Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কালজয়ী গীত। শুনিলে শুনি থাকিবৰ মন যায়।
❤❤❤ সুপ্ৰভাত বাইদেউ আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ লগতে হৃদয় চুই গৈছে আপোনাৰ কন্ঠয❤❤❤ মঙলদৈ ❤❤❤❤
সুন্দৰ সুন্দৰ অতি সুন্দৰ ❤️ , কবলৈ আৰু ভাষা নাই 🙏
Vl lagil baidiye ❤❤❤❤🎉
❤❤❤ অতি সুন্দৰ ...
বাইদেউৰ যগমীয়া গীত শুনি বৰ ভাল লাগে তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো
❤❤❤dhuniya lagile gaan keita baideo
Hosakoi bor sundar geet .Mon sui jua .
Mor ati priy geet Baideu aponak sewa janalo❤❤❤❤
সুন্দৰ, বৰ ভাল লাগিল।
Sundor geet , suni bhal lagil
Mur bohut bohut priya geet Baidau sokupani olai jai
Baideo apunr geet huni mur mon pan juri goixa❤❤❤😢
Bahut bahut Sundar hiya bhara geet chakulu niigare pranam baideo
শুনি ভাল লাগিল॥
Baidew aponar geet huni bahut val lagise
তেতিয়াৰ দিনতে শুনিছিলো যেতিয়া গান শুনাৰ একমাত্ৰ মাধ্যম মোৰ বাবে মাথোঁ মাৰ কণ্ঠ য়ে আছিল । সুধীৰ্ঘ ২৬ বছৰৰ পিছত শুনি সেই সোণালী দিনলৈ ঘুৰাই অনাৰ বাবে অশেষ ধন্যবাদ ♥️♥️♥️ নষ্টালজিক 🙏
বহুত ভাল লাগে এই গীত বোৰ
Bahut bahut val lagil thanks
Baideu apunar gitbur xuni bohut val lagy❤❤❤
bhout moja geet aajikali ai geet bur kisuman manuhe ,nuhune.moi geet khub gai thaku
বৰ ভাল লাগিল শুনি।god bless you
অতি সুন্দৰ ❤❤❤❤
মন ভৰি যায় গীতবোৰ শুনিলে। ডিব্ৰুগড় অঁনাতাৰ কেন্দ্ৰত দিলেই বহী এখন লৈ লিখি গৈছিলোঁ।
বহুত ভাল লাগিছে
Baideu apunar gane bukut khunda Mari dore aru sakupani ulai jai
Bohut val loga gan...
কালজয়ী গীত ❤ অতি সুন্দৰ কণ্ঠ❤ বৰ ভাল লাগিল❤
Vl lagil
Beautiful song sung by Beaty Sharma baruah baideu. God bless you.
পুৰণি নাম নতুন চিনাকী বিউতী বাইদেউ। আজি ইং-৭-৪-২৪ তাৰিখে আগতিয়াকৈ ৰঙালি বিহূৰ শুভেচ্ছা আৰু অভিনন্দন জনালো।সদৌ শেষত সূ -স্বাস্থৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো।ইতিতিলেশ্বৰ য়েইনশিঃ-দিচাংমুখ।🎉🎉🙏🙏।
একেবাৰে শুদ্ধ আৰু অসমৰ মাতিৰ গোন্ধ পোৱা যেন অনুভৱ হয়।
বাইডেউৰ এই গীতবোৰ আগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত খুউব শুনি ছিলো ❤❤ এতিয়া আকৌ সেই কণ্ঠ শুনি বলৈ পাই বহুত ভাল লাগি গল ❤❤ বাইডেউক ভগৱানে মঙ্গল কৰক তাৰেই কামনা ❤❤
বাইদেউ আপোনাৰ গীত বোৰ শুনি বহুত ভাল লাগিল । মন টো কোমল কৰিলে । ভগৱানে ভালে ৰাখক আপোনাৰ এই কণ্ঠ টোক। আগলৈ আৰু ভাল গীত পাম বুলি আশা কৰিলোঁ । God bless you
Apunar geet bilakot bvinna xur thake khub bhal lage baidew
সুন্দৰ গীত শুনি আমনি নেলাগে।
শুনি থাকিলেও কোনোদিনেই আমনি নলগা এই গীত ।
Very very nice👌👌 ❤❤
Buhut vl lagil huni❤️❤️❤️❤️ 🇮🇳
Val
❤Hundar
Best Song. Best Singer. Super.Thanks.❤❤❤❤
My favourite songs, very nice. 💖💖💖
বাই দেও মোৰ অতি পিও গীত গীতা শুনি ভাল লাগিল ,আপোনাক বহুত শুভেচ্ছা
বিউটি বাইদেউৰ সুশ্ৰাৱ্য গীতকেইটি শুনি আমনি নালাগে৷
Nice
Hundar
সুৱদীসুৰীয়া গীত।
Really Yr song reflected our past culture . Very good composed with hands. Hope u were originally from Jorhat. God bless you.
❤
মোৰ অন্যতম প্রিয় আমাৰ সংগীত জগতৰ সৰ্বজন শ্ৰদ্ধেয়া সুমধুৰ কণ্ঠৰ বিশিষ্ট শিল্পী গৰাকীৰ সুৰীয়া গায়কীয়ে সদায়ে মোক মন্ত্ৰমুগ্ধ কৰে। সুন্দৰ গীতিসাহিত্যৰে সমৃদ্ধ গীতৰ কথা, প্ৰাণস্পৰ্শী সুৰৰ মূৰ্ছনা আৰু শ্ৰদ্ধাৰ বিউটি শৰ্মা বৰুৱা বাইদেউৰ সুৰীয়া নদীৰ দৰে কল্লোলিত সুৰীয়া কন্ঠ, লগতে শ্ৰুতিমধুৰ সংগীতৰ অপূৰ্ব-অনুপম সংগমৰ ফলশ্ৰুতিত আমাৰ ঐতিহ্যময় সুৰীয়া সংগীতৰ ভঁৰালটি চহকী কৰি তোলা এটি বৰ্ণময় স্বৰ্ণিল সংগীতৰ সঁফুৰা। হৃদয় জুৰ কৰা চিৰসেউজ প্ৰতিটো গীত ... হেঁপাহ নপলাই শুনি। শ্ৰদ্ধাৰ বাইদেউৰ লগতে বিশিষ্ট গীতিকাৰ-সুৰকাৰ আৰু সংগীতকাৰ ... এই সকলোৰে ওচৰত কৃতজ্ঞ আমি সকলো...।💐💐💐
ধন্যবাদ 😊
FYI
😊
মনটোত কিবা এক বিষাদৰ অনুভৱ হল 😮😮
@@swarazin
বাইদেউ আপোনাৰ গানবোৰ শুনি থাকিলেও হেপাহ নপলায়। মনৰ মাজত চলি থকা দুখবোৰ গম নোপোৱাকৈ আতৰি যায়।
তুলনাবিহীন সৃষ্টি।
Original Assamese geet.eman val lagise which is could be explained.
বৰ ভাল লগা প্রতিটো গীত,, বৰ আবেগিক হৈ যাওঁ গীত শুনি
Noobব
Very fantastic g s
Thank you so much
বিশুদ্ধ অসমীয়া গোন্ধ থকা চিৰসেউজ গীত এইবোৰ, কোনোদিনে আমনি নেলাগে শুনি
Moi enekuwa gan bilak suni bohut vl paw
Vl lagil baidiye
Or if I
এই গীত বিলাকত নাৰী জীৱনৰ অন্তৰত থকা অপ্ৰকাশিত দুঃখ বেদনা সমূহ উপল্বদ্ধি কৰিব পাৰি।
Eman bhal lage huni apunar ganbur baidewb😅
evergreen 🙏🙏🙏
agalai di thakiba de
Ni ni
Mor val laga ati kantha aru akajali get.
Fevoritsongs of my chaildhood
Manuh abegik hoi jai o
Evergreen songs for all time. I listened these songs at my childhood.
Thanks 😊
Vl lagil huni ❤❤
@@swaraz😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@@swaraz😊
❤❤
5:33 ❤
Vallgi gol
গীতিকাৰ কোন কোন জানে নেকি কোনোবাই
Dizendra mohan sharmah
😍😍
Toucing
কালজয়ী গীত৷
ৰতভভভমথচৰতভঢঙউ উত্তৰ-পূৰ্ব বৰ্তমানলৈকে😂🎉
মই এই কেইদিনৰ ভিতৰতে ৰেডিঅ এটা লোৱাৰ চিন্তা কৰিছো। কাৰণ চিৰ সেউজ গীতবোৰে আমাৰ মনবোৰক সজিৱ কৰি ৰখাত এক প্ৰৰণাদায়ক।আপোনাৰ আপোন লগা হাঁহিতি প্ৰেৰণাৰ উৎস হৈ ৰওক।🎉🎉🎉🎉🙏🙏।শিঃ-দিচাংমুখ।
Godb b)essyoub😮
বেছি দিন লগতে গীত টো সংগীত ভাল লগা নাই । আগতো ৱে ভাল আছিল।
2023
Rohman hospitele thik Kori dile muk.
বহুত বেছি poor।ইংৰাজৰ গীতিমালিকা নিচিনা লাগিছে
বহুত ভাল লাগে বাইদেউ আপোনাক আৰু আপোনাৰ গান!
কালজয়ী গীত। শুনিলে শুনি থাকিবৰ মন যায়।
❤❤❤ সুপ্ৰভাত বাইদেউ আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ লগতে হৃদয় চুই গৈছে আপোনাৰ কন্ঠয❤❤❤ মঙলদৈ ❤❤❤❤
সুন্দৰ সুন্দৰ অতি সুন্দৰ ❤️ , কবলৈ আৰু ভাষা নাই 🙏
Vl lagil baidiye ❤❤❤❤🎉
❤❤❤ অতি সুন্দৰ ...
বাইদেউৰ যগমীয়া গীত শুনি বৰ ভাল লাগে তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো
❤❤❤dhuniya lagile gaan keita baideo
Hosakoi bor sundar geet .Mon sui jua .
Mor ati priy geet Baideu aponak sewa janalo❤❤❤❤
সুন্দৰ, বৰ ভাল লাগিল।
Sundor geet , suni bhal lagil
Mur bohut bohut priya geet Baidau sokupani olai jai
Baideo apunr geet huni mur mon pan juri goixa❤❤❤😢
Bahut bahut Sundar hiya bhara geet chakulu niigare pranam baideo
শুনি ভাল লাগিল॥
Baidew aponar geet huni bahut val lagise
তেতিয়াৰ দিনতে শুনিছিলো যেতিয়া গান শুনাৰ একমাত্ৰ মাধ্যম মোৰ বাবে মাথোঁ মাৰ কণ্ঠ য়ে আছিল । সুধীৰ্ঘ ২৬ বছৰৰ পিছত শুনি সেই সোণালী দিনলৈ ঘুৰাই অনাৰ বাবে অশেষ ধন্যবাদ ♥️♥️♥️ নষ্টালজিক 🙏
বহুত ভাল লাগে এই গীত বোৰ
Bahut bahut val lagil thanks
Baideu apunar gitbur xuni bohut val lagy❤❤❤
bhout moja geet aajikali ai geet bur kisuman manuhe ,nuhune.moi geet khub gai thaku
বৰ ভাল লাগিল শুনি।god bless you
অতি সুন্দৰ ❤❤❤❤
মন ভৰি যায় গীতবোৰ শুনিলে। ডিব্ৰুগড় অঁনাতাৰ কেন্দ্ৰত দিলেই বহী এখন লৈ লিখি গৈছিলোঁ।
বহুত ভাল লাগিছে
Baideu apunar gane bukut khunda Mari dore aru sakupani ulai jai
Bohut val loga gan...
কালজয়ী গীত ❤ অতি সুন্দৰ কণ্ঠ❤ বৰ ভাল লাগিল❤
Vl lagil
Beautiful song sung by Beaty Sharma baruah baideu. God bless you.
পুৰণি নাম নতুন চিনাকী বিউতী বাইদেউ। আজি ইং-৭-৪-২৪ তাৰিখে আগতিয়াকৈ ৰঙালি বিহূৰ শুভেচ্ছা আৰু অভিনন্দন জনালো।
সদৌ শেষত সূ -স্বাস্থৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো।
ইতি
তিলেশ্বৰ য়েইন
শিঃ-দিচাংমুখ।🎉🎉🙏🙏।
একেবাৰে শুদ্ধ আৰু অসমৰ মাতিৰ গোন্ধ পোৱা যেন অনুভৱ হয়।
বাইডেউৰ এই গীতবোৰ আগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত খুউব শুনি ছিলো ❤❤ এতিয়া আকৌ সেই কণ্ঠ শুনি বলৈ পাই বহুত ভাল লাগি গল ❤❤ বাইডেউক ভগৱানে মঙ্গল কৰক তাৰেই কামনা ❤❤
বাইদেউ আপোনাৰ গীত বোৰ শুনি বহুত ভাল লাগিল । মন টো কোমল কৰিলে । ভগৱানে ভালে ৰাখক আপোনাৰ এই কণ্ঠ টোক। আগলৈ আৰু ভাল গীত পাম বুলি আশা কৰিলোঁ । God bless you
Apunar geet bilakot bvinna xur thake khub bhal lage baidew
সুন্দৰ গীত শুনি আমনি নেলাগে।
শুনি থাকিলেও কোনোদিনেই আমনি নলগা এই গীত ।
Very very nice👌👌 ❤❤
Buhut vl lagil huni❤️❤️❤️❤️ 🇮🇳
Val
❤Hundar
Best Song. Best Singer. Super.Thanks.❤❤❤❤
My favourite songs, very nice. 💖💖💖
বাই দেও মোৰ অতি পিও গীত গীতা শুনি ভাল লাগিল ,আপোনাক বহুত শুভেচ্ছা
বিউটি বাইদেউৰ সুশ্ৰাৱ্য গীতকেইটি শুনি আমনি নালাগে৷
Nice
Hundar
সুৱদীসুৰীয়া গীত।
Really Yr song reflected our past culture . Very good composed with hands. Hope u were originally from Jorhat. God bless you.
❤
মোৰ অন্যতম প্রিয় আমাৰ সংগীত জগতৰ সৰ্বজন শ্ৰদ্ধেয়া সুমধুৰ কণ্ঠৰ বিশিষ্ট শিল্পী গৰাকীৰ সুৰীয়া গায়কীয়ে সদায়ে মোক মন্ত্ৰমুগ্ধ কৰে। সুন্দৰ গীতিসাহিত্যৰে সমৃদ্ধ গীতৰ কথা, প্ৰাণস্পৰ্শী সুৰৰ মূৰ্ছনা আৰু শ্ৰদ্ধাৰ বিউটি শৰ্মা বৰুৱা বাইদেউৰ সুৰীয়া নদীৰ দৰে কল্লোলিত সুৰীয়া কন্ঠ, লগতে শ্ৰুতিমধুৰ সংগীতৰ অপূৰ্ব-অনুপম সংগমৰ ফলশ্ৰুতিত আমাৰ ঐতিহ্যময় সুৰীয়া সংগীতৰ ভঁৰালটি চহকী কৰি তোলা এটি বৰ্ণময় স্বৰ্ণিল সংগীতৰ সঁফুৰা। হৃদয় জুৰ কৰা চিৰসেউজ প্ৰতিটো গীত ... হেঁপাহ নপলাই শুনি। শ্ৰদ্ধাৰ বাইদেউৰ লগতে বিশিষ্ট গীতিকাৰ-সুৰকাৰ আৰু সংগীতকাৰ ... এই সকলোৰে ওচৰত কৃতজ্ঞ আমি সকলো...।💐💐💐
ধন্যবাদ 😊
FYI
😊
মনটোত কিবা এক বিষাদৰ অনুভৱ হল 😮😮
@@swarazin
বাইদেউ আপোনাৰ গানবোৰ শুনি থাকিলেও হেপাহ নপলায়। মনৰ মাজত চলি থকা দুখবোৰ গম নোপোৱাকৈ আতৰি যায়।
তুলনাবিহীন সৃষ্টি।
ধন্যবাদ 😊
Original Assamese geet.eman val lagise which is could be explained.
বৰ ভাল লগা প্রতিটো গীত,, বৰ আবেগিক হৈ যাওঁ গীত শুনি
Noob
ব
ধন্যবাদ 😊
Very fantastic g s
Thank you so much
বিশুদ্ধ অসমীয়া গোন্ধ থকা চিৰসেউজ গীত এইবোৰ, কোনোদিনে আমনি নেলাগে শুনি
Moi enekuwa gan bilak suni bohut vl paw
Vl lagil baidiye
Or if I
এই গীত বিলাকত নাৰী জীৱনৰ অন্তৰত থকা অপ্ৰকাশিত দুঃখ বেদনা সমূহ উপল্বদ্ধি কৰিব পাৰি।
Eman bhal lage huni apunar ganbur baidewb😅
evergreen 🙏🙏🙏
agalai di thakiba de
Ni ni
Mor val laga ati kantha aru akajali get.
Fevoritsongs of my chaildhood
ধন্যবাদ 😊
Manuh abegik hoi jai o
Evergreen songs for all time. I listened these songs at my childhood.
Thanks 😊
Vl lagil huni ❤❤
ধন্যবাদ 😊
@@swaraz😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@@swaraz😊
❤❤
5:33 ❤
Vallgi gol
গীতিকাৰ কোন কোন জানে নেকি কোনোবাই
Dizendra mohan sharmah
❤❤
😍😍
Toucing
কালজয়ী গীত৷
ৰতভভভমথচৰতভঢঙউ উত্তৰ-পূৰ্ব বৰ্তমানলৈকে😂🎉
মই এই কেইদিনৰ ভিতৰতে ৰেডিঅ এটা লোৱাৰ চিন্তা কৰিছো। কাৰণ চিৰ সেউজ গীতবোৰে আমাৰ মনবোৰক সজিৱ কৰি ৰখাত এক প্ৰৰণাদায়ক।
আপোনাৰ আপোন লগা হাঁহিতি প্ৰেৰণাৰ উৎস হৈ ৰওক।🎉🎉🎉🎉🙏🙏।
শিঃ-দিচাংমুখ।
Godb b)essyoub😮
বেছি দিন লগতে গীত টো সংগীত ভাল লগা নাই । আগতো ৱে ভাল আছিল।
2023
Rohman hospitele thik Kori dile muk.
বহুত বেছি poor।
ইংৰাজৰ গীতিমালিকা নিচিনা লাগিছে