প্ৰথম পুৰস্কাৰ বৰহমথুৰি জেং বিহু দল তিনিচুকীয়া | Barhomthuri Jang Bihu Dol | Margherita Bihu
HTML-код
- Опубликовано: 14 окт 2024
- প্ৰথম পুৰস্কাৰ (যুটীয়া বৰহমথুৰি জেং বিহু দল তিনিচুকীয়া | Barhomthuri Jang Bihu Dol | Margherita Bihu
উত্তৰ মাৰ্ঘেৰিটা ৰঙালী বিহু উৎসৱ-২০২৪ৰ জেং বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল বৰহমথুৰি জেং বিহু দল-তিনিচুকীয়া জিলা....
স্হান- ৰাজহুৱা ৰঙ্গমঞ্চ, উত্তৰ মাৰ্ঘেৰিটা....
দলটিলূ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.
#Margherita_Bihu
#borhomthuri_jang_bihu
#Bihu
#jang_bihu
#barhamthuri_jang_bihu
#bihu_2024
এই বিহু যোৱা চাবলৈ প্ৰতি বছৰে অতি আগ্ৰহেৰে ৰৈ থাকো আমাৰ তিনিচুকীয়া গৌৰৱ ❤❤❤❤
ধুনিয়া হৈইছে পৰিবেশন
অনুশ্ৰী বাৰ কণ্ঠই গাত বাৰে বাৰে বিহু লগায়।দলটিলৈ শুভেচ্ছা আৰু অভিনন্দন 🎉
আপোনালোকৰ পৰা আমাৰ জেংবিহু দলটিয়ে বহুত অনুপ্ৰেৰণা পাইছে ৷
পুৰণি বিহুনামবোৰ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । উপভোগ কৰি হেঁপাহেই নপলাই ॥
😊🎉😮😢😂
bohut dhuniya hoise....hokolua hundor koi poribekhon korise...singer mein
Bohut val lagil dai hokoluke ❤❤❤Love from Dibrugarh
Val lagil
সুন্দৰ❤❤
Very nice ❤❤
Bhut dhuniya ❤❤
Hundor ❤ 👌👌
তোমালোকৰ টিমটো বহুত ভাল লাগে,,,,,আৰু সকলোতকৈ বেছি ভাল লাগে তোমালোকৰ singer গৰাকীক,,,এবাৰ লগ পোৱাৰ আশা থাকিল,,,,,
Eman Val lagil ❤❤
বৰ সুন্দৰ
Very nice performance. Wishing all the best
Thanks
😮😢
Thank you too
Xundar❤
Tumalukar.doltu.bor.bhal.lage.bihu.nam.guajoni.dhunia.hur.
❤❤
Anu❤
Kor bihu dol hoi baru ❤🥰😍
Tinsukia
🎉🎉
❤❤