Akhil Gogoi at Bangalipara.

Поделиться
HTML-код
  • Опубликовано: 22 авг 2024
  • Clarification
    Akhil gogoi live
    Akhil gogoi reaction
    Akhil Vs RSS
    Akhil gogoi comment on nrc
    Akhil gogoi fire on RSS
    Akhil gogoi news
    KMSS leader news
    Subscribe our Channel Click Here---- / @gkitube5397
    আজিৰ সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ---
    NRC ক লৈ কৃতিত্ব লব খোজা সকলে কিয় এতিয়া nrc সময় মতে নোলোৱা কাৰণে মনে মনে আছে ? কিয় এটাও প্ৰতিমূৰ্তি জ্বলোৱা হোৱা নাই ?
    জাতীয় নায়ক সৰ্বানন্দ সোনোৱাল কিয় এতিয়া মনে মনে আছে ?
    মুখ্য মন্ত্ৰীৰ OSD ক কিয় এটা অখ্যাত সংগঠনৰ লগত দিল্লীত nrc নুলিয়াব কাৰণে দিল্লী লৈ পঠিয়াইছে। মুখ্যমন্ত্ৰৰ মন্ত্ৰীৰ অনুমতি অবিহনে তেওঁ যাব পাৰিবনে ?
    আমাৰ সমগ্ৰ অসম জুৰি কৰা বিশাল গণসমাবেশ বিলাক দেখি RSS BJP ভেটি কঁপিছে।
    Social media ত আমাৰ বিৰুদ্ধে অপ -প্ৰচাৰ চলিছে।
    BJP এ গোটেই জীৱনত ১০লাখ মানুহ গোটাই দেখুৱাব নোৱাৰি।
    আমাৰ KMSS প্ৰত্যাহ্বান...BJP এ ১০ লাখ মানুহ গোটাই দেখুওক ??
    RSS এটা নিৰ্বাচন নেখেলা আত্মগোপনকাৰী সশস্ত্ৰ মৌলবাদী সংগঠন।

Комментарии • 13