জীও কথা মাকৰ কথা আনফালে হব লগা শাহু মাকৰ কথা অনুৱে। এই তিনিটা কথাষাৰ সিদ্ধান্ত লব পৰা নাই চাৰিওফালে দুখ্তে জীৱনটো কটাব লাগিব 😢😢 কিবা কে বিয়াখন নহলে ভাল আছিল।
Borxun serial t jeneke debajanik rajale jur kri Biya Dibo loisil eyat Anuvutiku jur kri bivanr lgt Biya Dibo loise ...hexot bonkim r lgte hol biya😊yt u bedor lgote hbo lage ❤tare opekhyat
progyak mivanor lg lgai dibo lage 😅 Vl Milibo kintu..ne Ki koi apunalke? Prgya tumi mivanok matha mara 🤗 mojaa miliba ..story tu moja lgibo tetiya poisa o pai thkiba tumi 😢
এতিয়া ও আশা আছে... অনুভূতি বেদৰে হ'ব।❤️
নহ'লে বহুত বেয়া লাগিব।
অনুভূতিৰ মাকক বিভানৰ মাকে ঠিক কৈছে ভাল লাগিল
HOI
Mojjjjaaaa dise
Borokhunt anubhuti nai buwari siryelot asil😅😅😅
বিভানৰ মাকে ভাল দিলে অনুভূতিৰ মাকক। মজা।
অনুভূতিৰ বিয়াখন বিভানৰ লগত হোৱাৰ বাবে..কাৰ কাৰ খং উঠিছে?😡
Haituk goru piton dibo lage
Pogiya. Di da
Makjoni. Pali
😡😡😡😡
Mor
অনুভূতি তুমি বেদৰে হবা । কাৰণ তোমালোকৰ সচাঁ ভাল পোৱা আছে । সেই বাবে তোমালোকৰ প্ৰেম এদিন সফল হবই। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
অনুভূতি আৰু বেদৰ বিয়া খন হব বুলি বহুত আশাৰে অপেক্ষা কৰিছিলো
Last moment tut jate bedo da e anu bak hendur di loi ahe ...aitu seen r krne kun kun roi asa❤
ভালে হল মিভাণৰ মাকে অণু মাকক তেনেকৈ কলে আৰু কব লাগিছিল,,,
Mja dile
Moja
Mojaa ❤️😊
Hy diyk kintu koleo je hei mak joni buji npy kela
@@KimDulu_bts_army xasa katha
মজা লাগিছে বিভানৰ মাকৰ কথাখিনি অনুভূতিৰ মাকক কোৱা বাবে
মিভানৰ mak mojjjjjj aaaa dise apuni 🎉🎉thnk u Jone Jone vll paise like kribo
অনুৰ লুভীয়া মাক জনীয়ে টকাৰ কাৰনে নিজৰ জীয়েকৰ আশাবোৰ ভাঙি থানবান কৰিলে।
মাকে জীয়েকক বিক্ৰী কৰিলে টকাৰ কাৰণে 😢 অণু জনিলে বেয়া লাগে
একো নাই পিছত অনুভূতিৰ বিয়া বেদৰ লগতে হব❤
মাক আৰু প্ৰজ্ঞাই বিচৰা ধৰনে সকলোবোৰ হৈছে যিটো দৰ্শক ৰাইজে অকণো ভাল পোৱা নাই কি কয় ৰাইজ।
অনুভূতি, তুমি নিজকে জোৰ দিব লাগিব । নিভানৰ লগত বিয়া হ'লে তোমাৰ লগতে তোমাৰ জন্ম ঘৰখনৰ কি অৱস্থাত পৰিব সেয়া তুমি এতিয়ালৈকে স্পষ্টকৈ জানিবলৈ পাইছাই । সেইকাৰণে তুমি তোমাৰ এই বিয়া দৃঢ়তাৰে ভাঙি দিয়া ।
দুফালে দুজনী কইনা,,,,এতিয়া কোন জনি কাৰ হয় চাবলৈ অপেক্ষা,,,,,, অণুক বেদ দাই পলুৱাই লৈ আহিলেই হয় আৰু,,,,,
Nalaga priyamor haw lagebo
@@madhulekhaboruah4196❤
প্ৰজ্ঞাৰ হাঁহিখনে অনুভুতিৰ গাত হুলে বিন্ধা যেন অনুভৱ কৰিছোঁ ভনীনে শনি ৰাইজ বেদে আহাৰ খাই লৈছে যেতিয়া আশা অকনমাণ কৰিছো আও অনুভূতি বেদৰে হব
কাহিনী টো লিখা জনক লগ পাব লাগিছিল, সুধিলো হেতেন কি হ'বগৈ, ইমান আগতীয়াকৈ জানিবলৈ মন গৈছে, চাওঁহে শেষ হয়য়েই।
মাক , প্ৰজ্ঞা আৰু নিভানে অনুভূতিক পুতলা সজালে ৷
জীও কথা মাকৰ কথা আনফালে হব লগা শাহু মাকৰ কথা অনুৱে।
এই তিনিটা কথাষাৰ সিদ্ধান্ত লব পৰা নাই চাৰিওফালে দুখ্তে জীৱনটো কটাব লাগিব 😢😢 কিবা কে বিয়াখন নহলে ভাল আছিল।
অনুভূতি বেদৰ লগত বিয়া হলে ভাল লাগিল হই
❤️❤️❤️
যদিহে প্ৰজ্ঞাই কাণত ফুলি এযোৰ পিন্ধিলে হয় আৰু ধুনীয়া লাগিল হয়❤
এটায়ে কও সম্পৰ্ন ভুল আসমীয়া সমাজত কেতিয়া দৰা মাক ছোৱালী ঘৰলৈয় নাহে আৰু কইনাৰ মাকে বিয়া নাছাই প্ৰথম দেখি আছৰিত😮
অনুভূতিজনী বৰ স্বাৰ্থপৰ হ'বলৈ গৈ আছে দেই।😊😊😅
অণুভূতিৰ বাবে এটা লাইক ❤️❤️❤️❤️👍😢😢
Priyam dakhiboloi khub dhunia lgi se
বহুত অপেক্ষাৰ পিছত
Bed aru Anubhuti biya nohale bohut bya lagib😢😢😮
অনুভূতৰ মাকক বিভান মাকে ঠিক কৈছে
বিভানৰ মাকৰ বাবে এটা like gays
টকাৰ বাবে মানুহ বহুত তললৈ নামিবৰ পাৰে 😢😢😢😢😢
Bohut dukh lagise kalir episode say😢🥹😢
আনুভতি মাক আলপ বেছি আহিছিল atiya pab 😊😮
Gods plan..anubuti kebal ved r
অণুভূতি মাকে ১নমবৰটো ঠেকা পালে ।শুণি কেনে লাগিল এতিয়া তেও।
❤
অনুভূতিয়ে এই কাপোৰজোৰ বৰষুন চিৰিয়েল খনতো পিন্ন্ধিছিল ,,,
Apuni serial t kapur,gohana Sai na,serial khonor pora ki hikha pai heitu Sai.
Ki hikha pisu vl pua jnik biya ptibo nple blg ajnik biya pti jibon dhongkho kore take hikilu@@RumiDutta-sr8sf
এতি য়াও আশা কৰি আছা নে কি জোনালী দেৱী ৷ অ দেবী নহয় নহয় ৷
অনুভূতি নিভানৰ ওচৰৰ পৰা উঠি আহা ৷
ভাল লাগিল ❤❤❤
Heiii mojaaaaa dise nivan r mayeke
Biwa khon jodi hoi jai Aikhon serial nasau aru......Plz Biwa khon vangi jaok.
Moiu nsw
Myu nsaw ru...😢😢😢😢😢
অনুভুটি বেদৰ হ'ব।মাকৰ লোভ মাটিত মিলি যাব।🎉🎉
শেষত কইনা বদলি কৰি দিয়ক তেতিয়াহে ভাল লাগিব
Praghyak bar dhunia lagise aji
Priyam ba u bhut cute❤
Nibhar makr acting best Expression 🙏🙏🙏🙏🙏 so nyc ❤
আপোনালোকে ছিৰিয়েল খন চাবদিবনে মিউজিক শুনিম
ৰৈ ৰৈ আমনি লাগি যায়।
Anuvuti tumi gusi jua
Bivanor maak jen anubhuti maake kotha xunale bor val lagisil ❤
বিয়াখন হোমৰ গুৰিতে ইমান সময় দেখাই থাকিল।
Birat beya lagiche Anubhutik atiya kosto dibo
Kun kun sabloi roi asila like ata kore juwa 😢
Thank you bivanr mak😊😊😅😅
অনুভুতি বেদৰ লগত বিয়া হোবাৰ
Sasakoiye anubhoti aru bedor krone bhut beya lgise 🥺🥺🥺🥺
Anu❤bedor bia nhle kunu dn ai xn serial nsaw
Anubhutir biya jodi Bivanor logot hoi tenehole nasao aru serial khon.
মই নাপাওঁ
Um moi o nesau
Jiur acting bese vl lage😊❤❤
Thank you 🙏
Today my birthday 🎉❤
And I am happy for Rong tv
বিয়া খন চাবলে টুপনীয়াই টুপনীয়াই ৰৈ আছো পিছে আজিও নহলে আকৌ মনৰ খু ধুৱনি বাকী থাকীলে
Anuvuti ba karne like dibo all friends❤❤❤❤
Bonkim da tumi jua junu bak loi aha biya khn hubu goi nidiba
Anuvuti a aijur kapur borokhun serial khont u pindhisil 😁
Tate ki hol anekoi kobole 😢
aru baruxun serial or production hoi sai production "" "" 🎉
Pndle tu akei ni bru olp😅
Tat pindhuwa jure hoi ake jure 😅
Moiu kom vabisilu tumi koiye dila😅❤❤
Moi director hole Anuvutir biwa khon Bedor logte dilu hoi....Hai hai serial.
Bivanor makay anuvutir makok thik kothai koise val lagilae.......anuvuti baa r biya khon dab dadar logot hobo lage bivan nor logot nhoy....
Gungun sarile khonor dore hoise😂❤❤❤...
বহুত দুখ লগা পৰিবেশ
Biyoni and tiyoni ha ha
বিভানৰ মাকে অনুভূতি ৰ মাকক মচলা দিব ভালকৈ
অনুভুটিৰ মাকক বিভানৰ মাকে ভালকৈ মজা দি ভালেই কৰিলে।আনৰ সুখ নেদেখা তিৰোতা কৰবাৰ !
Borxun serial t jeneke debajanik rajale jur kri Biya Dibo loisil eyat Anuvutiku jur kri bivanr lgt Biya Dibo loise ...hexot bonkim r lgte hol biya😊yt u bedor lgote hbo lage ❤tare opekhyat
progyak mivanor lg lgai dibo lage 😅 Vl Milibo kintu..ne Ki koi apunalke? Prgya tumi mivanok matha mara 🤗 mojaa miliba ..story tu moja lgibo tetiya poisa o pai thkiba tumi 😢
Exited asilu hei episode2 krne
Pragya priyam ❤❤❤❤
Bah serial lover😂
Bivanor makok bohut val lagil Anur makok bohut besi koth hunabo lagisil laj napai ai joni
Progyai pindha necklace tu muru ase 😄😄
Vivan r mak e kua kthakhini anuvutir mak r xuni kene lgise baru 😊
ভাল লাগিল চাই ❤❤❤❤
Ratna looks handsome with his cap
First view💗
Kune Kune poutir Tera Sai val powa ata 👍👍👍👍👍kara
Moja
Pragyai pirik parak ke beda ahibo buli sy ase kijani mod khai😂😂😂😂
Priyam k besi vl lgise
Sirial khan gun gun sirialar nisina hoi goi ase
🌚💗
Priyam dakhibla dhunia ako ❤
বহুতো দুখ লগা বিয়া হৈ পৰে 😢
Bivanor make thike kole onuvuti makok 😅
বিয়াৰ গোটেই নীতি নিয়ম খন দেখুৱাই আজিৰ পৰ্বটো কটাই দিলে ।
Phaiting akhon sable mon jaioo
Anuvuti ❤❤❤😢😢😢😢
ভাল লাগিছে 😮😊
Bhaal hoise Vibhanor maake Annur maakok hikkha eta dise😂😂😂😂😂
এতিয়া serial খন গুনগুনৰ নিচিনা হবগে
Piomok morom lagise koina hajot😘😘😘
তাই আৰু বেলেগ কাপোৰ নাই দেখিহে পিনধীছে ।আৰু কোনে দিবগে