MUR FACEBOOKOT TUMI !! Champak Sharma Drama !!

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024

Комментарии • 255

  • @rupambhagabati
    @rupambhagabati 2 года назад +19

    ভ্ৰাম্যমাণ থিয়েটাৰ বুলিলে মনত যিবোৰ অভিনেতাৰ নাম প্ৰথমেই ভাহি আহে তাৰে ভিতৰত দাদাৰ ( চম্পক শৰ্মা ) নাম প্ৰথমতে আহে । দাদাৰ অভিনয় মানে আমাৰ কাৰণে এক আবেগ । সৰুৰে পৰা দাদাৰ নাটক বাদ দিয়া নাই । নলবাৰীৰ ৰাস মহোৎসৱত থিয়েটাৰৰ মেলা হয় বুলি সকলোৱে জানেই । মই ছয়খনমান নাটক প্ৰত্যেকবাৰেই চাও । প্ৰথমতে দাদাৰ নাটকেৰে আৰম্ভ কৰো । এই নাটকখন মোৰ বহুত প্ৰিয় । অকল এইখনেই নহয় দাদাৰ সকলো নাটকেই মোৰ প্ৰিয় । ভ্ৰাম্যমাণৰ নাটকৰ মাণদণ্ড বৰ্তমান বহুতেই বেয়া । নাটকৰ নামত এচাম ব্যক্তিয়ে যি লিখে সেয়া উপভোগ কৰি আহি যথেষ্ট দুখ লাগে । এই সময়তো ভ্ৰাম্যমাণক সঁচা অৰ্থত জীয়াই ৰাখিছে দাদাৰ দৰে নাট্যকাৰে যাৰ নাটকৰ মাণদণ্ড অতি উন্নতমানৰ হৈ আছে । দাদা সদায় কুশলে থাকক আৰু ভাল ভাল সৃষ্টি আমাক উপহাৰ দি থাকক । দাদা আৰু দুই এজন অভিনেতা-অভিনেত্ৰীৰ বাবেই বৰ্তমান দৰ্শকে থিয়েটাৰ চাবলৈ গৈ আছে । দাদাহঁতৰ অনুপস্থিতিত ভ্ৰাম্যমাণ থিয়েটাৰ যে জীয়াই নাথাকে তাত অলপো সন্দেহ নাই । আলু-পিয়াজ বিক্ৰি কৰাৰ দৰে নাটক বিক্ৰি কৰিলে ক'ত নাটকৰ মাণদণ্ড উন্নত হ'ব আৰু অনুন্নত নাটক মানুহে কিমান চাব ।

  • @nilxendas2354
    @nilxendas2354 2 года назад +6

    ছাৰ, মই এই নাটকখন দূৰ্গাপূজাৰ সময়ত চামতাৰ সাহপুৰত চাইছিলো। এই নাটকখনৰ শেষৰ দৃশ্যটোত শ্বক হৈ গৈছিলো আৰু আমাৰ সকলোৰে পৰা এটা কথাই ওলাইছিল "মজ্জা নাটক"। মই বন্ধুবোৰক কৈছিলো যে "শেষৰ চিনটোৱে টিকটৰ টকাখিনি উঠাই দিছে, পেইচা বছুল নাটক"। আৰু প্ৰেক্ষাগৃহৰ পৰা ওলাই আহোতে মুখত গুণগুণনি 'মোৰ ফেচবুকত তুমি'। আজি গানটো মনত পৰাত বিচাৰি চালো। পাই বহুত বহুত ভাল লাগিল। আপোনাক ধন্যবাদ। 🙏🙏🙏🙏

  • @mukutbaruah3573
    @mukutbaruah3573 3 года назад +12

    দাদা সচাকৈ বহুত ভাল লাগিল অতি সোনকালে আৰু এখন দিব বলিষ্ট অভিনয় আপোনাৰ বহুত ভালপাও আপোনাক এইবাৰ লগ পাম চামতাত দাদা ।

  • @chandanhaloi4158
    @chandanhaloi4158 2 года назад +6

    নাটক খন প্ৰথম নলবাৰী মৰোৱাত চাইছোঁ,তেতিয়াৰ বহুত সঁচা কথা মোৰ লগত নাটক খনৰ লগত মিল আছে।।

  • @RajashreeKachari
    @RajashreeKachari 2 года назад +6

    নাটকখন ২০১৫ চনত তিতাবৰ ধ'লিত হঁওতে চাইছিলো।আজি পুণৰ চাবলৈ পাই ভাল লাগিল। বহুত ধুনীয়া কাহিনী।

  • @chabansvlogs7137
    @chabansvlogs7137 2 года назад +9

    দাদা এই নাটক খন মই আজিও ভালকৈ মনত আছে । বহুত ভাল লাগিল চাই । আজি youtub ত আকৌ চাই ভাল লাগিল । আপোনাৰ প্ৰতি খন নাটকেই মোৰ অতি প্ৰিয় ।

  • @dhritimoysarma8712
    @dhritimoysarma8712 Год назад +2

    ভ্ৰাম্যমান থিয়েটাৰৰ সোণালী যুগৰ নাটক আছিল এইবোৰ। বৰ্তমান চলি থকা বিতৰ্কবোৰ শুনি শুনি এই নাটকখনৰ কথা মনত পৰিছিল। এটা সময়ত সঁচাকৈ ভাল নাটকৰ সৃষ্টি হৈছিল। সেইবাবেই এবাৰ চালো মোৰ Facebookত তুমি। ভাষা নাই wow just wow!!

  • @nbsvlogs1250
    @nbsvlogs1250 2 года назад +4

    নাটক খন চাইছিলো মঞ্চত। বহুত বছৰৰ পিছত নাটকখন আকৌ আজি দেখিবলৈ পাই বহুত বেছি ভাল লাগিল
    💓 জনাৰ্দন জিতু 💓
    💓 ৰঙিয়া💓

  • @jitulbaruah9079
    @jitulbaruah9079 2 года назад +6

    অন্ধবিশ্বাসৰ বলি হোৱা মানুহবোৰৰ মন চাফা কৰা এখন সুন্দৰ নাট।ভাল লাগিল দাদা

  • @mszgvlogs8276
    @mszgvlogs8276 2 года назад +6

    বহুত ভাল লাগিল চাই ❤❤❤❤
    চম্পক দা ৰ সুন্দৰ দুৰ্দান্ত অভিনয়।। ❤🔥🙏

    • @tutumoni7878
      @tutumoni7878 2 года назад +2

      Bahut dhuniya acting korise hokolue sai vl lgise .....army Dada jonk bahut vl lge de emn hundar acting kore

  • @srikangkandas279
    @srikangkandas279 3 года назад +11

    চম্পক শৰ্মা দাদা,ৰাতুল দাদা আৰু চন্দনা বা কি কম ক'বলৈ ভাষা নাই আপোনালোকৰ অভিনয় বহুত ভাল পাওঁ বিশেষকৈ আপোনালোকক বহুত বহুত বেছি ভাল পাওঁ ।

  • @hiyagogoi_vlogs123
    @hiyagogoi_vlogs123 2 года назад +2

    Dada apunar.. acting sai mur khub basi vl lge.. bujaboi nwaru atia apunar natokor 1ta koi story' nsale mur rati tpnia noha. hoi goise.... ankoi hdai dhuniya dhuniya natok kri jauk take kamona krilu.
    god bless you.
    dada.❤️❤️....

  • @kasturidutta2874
    @kasturidutta2874 3 года назад +10

    উফঃ কি সুন্দৰ অভিনয়।কান্দি কান্দিয়েই যেন চালো😭😭❤️❤️।চম্পক শৰ্মাৰ অভিনয় কি ক'ম!!!!

  • @madhujyagogoi311
    @madhujyagogoi311 2 года назад +6

    দাদা আপোনাৰ অভিনয় আৰু নাটক হৃদয় চুই যায়। সঁচাকৈয়ে আপুনি এজন ভ্ৰায়মমান থিয়েটাৰৰ বাঘ ।

  • @bikashdas3850
    @bikashdas3850 2 года назад +11

    বহুত ভাল লাগিল দাদা নাটক খন চাই ।আশাকৰো ভ্ৰাম্যমাণৰ সেই সণোৱালী দিনবোৰ আগৰ দৰে অতি সোনকালে ঘূৰি আহক... ।

  • @bituponsaikia7378
    @bituponsaikia7378 3 года назад +11

    সুন্দৰ অভিনয় ৷আপোনাৰ নাটকৰ কাহিনীবোৰ সচাই সুন্দৰ ৷

  • @jitusonowal7130
    @jitusonowal7130 3 года назад

    Bohut vl lagil bohut dinor murot nije dance abhinoy kora natok akhon saboloi palu thankq Champak Da natok khon you tube ot diyar babe

  • @moromjyotiparakh9591
    @moromjyotiparakh9591 2 года назад +1

    Emn dhuniya lgise 🙏🙏🙏🙏 aru lge Champak kokaideo

  • @Kaushik632
    @Kaushik632 3 года назад +22

    এই নাটকখন মই আগত চাইছিলো।।
    মোৰ বহুত প্ৰিয় এই নাটকখন, ❤️🎶
    অপেক্ষা কৰি আছোঁ এতিয়া নৰসিংস নাটকখন উপভোগ কৰিবলৈ,,
    পাৰিলে সেই নাটক খন আপলড কৰিবচোন ছাৰ।।🙏

  • @gagandaimary7983
    @gagandaimary7983 2 года назад +2

    My favourite Actor ☺️😍😘😘 moi aikho natok 5 bar mansalu 💗💗

  • @himjyoti6952
    @himjyoti6952 2 года назад +10

    সচাকৈ বহুত সুন্দৰ নাটক।
    চম্পক দাদাৰ অভিনয় কি কম ভাষাৰে বুজাব নোৱাৰি

  • @moonkumarsaikia8185
    @moonkumarsaikia8185 4 месяца назад

    সকলো ফালৰ পৰা এখন খুউব ধুনীয়া নাটক, সকলো অভিনেতা -অভিনেত্ৰী অভিনয় খুউব সুন্দৰ, নাটকৰ সংলাপ, পাণ্ডুলিপি, পৰিচালনা, সংগীত আৰু হামিং খুউব ধুনীয়া ❤️❤️❤️

  • @pijutati338
    @pijutati338 Год назад

    বহুত বহুত ভাল লাগিল কাহিনী বৰ সুন্দৰ আৰু সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে। ❤❤❤❤

  • @kankanadeka3692
    @kankanadeka3692 Год назад

    Amezing ending..gaar num hiyori uthise mur.. Hosake bht hundor natok

  • @Riki_770
    @Riki_770 2 года назад +11

    চম্পকদা, একক আৰু অদ্বিতীয়। ভ্ৰাম্যমাণৰ ভোটাতৰা ❤️

  • @utpalsarma6597
    @utpalsarma6597 2 года назад +1

    এই নাট খন তিনিবাৰ চালো। বহুত ভাল নাট দাদা। আপোনাৰ পৰা আজিও উন্নত মানদন্দৰ নাট আশা কৰো।

  • @barashavlogs2571
    @barashavlogs2571 2 года назад +1

    Amar gaont ahisil...bhut vl lgisil sai❤️❤️

  • @shaher132
    @shaher132 2 года назад

    Dhuniya natok akhon salu de aji. Thank you. Champak sarma dada aponar obhinoy bohut val pau. Aibaro aponar nat salu bhagyadevit Mukalmua t

  • @simantabora7072
    @simantabora7072 2 года назад +6

    মঞ্চৰ পিছত আকৌ এবাৰ চালোঁ ।। আবেগিক কৰা এখন সফল নাটক ।।
    চম্পক শৰ্মা মানেই ভ্ৰাম্যমাণৰ আবেগ

  • @manashpratimbujarbaruah367
    @manashpratimbujarbaruah367 3 года назад +1

    সচাকৈ বহুত ভাল লাগিল নাটক খন চাই ।

  • @purbajyoti2239
    @purbajyoti2239 2 года назад +4

    ঘৰতে সুন্দৰ নাটক এখন উপভোগ কৰিলো 💕 সঁচাই খুব ভাল লাগিল 😊

  • @nikharaniburagohaingogoimu740
    @nikharaniburagohaingogoimu740 2 года назад

    ইমান সুন্দৰ নাটক আজি প্ৰথম চাইছো। খুব সুন্দৰ লাগিল😘😘😘

  • @dipakonwarsonowal4844
    @dipakonwarsonowal4844 2 года назад

    বহুত সুন্দৰ অভিনয়ৰ দাদা... চাই যিমান ভাল লাগিল দুখো হিমানে লাগিল..কি যে মানুহৰ জীৱন

  • @user-ih1kq8nx3o
    @user-ih1kq8nx3o 9 месяцев назад

    সছাই অতুলনীয় অভিনয় আপোনাৰ মঙ্গল কামনা কৰিলো।

  • @rijukhan9443
    @rijukhan9443 2 года назад +1

    Saisu aixn thiyatar bhut vl lgisil

  • @hazratalihazarika3844
    @hazratalihazarika3844 2 года назад +4

    চম্পক শৰ্মা মানেই ভ্ৰাম্যমাণ থিয়েটাৰৰ আবেগ

  • @debajitgogoivlogs
    @debajitgogoivlogs 3 года назад +2

    সুন্দৰ নাটক সকলোৰে অপূৰ্ব অভিনয় 🙏

  • @dibyajyotisonowal140
    @dibyajyotisonowal140 2 года назад

    Bohut val lagisil. first real ke2016 saisilu Dibrugarh tenakhatot ahute .aji aku RUclips salu.👌👌😘😘🔥🙏

  • @nayanriyanmix3525
    @nayanriyanmix3525 Год назад

    কি নাটক চালোঁ আচৰিত
    চম্পক দা আপুনি আচৰিত দেই
    বহুত ভা লাগিল ,বুজাব নোৱাৰিম 👌👌

  • @debasishborah4510
    @debasishborah4510 2 года назад

    Sampak da you are real artist of vaimoman thieater apuni hodai kukhole thakok aru val val natok amal upohar diyok dada Sampak da,thieatet ot apunak hosro pronam aru ganot mur Zubeen da vogoban Hekhot জয় আই অসম

  • @dharmeswarbarman8126
    @dharmeswarbarman8126 Год назад

    বাস্তৱ কাহিনী,,সচাই অপূৰ্ব sampak দা

  • @user-yd2ti1ll8h
    @user-yd2ti1ll8h 9 месяцев назад

    My favorite actor.God bless you.

  • @dinamoninath5724
    @dinamoninath5724 2 года назад +1

    নাটক খনি চাই বহুত ভাল লাগিছে।👍👍👍🥰

  • @parthakalita3203
    @parthakalita3203 3 года назад +3

    Thank You dada.... Bohut Apekhya asil Eikhon natokor ❤️❤️

  • @amalbarman2898
    @amalbarman2898 3 года назад

    দাদা নাটক খন আগতে চাইছোঁ। এবাৰ আৰু চাব মন আছিল চালো। ভাল লাগিল।

  • @mukutbaruah3573
    @mukutbaruah3573 3 года назад +2

    কি সুন্দৰ কাহিনী দাদা আপোনাৰ

  • @dhrubafilms5576
    @dhrubafilms5576 2 года назад +1

    Durdanta abhinoi

  • @user-yq9er8fr1w
    @user-yq9er8fr1w 3 года назад +8

    ভ্ৰাম্যমাণ থিয়েটাৰ জিন্দাৱাদ

  • @BikashDas-nx4fs
    @BikashDas-nx4fs Год назад

    বহুত ভাল লাগিল অ

  • @hirakkalita4707
    @hirakkalita4707 3 года назад

    Ntok moi realt khaisilo nalbari rakhot aru sabor bht mn asil tq diya bbe

  • @jitu-raj-kalita
    @jitu-raj-kalita 3 года назад

    Khub dhuniya lagil.. Story to

  • @mriduladeka7465
    @mriduladeka7465 2 года назад +1

    আপোনাৰ নাটক চাই বহুত ভাল লাগে দাদা

  • @N1988K
    @N1988K 2 года назад +1

    এই নাট খন মোৰ নিজ ঠাই মঙ্গলদৈত চাইছিলো..youtub t বহুত বিচাৰিছিলো নাটখন..অৱশেষত আজি পালো..নাটক খনৰ শেষৰ দৃশ্য তোট যেতিয়া মালিনীয়ে বন্ধু বুলি চিঞৰে আৰু জুবিন দাৰ কণ্ঠ ত ফেচবুকত তুমি গোৱা গীত ফাকিত অাৰু চম্পক দাই থিয় হৈ চাই থকা দৃশ্য ই মোৰ ‍গাৰ নোম থিয় কৰি তুলিছিল...উঃ স‌ঁচাই জুবিন দাৰ কণ্ঠত সেই শেষ দৃশ্যটি প্ৰাণ পাই উঠিছিল......"মোৰ ফেচবুকত তুমি"

  • @kanakkalita3446
    @kanakkalita3446 3 года назад +2

    Val lagil akou sai. Beiman natok khon sabor money jai

  • @rijumani1712
    @rijumani1712 2 года назад

    Bhut2 val lagil.skur pani olaise xsake sai.

  • @suramadas8850
    @suramadas8850 2 года назад +5

    মোৰ ফেচবুকত তুমি
    মোৰ প্ৰিয় গীত।

  • @dharmeswarbarman8126
    @dharmeswarbarman8126 Год назад

    sosai best drama,sampak da ..best actor,,all time

  • @goutomrajbongshi4227
    @goutomrajbongshi4227 2 года назад

    Mor Facebook ot tumi natok khon sai bhut a Val lagil axa korisu pisoli Jen anekuwa natok upovog koribo pam ❤️👍

  • @kalpanadeka3443
    @kalpanadeka3443 2 года назад

    Champak dada jowakali r Baruajani t Mahalaya Natak khan bahut val lagil

  • @sangeetasaikia9404
    @sangeetasaikia9404 2 года назад +4

    অ' চম্পকদা ...😥 সেই তেতিয়াৰ পৰা আজিলৈকে আপুনি ইমান জীৱন্ত । বিষাই আছে ....এতিয়াও । আকৌ সোনকালে এখন দিব । নাম নকওঁ , আপোনাৰ প্ৰতিখন নাটকেই মোৰ প্ৰিয়

  • @jakirali6986
    @jakirali6986 3 года назад

    Dada bohudinor pora aakha kori aasilu, akbar live saisilu. Natok khon Sam Sam bui, aaji salu aru bohut vl lagil........

  • @debajitmalakar6916
    @debajitmalakar6916 3 года назад

    Thankyou Champak da ,,moi aikhon nat saboloi bor hepah asil ..

    • @debajitmalakar6916
      @debajitmalakar6916 3 года назад

      Aponardore obhinoy koriboloi moro bor hepah ❤️ Ashirbard koribo

  • @rabiabegum453
    @rabiabegum453 3 года назад

    Khub vl lgil..thank u..aru dbosun

  • @rihaan8099
    @rihaan8099 2 года назад +1

    আহা কৰোঁ চম্পক দাৰ পৰা আগলৈ "মোৰ ফেচবুকত তুমি" নাটখনৰ দৰে ৰোমান্টিক আৰু মৰ্মান্তিক নাট বোৰ যেন উপহাৰ পাওঁ।

  • @priyansu8710
    @priyansu8710 2 года назад +2

    Aikhon 2bar saisilu bohut hundor natok❤️❤️❤️🎉

  • @rjrahuldas6567
    @rjrahuldas6567 2 года назад

    I love you Mur priyo natk eikhon sai bohut bhal lagise 6bosr murot aku saboloi Pali I love my natok

  • @pareshvlogs8445
    @pareshvlogs8445 3 года назад

    Bohut bhal lagil natok khon sai

  • @rubisarma7511
    @rubisarma7511 2 года назад

    বহুত ভাল লাগিছে নাটক খন চাই 👍

  • @ananttagogoi8028
    @ananttagogoi8028 2 года назад +1

    মাকচম দাদা নাটক খন ভাল লাগিল

  • @anisaikia8348
    @anisaikia8348 2 года назад

    সুন্দৰ নাটক । চাই ভাল লাগিল

  • @user-yq9er8fr1w
    @user-yq9er8fr1w 3 года назад +2

    হৰেণ মালাকাৰ দেৱলৈ প্ৰনাম জনাইছো------

  • @pranabkumartamuli5828
    @pranabkumartamuli5828 2 года назад

    mojja.sompak da .kandilu ....kandilu

  • @mainaborah9606
    @mainaborah9606 3 года назад +2

    চম্পক শৰ্মা চাৰ অভিনয় মই বহুত ভাল পাওঁ

  • @sangitakalita3804
    @sangitakalita3804 2 года назад

    Bahut val lagil o Sai kandi dilo 🙏🙏🙏🙏

  • @mallikabaro614
    @mallikabaro614 2 года назад

    Aji salu bohut val lagil dada

  • @bijumoni7627
    @bijumoni7627 2 года назад

    Aikhn natok atiau bohut miss koru..bohut vl lgsil sai❤️

  • @sanisedition6698
    @sanisedition6698 2 года назад +1

    Dada Badshah natok khon upload kori dibo soon plz

  • @achyutsaikia2955
    @achyutsaikia2955 2 года назад

    Monsor past ditio baror babe slu khub hundor natok hidoi sui jua kahini chompok da

  • @pranjalchangmai9035
    @pranjalchangmai9035 2 года назад

    bhut hundar natak champak da

  • @mr.rupakvlogs2727
    @mr.rupakvlogs2727 2 года назад +2

    Mojja👏

  • @nabojitpratim
    @nabojitpratim 3 месяца назад

    Bor xundor uposthapon

  • @jyotismitabaruah3640
    @jyotismitabaruah3640 2 года назад

    Bhut hundor natok...👍

  • @jubengargfanclub2242
    @jubengargfanclub2242 2 года назад

    Hi Champak da.
    I always wait for your Upload ❤️❤️❤️🙂🙂🙂

  • @kapiltalukdar8686
    @kapiltalukdar8686 2 года назад +1

    Val lagise abhinoi sai

  • @pranabdas829
    @pranabdas829 Год назад

    Dada ai natok khony mor Mul gret Dada I love you

  • @mustadurchoudhury6428
    @mustadurchoudhury6428 Год назад

    Superb champak daa

  • @rupamkalita2274
    @rupamkalita2274 2 года назад

    দাদা আৰু বেলেগ নাটক আছিল যদি দিব। এইখন নাটক বহুত ভাল লাগিল।

  • @kaushikpatgiri6512
    @kaushikpatgiri6512 Год назад

    Bollowed or movie jen lagil ❤

  • @mukutbaruah3573
    @mukutbaruah3573 3 года назад

    Hundor Dada ajihe vl lgil saislo ntok khon

  • @mukutbaruah3573
    @mukutbaruah3573 3 года назад +1

    দাদা আপুনি লিখা ntokbor মই বহুত ভালপাওঁ আৰু চাওঁ কি সংলাপ আপোনাৰ next আৰু এখন আপুনি লিখা sbo পাম বুলি আশা থাকিল ।

  • @rupak4406
    @rupak4406 2 года назад +10

    May God Bless You And Family and Friends 🙏🙏🙏🙏🙏

  • @bhaskartalukdar36
    @bhaskartalukdar36 3 года назад

    Bohut val loga natok.. agote a saiso.. apunar mohakal khan dibo

  • @hemantadas815
    @hemantadas815 2 года назад

    Aikhn natok saisu bhut val lge

  • @nikumanithakuria4298
    @nikumanithakuria4298 2 года назад

    One of my fvrt♥️♥️

  • @nayanroy7561
    @nayanroy7561 2 года назад

    হৰেণ মালাকৰ...Miss korim apunak

  • @ankur.26
    @ankur.26 2 года назад +1

    Narashingh natok khon dib son. Please.

  • @monjitdeka6778
    @monjitdeka6778 2 года назад

    সুন্দৰ লাগিল 💓

  • @junudeka9143
    @junudeka9143 2 года назад

    moja hoise

  • @pranjal8200
    @pranjal8200 2 года назад

    ভাল লাগিল দেই ❤️❤️❤️

  • @Gamefleet00.1
    @Gamefleet00.1 2 года назад

    2hrs 11mints
    হবদে ও দাদা মই আৰু তহঁতৰ ঘৰলৈ নেযাওদে তহঁতৰ ঘৰলৈ গৈ আকৌ বোজা হবলে মন নাই ও এইখিনি সময়ত থকা Background music khini🥰🥰🥰