|| MON FAGUNAR POSUA 1998 || KRISHNAMONI || VITALI ||
HTML-код
- Опубликовано: 29 дек 2021
- #RUBUL_BORA_BIHU_SONG
Production House - Symphony by Rubul Bora
Singer - Krishnamoni Nath/Vitali Das
Co. Singer - Dulumoni Saikia, Tarali Sarmah, Rupa Bora
Lyrics & Tune - Dulumoni Saikia, Pinku Chaudhary
Mix & Mastered - Studio Auditek, Guwahati by Bhupen Uzir
Cover Girl - Bornali Puzari - Развлечения
এইবোৰ হে আচল বিহু ,,, এনে বিহু গীত শুনিলে মন টো চঞ্চল হৈ যৌৱনলৈ ঘূৰি যায় ,, আজি কালি নৱ প্ৰজন্মই বিহুৰ অৰ্থই নুবুজে
সংগীত জগতৰ সেই সোণালী দিন পুনৰ ঘুৰি অহাৰ কামনাৰে।
সছাকৈ বিহু মানেই ৰুবুল দা
Old is Gold 🏆তাহা নিতে শুনা বিহু গীত এতিয়া শুনিবলৈ পাই বহুত ভাল লাগিছে 👍👍👍
Thanks.
সঢাঁকে ৰুবুলদা আপোনাৰ বিহু শুনি আনন্দত চকুপানী ওলাই আহিছে।কিয় ইমান দিনে হেৰাই গৈছিল?
ভিতালী বালৈ বৰকৈ মনত পৰিছে, এই বিহুৰ বতৰত। Rip
আপোনাসৱৰ অক্লান্ত পৰিশ্ৰম ৰ ফচল এই যাউতিযুগীয়া সৃষ্টি সমূহ সচাকৈয়ে অসমীয়া ৰ অমূল্য সম্পদ।
বহুত ভাল লাগিছে
মোৰ প্ৰিয়গীতটি পুনৰ শুনিবলৈ পাই বহু ভাল লাগিল।তাহানিতেই শুনিছিলো।
Very sweet and. Evergreen. Song,,,,,
Khub valo gun.When I was posted in Golaghat ( NRL-1999)I always used to listen this song regularly. Really it's a dhuniya song. ❤ from Tripura.Still I remember Captain Zintu Gogoi of Golaghat. I❤ Assamese language also.Very sweet.
মন প্ৰাণ ভৰি গল,,, অতিতলৈ বৰকৈ মনত পৰিছে,,,,
Ki Kom bisari thoka geet bur kiman donor pasot je hunibole paisu,Aapunak bohut bohut Dhonyobad jonaisu,
Thanks
কৃষ্ণ দাৰ পুৰণি গীত বোৰ বহুত ধুনীয়া অ ♥️♥️♥️
ভাল লাগিছে গান কেইটা শুনিবলৈ পাই👌👌👌🎧🎤🎸🎺😘😘😘
ইমান সুন্দৰ আছিল এই বিহু গীতবোৰ! এনে বিহু গীত শুনিলে মন ৰাইজাই কৰি যায়। এনে এটি চিৰসেউজ বিহুগীত শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
Dhuniya
ডেকা বয়সলৈ মনটো গুচি গল ৷
Yes
হয়
Muk krishna moni nath dar.... Do koi potharot bhui a rui asilu hei gaan tu besati asu.... Mur khub priyo hoi.... Parile diboloi sabo sun sir...🙏🙏🙏
Kishnomoi. Nath mur otikoi prio Apunar purana bihu Geeta bur
সৰু তে শুনা গানবোৰ সঁচাকৈয়ে ভাল লগা আছিল ৷
Bor bhall Lage Moi tetiya class nine ot pohu,
সুন্দৰ
Maa kasam epah phool bhal lage nasoni oi geet tu dile !! Thank you very much 😍😍😍😍 anupom saikia r bihute nasibor Mon album t hunibo paisilu
mur usorot ase
@@jyotiprasad6858 aru ase neki puroni bihu .. RUclips busarile nupuwa bihugeet
@@jyotiprasad6858 helo
Link ase neki @@jyotiprasad6858
অতীতলে মনত পৰি গ'ল
Dhonyobaad
Rubul Da,tetiyar madokotai shukiya asil.
Mojja
May Febret Song👌👌👌😘😘😘😘
Mur hoikhobor gaan ❤️❤️❤️❤️❤️ gusi jau horu hoi thoka dinole
25 bosoriao apotidondi super hit kishnmoni da Vitaly bar geet
Hundr
Aikhon mur prio album hoi, kintu ata he part post korise, pare Jodi aantu part u post koribo dei🙏🙏
Jihetu album khonor gutei keita song ei khub dhunia
plzzz MON FAGUNAR POSUA 1998 junmoni bohagore abeli asiluje umali geet tu plzzzz diyak na
"বসন্তত উতলা মন,মনে কৰে কিবা খন,,বিহুৰ তলিত চেনাই নাই বিহুতো নবহে মন" জুবিন দাৰ গান আছিল অনুগ্ৰহ কৰি বিচাৰি দিব চোন।মোৰ দাদাৰ প্ৰিয় গান আছিল কিন্তু দাদাৰ শেষ সময়ত শুনিব বিছাৰিছিল আমি বিছাৰি নাপালো শুনাবলৈ।
Purani gaanbur prachar korar babe bohut dhanyabad jonalu.
Aibur gaanr dore ajir gayak keijone paribone gabole dada apunar lukor gaan hunile hunithakibor mon jai
Ooo eitu gaan ... Hubibo paisu krtishna Mani nath RUclips channel tut
Very nice song ❤❤❤❤
বহুত ভাল লাগিল বিহু কেইটা শুনি ।
জোনমনী বহা
mon fagunar pasuwa 1998 sabei geet lageee plzzz Rubul Da
সোণমইনা কেছেটৰ নিজান ৰাতি মোৰ সোনতো গীতটি আপলোড দিবছোন
নৱবৰ্ষৰ প্রাগ মুহূর্তত এই গীতকেইটাই মনটো ভাল লগাই দিলে।
Childhood memories ❤
🙏🙏🙏🙏 mojja
junmoni bohagore abeli asiluje umali geet to u plzz diyak na rubul da
❤❤
Best bihu singer kisnamoni nath
Mur bahut prio gan vasare bujabo nuwaru
'মন ফাগুনৰ পচোৱা' কেছেটৰ আটাইকেইটি গীত আপলোড কৰাৰ বাবে অনুৰোধ জনালো ।
(মোৰ অতিকে প্ৰিয় গায়ক-গায়িকা কৃষ্ণমণি নাথৰ লগতে ভিতালি দাস, অনুপম শইকীয়াৰ কণ্ঠৰ) । (বিহুগীত১৯৯৫-১৯৯৯)
১)দিহিং দিচাং ভোগেদৈ,
মিচিচিপি দীঘল নৈ-------
২) নিৰুজনী তাৰ মৰমৰ-----
৩)কল্পনাৰ সাগৰত মাজনী উটি ভাহি ফুৰিছো
জীৱনৰ লগৰী তোমাকে মই বাচিছো ---
আদি কথাৰ বিহুগীতবোৰ পুনৰ শুনিবলৈ মন যায় যদিও বিচাৰি পোৱা নাই । অনুগ্ৰহ কৰি সংগ্ৰহ কৰি শুনালে সুখী হ'ম ।
Super
I like this evergreen song . Its very sweet voice.
Golden songs
Moja
❤️
My favourite song ,my dream it
Very
Nice
A:DAS❤️💝💘🙏
Rubul da gitanjali 97/98 bihu gan keita abar sabo sun
ভাল লাগিল ককাইদেউ । সোণমইনা কেছেটৰ নিজান ৰাতি মোৰ সোনতো গীতটি আপলোড দিবছোন । ধন্যবাদ
Please
Bohut
Val
Lagil
Agor din bur monole ahi goise .
Krishna Moni nath mur babe hiyar amothu
নিৰুপমা তুমি আজি গাভৰু হ'লা বিহুগীত টি আছে যদি আপলোড কৰিলে আনন্দিত হ'ম।
❤️❤️❤️❤️
New bihu song rubul da
2022 ৰ বহাগত।
Nice
Kisnmonir Mon aru maram keset 2 naineki
Niribil junak rati o junamoni... ai gaan to upload diboxun dada
O vonti Ajonta gan2 dibosun
পাৰিলে "নীল আকাশত ঊৰা মাৰে গংগা চিলনী" গীতটো আপলোড দিব চোন
Rubul da bisaru apunak
Coming slowly as soon as possible.
@@RUBULBORA hoi rubul da apunar gan lage amk
😢😢😢
apunar adress tu ke puwa hole ba phun no to puwa halei hol hoi bohut geet lobo laga aseeee plz
দাদা এটা বিহু গীত আছিল আগৰখিনী মনত নাই মাজত অলপ এনেকে আছিল "লৰে নে চৰে নে চকুৰ চেলাউৰি,ভাতৰে পাতটে আহে নে হিকতি?" আগৰখিনী ৰিব ৰিব মলয়া বতাহে,এনেকুৱা আছিল,
কি গান,কোনতো এলবামৰ আছিল অনুসন্ধান কৰি জনাব নেকি ? আজি কেইবা বছৰো হ'ল বিছাৰি পোৱা নাই ম্ই
সোনালী এলবামতো (ঐ সোনালী সোন বৰনিয়া ৰঙা ওঠত কি হাহিঁ বুলালি এই গানতু আছে জদি নেতত দিবা বুলি আখা কৰিলোঁ
দাদা অ ভনী অজন্তা গানটো দিবচোন
Enekua gan punor likhibo nuaribone?
Juri mai r gaan bur dibo
Dada plesekare koisu apunak old bihu jetia bakhantar fuliba ajar o kulite lagibane bejar bihu song tu parele uplud karediba sun
Aru otulumani holabarejane bahut din dekhanai vage hiakhane birahar bedanat bisare ahisu dibane hantana eaigittu dibane
Happy new year guys...❤❤
Apunar usrt ase nki puroni bihugeet
Alp ru
Contact me..
চিৰনো যুগমীয়া অ গীতাঞ্জলি,হব জানো পাৰিবা মোৰে মনৰ লগৰী গানৰ লিংক দিব হো , অনুৰোধ জনালোঁ।
বাকী থকা গীত কেইতাও দিবছোন।
দিম বাৰু লাহে লাহে।
Pare jdi gutei keita geet Dib sun