বৰগাঁও||নকছাৰি||অনিল তাঁতী বাপৰ সৰল ব্যাখ্যা

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • #ভাগৱতপাঠ #aniltanti#pranjalprotimborah

Комментарии • 286

  • @nirusaikia7631
    @nirusaikia7631 Год назад +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏 সমস্ত ভকত বৈষ্ণৱ বৃন্দলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 ।তাতী বাপৰ ভাগৱত পাঠৰ বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏
    জয় গুৰু শঙ্কৰ 🙏 🙏

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 5 месяцев назад +2

    কৃষ্ণ বাপ ৷ কি অপূৰ্ব বিশ্লেষণ ৷ সেৱা ধৰিছো বাপ ৷

  • @dipkalita8273
    @dipkalita8273 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তাঁতী বাপজনালৈ শতকুতি সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bkgogoi8636
    @bkgogoi8636 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সমষ্ট আই সমষ্ট সকলো চৰন সেৱা ধৰিছো আপোনালোক ধন্য কৃষ্ণ 🙏

  • @manjulabora8219
    @manjulabora8219 Год назад +4

    তাতী বাপ জনালৈ কৌটি কৌটি প্ৰণাম লগতে বাপ আই সমস্তলৈও আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ❤❤🙏🙏🙏🙏

  • @punyaborah5177
    @punyaborah5177 Год назад +5

    কৃষ্ণ-কৃষ্ণ প্ৰভু --আপোনাৰ শ্ৰীপদ্ম মুখ-সন্তে নিগৰিত সাৱলীল ব্যাখ্যাই আমাক কৃতকৃত্য কৰি অমৃত সাগৰৰ সন্ধান দিলে ।আপোনাক প্ৰভুৱে আৰু শকতি দিয়ক ।প্ৰণাম ।

    • @mridultamuli991
      @mridultamuli991 Год назад

      কৃষ্ণ বাপ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

  • @gunamaidevi4570
    @gunamaidevi4570 Год назад +6

    Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu krishna

  • @trithathengal1177
    @trithathengal1177 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ‌ বহুত সুন্দৰ ব্যাখ্যা ভাল লাগিল সুনি ধন্যবাদ

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 7 месяцев назад

    শ্ৰদ্ধাৰ তাঁতী বাপ। আমি অতি আচৰিত হৈছোঁ জগতত যিমান ধৰ্ম আৰু ধৰ্ম শাস্ত্ৰ সমূহ আছে এই সকলো জীৱ আৰু দেহ থকা মানুহৰ পৰাই ৰূপান্তৰিত মহাপুৰুষ বা দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি সকলে লিখা। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আদি মানৱ কল্যাণৰ জগতৰ সৰ্বকালৰ সুমঙ্গল ৰ কথা থকাটো সত্য। জগতত হাজাৰ হাজাৰ ধৰ্ম হাজাৰ হাজাৰ ধৰ্ম পুথি বা শাস্ত্ৰ থকা কোনো সত্য। হাজাৰ হাজাৰ সমাজ সংস্কাৰ সংস্কৃতি সঙবিধান ৰীতি-নীতি আহাৰ বিহাৰ প্ৰণালী ইত্যাদি আছে ইও সত্য। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আৰু দেহ বা প্ৰকৃতিৰ জাতি ধৰ্ম বা স্বভাৱ বণ লিঙ্গ ভাষা ব্যৱহাৰ শব্দ জীৱন নিৰ্বাহৰ পৰিবেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ বেলেগ। কিন্তু আচল কথা হ'ল। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে কেনেকৈ? ব্ৰহ্ম বা আত্মাৰ পৰাই পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ পৰাই উৎপত্তি হৈছে। যেনেকৈ জগতত সূৰ্য এটাই পোহৰ আৰু তাপ গোটেই জগত বিলাই। ঠিক সেই দৰে ব্ৰহ্ম বা আত্মাও এটাই। ব্ৰহ্ম বা আত্মা অব্যক্ত নিৰাকাৰ অলিপ্ত অচিন্ত অক্ষয় অব্যয় শূন্য হীন সবব্যাপী নিগূন অজনমা অচল কল্পনাতীত কালৰ অতীত অমৰন অভগন অসীম সবাৰ উদ্ধত চৈতন্য পূৰ্ণ সনাতন । ব্ৰহ্ম বা আত্মা এক সত্য এক ধৰ্ম এক জগত বাকী সকলো মিথ্যা। কাৰণ ব্ৰহ্ম বা আত্মাৰ পৰাই উৎপত্তি হৈছে পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ। ব্ৰহ্ম ই পৰম পুৰুষ বাকী সকলো প্ৰকৃতি। দেহী বা অৱতাৰী। নামি ও নাম আছে। ব্ৰহ্ম নাম নামি দেহী পূজা সেৱা গ্ৰহণ কাৰী একো নহয়। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমস্ত কাৰ্যকলাপ কাৰণ দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ‌ ব্ৰহ্মৰ ওপৰত নহয। অনন্ত কোটি ব্ৰহ্মাণ্ড মিছা মায়াৰ ভ্ৰম বিনাশীল। সকলো ব্ৰহ্মৰেই সৃষ্টি আকৌ ব্ৰহ্মতেই বিলিন হ'ব। ব্ৰহ্ম অনন্ত কাল এজন। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে পৰম ব্ৰহ্মৰ পৰাই। তেওঁ কিন্তু এই সমস্তত অলিপ্ত অচিন্ত অব্যক্ত অচল অজনমা নিগূন সবাৰো উদ্ধত কালৰ অতীত অমৰন অভগন অসীম সবব্যাপী অদেহী। সেই হে ব্ৰহ্মৰেই সৃষ্টি দেহ দেহী প্ৰকৃতি নাম নামি নিগূন সগঊন দৈৱিক গুণ সম্পন্ন ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী সকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰিচালনা কৰে।তেনে তুমি প্ৰভূ নিগূন গূনেৰ সীমা নাই নিগূন হৈয়া পুনৰ সেই গুন গাই। নাম ৰাম কূষ্ণ হৰি নাৰায়ণ আদি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি বা সৃষ্টি ৰহস্য মাএ এক জনৰ ওচৰত। তেওঁ পৰম ব্ৰহ্ম পৰম আত্মা শ্ৰীকৃষ্ণ। বাসুদেৱৰ কূষ্ণৰ কথা কোৱা নাই । সেইটো ৰূপক বা আধ্যাত্মিক তত্ব। বৰ্তমান জীৱ শ্ৰেষ্ঠ মানৱৰ মন বোৰ সুন্দৰ নহয়। অন্তহ জগতত এটা বহিৰ্জগৎত বেলেগ। মায়াৰ দেহটো সাৱতি ধূতৰাষ্ট হৈ আত্মাক নিচিনি দেহ ৰূপী কৌৰৱৰ লগতে জন্ম মৃত্যু বন্ধনৰ চক্ৰত মে'ৰ খাই থাকিব। শঙ্কৰদেৱৰ মাধৱদেৱৰ দৰে মানুহৰ পৰাই ৰূপান্তৰিত হৈ ঐশ্বৰিক গুণ সম্পন্ন হৈ ব্ৰহ্মক চিনি মহাপুৰুষ ঈশ্বৰ পুৰুষ হ'ল। কিন্তু বিশ্বৰ কিমান জন মানৱে ঈশ্বৰ পুৰুষ হ'ব পাৰিব। সাম্প্ৰতিক কালত জগতত ধৰ্ম আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বহুতো পথৰ ‌সূষ্টি হ'ল সেই হে আচল সত্য পথৰ পৰা পথভ্ৰষ্ট হৈছে জীৱ শ্ৰেষ্ঠ মানৱৰ। ধন্যবাদ। প্ৰদীপ গগৈ। অসমৰ ।

  • @sangitabaruah2575
    @sangitabaruah2575 11 месяцев назад +2

    বহু ভাললাগিল বাপ

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Krishna Krishna provu. Xoto. Kuti. Pronam. Jonàisu apunar. Baikha. Xundor. Lagose. Vokot. Xokolok. Mon muhise. Krishna. Krishna

  • @mintubharali3092
    @mintubharali3092 Год назад +3

    Krishna.. Krishna.. Krishna... Baap... Antorik vokty vora heua jonalu Krishna

  • @susilasaharia8442
    @susilasaharia8442 3 месяца назад +1

    আপোনাৰ বাখৎান বহুত ভাল লাগে👍👍👍

  • @Ridipaxom
    @Ridipaxom Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ মন প্ৰাণ জুৰ পৰি গৈছে। জয় গুৰু শঙ্কৰ । সেৱা জনাইছো

  • @sabitakalita7065
    @sabitakalita7065 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
    ভাগৱতৰ বাখ্যা শুনিলে শুনি থাকিবৰ মন যায় বাপ। আপোনালোকৰ যোগেৰে ভাগৱতৰ বাখ্যা শুনি আমি মানৱ জীৱনৰ পৰা উদ্ধাৰ হব লাগিব। কৃষ্ণ। 🙏

  • @saratdas4705
    @saratdas4705 Год назад +1

    Krishna Ram bap Krishna

  • @jeetakotoky876
    @jeetakotoky876 Год назад +3

    Joi guru sangkor ram ram ram narayon narayon narayon

  • @dulalsaikia632
    @dulalsaikia632 Год назад +1

    Krishna Krishna tanti bap ... Bhagavatar baikha suni bahut vl lagise ... Krishna...

  • @user-yi2sy5sz1w
    @user-yi2sy5sz1w 9 месяцев назад +1

    🙏 krishna 🙏 krishna 🙏 Tati bap

  • @sanjibpegu8044
    @sanjibpegu8044 10 месяцев назад +2

    Oh Hori, oh Ram. Krishna. Krishna.

  • @knflabordoloi-ki1sm
    @knflabordoloi-ki1sm 9 месяцев назад +1

    Apuna.shto.koti.ponam.krishna.bap

  • @mahendrabaruah3582
    @mahendrabaruah3582 Год назад +3

    Bap janak pranam janalu

  • @kalyanidas4341
    @kalyanidas4341 Год назад +3

    কৃষ্ণ 🙏🙏 আপোনাৰ সুন্দৰ ব্যাখা শুনি প্ৰান ভৰি গল

  • @_Miss_Khunu
    @_Miss_Khunu Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @happyboy4579
    @happyboy4579 Год назад +3

    Hosai bhut val lagel huni ,🙏🙏🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +2

    তাঁতী বাপৰ ব্যাখ্যা বৰ মনোগ্ৰাহী। তেখেতক সেৱা জনালোঁ। কৃষ্ণ।

  • @bhaskardas972
    @bhaskardas972 10 месяцев назад +2

    Ram Ram Ram Krishna Prabhu

  • @mridultamuli991
    @mridultamuli991 Год назад +1

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। আপোনালৈ ভক্তি ভৰা সেৱা জনালো।

  • @bhanudeka-yy2zw
    @bhanudeka-yy2zw 10 месяцев назад +1

    Krishna Krishna Krishna Bap

  • @gouribaruah219
    @gouribaruah219 Год назад +3

    Krishna Krishna🙏🙏🙏🌹🌹🌹

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +4

    Krishna Krishna bhal bap.

  • @khirodagogoi625
    @khirodagogoi625 Год назад +11

    কৃষ্ণ কৃষ্ণ।।
    বাপ জনা আপোনাৰ শ্ৰী চৰণত
    সশ্ৰদ্ধ প্ৰণিপাত, তথা ভক্তি ভৰা
    সেৱা নিবেদন কৰিছোঁ।।
    আপোনাৰ সু-স্বাস্থ্য কামনা
    কৰিছোঁ। লগতে ভাগৱত স্থলিত
    উপবিষ্ট হৈ থকা সমস্ত জনা লৈকে সেৱা জনাইছোঁ।।

  • @user-ks4dy2nj7l
    @user-ks4dy2nj7l 8 месяцев назад +1

    কৃষ্ণ 🙇‍♂️🙏🏿

  • @khanintalukdar2252
    @khanintalukdar2252 8 месяцев назад +1

    Jay sree Ram 🌺🌹🙏

  • @N.K1108
    @N.K1108 Год назад +3

    অ হৰি অ ৰাম

  • @adityarabha6027
    @adityarabha6027 9 месяцев назад +1

    Krishna Krishna 🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 8 месяцев назад

    সত্যম শিৱম সুন্দৰম। সত্যম মানে ব্ৰহ্ম বা আত্মা ।যি হেতুকে ব্ৰহ্ম বা আত্মাই পৰম সত্য। শিৱম মানে জীৱ বা চেতনা।যত জীৱ তত শিৱ। সুন্দৰম মানে মনোমোহা প্ৰকৃতিৰ ক্ৰীড়া মায়াৰ ভ্ৰম। ২৪তত্ব প্ৰকৃতিৰ পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত জগত খন। অৰ্থাৎ পৰম আত্মা জীৱ আত্মা আৰু দেহ। গতিকে সত্যম শিৱম সুন্দৰম। তিনি টা বস্তু এটা।

  • @abhijitdutta5782
    @abhijitdutta5782 Год назад +1

    🙏🏻🙏🏻

  • @bontibora9711
    @bontibora9711 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 কোটি কোটি সেৱা জনালোঁ 🙏🙏🙏

  • @priyankaborah5761
    @priyankaborah5761 11 месяцев назад +1

    Krishna🙏

  • @jodumonibora409
    @jodumonibora409 Год назад +1

    Very interesting 'video Tati Bap Ji.💐💐💐💐🙏🙏🙏🙏🙏👋👋👋👋

  • @gogoibidya9376
    @gogoibidya9376 Год назад +4

    Krishno 🙏🙏🙏🙏

  • @pranamihazarika2931
    @pranamihazarika2931 10 месяцев назад +1

    O hori o ram

  • @mpatowary9279
    @mpatowary9279 Год назад +3

    Vahut val lagil ❤

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w Год назад +3

    Krishna Tanti প্ৰভু ভাগৱতৰ বাণী শুনি আমি নথৈ সন্তুষ্ট।

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад +1

    🙏 Krishna.

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 8 месяцев назад +1

    🙏🙏🙏🙏🙏🙏🙏

  • @nripenburagohain
    @nripenburagohain Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল হৈছে!

  • @user-qh4zx8wo3x
    @user-qh4zx8wo3x 9 месяцев назад +1

    Jay krishna

  • @AbhijitTanti-gj7gy
    @AbhijitTanti-gj7gy 5 месяцев назад +1

    🙏bap

  • @jayantadas8894
    @jayantadas8894 Год назад +1

    🙏 🙏🙏🙏

  • @prabhatbania3544
    @prabhatbania3544 Год назад +10

    কৃষ্ণ প্ৰভূ অতি সুন্দৰ ' এক বাৰ লগ পোৱাৰ হেপাহ থাকিলে ' কৃষ্ণ কৃষ্ণ ৰাম ।

    • @ratuldutta6059
      @ratuldutta6059 Год назад

      Krishna Krishna Krishna Bap

    • @padumbora3952
      @padumbora3952 Год назад

      @@ratuldutta6059 ccccbcccscccbccccccbcccbcccccccbcbcccccc

    • @padumbora3952
      @padumbora3952 Год назад

      @@ratuldutta6059 cbccbbbccbcccbcccccbccccbcccbcecccbcccccscbccccccccecc

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 10 месяцев назад +1

    প্ৰণাম প্ৰভু

  • @debajyotidas8584
    @debajyotidas8584 Год назад +3

    কৃষ্ণ কৃষ্ণ

  • @user-gn2vv9fq1p
    @user-gn2vv9fq1p 9 месяцев назад +1

    Joy sri krishna

  • @jubindas2006
    @jubindas2006 Год назад +2

    কৃষ্ণ
    ❤❤❤❤❤❤🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
    ❤❤❤❤

  • @JitumoniBaruah-gd1rm
    @JitumoniBaruah-gd1rm Год назад +13

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা শুনি মন
    প্ৰাণ ভৰি গ'ল বাপ, ধন্যবাদ জনালো আপোনাক,,

    • @rumidas1999
      @rumidas1999 Год назад

      কৃষ্ণ।বাপ।আপোনাৰ।লৈ।শেৱা।জনা।ছো।বহুত।ভাল।লাগিছে

    • @putulsarma7335
      @putulsarma7335 Год назад

      ​❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @user-kw5sb3km8v
      @user-kw5sb3km8v 7 месяцев назад

      Ram ram

    • @user-kw5sb3km8v
      @user-kw5sb3km8v 7 месяцев назад

      Krishna hori ram

  • @daisyrabha2343
    @daisyrabha2343 Год назад +5

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏🙏🙏

  • @jagotkachari-up9wt
    @jagotkachari-up9wt Год назад +24

    কৃষ্ণ কৃষ্ণ আপোনাৰ ব্যাখ্যা শুনিলে সচাই মন ভৰি যায়।

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад

    Krishna. Krishna. Provu. Xundor. Lagisr.

  • @jibonchborah3819
    @jibonchborah3819 Год назад +2

    দেৱতা তেত্ৰিশ কোটি নহয়, তেত্ৰিশ কৌটি। সংস্কৃতত কৌটি মানে প্ৰকাৰ। অৰ্থাৎ দেৱতা তেত্ৰিশ জন।

  • @aparajitatamuli7273
    @aparajitatamuli7273 Год назад +3

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤ ওম নমঃ ভগৱতে বাসুদেৱ❤কৃষ্ণ❤

  • @gayatritamuly2780
    @gayatritamuly2780 Год назад +5

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna

  • @harsheetpratimbora3761
    @harsheetpratimbora3761 Год назад +2

    Krishna Krishna Bap 🙏🙏🙏

  • @user-rr5lp6jt4o
    @user-rr5lp6jt4o 8 месяцев назад +1

    কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা ভাল লাগিল।

  • @minatimech4993
    @minatimech4993 Год назад +5

    Krishna Krishna baap

  • @khanindradas3847
    @khanindradas3847 Год назад +3

    Krishna krishna bap sundar

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 Год назад +1

    কৃষ্ণ

  • @uttamtanti9981
    @uttamtanti9981 Год назад +2

    Krishna Krishna Hari Hari

  • @manashdeka9272
    @manashdeka9272 Год назад +1

    আপোনাকএবাৰ লগ কৰিৱ বিচাৰো🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +1

    Krishna krishna
    Baap jona

  • @kishordas2331
    @kishordas2331 Год назад +1

    পৰম শ্ৰদ্ধাৰ বাপ, সেৱাভাগী গ্ৰহণ কৰিব। কিভাবে আপ্লুত হৈছো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম । মন প্ৰাণ ভৰি গৈছে।
    ।।প্ৰনাম ।।

  • @asomiaasom6008
    @asomiaasom6008 Год назад +3

    হে তাতী বাপ আপুনি সদায় ভাগৱত কৃষ্ণ নিৰ্গুণ ভক্তি নাম ধৰ্ম শ্ৰৱণ কীৰ্তন কৰি গীতা ভাগৱত কীৰ্তনঘোষা নামঘোষা গুণমালা আদি মন্থন কণ্ঠস্থ কৰি প্ৰতি নিয়ত শ্ৰৱন কীৰ্তন কৰি আছে আপুনিটো মুক্তি পাই বৈকুণ্ঠত স্থান পাবই লাগিছিল ধ্ৰুৱৰ দৰে আপোনাক ৰথ লৈ বিষ্ণুই বৈকুণ্ঠত নিবই লাগিছিল এতিয়লৈ নিয়া নাই যে বাপ ?ও হৰি ও ৰাম । সদায় কৃষ্ণ লগত থকা দ্ৰৌপদী পাঁচ পাণ্ডৱ মুক্তি পাইছিলনে বৈকুণ্ঠগতি পাইছিলনে ? বিষ্ণুৰ নৱম অৱতাৰ বৌদ্ধদেৱে ভাগৱত কৃষ্ণ নিৰ্গুণ ভক্তি নাম ধৰ্ম থকাৰ পিছত ভগৱান বৌধই কৃষ্ণক ভাগৱতক শ্ৰৱণ কীৰ্তন কৰিবলৈ দি নগল কিয় বাপ ?ও হৰি ও ৰাম ।বিষ্ণুৰ পৰামৰ্শত ভগৱান শিৱইহে পুৰ্বদিশত গুৰু শংকৰদেৱ ৰূপে আৰ্বিভাৱ হৈ কৃষ্ণ ভাগৱত নাম ধৰ্ম প্ৰচাৰ কৰাৰ কথাহে পুথিত পাইছো ।চৰিতপুথিতো শিৱই শংকৰদেৱ ৰূপে আৰ্বিভাৱ হোৱা বুলি আছে ।তাতী বাপে অপব্যাখ্যা কৰিছে । চৰিতপুথিমতে অসমত ত্ৰি ধাৰাৰ তিনি পন্থৰ তিনি মুখ্য গুৰু হৰিদেৱ শংকৰদেৱ দামোদৰদেৱ , মাধৱদেৱ গুৰু শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভট্টদেৱ গুৰু দামোদৰদেৱৰ প্ৰধান শিষ্য মিলি পাঁচজন গুৰু আছিল আছে আৰু থাকিব অসম থাকে মানে ।পাঁচ গুৰুৰ অবদান অৰিহণাত অসমভূমি বৈষ্ণৱত দিক্ষিত হৈ সমাজ সংস্কাৰিত হৈ কৃষ্ণ বৈষ্ণৱেৰে ভৰা আজিৰ অসম ।ও হৰি ও ৰাম । বৰ্তমান আপোনালোক দহ বাৰজনমান অসমৰ একশৰণ বৈষ্ণৱ ভাগৱতী বাপ মুক্তি পাই বৈকুণ্ঠগতি পাব ।ও হৰি ও ৰাম ।

    • @jint465
      @jint465 Год назад

      Olp poribo jona hole nijor vakhare bedo sastrok bornona kori horinamor horibol kori thoi diye hi ihote

    • @Akashsaikiaofficial
      @Akashsaikiaofficial 7 месяцев назад

      চৰিত পুথি ভাগ কোনে‌ লিখিছিল বাপ ?

  • @dhruba500
    @dhruba500 Год назад +2

    Krishna Krishna sewah🙏🙏🙏e bap

  • @deepgo884
    @deepgo884 Год назад +2

    Joi Krishnaguru 🙏

  • @prahladgogoi8847
    @prahladgogoi8847 Год назад +2

    কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ।

  • @nilimarabha7373
    @nilimarabha7373 9 месяцев назад +1

    Krishna

  • @narenborah8344
    @narenborah8344 Год назад +2

    Very nice

  • @user-mg7dw1ow7c
    @user-mg7dw1ow7c Год назад +1

    Karsno.🙏🙏🙏

  • @AssamDevotionalJD1
    @AssamDevotionalJD1 Год назад +1

    কৃষ্ণ বাপঈশ্বৰ চৰণত কোটি কোটি সেৱা নিবেদিলো ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +2

    🙏

  • @bishinubharali4228
    @bishinubharali4228 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ।

  • @nplusgamingff
    @nplusgamingff Год назад +4

    😊😊😊😊

  • @sadanandagogoi1880
    @sadanandagogoi1880 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা।

  • @asomiaasom6008
    @asomiaasom6008 Год назад +4

    তাতী বাপ জনাই মুক্তি পাব বুলি ১০০% খাটাংনে ? দক্ষৰাজৰ দৰে অবস্থা নহয় যেন ।নিজ গুৰুক শ্ৰেষ্ঠ কৰি আন পন্থীয় গুৰুক হেয়জ্ঞান উপহাস কৰি সেৱক ভক্তক শিৱক ,দেৱ দেৱীক ,বেদ গীতা পুৰাণ ভাগৱতত থকা নিৰপেক্ষ উদাৰ ঈশ্বৰ বাণী উপদেশ বিধান আচৰণীয় অৰ্চন বন্দন চিন্তনক নিন্দা তুচ্ছ তাচ্ছিল্য উপলুঙা একপক্ষীয় ভাবে কৰি মুক্তি পাবনে ? ও হৰি ও ৰাম ।প্ৰকৃত ধৰ্মত নিন্দাবাদ আছেনে ?প্ৰকৃত ভকতে একপক্ষীয় স্বাৰ্থ নিন্দা কৰেনে ও হৰি ও ৰাম ।প্ৰকৃত ধৰ্মৰ আদৰ্শ এয়াইনে ?ও হৰি ও ৰাম । মায়াযুক্ত ৰহস্যমহী দুমুখীয়া বাণী উপদেশ যুক্ত ভক্তি ধৰ্ম দি যোৱা ভাগৱতৰ মায়া ৰহস্য পৰিহাৰ কৰি ভক্তি ধৰ্ম কৰিলেহে মুক্তি লাভ কৰিব পাৰিব কিন্তু মায়া ৰহস্যক সাৰ কৰি ভক্তি ধৰ্ম কৰি থিকিলে নিন্দাবাদত থাকি আনক হ্যেয়জ্ঞান অবজ্ঞা কৰি তুচ্ছ তাচ্ছিল্য কৰি থাকি ভক্মি ধৰ্ম কৰিলে মুক্তি পোৱাটো দুৰৰে কথা স্বৰ্গও নাপায় চিধাই নৰকত বাসস্থান হব পুৰাণ গীতা ভাগৱতত তেনেকৈ পাইছো ও হৰি ও ৰাম ।ভাৰতৰ অসম ভুমিত থকা ৩০ লাখমান তাতী বাপৰ পন্থীয় শংকৰ মাধৱ গুৰু দুজনাৰ শিষ্য ভক্ত সকল ভাগৱত কৃষ্ণ ভজি শ্ৰৱণ কীৰ্তন কৰি মুক্তি পালে বা পাব বাকী বিশ্বৰ লোক সকল পাপত মজি থাকিবনে ? ঈশ্বৰ ইমান স্বাৰ্থপৰনে কেৱল অসমৰ লোক সকলোকহে প্ৰকৃত মুক্তিপথ দিলে শিকালে প্ৰকৃত কলিৰ ভক্তি ধৰ্ম দিলে বাকী সকলোক নিদিলে ?ও হৰি ও ৰাম ।ঔঁ 🙏 ।

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻❤❤❤❤❤❤

  • @mridulchandraborah8720
    @mridulchandraborah8720 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ, সুন্দৰ ব্যাখ্যা

  • @lakhandas4670
    @lakhandas4670 5 месяцев назад +1

    ram.hare

  • @jomonidas7552
    @jomonidas7552 10 месяцев назад +1

    কৃষ্ণ বাপ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏

  • @Satramitra1466
    @Satramitra1466 Год назад +4

    जय हो कृष्ण❤️❤️❤️

  • @mahendradas6626
    @mahendradas6626 Год назад +1

    হে পৰমবানধৱ ঈশ্বৰস্বৰুপ বাপ জনলৈ এই অধমৰ সেৱা

  • @abmonty7274
    @abmonty7274 Год назад +5

    কৃষ্ণ বাপজনা সেৱা নিবেদিলো🙏🙏🙏
    অঞ্জলি দাস

  • @dipshikhaborah3082
    @dipshikhaborah3082 Год назад +2

    জয় কৃষ্ণ

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @jintidas6948
    @jintidas6948 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ।

  • @jodumonibora409
    @jodumonibora409 Год назад +1

    Krishna Krishna 🙏🙏🙏🙏🙏🙏Thank you.

  • @user-tp2sn6jc6z
    @user-tp2sn6jc6z 6 месяцев назад +1

    Krisna

  • @kalpanalahon4607
    @kalpanalahon4607 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল

  • @chiranjidas-6829
    @chiranjidas-6829 Год назад +1

    krishna bap

  • @mncreation9230
    @mncreation9230 Год назад +1

    কৃষ্ণ।বৰ ভাল লাগিল। কৃষ্ণ হৰি ৰাম।