Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ। শংকৰ মাধৱ।
🙏🏼🙏🏼🙏🏼🙏🏼কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ ,জয় গুৰু শঙ্কৰ ।
কৃষ্ণ কৃষ্ণ হে কৃপালু গুৰুজন! দেহ আৰু আত্মাৰ তত্ব, দেহৰ চব্বিশ তত্ব, জীৱ আৰু পৰমাত্মাৰ তত্বকে ধৰি অৰ্জুনক কৃষ্ণই কোৱাৰ দৰে দেহ, জীৱাত্মা, আত্মা আৰু পৰমাত্মাৰ ৰহস্যময় তত্বৰ যি পৰমাৰ্থিক তাত্বিক বিশ্লেষণ আপোনাৰ শ্ৰী পদ্মে বিদিত কৰিছে, তাৰ দ্বাৰা অতুলনীয় অনন্য আধ্যাত্মিক জ্ঞান ৰাশিৰে পৰিচয় দিছে প্রভু |হে প্রভু আপোনাৰ শ্ৰী পদ্মে গীতাৰ ক্ষেত্র আৰু ক্ষেত্রজ্ঞ ৰূপে ঈশ্বৰৰ গভীৰ ৰহস্যময় ভক্তিৰ তত্ব শ্ৰৱণ কৰি কৃতাৰ্থ হৈছে৷ প্রভু|হে পবিত্র আত্মা আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ,কৃষ্ণ |জয় গুৰু শংকৰ কৃষ্ণ গোৱিন্দ ৰাম |
হে হৰি জনা কৃষ্ণ প্ৰণাম
Jay. Ram. Ram. 🌸🙏🌸🙏🌸
🙏 কৃষ্ণ 👣👈🙌
কৃষ্ণ, শত কোটি প্ৰণাম বাপ🙏🙏🙏🙏🙏জয় গুৰু শংকৰ মাধৱ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্রণাম প্রভু |গীত গোৱিন্দৰ শ্ৰী চৰণত সহস্ৰ কৌটি ভক্তিভৰা সেৱাভাগ অৰ্পণ কৰিছোঁ,জয় গুৰু শংকৰ মাধৱ কৃষ্ণ ৰাম |🙏🙏🙏🙏
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, ভক্তি ভৰা সেৱা আৰু শত সহস্ৰ প্রণিপাত গ্রহন কৰিব
মহান মহন্ত প্রভু , শতকৌটি প্রণাম গ্রহন কৰিব | 🙏🙏🙏🙏
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, শত সহস্ৰ কোটি প্রণিপাত গ্রহন কৰিব । সত্যে, সত্যে ,সত্যে ; আমি হয়তো বন্ধন মুক্ত তেতিয়া লৈকে হব নোৱৰিম যেতিয়া লৈকে প্রভু ভগৱন্তৰ শ্রীপদ্মে বেকত হোৱা অক্ষয় অব্যয় বাণী সমূহ বাস্তৱ জীৱনত বৰণ কৰি অন্তঃকৰণৰে পালন নকৰো। লোভ মোহ কাম ক্রোধ দম্ভ দ্বেস্য গৰ্ব অহঙ্কাৰ ইত্যাদি ইত্যাদি অসন্ত বস্তু বোৰ আমি পৰিত্যাগ কৰিবৈ লাগিব । আপোনাৰ ভাষ্যহে ব্যৱহাৰ কৰা হৈছে । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, আমাৰ ভক্তি ভৰা কৃতজ্ঞতাৰ শৰাই ভাগি আপোনাৰ শ্রীচৰণত অৰ্পণ কৰিলো । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়
OM namah bhagawate vasudevaya.
🙏🙏🙏
Sewa bapjona
কৃষ্ণ কৃষ্ণ প্রভু সেৱা গ্ৰহণ কৰিব
🙏🙏🙏🙏🌷🌸🪔🌺🌸 Krishna om nom bhogobate Basudebay nom🙏🙏🙏🙏🪔🌷🌺🌸💚
Krishna Krishna bapjana
Bar bhal lagil
Krishna joy guru sankar xundor path anushthan ram ram xewa jonaisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏

কৃষ্ণ, শত কোটি প্ৰণাম বাপ🙏🙏🙏🙏🙏
জয় গুৰু শংকৰ মাধৱ🙏🙏🙏🙏