14-Aug-22,মহামন্ত্ৰ কি? নৃপেন শ‌ইকীয়া

Поделиться
HTML-код
  • Опубликовано: 11 дек 2024

Комментарии • 28

  • @anjanarupadas6601
    @anjanarupadas6601 2 года назад +2

    🙏🙏কৃষ্ণ কৃষ্ণ হে গুৰুজন সন্ধ্যাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো আপোনাসৱ সবাৰে শ্রী চৰণত কৃপাৰে গ্রহণ কৰিব🙏🙏🙏🙏🙏

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ প্ৰণিপাত।

  • @bontiborah5014
    @bontiborah5014 2 года назад +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত প্ৰণিপাত আগবঢ়ালো ।কৃষ্ণ হৰি ৰাম ৰাম

  • @purnabora8200
    @purnabora8200 2 года назад +1

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ।

  • @kumudgayan1664
    @kumudgayan1664 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ সন্ধিয়াৰ ভাগৱত পাঠৰ বাখ্যা অনুষ্ঠানৰ আয়োজন কৰি আমাৰ দৰে মূঢ়মতি সকলোকে কৃষ্ণৰ চৰণত ভক্তিভাৱৰ উদয় কৰাই আমাৰ অন্তৰত কৃষ্ণভক্তিৰ কৃপা বৰষাই এজন গুৰুৰ ভুমিকা পালন কৰি জীৱনলৈ আপোনাৰ ওচৰত কৃতজ্ঞ কৰিলে, সেয়ে ‌আপোনালৈ কৌটি কৌটি সেৱা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ হে বাপবান্ধৱ আমাৰ প্ৰণিপাত
      গ্ৰহণ কৰিব।

  • @gitikakalita5413
    @gitikakalita5413 2 года назад +1

    Jay. Krishna. 🌹🌹🙏🌹🌹

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 2 года назад +1

    Krishna ram prabhu

  • @prachiborgohain2408
    @prachiborgohain2408 2 года назад +2

    সেৱা বাপ জনা থাকিল

  • @prafullabora5386
    @prafullabora5386 2 года назад +2

    হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, আপুনি ও ৰহস্য ভক্তি ৰ অমৃত ময় তত্ব আমাৰ মাজত বিলাই দিছে । দান কৰি গুৰু দক্ষিণা প্রদান কৰিছে । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, কৃতজ্ঞতা আৰু ধন্যবাদৰ শৰাই ভাগি আপোনাৰ শ্রীচৰণত অৰ্পণ কৰিলো । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
      হৰি হৰি ৰাম ৰাম।
      প্ৰণিপাত।

    • @prafullabora5386
      @prafullabora5386 2 года назад

      জয় গুৰু শঙ্কৰ । আমাৰ ফালৰ পৰাওস্বাগতম আৰু প্রণাম জনালোঁ

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +2

    ৰাম কৃষ্ণ প্ৰণাম শ্ৰদ্ধাৰ প্ৰভো আৰু অনুষ্টানতসকলো ভকতবৈষ্ণৱবাপ আই সকললৈ সেৱা জনালো।কৃষ্ণ কৃষ্ণ।

  • @binabora5025
    @binabora5025 2 года назад

    Krishna krishna ram hori pathloi xewa jonaisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @reetabordoloi5258
    @reetabordoloi5258 2 года назад

    কৃষ্ণ কৃষ্ণ .🙏🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 2 года назад +1

    Om namah Bhagawate Vasudevaya.

  • @rumigogoi8881
    @rumigogoi8881 2 года назад

    কৃষ্ণ আপোনাসবৰ আধ্যাত্মিক বাখ্যা শ্রৱণ কৰোৱাই আমাসবক পৰম কৃতার্থ কৰিছে কৃষ্ণ🙏। সেৱা নিবেদিলো আপোনাসবৰ শ্রী চৰণত কৃষ্ণ🙏

  • @prafullabora5386
    @prafullabora5386 2 года назад +2

    জয় গুৰু শঙ্কৰ ।। কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ বান্ধৱ , ভক্তি ভৰা সেৱা আৰু শত সহস্ৰ কোটি প্রণিপাত গ্রহন কৰিব

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 года назад +2

    🙏। কৃষ্ণ। 👣👈🤲

  • @r.saikia4335
    @r.saikia4335 2 года назад +2

    কৃষ্ণ কৃষ্ণ হে কৃপালু গুৰুজন, আমি লুব্ধমতি সকলক ভগৱন্ত প্ৰভুৰ নিৰ্গুণ মহামন্ত্ৰ নাম নাৰায়ণৰ শুদ্ধ সত্য পৰমাৰ্থিক বিশ্লেষণকে ধৰি ভাগৱতৰ প্রথম স্কন্ধৰ যি অনুপম মনোমোহা ব্যাখ্যা ৰূপে যি মহাপ্রসাদ আগবঢ়ালে তাৰ নিমিত্তে আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ |হে প্রভু পুৱা গধূলি আপোনাৰ এই নামৰ প্রসাদৰ দ্বাৰা হে কৃপালু প্রভুজন আমি মূঢ়মতিক হৰি চিন্তাত সংলগ্ন কৰি পৰম কৃতাৰ্থ কৰিছে |আপোনাক ঈশ্বৰে দীৰ্ঘায়ু কৰি মঙ্গল কৰক |আপেনাকে মূখ্য কৰি অনুষ্ঠানৰ সবাকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্রভু |জয় গুৰু শ্ৰীমন্ত শংকৰ ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম হৰি 🙏🙏🏻🙏🏼🙏

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
      প্ৰণিপাত।

    • @r.saikia4335
      @r.saikia4335 2 года назад

      @@nipensaikia3763 কৃষ্ণ কৃষ্ণ প্রণাম প্রভু |সহস্ৰ কৌটি সেৱা গ্রহণ কৰিব প্রভু |🙏🙏🏼🙏🏻🙏🏼🙏🙏🏼🙏🏻🙏🙏🏼🙏🏻🙏🙏🏼🙏🏻🙏🙏🏼🙏🏻

  • @r.saikia4335
    @r.saikia4335 2 года назад +3

    কৃষ্ণ কৃষ্ণ ভক্তিভৰা সহস্ৰ কৌটি সুহৃদ সেৱাভাগ তযু পাৱে অৰ্পণ কৰিছোঁ প্রভু গ্রহণ কৰিব |জয় গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম হৰি 🙏🙏🏼🙏🏻🙏

  • @puspadas5185
    @puspadas5185 2 года назад

    Joy Shankar guru dev

  • @deepanajlidas4523
    @deepanajlidas4523 2 года назад +1

    Pronam Bap 🙏🙏🙏

  • @prasannadaimary7872
    @prasannadaimary7872 2 года назад +2

    🙏🙏🙏

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 2 года назад +1

    Krishna Krishna probhu apuner tattik byakhya srobon Kori porom kritartho hoisu hewabhagi jonaisu Krishna