Cutting of papaya . মতা অমিতা গছত কেনেকৈ অমিতা লগাব পাৰি I
HTML-код
- Опубликовано: 7 сен 2024
- Thanks for watching the vidio ...🙏
মোৰ vidioটোত আপোনালোকক মতা অমিতা গছত কেনেকৈ অমিতা লগাব পাৰি তাক দেখাবলৈ চেষ্টা কৰিছো I (good cutting of papaya )
উপযুক্ত সাৰ পানী পোৱাৰ পিছতো এজোপা অমিতা গছত অকল ফুল ফুলিলে আমি তাক এনেকৈ Cutting কৰি অমিতা লগাব পাৰো বুলি মোৰ বিশ্বাস I
এই Cuttingটো ঠাণ্ডা Season কৰিব নালাগে I কিয়নো ঠাণ্ডাত গছ বিলাক কমকৈ বাঢ়ে I
মোৰ Channel টো Subscribe কৰি মোক অলপ আগবঢ়ায় দিয়াৰ লগতে মোৰ কিবা ভূল হলে আঙুলিয়াই দিবলৈ আপোনাক হাতযোৰ কৰিছো I ধন্যবাদ....
#অমিতা খেতি
#Papita kheti
#পেপে গাছত ফল
#Papaya
#Indian framer
#CURIO
#Desh ki Jaan Hamare kisan
#Farming Leader
#Kheti kisan
#Indian Farm Rover
#Ravizone Farming
#agriculcuter Technology
#EXPLORE YRS
#অসমৰ খেতি
#MR.RBG
Val lagil
Nice
Thank you
আপোনাৰ Channel টো Dideo কেইটা চালো I চাই ভাল লাগিল কাৰণে Subscribe কৰি ৰাখিছো I আৰু আগুৱায় যাবলৈ আপোনাক মোৰ ফালৰ পৰা সুভকামনা জনালো I ধন্যবাদ
মোৰ Video টো চায় যি সকলে Cutting কৰিছে অমিতা তেওঁলোকলৈ অনোৰুধ...Cutting কৰা ঠায়খিনিৰ পৰা ২-৩ ইঞ্চি মান গেলি যোৱা নিচিনা হৈ যায় I তাক লৈ ভয় নাখাব বা আকৈ গেলি যোৱা ঠায়খিনিত কাতি নিদিব I নিজে-নিজে ঠিক হৈ যাব I
ধন্যবাদ
মোৰ Videoটো চাই যি সকলে Cutting কৰিছে তেওঁলোকলৈ অনোৰুধ কৰিছো.... Cutting কৰা ১০-১৫ দিন
Thank you
Mur 2 jupa asi. Korisam baru
প্ৰথমে আপোনালৈ স্বাগতম জনালো I আহিন মাহৰ ভিতৰত কৰে যদি কৰি দিয়ক Cutting তেনেকৈ I কাতি মাহৰ পিছত নকৰিব I কিয়নো কাতি মাহৰ পৰা ঠান্দা আৰম্ভ হব I ঠান্দাত গছ বিলাক বাঢ়িব নোখোজে I মাঘ মাহৰ শেষৰ ফাললৈ Cutting তো কৰি দিব I
ধন্যবাদ