বিজেপিৰ সভালৈ আহি কি কৈ গ'ল এইসকল মহিলাই?

Поделиться
HTML-код
  • Опубликовано: 15 ноя 2024

Комментарии • 207

  • @Rahul-e2x7z
    @Rahul-e2x7z 6 месяцев назад +39

    মীৰা বাইদেউ দাঙৰিয়ানী জিন্দাবাদ জিন্দাবাদ মীৰা বাইদেউ দাঙৰিয়ানী অসমৰ গৌৰৱ হয়

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 6 месяцев назад +75

    এই মাথা নাই কিয়া বোৰে অসমখন শেষ কৰি পেলাইছে।

  • @binoddutta4714
    @binoddutta4714 6 месяцев назад +48

    এইসকলৰ বাবেই আজি দেশ তথা ৰাজ্যৰ এচাম নেতাই যি মন যায় তাকেই কৰি আছে।

  • @saytanathtamuli9975
    @saytanathtamuli9975 6 месяцев назад +56

    গুৱাহাটীৰ মহা নগৰত ইমান মুখ মানুহ আছে ভাবি আচৰিত।

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 6 месяцев назад +5

      Nejanu paai , Guahatit eibur mohanagorik ne murxo nagorik....

    • @jugeswarphukan9726
      @jugeswarphukan9726 6 месяцев назад

      Akumsthanaikibur.bjp.bhabi.saj

  • @trishnakalita4154
    @trishnakalita4154 6 месяцев назад +15

    মোডীৰ পৰিয়ালৰ মানু্হ যে সেই কাৰণে শিক্ষা পাতি নাই। একেবাৰে নাই মগজু

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 6 месяцев назад +19

    এনে ধৰণৰ জীৱ বিলাকেই পদুম ফুলৰ ছবি চাই ইভইএমৰ বুটামত টিপা দিয়ে।হায়ৰে অসমীয়া।

  • @amarjoytidas8141
    @amarjoytidas8141 6 месяцев назад +39

    B j p go back

  • @binoynath9605
    @binoynath9605 6 месяцев назад +15

    এই মুৰ নথকা কেঁকোৰা বিলাক মূৰ্খৰ স্বৰ্গত বাস কৰিছে।স্মাৰ্ট চিটিত বাস কৰা লোকে বি জে পিৰ প্ৰাৰ্থীৰ নাম নাজানে কেলা।

  • @manikchandradas7057
    @manikchandradas7057 6 месяцев назад +20

    গোৱৰ আৰু গৰুমুত খুৱাই মুনডা কেইটা ভৰাই ৰাখিছে বিজেপিৰ অনধ ভক্ত লিডাৰ বোৰে এই সহজ সৰল মানুহ বিলাকক।😇😇😇😇

  • @UpenSaikia-p8v
    @UpenSaikia-p8v 6 месяцев назад +33

    ভাৰাত অহা মহিলা গতিকে পাথিৰ নাম সেই কাৰনে নাজানে

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 6 месяцев назад +2

      Umm....kebol pothar naam tu he jane....😝

  • @dipakgogoi5084
    @dipakgogoi5084 6 месяцев назад +14

    বিজেপি সভালৈ কেনেকুৱা মানুহ কিনি আনে সঁচাই আচৰিত।

  • @samudrahazarika110
    @samudrahazarika110 6 месяцев назад +23

    Topiwala বিজেপি.। এইবোৰক টুপী পিন্ধাই দিলে। এ কেলে অ বিজেপি এ একো দিয়া নাই তথাপিও অন্ধ ভক্ত বিজেপি ক ভোট দিম। হও কি কৈ হে

  • @anishanargis2926
    @anishanargis2926 6 месяцев назад +19

    কাক ভোট দিব নাম এ নাজানে Bjp ৰ সভালৈ আহে ।

    • @jugeswarphukan9726
      @jugeswarphukan9726 6 месяцев назад

      Anebjp.manuhase.bjpt.akunajane.abure.dhekh.dangkha.psthale.lsijaba.aiburkaranr

  • @sunitgogoi9298
    @sunitgogoi9298 6 месяцев назад +18

    অসমৰ মহিলা বোৰক ইমান বেয়া কৈ কিয় ঠগী আছে বাৰো,,, নে মানু্হ বোৰ মূৰ্খ,,,

  • @monuwarabegam5708
    @monuwarabegam5708 6 месяцев назад +40

    একোয়ে নেজানে ভুত দিব বি জে পি সজাগতা নাই বাবে ভুত দিয়ে বি জে পি মিৰা বৰঠাকুৰ জিন্দা বাদ

  • @mkumar9658
    @mkumar9658 6 месяцев назад +22

    এইবোৰক ৰাস্তাত বান্ধি পিটিব লাগে পইছা লৈ ভোট দিয়ে৷ টকাৰ লুভীয়া জাত

  • @bhupenhazarika9733
    @bhupenhazarika9733 6 месяцев назад +11

    সঁচাকৈয়ে অদ্ভূত

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 6 месяцев назад +24

    হাই হাই কি দেখিচু এই বোৰ। কাক ভোট দিব পাৰথিৰ নামো নাজানে😅😅😅

  • @umeshknwr9667
    @umeshknwr9667 6 месяцев назад +7

    খালি খালি তহঁত মখাই অসমখন গোটে গোটে খালি । যেনে ৰজা তেনে প্ৰজা ।

  • @AmarjyotiKolita
    @AmarjyotiKolita 6 месяцев назад +32

    এই সকল আই মাতৃ নহয়, এই সকল যখিনী

  • @saddikurrahman7617
    @saddikurrahman7617 6 месяцев назад +8

    ইয়া আল্লাহ কি যে হ'ব নহয় এইবোৰ মানুহৰ কথা শুনি, ইমানেই মূৰ্খ মানুহ এতিয়াও আমাৰ অসমত আছে নেকি বাৰু চি ধিক্কাৰ দিছোঁ ধিক্কাৰ 😡🙄🤬

  • @LegendIshan
    @LegendIshan 6 месяцев назад +9

    চাওক চাওক আপোনালোকৰ ঘৰৰ ওচৰৰ লূভীয়া মহিলা সকলক টিভিত ওলাইছে,

  • @aparadevisarma5797
    @aparadevisarma5797 6 месяцев назад +8

    বাইদেউ হতে একোবে বুজি পোৱা নাই

  • @amarjoytidas8141
    @amarjoytidas8141 6 месяцев назад +19

    এইবোৰয়ে একো গম নেপাই। ফুল টো চিনি পাই

  • @arunchbora
    @arunchbora 6 месяцев назад +5

    এইসকলে কি দেশৰ কথা চিন্তা কৰিব ?

  • @LalitGogoi-y5s
    @LalitGogoi-y5s 6 месяцев назад +9

    এইবোৰে হল অসমৰ মানুহ

  • @SanjitMurmu-p3j
    @SanjitMurmu-p3j 6 месяцев назад +4

    গুৱাহাটীত একো নজনা মানুও যে আছে আচৰিত লাগিছে।😂

  • @mantuhussain6183
    @mantuhussain6183 6 месяцев назад +7

    এই মূৰ্খ খোপাই বিজেপি ট কণা উঠিলেও ভোট দিব😂😂😂

  • @_i_am_animetuber2902
    @_i_am_animetuber2902 6 месяцев назад +7

    এইবোৰৰ মূৰত একো নাই

  • @binitaborgohain5688
    @binitaborgohain5688 6 месяцев назад +13

    মূৰ্খ স্বৰ্গত থকা লোক😂😂😂😂

  • @khalilurrahman847
    @khalilurrahman847 6 месяцев назад +1

    এই মাঠা নোহোৱা, দেশ দুনিয়াৰ কথা অলপো নোহোৱা বোৰৰ কাৰণে বিপদ।

  • @KRISHNAKANTABORAH-x6l
    @KRISHNAKANTABORAH-x6l 6 месяцев назад +5

    Mira Borthakur jindabad

  • @babulali3856
    @babulali3856 6 месяцев назад +6

    এই অশিক্ষিত মানুহ বোৰৰে নেতাবোৰ ড্ ডিগ্ৰী ধাৰী কি আছৰিত সেইকাৰণে গাখীৰতকৈ গৰুৰ মুত পুষ্টিকৰ !!😢

  • @Assameseboy724
    @Assameseboy724 6 месяцев назад +5

    এইকাৰনে শিক্ষাৰ দৰকাৰ😂😂

  • @hemantadas6551
    @hemantadas6551 6 месяцев назад +1

    ভাৰাতীয়া মানূহ ! মিটিঙলৈ গৈছে কিন্তু নিৰ্বাচনৰ প্ৰাৰ্থজনৰ নামেই নাজানে ??!!! কি জে হব ??!!

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 6 месяцев назад +3

    হে ভগৱান কেণ্ডিডেটৰ নামটোকে নাজনো দেখোন ! 😅😅😅😅😅

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 6 месяцев назад +7

    গেল গেল গেল দেশ খান সঁচাই 7:03 গেল |

  • @mofidrohman6393
    @mofidrohman6393 6 месяцев назад +3

    টোপ পাইছো আহি আছো।

  • @ajimabegum5683
    @ajimabegum5683 6 месяцев назад +1

    নাই কৰা যদি একো কাম তেন্তে ভোট কিয় দিছে...1200 টকা লৈ যি সকল সুখী বস্তু তেওঁলোকে ফ্ৰীত পাই চাগে মগজু নোহোৱা

    • @nxsquizi8368
      @nxsquizi8368 6 месяцев назад

      Ekdm jegat porise .😂😂

  • @bijusaikia5372
    @bijusaikia5372 6 месяцев назад +5

    এনৃকুৱা মানুহহে মিটিঙত লাগে ।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 6 месяцев назад +4

    টকা দি আনিছে এই সকলক ।

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 6 месяцев назад

    নাপালেও ভোট দিব দেই বেছিকৈ বাইদেউ কংগ্ৰেছ ক

  • @budheswarnath6516
    @budheswarnath6516 6 месяцев назад +2

    এয়াই আমাৰ অসমীয়া ( খাৰ - খোৱা) ভোটাৰ...এবেলা- এমুঠি পেত পেলাই খোৱাৰ বাবে ( ফ্ৰী তে) ..... 😂😂😊😊😊😊

  • @sitadeviray5007
    @sitadeviray5007 6 месяцев назад +3

    BJP hatao desh bachao BJP go back Congress jeendabad Rahul Gandhi jeendabad 🇹🇯

  • @pulakkonwar5082
    @pulakkonwar5082 6 месяцев назад +2

    কা আইনৰ কথা সুধিব পাৰিলেহেতেন
    মীৰা বাইদেউক চিনি পাইনেকি, সুধিব পাৰিলেহেতেন

  • @rupdhannath6894
    @rupdhannath6894 6 месяцев назад

    এই সকলেই দেশৰ মগজু বিহীন ব্যক্তি যি নেকি নিজৰ বিবেকক বিক্ৰী কৰি দেশৰ গণতন্ত্ৰ প্ৰতিস্থা কৰিব বিচাৰে,আচলতে প্ৰজা যেনে ৰজা তেনে,মূৰ্খ ৰ ৰজা সদাই মূৰ্খ ই হয়

  • @kjtechnical6152
    @kjtechnical6152 6 месяцев назад

    হে প্ৰভু বুলি কৈ মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলো

  • @shortslover596
    @shortslover596 6 месяцев назад +3

    😂😂😂এই মাখা দেখিব এ বাকী আছিল😂

  • @padumidaspadumi7183
    @padumidaspadumi7183 6 месяцев назад +1

    কাক ভোট দিব তাকো নাজানে😅😅😅😅

  • @ratulrajbongshi928
    @ratulrajbongshi928 6 месяцев назад

    খাইছে বৈছে জীয়াই আছে মানুহৰ ৰুপত কিন্তু হয় জন্ত 😂😂😂😂😂

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 6 месяцев назад +5

    এইচব মোদীৰ পৰিয়াল | বিশ্বৰ চুপাৰ পাৱাৰ সঁচাকৈ হব ভাৰত |

  • @mohaswerdihingia4967
    @mohaswerdihingia4967 6 месяцев назад

    গুৱাহাটীত ইমান মূৰ্খ মানু্হ আছে
    এতিয়াহে বুজিলো

  • @foridhossain2554
    @foridhossain2554 6 месяцев назад

    আমাৰ অসমৰ মহিলা একো নাজনে কি যে হব😢

  • @foridhossain2554
    @foridhossain2554 6 месяцев назад

    Congress party jai ho💕💕💕

  • @pravachutia931
    @pravachutia931 6 месяцев назад

    এই বিলাক মাইকী মানুহে একো নাজানে । পৃথিৱীৰ খন ঘূৰণীয়া নে চেপেতা ,কি যে সুধি থাকে ।

  • @prodipdihingia
    @prodipdihingia 6 месяцев назад +6

    Bjp hi hi bjp go back bjp kam ni😂😂😂😂😂😂😂

  • @assam2006
    @assam2006 6 месяцев назад

    জিলাৰ ৰাজধানী বিছাৰি পালেই দিব

  • @mohendradohutia
    @mohendradohutia 6 месяцев назад +1

    এইজনক ভাল পাওঁ বুলি কোৱা মানুহ বিলাক মাথা পাগল।

  • @dhunu111
    @dhunu111 6 месяцев назад

    ৰিপতাৰ দা বাইদেউ হতে CM ৰ হেলিকেপ্তৰ চাব হে আহিছে 😅😅😂😂😂

  • @jayadass2681
    @jayadass2681 6 месяцев назад

    বাইদেউ আঁচনি লাগেনে অসমক লাগে?

  • @Arabinda931
    @Arabinda931 6 месяцев назад

    বিজেপিৰ মিটিংত যোৱা ৬০ শতাংশই প্ৰাৰ্থীৰ নাম নেজানে 😂😂😂

  • @NurulIslam-sc9tk
    @NurulIslam-sc9tk 6 месяцев назад +1

    Great

  • @rahulsheikhbabu6086
    @rahulsheikhbabu6086 6 месяцев назад +1

    Eku napai holeu ahise..wahh Baidew wahh..!
    Apunalukor nixina manuhor karone Axom xon rokha tole goi axe.

  • @unityinindia4467
    @unityinindia4467 6 месяцев назад

    প্ৰদূষণ ৰ বাবে মুখ বিলাক সুখে গেইছে !!! হ হয় নে ???

  • @koushiksankar8490
    @koushiksankar8490 6 месяцев назад

    Good show potra kar bhati❤❤❤

  • @ManojDas-bf9li
    @ManojDas-bf9li 6 месяцев назад +1

    Go back BJP

  • @jayadass2681
    @jayadass2681 6 месяцев назад

    বস্তু দাম বাহিলেও এই সকলে ভেট পদুমত দিব বোলে।

  • @FulitKongari-lo8pj
    @FulitKongari-lo8pj 6 месяцев назад +2

    1250-tokia-voter ki je hobo. Ondhor dekhot konao roja.

  • @porimitadas5969
    @porimitadas5969 6 месяцев назад

    এইবোৰ জধা মুৰ্খ, নিজৰ সমষ্টিৰ প্ৰাৰ্থীজনৰ নামকে নাজানে, নিজৰ মগজ ব্যৱহাৰ নকৰে, মুৰ্খমন্ত্ৰীৰ কথাত উঠা-বহা কৰে

  • @riyanproduction8219
    @riyanproduction8219 6 месяцев назад

    Congress jindabad

  • @munindra-lq1cg
    @munindra-lq1cg 6 месяцев назад

    Bor beautiful news bonaisa dei agolai tumar val hob dei 1st class

  • @DwiganBaro
    @DwiganBaro 6 месяцев назад +2

    Bjp bye bye, welcomcome congress. Party,

  • @nityanandadeka9351
    @nityanandadeka9351 6 месяцев назад

    Music to kintu moza disa 😂

  • @mukultopno2895
    @mukultopno2895 6 месяцев назад +1

    মজা....😂😂😂

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h 6 месяцев назад +2

    Mama ke hoise aiblk..

  • @SanjitMurmu-p3j
    @SanjitMurmu-p3j 6 месяцев назад +1

    হিমন্তক ভাল পাওঁ কিন্ত একো কাম কৰা নাই। আৰু প্ৰাথি জনৰ নামো নাজানো। কিন্তু বিজেপিকে জিকাম।😂😂😂

  • @GoneshPatowary
    @GoneshPatowary 6 месяцев назад +1

    ৫০০০০০লাখ দিব বোলে মামাই

  • @GreatThoughts2001
    @GreatThoughts2001 6 месяцев назад

    জয় শ্ৰী ৰাম
    ফালি চিৰি যাম 😂 🔥🔥

  • @Punimadas-wc2jf
    @Punimadas-wc2jf 6 месяцев назад

    প্রতিনিধি জুনে নহওক ফুল হলে হল

  • @hemantanath2749
    @hemantanath2749 6 месяцев назад +1

    Moi amar honmaniyo purush mohodoy hotok anurodh korilu jate apunaloke apunalukor wife hokolok aiburot nopothai,beya nepabo kuwai

  • @টুটুমনিঅসম
    @টুটুমনিঅসম 6 месяцев назад

    এইবোৰ মানুহ কনা পতান ধান খোৱা হাহঁ

  • @PlayNationn0825
    @PlayNationn0825 6 месяцев назад +1

    Axom khon ses😂

  • @SrimitalisaikiaSrimitalisaikia
    @SrimitalisaikiaSrimitalisaikia 6 месяцев назад +2

    Nice

  • @aabirgogoi5923
    @aabirgogoi5923 6 месяцев назад +1

    Bah aru ata dib

  • @DebojitGogoi-j8e
    @DebojitGogoi-j8e 6 месяцев назад +3

    BJP June Voot diye sob burbok kela

  • @bikramdeka4406
    @bikramdeka4406 6 месяцев назад +1

    Aibourlobiamaki

  • @manabkonwar423
    @manabkonwar423 6 месяцев назад

    BJP জিন্দাবাদ

  • @pineapple4041
    @pineapple4041 6 месяцев назад

    OMG 😢

  • @mohendramedhi664
    @mohendramedhi664 6 месяцев назад

    Bjpik vote dilehokolu pai jabi. Bjp jindabad

  • @AnantaBorah-q6j
    @AnantaBorah-q6j 6 месяцев назад +1

    কৃষ্ণ

  • @rupentertain
    @rupentertain 6 месяцев назад

    Baideu kejoni kintu kishu well educated imn knowledge bjp r uparat 😂😂😂

  • @bharatbaruah5702
    @bharatbaruah5702 6 месяцев назад +1

    নিউজ লাইভ। আৰু mama attention please

  • @GoneshPatowary
    @GoneshPatowary 6 месяцев назад

    এই গাতত থাকে

  • @pegu6282
    @pegu6282 6 месяцев назад +1

    Bhabisilu bjp meeting t bohut manuh kintu ekekhini manuh ei sob meeting t attand😂😂😂😂taku bhara kori 😂😂😂😂😂

  • @SahilKhan-u8h1t
    @SahilKhan-u8h1t 6 месяцев назад

    Education🎒🏫📚🎓 matter prove 😂😂

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb 6 месяцев назад

    Advertisement t dekhun ajoni baideo koi ase tekhet lakhpoti huwa buli apunakuke hobo diyok😂😂

  • @ShahidulIslam-t8i4n
    @ShahidulIslam-t8i4n 6 месяцев назад

    Aiudf❤

  • @nxsquizi8368
    @nxsquizi8368 6 месяцев назад +1

    Eibur manuh ei election r pasot kobo. Bostur dam, amuk tamuk.. vote dia time t poisa keitamanor karone vote bikri kore .. eiburok murkho nohoi kak koi 😂😂😂

  • @manasgarga7098
    @manasgarga7098 6 месяцев назад +1

    Biraat Bodmash hoi aeibur

  • @srigunajitsharma8282
    @srigunajitsharma8282 6 месяцев назад

    Bjp zindabad zindabad ❤❤.gakhir nidea goru puhi ako labh nai . Belg dolak vote di time pass nokara a bhal .