বিবাহৰ পিছত সন্তান লাভ কৰাত অসুবিধা হৈছে নেকি ?
HTML-код
- Опубликовано: 1 окт 2024
- বিবাহৰ পিছত সন্তান লাভ কৰাত অসুবিধা হৈছে নেকি ?
মাহেকীয়া বন্ধ হʼলেও অন্তঃসত্বা হয় নে?
IVF পদ্ধতি কি?
কেনেকৈ এই পদ্ধতিৰে সন্তান লাভ কৰিব ?
IVF মানেই বিশ্ৰামৰ প্ৰয়োজন নেকি?
কিমান বয়সলৈকে IVF পদ্ধতি গ্ৰহণ কৰিব পাৰে ?
কৰ্ম ব্যস্ততাৰ মাজতো IVF কৰিব পাৰিব
শুক্ৰাণু আৰু ডিম্বাণু সংৰক্ষণ পদ্ধতিৰ বিষয়ে আপুনি জানেনে ?
Dr.Arpita Sarma,Janitva IVF
Six mile , guwahati, GS road
Silchar- Grace Well Hospital
Jorhat- Sanjeevani Hospital
Shillong- Kamber Clinic
Contact: 8811052000,3000
#ivf #drarpitasarma #janitvaivf #baartalaap #chakrapaniparashar #ivf #ivfsupport #ivfjourney #ivfsuccess #ivfsg #ivfbaby #ivfwarrior
---------------------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
মোৰ সন্তান নাই ।আজি আমাৰ বিয়া হো ৱা বয়স প্ৰায় 15।এতিয়া আমাৰ বয়স প্ৰায় 60,52বছৰ।কিবা সন্তান পোৱা উপায় আছে নেকি।
সুন্দৰ কথা কৈছে 🙏🙏🏾🙏🏻 বাইগৰাকী বহুত ভাল লাগে দেখিবলৈ
মোৰো একেই অবস্থা মাহেকীয়া বন্ধ হৈ গ'ল ৪৭ বছৰ মাত্র টকাৰ কাৰণে IVF কৰিবৰ কাৰণে যাব পৰা নাই।
Right
বাইদেউ মোৰ ৩৪ বছৰ। মোৰ uterus remove কৰিব লগা হল। তাৰ কাৰণে কিবা প্রবলেম হবে নেকি জনালে কৃতজ্ঞ হলো হয়।।
বহুত ভাল লাগিল প্ৰগেম টো । মোৰ এটা প্ৰশ্ন - মাহেকীয়া বন্ধ হলে গৰ্ভৱতী হব পৰেনে ? ধন্যবাদ 🙏
8888
8888
IVF কৰিলে কিমান খৰচ হয় চক্ৰ দা বাইদেউৰ পৰা জানি ক'ব ।
এটা পেকেজত কিমান বাৰ IVF কৰাৰ সুবিধা পাম
বহুত নজনা কথা জানিবলৈ পাই ভাল লাগিল, বহুত ধন্যবাদ দুয়োকে ।
Baidew mur 43year 2nd batsha plan
IVF কৰিলে কিমান খৰছ হব জনাব নেকি।
বহুত ভাল লাগিল নজনা কথা জানিবলৈ পায়। বাইদেউ আপোনাৰলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ 🙏🥰 দাদা আপোনাকো ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ🙏
অনূষ্ঠানটো ভাল লাগিল । ডিব্ৰুগড় চহৰত চেম্বাৰ খোলাৰ ব্যবস্থা কৰিব নেকি জনাবচোন ।
বহুতো নজনা কথা শিকিলো |ধন্যবাদ
সুন্দৰ বিষয় । বহুত কথাই জানিবলৈ পালো ।
Moi saw baidew prgrm.aji vl dore bujilu IVF ki hoi.moi jurhator hoi .mur ata lora ase 9 mnth hoise moi baru juwa ni kin2 bhtk khbr disu jurhat sanjivanee hsptlt baidew ohar khbr2.ajiw dim 30 aprilt je ahibo.
বাইদেউ মোৰ বিয়া হোৱা আজি ৬ বছৰ হল কিন্তু প্ৰগ্ননেন্ত হোৱা নাই আৰু মোৰ মাহেকীয়া দেৰি কৈ হয় তাৰ কাৰণে হোৱা নাই নেকি কিবা মোৰ অসুবিধা আছে নেকি জনাবচোন
Sem
বহুত বেছি ভাল লাগিলে বাইদেউ । চক্ৰ দা আপোনাৰ ম'বাইল নং দিবচোন
Very nice and useful programme .
ধন্যবাদ পৰাশৰ ডাঙৰীয়া আপোনাৰ ভিডিঅ পাবৰ বাবে ৰৈ থাকো ।
সুন্দৰ অনুষ্ঠান চাই ভাল লাগিল ।
Baidew,k ,Jurhat ki ki barot lag Pam janaboneki ,ivf r Kotha vabisu.beya napai jadi sunkale janabosun
খুব সুন্দৰ বিষয় এটা উপস্থাপন কৰিলে।
Excellent program !
যোৰহাটত কত বহে জনাবছোন
দাদা বাইদেউ ৰ পৰা পঢ়ামৰ্শ এটা ল'ব লাগিছিলে . আমি বাইদেউক ফোন কৰিলে কথা পাতিব/ৰিচিভ কৰিবনে ?
বাইদেউ মোৰ ২০ বছৰ বয়সতে মাহেকীয়া বন্দ হৈছে কি কৰিম এতিয়া কবচুন
Dada.mor age 26 hoi.mor ajoni sowali ase.7 years.kinto atia moi pregnancy planing kri aso.kinto hoa NAI.doctore koise pcod .ki krile val hobo.
PCOD problem thakile concept hoi ny
বাইদেউ মোৰ বয়স ১৯ হয় মোৰ মাহেকীয়া টো কেতিয়াবা কেতিয়াবা আগবাঢ়ে আৰু কেতিয়াবা কেতিয়াবা পিছ হয় মানে কেতিয়াবা 4days 5days আগবাঢ়ে আৰু কেতিয়াবা 4days 5days পিছ হয় ...ইয়াৰ কাৰণটো কি বাইদেউ please 🙏🙏 জনাবছোন .. মোৰ বাৰু শৰীৰত কিবা অসুখ বা bloud ৰ কিবা problem হৈছে জনাবছোন .. please 🙏🙏dada apuni baideu k hudhi comment tu reply dibo buli mur akha thakil ...
বাইদেউ মই ২৩ বছৰত বিয়া হৈছিলো বিয়াৰ১ বছৰ পিছত ১ টা লৰা সন্তানৰ মাতৃ আৰু ৭ বছৰ ব্যবধানৰ পিছত ১ এজনী ছোৱালী পাও । তাৰ পিছত মই অপাৰেশ্যন হওঁ। কিন্তু মোৰ কপাল ইমানেই বেয়া লৰাটো আজি ৭ বছৰৰ পৰা মৃগী বেমাৰত ভূগী আছে আৰু ছোৱালীজনী আজি দুবছৰৰ পৰা হাৰ্টৰ বেমাৰত ভূগি আছে ।টকা আৰু চিন্তাৰ সীমা সংখ্যা নাই তথাপি মানুজনে আৰু এটা সন্তান পাব বিছাৰে কিবা ব্যবস্থা আছে নেকি বাৰু ?
সুন্দৰ অনুষ্ঠান এটা ভাল লাগিল । আমাৰ যোৰহাটৰে বাইদেউ 🙏🙏
Moyu egg 🥚 .. Preserve kori rakhibo lagibo
Ba mor biya howa 17 year hoise moi dubar lvf karisilo first bar pogetive asile kinto 3 mah pisot nathakile next ako hoisile 6 mah pisothe gold brader hoi gol beby thike asile pisaloi beby to Kos khai gol pisot normal delivary kara gol atiya mor 3 mah nowarato bandh hoi ase kono dharnor beby plening kara nai ki karile mensto ako agor dore hob janab neki baro
Excellent program thanks. Khirada das
Kiman poisa lagibo dada jonabo sun IVF korile..plz dada jonabo
ভিডিঅ টো চাই বহুখিনি উপকৃত হৈছো ধন্যবাদ বাইদেউ 🙏
mem mur bhut bosr hl biya pota hontan hua nai mur manuh joni mahike 15 dinr mure mure hoi aru muru manuh jonir pprti himan mon nujua hoise ki korile vl hob jonabsun
মই বিয়া পতা 7years hl মোৰ বিয়াৰ দুবছৰ পিছত এবাৰ হৈছিল কিন্তু মই একেবাৰে অসুস্থ হৈ পৰিছিলো।একেবাৰে বমি আৰু অলপ অলপ blidng hoisil babe মই abosnd krilu ,তেতিয়াৰ পৰাই মাতৃ হব পৰা নাই বহুত দুখ লাগে । এতিয়া আকৌ মাহেকীয়া হোৱাই বন্ধ হৈ য়ায ক্ৰমে চাৰিমাহ পাচমাহ বন্ধ হৈ থাকে ডক্টৰ পৰামৰ্শ ললেহে আকৌ হও ।আকৌ বন্ধ হয় মোৰ বয়স 26+. Kihb moi baru maa hb parim ne মই সেয়েহে হতাশাত ভূগিছো😥
Maam mor biya howa 17 s hoise mor spap bon hoi geise aru subendr koni nai i v f korib parim ne pz jonab maam
এতা সুন্দৰ অনুষ্ঠান চাবলৈ পাই ভাল্ লাগিল
...
Qppol Qppol pp😊8888888888888888888889898888899998999999888988888888988888889p
Mem sugar thakela baby pelanig koribo pare na jonaboson
খুব সুন্দৰ বিষয়ৰ ওপৰত আলোচনা কৰিছে বহুত ভাল
অনুষ্ঠান টো চায় বৰ ভাল লাগিল
Patherpasali
Program tu bohut val lagil,
Kimankorjhporibbady faydemand kharash parivar
ivf korile kiman price poribo plz jonabo.
Important information. Thanks to both Parashar & Doctor.
Bohut val lagil
Very nice program
Mam mur yaer 41 kintu badse besaru kintu ruwa ni ki krem fastu mur adnormal tair yearg 15
Mem apunak ami lag pab bisaru kot aru kenekoi lag Pam amar biya pata 3yeas hal atia loike hafal huwa nai apunak abar lag pab bisaru
Bhut vl legil.moiu ivf korim.muk doctore ivf kotiboli disa.mur ata ovari ase.ata overit xofol kimn hobo peri olp jonabosun mam.
প্লিজ দাদা বাইদেউ নাম্বাৰটো দিৱৰ ছোন যদি বেয়া নাপায় 🙏🏻🙏🏾🙏
Mam mur overiy cyst hoisel oprison koribo loga hol mur husband logot thakebo nuari 2mahor suti ahesel moi pregnancy try koriselu kin2 pregnant hbo pora nai.
Plz consult
@@arpitasarmah7693mur age 28 biya hua 7years hol lora suali hua nai. moi overy choclate cyestr operation korisilu tinimah hol valke val pua nai olp olp bikh hoi thake .cyestr operation korile val hoble bohut din lage niki.and ga beya logat akou ultrasound korat akou cyest hoise buli koise lgte Punr operation koribo lagibo koise.urtestu bulky buli koise .urtestu nuthuake cyest huatu val hobo nai plz mem reply dibo.cyest hua karne lora suali naihua buli koise.mem Apunr lakhimpurtu chember ase ni.
@@munusaikia2710 2
বাইদেউক ক'ত লগ পাম? মোৰ ঘৰ গোলাঘাটৰ নাহৰণি গাঁৱত। অনুগ্ৰহ কৰি বাইদেউৰ ফোন নম্বৰটো দিবেন?
Number Tu Diyaksun.
Hundor bixoi ata oposthapon korile chakra da.....
ভাল লাগিল চাই,নজনা কথা জানিব পাৰি লো, ধন্যবাদ বাইদেউ, মোৰ মাহেকীয়া দুই মাহ হোৱা নাই,কি কৰি লে ভাল হয় জনালে ভাল পাম।
বাইদেউ আপোনাৰ মবাইল নাম্বাৰতো দিব নেকি
Muku kesua darkar phone nambar dibneki
মই কিন্তু সৰু লৰা হে দেই 🤗
মই কমেন্ট পঢ়িবলৈ হে আহিছো 🙏
Average cost of egg freezing???
মোৰ দুখ লাগিছে মোৰ হোবা নাই আশা এৰি দিলো
ivf কৰিলে কিমান খৰচ হয় জনাবছোন
Good morning 🌄 Thanks mem ❤️💚 Nice video 📸
Bhut val lagil
কথাখিনি গম পাই ভাল লাগিছে,নজনা কথা জানিবলৈ পাৰিলো , ধন্যবাদ
Ba mor biya howa 8 bosor hol etiyaloi eko hwa nai apunar nambartu pam neki
Kimm khoros hoi gutei proses tut
Dhanyawad skrapani paraxar
কিমান খৰচ বহন কৰিব লাগিব জনাব নেকি?
বাইদেওয়ে বহুত বহুত ধুনীয়া কে বুজাই দিয়াৰ কাৰণে ধন্যবাদ ।
Kimman Toka lagibo l,v, f,
Bohut vl kotha gm plu vl lagil
বহুত ভাল লাগিল Program টো
Khub val bikhoy ata upothapon korila haeaha doujonoke khub val lagil dhainiyabad thakil apunalukoloi
Mur wife ovarian cyst ase duita sidet pragnent huwat kiba prablem hb neki
Mur beya hua 2bosor hol mahakia homoi mota hoi kintu pagnt hua nai kiba upai asa ni
Baidor ph number tu kot pam
PCOD hoi thakle pregnency hobo ne mem bia hua 7 years hl
Dada.... Reumatoid pain r ase .. mor pregency t problem hbo nki... reumatoid tablet khabo pari ne
Irregular periods r babe pregnanty t kiba problem hobo neki please kobo sun aru ki upai ase regular hoi kenekoi
Same Q mr o
Sem q.. Plz rply mam..
Baideu goalparat cembar dibo pare tetia bahut hubidha habo.
Abhi humko ladki ka photo 20:18
Mam mor santen nai ivf karila kiman taka laga pelise janabo
Discuss with reception
Mur 35 yearsot a mahakia bon hol ki korim Moi bia houa nai atia 42 years
Xundor bikhoi
খুব সুন্দৰ বিষয় উপস্থাপন কৰিলে বাইদেউ ।
খুবভালাগিল
ভাল লাগিল দেই বহুত জানিব পাৰিলোঁ
বাইদেও নম্বৰটো দিব নেকি
very informative
bahut bahut dhunia kotha kisuman hkibole palu❤️😍
Very good
Mem aponak Honai t krti ya log pam
Bohut dhunia bixoi nojona kothai bohut xikilu kintu Mr ata prosno ase 23,25 age t period kio time t nohoi late hoi? Ru tetya pregnancy t problm hoi nki? Jonabosun plzz
সুন্দৰ
pragamtu vlagil
কথা বিলাক জানিব পাৰি বহুত ভাল লাগিল বহুতে সাহস পাব
Xundar..bobut nojona kotha janilu aji bhal lgile ..moiu bisari asu baby bt huwa nai .1yr hol biya huwa ..mur age atiya 35 runing
PCOD ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত ? বিশেষকৈ বিয়াৰ পিছত ? বাইদেউ ৰ পৰা উত্তৰ পোৱাৰ আশাৰে 😊
L
Baidaw sambar sanmare kot asa valkoi addes tu dela jabo loga bohut joruri asela
Khub dhuniya vedio..thnq
Moi biya howa 7 years, aji loi khantan howa nai ,24 years t biya hoisilo , doctor dekhaisu khakolu normal thaka buli koy .mor mc 25 din nai 27 din anekuwa koi hoi mane moi wife a koi aso .IVF koribole arthik abosta Val nohoi 😭
ibf কৰিলে খৰচ কিমান হৱ
এনেকুৱা এটা অনুষ্ঠান লৈ অহাৰ বাবে চক্ৰপাণি পৰাশৰ দাদালৈ অশেষ ধন্যবাদ জনাইছো। বাইদেউ আৰু আপোনালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
বাইদেউ মই বিয়া হৈছিলো 23 বছৰ বয়সত।আমি বিয়াৰ পিছত প্লেন কৰিছিলোঁ কিন্তু ডক্তৰ ক দেখুওৱাত মোৰ মানুহ জনৰ স্পাম নাই বুলি কৈছিল তাৰ পিছত আমি প্ৰতীক্ষা হস্পিটালত ট্ৰিটমেন্ট আৰম্ভ কৰিছিলোঁ ।আমাক IUI কৰিব দিছিল মই দুবাৰ কৰিলো কিন্তু সফল নহলো। তাৰ পিছত মই ট্ৰিটমেন্ট বন্ধ কৰি দিছিলোঁ আচলতে মই ভাঙি পৰিছিলো।
এতিয়া মোৰ বয়স 30বছৰ ঘৰৰ মানুহৰ যোৰত এইবাৰ আকৌ ট্ৰিটমেন্ট আৰম্ভ কৰিছো। গুৱাহাটী হাটীগাওৰ মা আইভি এফত ডক্তৰ অমৰেন্দ্ৰ দেৱান ছাৰৰ ওচৰত। আমি IVF কৰিম বুলিয়ে গৈছিলো কিন্তু ছাৰে নালাগে বুলি ক'লে । যোৱা 13তাৰিখে মোৰ IUI কৰিলোঁ।
মোৰ হাজবেণ্ডৰ বয়স42 বছৰ। বাইদেউ ময়ো সময়তকৈ বহুত আগতেই মাহেকীয়া হও।
আজিৰ অনুষ্ঠান তো চাই উপকৃত হলো বাইদেউ। মোক আৰ্শীবাদ কৰিব বাইদেউ এই বাৰ যেন সফল হও।
Moiu ivf kori hontan jonm disu
@@mouchumisharma7050 হয়
@@mouchumisharma7050 twins hoise ne?
মোৰ এটা হৈছে
@@mouchumisharma7050 oh