Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bole to apun ka Dipak Sharma sir 🔥....
দীপক শৰ্মা দাৰ সুললিত বাঁহীৰ সুৰে হৃদয় আলোড়িত কৰিলে। বাঁহী বাদকৰ সম্ৰাট গৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰমাণ জনাইছোঁ।
Bigffilat
এনে এটি গীত -বাহীৰ যুগলবন্দী অনুভৱটি মোৰ এনেদৰে কবৰ মন গৈছে " ৰাতি বাহী বায় কোনে মোক কন্দুৱাই " যদি সম্ভৱ হয় সেই গীতটিও বাহীত বজাবলৈ অনুৰোধ থাকিল
দীপক শৰ্মাৰ সুমধুৰ বাঁহীৰ সুৰ যাতে এইদৰে ভবিষ্যতেও শুনি থাকিব পাৰো তাৰ বাবে ভগৱানৰ ওচৰত শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰিলো আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিলো। ধন্যবাদ।
বৰ সুললিত ।
বৰ সুন্দৰ বজাইছে দীপক শৰ্মা ডাৰীয়াই। তেওঁলৈ প্ৰণাম
Bring tears to my eyes. Reminding me of childhood days.
বাঁহীৰ যাদুকৰ ,অপোনাক ধন্যবাদ।
বৰ ধুনীয়া চাৰ আপোনাৰ বাহীৰ সুৰৰ শুনি মজায়ে বেলেগ।
দীপক শৰ্মা দাৰ বাঁহী সুৰতো শুনি মনটো ভাল লাগি গ'ল (গুৱাহাটী ) 🙏🙏
কিছুমান বাহীৰ সুৰে আমাৰ মন বোৰ বাৰোকৈয়ে চুই যাই৷
সচাকৈ বহুত বহুত ভাল লাগিল,,,,, শুনিয়েই থাকিবৰ মন যায়।।।।
No words....
বহুত ভাল লাগিল চাৰ.... শুনিলে শুনি থাকিব মন যায় চাৰ আপোনাৰ বাঁহীৰ সুৰ...💞
sir nomoskar zodiyu apunar bahir xur ba bohut dhuniya payu logote apunar xilpee prane pran pay yuthok zodiyu bos peebo liqued aru xundor aradhona jeebonor khel
Moio Bahi Bojau Paru Ai Get Tu Bohot Sundor Get
sweety flute dipak da so many many thanks to you.
বৰ ধুনীয়া হৈছে
Great Dipak Da
Dhuniya,lagise,dipok,shorma
Dipak dada dhuniya lagise
নাৰী জীৱনৰ এটি বিষাদ ভৰা বিখ্যাত জনপ্ৰিয় গীত -------সন্ধিয়াৰ আকাশত বগলী উৰেআইৰে ঘৰলৈ মনতে পৰে
কান্দি দিছো, বুকুখন বিষাই গৈছে, হৃদয়ৰ কুঁহে কুঁহে সোমাই গৈছে,,,
বহুত বহুত ভাল লাগিল মোৰ দেহা অন্তৰখন চুহি গৈছে
Touch my heart...
Borhiya lagise
Namaste from Russia 🙏
হৃদয় বিগলিত কৰা সুৰ ।
respected sir you are just amazing
Dipak da you are the best.. apuni Amar baabe inspiration hoi thanks dada
mon2 bhut vl lge jai
ধুনীয়া লাগিছে
Wahhh ustad...
I love you ❤️ Dipak da
sir, God bless you,
Kii nu kom aru bhut mjjjjjjaaaaa reeehhh
dipoksarma u r great
Xundor vl lagil....
সচাই মন মতলীয়া কৰা মিঠা সুৰসম্ৰিদ্ধ
Bohut val lagil....
দাদা বৰ মজা
Wow bohut dhuniya hoise
Heart touching Dada.......like it
Sweet God bless you
Bohut hundor
dipak sarma is great he is the proud of our nation
Oti sundar!
Dhuniya lagise 😘😘
Bhuuutt vl lagise
গা মন জোৰ পৰি যোৱা এটা মিঠা সুৰ
Nalbari panigaon r lora hoi apuni jogot jinise......we r proud of u
Val lagil huni
বহুত ভাল লাগিল
hundor lagise. ..
Val Lage tewk tew bahir bikharod hoy ,God bless you
বহুত সুন্দৰ👌👌👌
Heart touching👍👍
a very melodious and soulful performance.
অপূৰ্ব !
Bohut Val lagisa dipak daa
বৰ সুন্দৰ শুনি ভাল লাগিল
Thank you from Charlotte nc jay GOD BLESS YOU WITH BEST IN THE WORLD. Thank you
Bahubar xunisu...lubh xamaribo nuwaru...maje maje xunuei...eneu bahir prati bahut durbalata ase...
Val lagise
Salute apunak sir.
সুন্দৰ
অতি সুন্দৰ
Bohut hundor dada
সুন্দৰ,বহুত সুন্দৰ!
Oh....very sweet.....সুন্দৰ
Mojjjjjaaaaaaaa
Get well Soon 💝
ভাল লাগিল.
apurbo .
bohut vl lage
মনোমোহা সুৰ
Sundar Dipakda
অপূৰ্ব।
Heart touching 😍
মজাঁ
Proud of us.
Dhuni sur
Dipak khura tumar bahi sur akebare bhal labgesa
awesome..hundar
আজিৰ দিনটোত আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
dhuniya khur 👍👍
Best wishes
bht vat lgl, hridoy sat pori gol
khub sundor dada
Good dada
Bohut Dhunia lagise
Bohut Val lagile .muru bahi bojar bohut Mon jai .kintu...
বহুত ভাল লাগিল ।
Bhut dhuniya lagise
Bahut Hundar lagil
মনপৰশা সুৰ
Buhut bhal loga. Hridoi sui gol
Bohut Bohut val lagile
Very soulful
🙏❤️🙏
বহোত সুৱলা আপোনাৰ বাহীৰ সুৰ
সুন্দৰ লাগিলছে
Long life dada
Bole to apun ka Dipak Sharma sir 🔥....
দীপক শৰ্মা দাৰ সুললিত বাঁহীৰ সুৰে হৃদয় আলোড়িত কৰিলে। বাঁহী বাদকৰ সম্ৰাট গৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰমাণ জনাইছোঁ।
Bigffilat
এনে এটি গীত -বাহীৰ যুগলবন্দী অনুভৱটি মোৰ এনেদৰে কবৰ মন গৈছে " ৰাতি বাহী বায় কোনে মোক কন্দুৱাই " যদি সম্ভৱ হয় সেই গীতটিও বাহীত বজাবলৈ অনুৰোধ থাকিল
দীপক শৰ্মাৰ সুমধুৰ বাঁহীৰ সুৰ যাতে এইদৰে ভবিষ্যতেও শুনি থাকিব পাৰো তাৰ বাবে ভগৱানৰ ওচৰত শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰিলো আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিলো। ধন্যবাদ।
বৰ সুললিত ।
বৰ সুন্দৰ বজাইছে দীপক শৰ্মা ডাৰীয়াই। তেওঁলৈ প্ৰণাম
Bring tears to my eyes. Reminding me of childhood days.
বাঁহীৰ যাদুকৰ ,অপোনাক ধন্যবাদ।
বৰ ধুনীয়া চাৰ আপোনাৰ বাহীৰ সুৰৰ শুনি মজায়ে বেলেগ।
দীপক শৰ্মা দাৰ বাঁহী সুৰতো শুনি মনটো ভাল লাগি গ'ল (গুৱাহাটী ) 🙏🙏
কিছুমান বাহীৰ সুৰে আমাৰ মন বোৰ বাৰোকৈয়ে চুই যাই৷
সচাকৈ বহুত বহুত ভাল লাগিল,,,,, শুনিয়েই থাকিবৰ মন যায়।।।।
No words....
বহুত ভাল লাগিল চাৰ.... শুনিলে শুনি থাকিব মন যায় চাৰ আপোনাৰ বাঁহীৰ সুৰ...💞
sir nomoskar zodiyu apunar bahir xur ba bohut dhuniya payu logote apunar xilpee prane pran pay yuthok zodiyu bos peebo liqued aru xundor aradhona jeebonor khel
Moio Bahi Bojau Paru Ai Get Tu Bohot Sundor Get
sweety flute dipak da so many many thanks to you.
বৰ ধুনীয়া হৈছে
Great Dipak Da
Dhuniya,lagise,dipok,shorma
Dipak dada dhuniya lagise
নাৰী জীৱনৰ এটি বিষাদ ভৰা বিখ্যাত জনপ্ৰিয় গীত -------
সন্ধিয়াৰ আকাশত বগলী উৰে
আইৰে ঘৰলৈ মনতে পৰে
কান্দি দিছো, বুকুখন বিষাই গৈছে, হৃদয়ৰ কুঁহে কুঁহে সোমাই গৈছে,,,
বহুত বহুত ভাল লাগিল
মোৰ দেহা অন্তৰখন চুহি গৈছে
Touch my heart...
Borhiya lagise
Namaste from Russia 🙏
হৃদয় বিগলিত কৰা সুৰ ।
respected sir you are just amazing
Dipak da you are the best.. apuni Amar baabe inspiration hoi thanks dada
mon2 bhut vl lge jai
ধুনীয়া লাগিছে
Wahhh ustad...
I love you ❤️ Dipak da
sir, God bless you,
Kii nu kom aru bhut mjjjjjjaaaaa reeehhh
dipoksarma u r great
Xundor vl lagil....
সচাই মন মতলীয়া কৰা মিঠা সুৰসম্ৰিদ্ধ
Bohut val lagil....
দাদা বৰ মজা
Wow bohut dhuniya hoise
Heart touching Dada.......like it
Sweet God bless you
Bohut hundor
dipak sarma is great he is the proud of our nation
Oti sundar!
Dhuniya lagise 😘😘
Bhuuutt vl lagise
গা মন জোৰ পৰি যোৱা এটা মিঠা সুৰ
Nalbari panigaon r lora hoi apuni jogot jinise......we r proud of u
Val lagil huni
বহুত ভাল লাগিল
hundor lagise. ..
Val Lage tewk tew bahir bikharod hoy ,God bless you
বহুত সুন্দৰ👌👌👌
Heart touching👍👍
a very melodious and
soulful performance.
অপূৰ্ব !
Bohut Val lagisa dipak daa
বৰ সুন্দৰ শুনি ভাল লাগিল
Thank you from Charlotte nc jay GOD BLESS YOU WITH BEST IN THE WORLD. Thank you
Bahubar xunisu...
lubh xamaribo nuwaru...
maje maje xunuei...
eneu bahir prati bahut durbalata ase...