Zubin will pass away from us but his contribution in ASSAMESE SONG will be remained within us .....I agree that Zubin daa u are the one of the gems of Assamese.....and our NextGen will read in their curriculum about U😢
Nice song zubeen da ai gaan to jimane nuhunu kio mur mon to novore zubeen da apunar gaane mur hridoyer sui jai my heart zubeen da I love you zubeen da I love you lot❤❤❤❤❤❤❤❤😊😊😊😊😊
জুবিন দাৰ বিহু নবজালে অসমত বহাগ বিহু হব নোৱাৰে, মাঘ বিহু ও হব নোৱাৰে, কি কোৱা, বন্ধুহত 🥰🥰🥰
Right
Right
জুবিনে বিহু সুৰীয়া গীত ভাল গায়। কিন্তু খগেন মহন্ত, স্বৰ্গীয় দিলীপ গগৈ, খগেন গগৈ, বিপুল চেতিয়া ফুকন, স্বৰ্গীয় পংকজ বৰদলৈ আদিয়ে বিহু গীতৰ পৰম্পৰাগত ধাৰাটো ধৰি ৰাখিছিল। তেওঁলোকৰ নাম সকলোৰে আগত লব লাগিব। জুবিনৰ গায়কী অতুলনীয়।
Ooo right
Zubeen da ❤❤❤
জুবিন দাৰ কন্ঠ মানেই যেন এক মায়াজাল। সেই মায়াজালত সোমালে ওলাই আহিব নোৱাৰি।❤🙂
মন চুই যাই আগতে কেছেটৰ ৰীল পকাই পকাই শুনিছিলো লাগি ধৰে যে গান টো ,, আগৰ দিন এতিয়া নাই আৰু মানস দা
পুৰণি দিন বোৰ মনত পেলাই দিলে ।।কি যে দিন আছিলে।।।
Heibur e moza asil xosake 😊
Arijit Singh ❌ Zubeen Daa✔️💚
❤❤❤❤❤
এইবোৰ গান নহয়...অসম আৰু অসমীয়াৰ আৱেগ ❤
প্ৰতিখন বিহুতলিত প্ৰতিজন গায়কে প্ৰতিবছৰে এই গান তো নোগোৱাকে থাকিব নোৱাৰে কাৰন এই গানটিয়ে বিহুতলি খন আৰু গৰম কৰি দিয়ে আৰু ভাল লাগে❣️❣️lv u zn daaa
Right
"দিখৌ নৈ এৰিব নোৱাৰোঁ" গীতটি দুজন কণ্ঠশিল্পীয়ে গাইছে এজন জুবিন দা আৰু আনজন সীমান্ত দা । গীতটি দুয়োজনৰে কণ্ঠত শুনি ভাল লাগে। কিন্তু মিছা নকওঁ জুবিন দাৰ কণ্ঠত হে কিবা এই গীতটি ভালদৰে অনুভৱ কৰিব পাৰোঁ । জুবিন দা কণ্ঠত বিহুৰ Original টো পোৱা যায় ।।
মানস দাৰ কথা সুৰ সদায় ধুনীয়া । ❤
সচাকৈ গীত বোৰ সুনীবলগীয়া ❤❤ঘৰৰ কথা মানিব নোৱাৰি তোমাক এৰি আনৰ হ'ব নোৱাৰিল😢😢😢😢
❤æ
Tumar ghore amar ghore nidiye Amar milon hobole..... Most line
অ জুবিন দা আপুনি অসমীয়াৰ আৱেগ হয়❤❤❤❤❤❤
জুবিন দাৰ অবিহনে ছব আধৰুৱা ❤❤
Zubeen Dai Guwa dikow noi geetti Super Hit hoi Love You Zubeen Da
❤😊❤ always zubeen da gaan tu khuni deha khat pori gl❤ zubeen da 2024huni aasu
এই গীত শুনি লে মনটো শান্ত হৈ পৰে
সেই শৈশৱৰ পৰা আজি কলেজীয়া দিনলৈকে এই গানটো একে আছে ❤ হেজাৰ বাৰ শুনিলেও মন নভৰে।
Same moi
সোণৰ মানুহ জুবিন দা ❤❤❤❤জয় জুবিন দা ❤❤❤❤
Movie খনত সেইতো কাৰ মাত,?এইটো হৈ জুবিন দাৰ মাত
Simanta sekharor maat
Zubin da r husto hobol dirghau kamona ..korisu...porom koruna moy Allah r usorot... ameen...
এই গীতটি সীমান্ত দাৰ কণ্ঠতকৈ জুবিন দাৰ কণ্ঠত বেছি ভাল লাগিছে।❤️❤️💖💖
Joi Zubeen da
Joy Zubeen daa
Akdom sosa ktha koisa.... 😘😘😘
@@dipalideka598 um takeitu💖💖💖
Balir ximantu only zubeen da❤❤❤❤❤❤😂😂😂
Zubeen da + Manas da❤❤❤
Zubeen da + Manas da
জুবিন দা আৰু মানস দা সদায়েই ৰাইজৰ মাজত অমৰ হৈ ৰব
মানস দা গীত টি জুবিন দাৰ কন্ঠত শুনি বহুত ভাল লগিল।
সচাকৈ
@@niranjankhanikar8523 xkk
@@dhanadakalita9071 ppppppp0p%
Modehi good actor singer king of assam
Khub dhunia geet ❤❤❤
এইবোৰ গান, নহয়,,,,অসম, আৰু, অসমীয়াৰ,আৱেগ❤❤❤
Manashdaaa.....sjio khuni teimanee......bhal lage.....manashdaa.....🙏🙏❤️❤️
❤️❤️❤️❤️❤️❤️❤️ beautiful Zubeen Da N Manash Da❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️.....
O
Zubeen Garg r version tu ajihe bisari palu.. Tamam...
Manay. Robin❤
Super song
❤❤
সঁচাকৈ সেই VCD ৰ দিনবোৰ বহুত ধুনীয়া আছিল এই গানবোৰ হৈটে লগত বোৰৰ লগত খেলি পাৰ কৰিছিলোঁ 😢😢😢
2024 কোনে কোনে শুনিছে❤❤❤❤❤❤
আজিলৈকে কিমান বার শুনিছো এই গীতটি তাৰ হিচাপ নাই। তথাপিও শুনিয়ে থাকো
Jai Zubeen da.. Aji magh bihu uruka... Apunar gaan logai asu.... Apunar gaan logalehe bihu jen lage🥰🤘🤘
Mojja video ❤😊❤😊❤❤😊❤😊❤😊❤❤😊❤😊😊❤😊❤😊❤
Nice
❤
Iman dhunia bihu gitat views kio nai baru♥️♥️
Ialsolikriverymuchpurnanandadas
Nice voice Zubeen da, Assam king
Assam king Zubeen da Amar morom seneh xokolo
Zubeen da apuni manuh nohoi bhogoban❤
বহুত বেছি ভাল লাগিছে গীতটি ❤❤❤
Love from udalguri
Dikhu noi...jaze noi... right
Zubin da vere vere.good ❤❤❤
So sweet
old is gold .very beautiful song
❤❤❤❤ Zubin
Maja Zubeen da
Hosake zobeen dada pogola hoi goisu apunar gan uni guyz support korok aka korisu❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Mojja 👍👍👍🌹🌹
Jai zubeen da ❤️♥️🥰🥰🥰😘😘😘🌹🌹🌹🌹🔥🔥🔥🔥🔥🔥🔥😘😘😘❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹
Moja lagil Zubeen da
কি সংগীত 😍😍
true line_OLD IS GOLD😍😍😍🥰🥰🥰🤩🤩🥳🥳🥳
Aubin Dar voice too huniboloi bout bhal lage.
Moja 🤓
জুবিন দা গান শুনিলেই মনতো কিবা এটা ভাল লাগি যাই। জুবিন দা গানৰ ❤❤❤❤❤
ঘৰৰ কথা পেলাব নোৱাৰো 😢 তোমাক এৰি আনৰ হ'ব নোৱাৰো 😢
আমাৰ ঘৰে তোমাৰ ঘৰে নিদিয়ে আমাৰ মিলন হবলে😢
এটা সময় আছিল হৃদয় ভাঙি চিঙি চুৰ মাৰ কৰি পেলাই ছিল
I Love You Zubeen Da ❤❤❤
Joi zubeen daa 🔥🔥🔥🔥 tmi jui
Assam king Zubeen da Al time favourite
Love you zubeen da
Superhit.... 👌👌👌
Moja❤❤❤❤
A mojaaa zubeen daa😍😍😍😍
Mza ♥️♥️♥️♥️
❤❤voice jubinder bohut val lage
Zubin will pass away from us but his contribution in ASSAMESE SONG will be remained within us .....I agree that Zubin daa u are the one of the gems of Assamese.....and our NextGen will read in their curriculum about U😢
Ghror usrte dikhwo nodi khn nam2 xuni br val lage..gaan2 ❤❤mja lage.
Apuni amr sivasagar or ne
@@yesminhussain7610 hoi
Kun khnit kbo ne beya napai jodi
Nazira .tmr
Ohh mur gorr gelakey
𝐙𝐮𝐛𝐢𝐧 𝐝𝐚 😍😍
Zubeen da voice pain killer
Ki mazaaaaaaaaaa
My favorite song........ Joy zubeen daa❤️❤️😍😍
Coment 2024 kun kun xuni asa😢
Great writer manash da
Zubin da and Manas Robin you are rockstar.....love u Assam love u zubin da apunar gaan xuni bor val lage..
Nice song zubeen da ai gaan to jimane nuhunu kio mur mon to novore zubeen da apunar gaane mur hridoyer sui jai my heart zubeen da I love you zubeen da I love you lot❤❤❤❤❤❤❤❤😊😊😊😊😊
❤❤❤❤ amezing zubeen garg love you too ❤❤❤❤❤
Jai Zubeen da ❤️😘💞
❤❤❤❤❤❤❤
Come back again manas da,zubeen da
Zubeen daa aru manash dar aru সংগীত লাগে
Really bro val lage
milling
1
@@deepmalodas3869 me
@@nituldas5639 a
Iove from assam
Kot thaka nu aapni cut lage
Nice voice jubin da my fabarate song
Listened first time this version of "Dikhou Noi"... amazing performance by Zubeen Garg. So touching...loved it.
L
??..buji papalo....
8u
@@dipikaboruah7412 ...so hard to understand. Can u please explain..🙏
Uuuuuuuuuuuuuuu
My favourite song love from Assam l ❤️🥰🥰🥰
Love u zuben daa❤
Beautyful song ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bihu song is the true feelings of language of heart which is expressing clearly and clean words
I love you jubin da 😭😭 love from Assam , jai I assam
Legeand. ❣️
Love you zubeen da 😓
কেতেবাৰ যদি মন বেয়া থাকে এইবোৰ গান শুনি সকলোবোৰ পাহৰি যাওঁ।
🎉😢😢😢😢😢😂😢😢😢😢😢😢😢😂😢😢😢😂😂🎉🎉🎉🎉🎉😢😢😢😢😢😢😢😢😢😢🎉🎉
Aru ha monot pora bhai
কেতেবাৰ নহয় 😅😂 কেতিয়াবা
😢😢
Sosa koisa ....hoy
Singer jubin is the best singer
I lv u very much z g daa
Gaanti suni Monti Val lagil
❤❤❤ Happy nice song
Sab sa hit song Zubeen dar song
My favorite singer
Zubeen da voice pain killer 🔥
yes bro❣️