka1499
    @viralvideodhamaka1499 2 года назад +17

    Modi to yugi jindabad

  • @তাপসডেকা
    @তাপসডেকা 2 года назад +26

    মোডীজি বহুত ধৈৰ্য্য আৰু পৰিপাটিকৈ কামবোৰ কৰিছে

  • @দেবেনৰাজবংশী
    @দেবেনৰাজবংশী 2 года назад +29

    মোডীজি আহিবই আকৌ সেইটো নিশ্চিত। যিয়ে যিমান যোৰ লগালেও নহ'ব। জয় বিজেপি

  • @trishankurmi8787
    @trishankurmi8787 2 года назад +22

    Modiji Long live 👍👍👍

  • @rajukalita6302
    @rajukalita6302 2 года назад +29

    Moi kB bisaro 100 present successfully pm

  • @utankoboro1028
    @utankoboro1028 2 года назад +23

    Modi Zindabad

  • @babuldas4341
    @babuldas4341 2 года назад +32

    English marise kintu.BJPbjp jindabad

  • @প্ৰশান্তবৰুৱা
    @প্ৰশান্তবৰুৱা 2 года назад +27

    বিজেপি আমাক লাগিবই। অসমৰ পৰা পুৰা সমৰ্থন আছে।

  • @probhatpoddar3626
    @probhatpoddar3626 2 года назад +28

    Modi is our best PM in India 🙏 Jai shree Ram 🙏

  • @daspiglets1866
    @daspiglets1866 2 года назад +34

    মই এজন দেশৰ সৈনিক হিচাপে মদিজীক পাই সুখি।কাৰন সামৰিক শক্টিক যিদৰ আগুৱাই লৈ গৈছে আগত হয়তু আন প্ৰধান মণ্ট্ৰীয়ে এইখিনি পাৰা নাছিল।

  • @sanjibkumar3267
    @sanjibkumar3267 2 года назад +34

    মোডীজি জিন্দাবাদ। বন্দে মাতৰম। অসম বা UP বুলি কথা নাই। দেশ এখনেই। জয় হিন্দ

  • @kishorkalita1612
    @kishorkalita1612 2 года назад +26

    Modi is best

  • @তৰুণতালুকদাৰ
    @তৰুণতালুকদাৰ 2 года назад +26

    কেইটামান সেই গৰুখুঁ‌টী উচ্ছেদত মূখেৰে মাত নমতা প্ৰাণী ইয়াত মোডী বিৰোধ কৰি আছে। থৈ দে সিহঁতৰ কথা। মোডীজি জিন্দাবাদ

  • @কিশোৰহাজৰিকা
    @কিশোৰহাজৰিকা 2 года назад +29

    জ্বলাই জ্বলি থাকিব। মোডীজি জিন্দাবাদ

  • @pamekomusic1643
    @pamekomusic1643 2 года назад +35

    Modi zindabad

  • @trishankurmi8787
    @trishankurmi8787 2 года назад +24

    Jai Modiji ❤❤❤

  • @জগতশইকীয়া
    @জগতশইকীয়া 2 года назад +26

    মোডীজিক নেলাগাবোৰক কাক লাগে?? সেই বিজ্ঞাপনৰ ঠিকাদাৰ অথবা পাপু নে নুনু তাক।

  • @bikashnath175
    @bikashnath175 2 года назад +30

    GST বেছি হ'লে ক্ৰয়ক্ষমতা বঢ়োৱাক বুজাই। কম হ'লে ক্ৰয়ক্ষমতা কম হোৱাক বুজাই। দেশৰ ক্ৰয়ক্ষমতা যদি কম হৈছেই আধুনিক অস্ত্ৰ শস্ত্ৰ কেনেকৈ কিনিলে?? গাড়ীবোৰ যে ওলাই আছে বিক্ৰী কমিছে নে?? গতিকে GST ৰ ধাৰণাতো ১০০% শুদ্ধ নহয় এইটো ক্ষেত্ৰত। মোডীজি জিন্দাবাদ

  • @nikhilsharma351
    @nikhilsharma351 2 года назад +12

    মোডীজিক ৰুধিব দূৰ লাল সিং চাদ্দাতে মূখ থেকেচা খালে বিৰোধীয়ে 🤭🤭

  • @trishankurmi8787
    @trishankurmi8787 2 года назад +18

    Modiji ❤❤❤

  • @tapansaha3031
    @tapansaha3031 2 года назад +29

    Modi ji our best pm

  • @sumidas7381
    @sumidas7381 2 года назад +22

    B j p zindabad

  • @karfbk4523
    @karfbk4523 2 года назад +22

    BJP Zindabad 🚩🚩🚩

  • @chandansharma2877
    @chandansharma2877 2 года назад +12

    All time best our pm Modi

  • @তপনকলিতা
    @তপনকলিতা 2 года назад +30

    মোডীজি নাহে যদি কি ছাদুল্লাহৰ বংশ আহিব বুলি ভাৱি আছা নেকি? আহিবই মোডীজি

    • @bipulrabha-xg7jr
      @bipulrabha-xg7jr Год назад

      Gas. Rs. 1200/😭😭😭😭😂😂😂😂😜😜😜🦂🦂🦂🦂🔥🔥🔥🔥👺👺👺🙏🙏🙏🙏🙏

  • @তৰুণতালুকদাৰ
    @তৰুণতালুকদাৰ 2 года назад +23

    মোডীজিক বেয়াপোৱা কেইটাই দেশ এৰি বিদেশত এমাহ থাকি আহক তেতিয়া গম মূল্যবৃদ্ধি ক'ত হোৱা নাই!!

  • @pareshdoley4079
    @pareshdoley4079 2 года назад +17

    BJP zindabad.... 🇮🇳💪

  • @তাপসডেকা
    @তাপসডেকা 2 года назад +25

    মূল্যবৃদ্ধি হৈছে কষ্ট আমাৰো হৈছে কিন্তু ক'ত হোৱা নাই?? যাওকচোন চীনত কি অৱস্থা হৈছে গম পাব। বেংকৰ টকাও চৰকাৰে নিব ধৰিছে

  • @Abhishekrajkalita
    @Abhishekrajkalita 2 года назад +4

    প্ৰশাসন বিভাগ ব্যক্তিগত কৰণ কৰক । জিন্দাবাদ মোডী

  • @কিশোৰহাজৰিকা
    @কিশোৰহাজৰিকা 2 года назад +21

    বিজেপি জিন্দাবাদ। নিশ্চিত জয় হ'বই

  • @জগতশইকীয়া
    @জগতশইকীয়া 2 года назад +24

    আমাৰ দেশ হয় আমি বিচাৰো NDA চৰকাৰ আহিবই।

  • @surenboruah3241
    @surenboruah3241 2 года назад +31

    BJP zindabad 🙏🙏🙏

  • @kartiktalukdar7446
    @kartiktalukdar7446 2 года назад +12

    দেশৰ ৮০% ই বিচাৰে। Next নিৰ্বাচনত প্ৰমাণিত হ'ব। মোডীজি জিন্দাবাদ

  • @debajitkalita3690
    @debajitkalita3690 2 года назад +13

    ABP, INDIA TODAY এইবোৰ হ'ল বিৰোধীৰ মতে বিজেপি মেডিয়া। সিহঁতৰ মতে অল জাজিৰাহে ভাল 🤭🤭🤣

  • @udhabpayeng
    @udhabpayeng 2 года назад +31

    Jai Hind 🇮🇳🇮🇳
    Jai modi🔥💕💕💕💕💕💕

  • @utpalkalita2717
    @utpalkalita2717 2 года назад +23

    2024 বাদেই 50 লৈ NDA ৰ নোম নলৰাকৈ কেন্দ্ৰত থাকিব।

  • @bhajandas3927
    @bhajandas3927 2 года назад +23

    BJP jindabad , jay Modiji

  • @বিৰেন্দ্ৰডেকা
    @বিৰেন্দ্ৰডেকা 2 года назад +30

    মূল্যবৃদ্ধি বিশ্বৰ সকলোতে হৈছে। চীন, পাকিস্তান বাংলাদেশ শ্ৰী লংকা আৰু ইউৰোপতো। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰভাৱ। কিন্তু তাৰ মাজতে মোডীজিৰ নেতৃত্বত দেশ শক্তিশালী হৈছে

  • @jkchannel5587
    @jkchannel5587 2 года назад +17

    BJP ZINDABAAD

  • @gautambarman65
    @gautambarman65 2 года назад +13

    Modi ji joy ho

  • @srimantadewri7087
    @srimantadewri7087 2 года назад +13

    Moi bisaru

  • @rickybarman5571
    @rickybarman5571 2 года назад +21

    India super power kar krne hoic? Modi ,. Sbe indiak respect kre,. Modi

  • @sushantanath7822
    @sushantanath7822 2 года назад +1

    Norendra Modi Jindabad.

  • @mukulpegu3302
    @mukulpegu3302 2 года назад +17

    Modi jai ho

  • @প্ৰদ্বীপগগৈ
    @প্ৰদ্বীপগগৈ 2 года назад +13

    মোডী আকৌ জয় হ'ব যে খাটাং

  • @kartiktalukdar7446
    @kartiktalukdar7446 2 года назад +12

    মোডীজি জিন্দাবাদ

  • @উৎপলবৰুৱা-গ৫খ
    @উৎপলবৰুৱা-গ৫খ 2 года назад +29

    বিজেপিক কোনেও ৰখাব নোৱাৰে। অযথা আশা কৰি লাভ নাই। মোডীজি জিন্দাবাদ

  • @gyandarsan5548
    @gyandarsan5548 Год назад +1

    Modi zindabad ❤

  • @KailashSonowal-p1e
    @KailashSonowal-p1e 2 года назад +28

    মোডী ডাঙৰীয়া বা NDA ক ভাৰতত কেন্দ্ৰীয় শাসনত অহাত ৰখাব পৰা কোনো জন্ম হোৱা নাই এতিয়ালৈ।

  • @mujammelhoque7284
    @mujammelhoque7284 2 года назад +23

    Modi

  • @monjitneog1347
    @monjitneog1347 2 года назад +26

    হৰ ঘৰ মোদী

  • @kritangbasumatary6743
    @kritangbasumatary6743 2 года назад +15

    Some are always stupid 🙄🙄🙄
    Modiji Zindabad ❤❤👍👍👍

  • @ritamudoi7987
    @ritamudoi7987 2 года назад +13

    100%modi,,,

  • @madandey3947
    @madandey3947 2 года назад +1

    মোডী 100 ভিতৰত 100ভাল

  • @srigunajitsharma8282
    @srigunajitsharma8282 2 года назад +10

    Modi ji alop over hoisi xo alop kom korak corunar babe upy o nohuwa hoisi xo rayjeo alop bujok.modi ji zindabad zindabad

  • @pankajkalita9230
    @pankajkalita9230 2 года назад +13

    মূল্যবৃদ্ধি হৈছে কাৰণ উৎপাদনতকৈ জনসংখ্যা বাঢ়িছে। ইয়াত চৰকাৰ যিয়ে নাহক মূল্য নকমে। বাকী বিনিয়োগ কৰিলে বিক্ৰী কোৱা মূৰ্খ কেইটাই আকৌ উন্নত দেশ আমেৰিকা ৰাছিয়া চীন জাপান আদিৰ কথা কয় য'ত শতকৰা ৭০% ই বিনিয়োগৰেৰে চলি আছে! আচলতে বিৰোধীবোৰৰ কথা হ'ল বিজেপি বিৰোধ কৰা।

    • @rakeshsarma4532
      @rakeshsarma4532 2 года назад

      Lakh lakh kouti toka loan maf korok bondur

  • @rahulkalita4081
    @rahulkalita4081 2 года назад +31

    India Today, ABP ৰ সমীক্ষা বিৰোধী কেইটাই ভুল বুলি ক'ব বা গোডী বুলি ক'ব। পিছে যোৱা ৫ ৰাজ্যৰ নিৰ্বাচনতো সিহঁতৰ সমীক্ষা শুদ্ধ বুলি প্ৰমাণিত হ'ল। পাঞ্জাৱত আপ আহিব বুলিছিল আহিলে, বাকী ৪ ৰাজ্যত বিজেপিৰ বৃহৎ জয়। ২০২৪ ত NDA পূৰ্ণ বহুমত পাব।

  • @purnimadas5857
    @purnimadas5857 2 года назад +26

    June modik beya buli koy hi manuh nohoy hi kukur puali bilak musolman or guh khua bilak

    • @topongogoi9953
      @topongogoi9953 2 года назад

      Modi a Assam r karne kora vl kam kaita manr example dia sun...

  • @inamulhoque5914
    @inamulhoque5914 2 года назад +2

    আমি Bjp ক বহুত ভাল পাও
    BJP য়ে ৰাইজৰ কাৰনে বহুত ভাল কাম কৰি আছে এই Bjpৰ দিনত বহুত মানুহে চাকৰি পাইছে কিন্তু
    অসম খন বিক্ৰী নকৰে যাতে

  • @প্ৰশান্তবৰুৱা
    @প্ৰশান্তবৰুৱা 2 года назад +23

    কিছুমান গৰুৰ মতে বিনিয়োগ কৰিলে বিক্ৰী কৰা হয়। সিহঁতক গান্ধী পৰিয়ালৰ ইংলেণ্ড সম্পৰ্কৰ ৰাবাৰ্ট বাদ্ৰাক দিব লাগে। মোডীক সমৰ্থন কৰিছো

  • @shankarbiswas91
    @shankarbiswas91 2 года назад +12

    Ami asu Modijir lgt.PM jon okol Axomor birodhi keitai beya pale ki hol valpua manuh deshot bohut ase

  • @shankarbiswas91
    @shankarbiswas91 2 года назад +9

    Modiji is the best PM

  • @rakeshdas6791
    @rakeshdas6791 2 года назад +9

    Jikhini diye ba paise seikhini kuneo nokoi ba nidikhai. Soday niketive khini kowa aru dikhai thaka.

  • @digench.nathnath2052
    @digench.nathnath2052 2 года назад +1

    মোডী বাহিৰে বেলেগৰ কাম নাই

  • @SatyavratRaj781
    @SatyavratRaj781 2 года назад +12

    পইচা লুট কৰা বুধি

  • @trinayannath2511
    @trinayannath2511 2 года назад +13

    মোডীজিক বিৰোধীয়ে বেয়াতো পাবই ন। কথা বহুত আছে। কাশ্মীৰত জেহাদী সদায় মাৰি আছে, মোডীজি অহাৰ পৰা দেশত হিন্দুত্ববাদ উঠি একেবাৰে হিন্দুৰ বিৰুদ্ধে বনোৱা চিনেমা পৰ্য্যন্ত অসফল হ'ব ধৰিছে, দেশত বিনিয়োগ বাঢ়িছে, চান্দাজীৱি সংগঠনে মানুহক হাৰাশাস্তি কৰিব নোৱাৰা হৈছে, বিজেপিয়ে স্কুল কলেজ হস্পিতেল বঢ়াইছে আৰু ফ্ৰী দিছে বহুত দূখীয়াবোৰক, দেশৰ সেনা শক্তিশালী হৈ গৈ আছে। ইচ্ ৰাম কম বেয়া কাম কৰিছে নে মোডীজিয়ে!!! জয় মোডীজি

    • @rajibbaruah108
      @rajibbaruah108 2 года назад

      পাকিস্তানক কিয় attack'কৰিব নোৱাৰে নে bhoi কৰে পাকিস্তানী কীতা আহি ইণ্ডিয়াক সৰু লৰা নিচিনা যুকাই থাকেহি যে

  • @manjitsarma4062
    @manjitsarma4062 2 года назад +1

    Bahut kam karsa aru kariba kariya thakiba BJP jindabad

  • @jitendrabarman6577
    @jitendrabarman6577 2 года назад +4

    ২০১৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালিটোপোলা বান্ধিব লাগিব বুলি কোৱা মনত পৰেনে ? ১৫ লাখকৈ ছুইছবেংকৰ পৰা কলাধন আনি ভগাই দিয়াৰ কথা ক’ত গ’ল ? বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়া কি হ’ল ? মুল্যবৃদ্ধি হৈ আকাশ চুলেগৈ আৰু এফালৰপৰা বিক্ৰী কৰা আৰম্ভ কৰি দিলে ৷ GST আৰু টোলগেট ৰাইজে লাভ কৰিলে ৷ কেবল ফাকি ৷ অসমলৈ কেন্দ্ৰৰ পুজি কাটি কাটি নোহোৱা কৰি দিলে ৷

  • @sunus.cassam3037
    @sunus.cassam3037 2 года назад +1

    Modi jindabad aur jindabad rahega

  • @pratibhasaikia9359
    @pratibhasaikia9359 2 года назад +20

    বিজেপিৰ শত্ৰু মানে পাপ্পু, খুজলিহঁ‌তৰ অনুগামী। গতিকে সিহঁতে ৭০ বছৰে অন্ধই আছিল এতিয়া ক'ত ভাল হ'ব?

  • @rickybarman5571
    @rickybarman5571 2 года назад +10

    Bl boksi 1st

  • @Syma800
    @Syma800 2 года назад +33

    Actually , Narendra Modi fit for indian PM.
    Thank you so much
    Nilakanta Chandi

  • @mridulahmed5761
    @mridulahmed5761 2 года назад +1

    BJP gindabad

  • @bhargavswargiary5460
    @bhargavswargiary5460 2 года назад +1

    জনপ্ৰিয়তা বিচাৰি থাকোতে,ৰাইজৰ জাতি,মাটি ভেটি আৰু স্থিৰতা থকা জাতীয়তাবাদৰ কামখিনি ৰৈ গৈছে নেকি? কৃষ্ণ!

  • @md.maizuddinahmed2216
    @md.maizuddinahmed2216 2 года назад +3

    এক টকীয়া চাউল বন্ধ কৰি দিব লাগে কাৰণ এটকীয়া কেজি চাউল পাই মানুহ এলেহুৱা হৈছে।কামবন নকৰা হৈছে।এলেহুৱা জাতীৰ কোনো দিন উন্নতি নহয়।

  • @arupdas3232
    @arupdas3232 2 года назад +9

    Kaka.tur.kam.miey

  • @হালোৱাৰপুতেকমই

    ৰিপৰ্টাৰজনে পাচলি বেপাৰী কেইটাহে বিচাৰি পাইছে সুধিবলৈ ৷ শিক্ষিত কেইজনক সুধক কি কয় ? মোৰ মতে টো
    মোডী জী সফল হ’বলৈ বহু সময় লাগিব ৷ তেখেতে নিজকে শুদ্ধৰাওক ৷ অৰ্থনৈতিক দিশটো একেবাৰে ধ্বংস কৰি পেলালে ৷ যাৰ কাৰনে এতিয়া মানুহৰ মূৰৰ ওপৰত ৰাম টাঙোন সুধাই আছে ৷ আপোনালকে Compare কৰি চাওঁক ৷ পৰিবৰ্তনৰ শ্লোগানাৰে শাসনলৈ অহা বিজেপী চৰকাৰৰ যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰিলে নে নাই ৷ প্ৰথম ১৬ মে’ৰ পাছত কেইজন বাংলাদেশী খেদিলে ? দ্বীতিয়তে , ক’লাধন কিমান ঘূৰাই আনিলে ? এনেবোৰ কিছুমান মিছা প্ৰতিশ্ৰুতিৰে মানুহক আভূৱা ভাহিলে ৷ মইও মোডীক সমৰ্থন কৰিছিলোঁ ৷ কিনতু এতিয়া নোৱাৰি আৰু কৰিব ৷ Gst কথাটো বাদেই দিলোঁ ৷ strong opposition নথকা লৈকে চৰকাৰে যি কোনো জনবিৰোধী সিদ্ধান্ত লৈয়ে থাকিব ৷

    • @shankarbiswas91
      @shankarbiswas91 2 года назад +6

      Mr, bharotor xongbidhankhon change koriboloi time lagiboi.change nokoraloi miya khedi khali koribo nuware nohoi.law ase badha diye.2ndly, GST diyar bebostha kora babeitu Desh powerful hoise.Aji ami chinar lgt compare koribo paru Indiar defence power.Ki pasoli beparir kotha kua.Tumihe educated neki? we are also educated

    • @হালোৱাৰপুতেকমই
      @হালোৱাৰপুতেকমই 2 года назад

      এতিয়া আকৌ সংবিধানৰ কথা ক’ৰ পৰা আহিল ৷ যদি বাংলাদেশী খেদিব নোৱাৰে তেন্তে ক’বই নালাগে ন ৷ ক’লাধনৰ কথা উল্লেখ কৰিবই নালাগিছিল ৷ অৰ্থনৈতিক দিশটো যে জুৰুলা কৰিলে সেইটোৰ বিষয়ে আপোনি একো উত্তৰ নিদিলে ? 450 টকাৰ cylinder এতিয়া প্ৰায় 1200 ! বিশেষকৈ অসমত আঁচনি দি দি বৰবাদ কৰি দিছে ৷ অৰুনোদয় আচঁনি পঞ্চায়তৰ সভাপতিৰ বিষয়া আমোলাৰ ভাগিন ভতিজা হঁতে পাই আছে ৷ যি সকল সচাঁকৈ দুখীয়া তেওঁলোকে পাওঁক ৷ কিনতু এনেকুৱা কিছুমান মানুহ যাৰ ঘৰত চাৰিচকীয়া বাহন আছে ৷ ৰাতি ঘৰত ac লগায় শুৱে সেইবোৰ মানুহৰ ঘৰত অৰুনোদয় বা কৃষক আচঁনিৰ ধন কেনেকৈ সোমাইছে ৷ আপুনি ক’ব পাৰিবনে যে এইবোৰ দুৰ্নীতি হোৱা নাই বুলি ৷ শুনক মইও বিজেপীক বিশ্বাস কৰিছিলোঁ ভোট দিছিলোঁ কিনতু সেই কংগ্ৰেছৰ আগৰ দালাল সোপাৰে এতিয়া দপ দপনি ৷ আমি সক্ৰিয় ৰাজনীতিত নাই যদিও দেখা পায় থাকো টো ৷ আপোনাৰ মতে মোডী সফল মোৰ মতে নহয় কথা সেইটোৱে ৷ ইয়াত বেলেগ কথা ভাবিবলৈ কি আছে ৷ আপোনাৰ টো আপুনি ক’লে আৰু মোৰ টো মই কলে
      Thats all

    • @shankarbiswas91
      @shankarbiswas91 2 года назад +1

      @@হালোৱাৰপুতেকমই আঁ‌চনি কোনে দিয়া নাই?? আপে কি ফ্ৰী দিয়া নাই?? আপে কিয় আঁ‌চনিবোৰ দি আছে? চিলিঞ্জাৰৰ গেছ পেট্ৰ'লজাত সামগ্ৰী ডাঙৰীয়া। পেট্ৰ'ল ডিজেল আৰু পেট্ৰ'লজাত সামগ্ৰীৰ দাম ইয়াত বুলি নহয় সমগ্ৰ বিশ্বত বাঢ়িছে আৰু য'ত চৰকাৰবোৰে লুকুৱাইছে তাতেই এটা সময়ত পৰিস্থিতি জটিল হৈছে। চীনত বেংকৰ পৰা চৰকাৰে টকা নিব ধৰিছে মানুহৰ, বাংলাদেশ পাকিস্তানতো হাহাকাৰ। ইউৰোপীয় দেশতো একেই অৱস্থা। ক'লাধন ঘূৰাই আনিব কিমান পাৰিছে পৰা নাই মাত্ৰ আপোনাৰ মোৰ একাউণ্টত জমা নহ'লেই বিচাৰ কৰিব নোৱাৰি। কিন্তু বহু ক'লা ব্যৱসায়ীৰ হাড় ভাঙি গৈছে সেইয়া প্ৰমাণিত হয় যেতিয়া নলাই নৰ্দমাই নোটবোৰ ওলাইছিল। আঁ‌চনি দূখীয়াই পাইছে। আৰু বিজেপিৰ লগত জড়িত দালালবোৰেও পাইছে। সেইটো সকলো ৰাজনৈতিক দলেই পাই। কিন্তু মানুহে একো নোপোৱাকৈ বিজেপিক ভোট নিদিয়ে। পাইছে বাবেই দিছে।

  • @babuadhikari1862
    @babuadhikari1862 2 года назад +1

    B.j.p N.M

  • @প্ৰীতমবৈশ্য
    @প্ৰীতমবৈশ্য 2 года назад +45

    দেশক শক্তিশালী কৰা একমাত্ৰ নেতা। নৰেন্দ্ৰ মোডী জিন্দাবাদ।

    • @kamrup133
      @kamrup133 2 года назад +1

      Yes

    • @tunudad1495
      @tunudad1495 2 года назад +1

      Ame gorev manu tohot hola BJP Dallal aru jateya Cong ahebo akou Cong hoba. Ai belak tohotor character. Ame hoisu sempul manu amak bostur dam kom hobo laga Modi koi ata kora ata Cong denot gass dam asel 450 toka ateya hol 11 toka kot gol ai belak kotha assamot Bangladeshi khadem buli koi ulutai Bangoli belakok nagauri Gupta dela

    • @kamrup133
      @kamrup133 2 года назад +1

      @@tunudad1495 cong dinot ak donor hajira asil 200 taka atiya hoi goi 400-500 taka,cong dint income kom asil dam kom asil ,matir tolot xarua tell xadai ake nathake nohoi cong dint besikoi asil petrol dam 50-60 taka asil

  • @hamedali1257
    @hamedali1257 2 года назад +1

    Modi 000%

  • @dipakkalita4580
    @dipakkalita4580 2 года назад +2

    একো সফল কাম কৰা নাই

  • @ৰোহিতশৰ্মা
    @ৰোহিতশৰ্মা 2 года назад +42

    ১০০% মানুহক কোনেও সন্তুষ্ট কৰিব নোৱাৰে। মোডীজি জিন্দাবাদ

    • @Bhaskarsonowal10
      @Bhaskarsonowal10 2 года назад +2

      Bjp go back

    • @meassamblogs8375
      @meassamblogs8375 2 года назад +6

      GST লগোৱা বাহিৰে একো কাম কৰা নাই

    • @rajibbaruah108
      @rajibbaruah108 2 года назад +2

      Modibhai অহাৰ পিছত india khon Bangladesh, Pakistan, Bhutan r লগত তুলনা কৰিব পৰা হল কিন্তু

    • @kamrup133
      @kamrup133 2 года назад +2

      Right b j p a aku beya kam kara naii

    • @kamrup133
      @kamrup133 2 года назад +2

      @@Bhaskarsonowal10 toloi mur ata posna beleg pm thakute chinai kiy bharat akramon karisil aru etiya akromonar sesta kario kiy bifol hoise kiy bharat harisil chinar logot kiy kiy

  • @girishbania8260
    @girishbania8260 2 года назад +1

    সৰ্বকালৰ ফকতীয়া প্ৰধান মন্ত্ৰী ।

  • @kritangbasumatary6743
    @kritangbasumatary6743 2 года назад +20

    The best PM till now in India 🇮🇳🇮🇳🇮🇳 👍👍👍👍❤

  • @ShyamSundar-iz9qe
    @ShyamSundar-iz9qe 2 года назад +12

    toi je jiyai aso modik thank u buli kobo lagea oi

  • @milondebnath4273
    @milondebnath4273 2 года назад +3

    🐕🐕👈👈

  • @rajlk1706
    @rajlk1706 2 года назад +3

    মুল্য বৃদ্ধিৰ দেশত সচেতন সাধাৰণ মানুহখিনিয়ে ভালকৈ জানে মোদী চৰকাৰৰ জুমলাবাজী এটকা দি দুটকা লৈছে অনলী খাতি খোৱা সাধাৰণ মধ্যবিত্তক শলঠেকত পেলাই

  • @nilakhi_borah_5
    @nilakhi_borah_5 8 месяцев назад

    joi modi ji ki joi

  • @trishnasarma6670
    @trishnasarma6670 2 года назад +17

    মোডীজি জিন্দাবাদ। কোনে কি কয় সেইবোৰত মূৰ ঘমাই নহয়, প্ৰত্যেকৰে নিজ নিজ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে। NDA জিন্দাবাদ

  • @lakhikrchintey5693
    @lakhikrchintey5693 Год назад +1

    সম্পূৰ্ণ দেশৰ সম্পদ বেছি হেক কৰিলে

  • @nobinborah1245
    @nobinborah1245 2 года назад +1

    সংসাৰ নথকা মানুহে দেশ কেনেকৈ ঢলাব।দেশৰ সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে।জি এচ টি লগায় দেশৰ জনসাধাৰনক কোঙা কৰা বাদে একো নাই।

  • @pradipbasumatary4080
    @pradipbasumatary4080 2 года назад +1

    100/ correct. I like your speach.

  • @bkisku9363
    @bkisku9363 2 года назад +10

    আলু কাম কৰিছে মোডী দেশখন বিক্ৰী কৰি কৰি ছেচ কৰিছে

    • @sanjibkumar3267
      @sanjibkumar3267 2 года назад +12

      কাক বিক্ৰী কৰিলে? উদ্যোগপতিয়ে বিনিয়োগ কৰিলে দেশ বিক্ৰী কৰা হয় নে? অলপ উন্নত দেশৰ জাৰ্ণেলবোৰ চাবি

  • @yubarajbiswas670
    @yubarajbiswas670 2 года назад +3

    MODIGI ZINDABAD

  • @saharulchoudhury4258
    @saharulchoudhury4258 2 года назад +4

    Jumla

  • @jayantosadiya2476
    @jayantosadiya2476 2 года назад +1

    বহুত ধুনীয়া কথা কৈছে আপুনি

  • @techfilaadivasi1295
    @techfilaadivasi1295 2 года назад +2

    Dada val kotha koise