ডাঙৰ খবৰ ৰাজনীতিত।ৰিপুন বৰা কংগ্ৰেছলৈ ঢাপলি মেলিলে।/হিমন্তক দিলে হুংকাৰ।/virel news

Поделиться
HTML-код
  • Опубликовано: 10 июл 2024

Комментарии • 9

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z 18 дней назад

    বৰা sir, আপোনাক এবাৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব দিয়া হলে বৰ ভাল
    পালো হেতেন। কাৰণ সংগ্ৰাম বহুত কৰিলে সুফল পোৱা নশুনিলো । ❤

  • @dilipkakati3308
    @dilipkakati3308 19 дней назад

    আপুনি হিন্দু বাঙালীৰ নেত্বাধীন দলত থাকিলেও অসমৰ হিন্দু বাঙালীখিনি বিজেপিক ভোট বেংক । আপুনি তৃণমূল কংগ্ৰেতত থাকিলে
    বিষয়ববীয়া হৈ থাকিব পাৰিব কিন্তু
    কোনোদিন বিধায়ক হ'ব নোৱাৰে । অসমীয়া জাতীয়তাবাদ বাঙালীৰ বিৰুদ্ধে বুলি নাজানে নেকি ?

  • @allone2175
    @allone2175 19 дней назад

    Good decision takeen, good luck

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 19 дней назад +1

    ঘৰৰ মানুহ ঘৰলৈ ঘূৰি অহাতোনো কি ডাঙৰ কথা আহিব পাৰে।

  • @bapandeka
    @bapandeka 19 дней назад

    B. J. P. Jindabad

  • @ataurchoudhari2017
    @ataurchoudhari2017 13 дней назад

    Aro nohobo

  • @atulkalita9774
    @atulkalita9774 19 дней назад

    Bor bhal Kam nahol jen lage.

  • @MunuPatgiri
    @MunuPatgiri 19 дней назад +1

    Ahban nokorai bhal