Wow notun Sri jon, bohut duniya de,aru voice tu moja morom loga,jene koi duniya Sri jon,aru tene koi kam solai Nile hol aru, আগতে প্ৰিতম ছাৰে এই পৰিয়াল টোক নিজৰ বুলি ভাবি যেনেকৈ কামবোৰ চলাই নিচিল ঠিক তেনেকৈ সপোন ছাৰেও তেনেকৈ ভাবি চলাই নিয়ে যেন ❤❤❤ Love you xopun joti Sri
বেহাৰবাৰীত আগৰ মানুহবোৰ লাগে।❤
Hoi agor bure vl asile
Agr je nupau aru parile aru jbo ha
Nalage
আজি মনটো বেয়া লাগিছে প্ৰীতম siro চকী খনত আন কোনোবাই বহিছে😢😢😢😢😢😢
Sir r soki khn blg koi thobo buli bhabisilo
ৰিচা বাৰ অভিনয় কোনে কোনে ভাল পাই লাইক কমেন্ট কৰা😊❤❤❤❤❤
সদায় চোৱা সকলে লাইক কৰা❤❤❤
কুমকুম বাইদেউ কি হ'ল বহু দিন ওলোৱা নাই 😭😭😭
প্ৰীতম চাৰৰ ঠাই কোনেও পূৰাব নোৱাৰে নতুন চাৰজনক ভাল লগা নাই
Pritom sir ro Thai Kune Kune belagk dibo nuwara plz like kora rokhi thakim pritom sir le aku ghuri ahibo beherbari outpost le🎉🎉❤❤❤❤
Pritam sir kune kune Miss kori asa 1 like ❤
Miss you Pritam sir miss you kk mohan 😊❤
Val nologa hoy sa kiba
ভাল লাগিচে নতুন কৈ অহ অভিনেতা জনক বাকি তেখেতক শুবগকামনা জনালো❤️ প্ৰিতম চাৰৰ ঠাই কন সোনকালে পূৰাব বুলি আশা ৰাখিলো❤️
সিং চাৰক দিয়া হ'লে বহুত ধুনীয়া লাগিল হয়,, প্ৰীতম চাৰ নাই যদিও ❤❤❤চাৰ কেতিয়া আহিব বা
মোৰ বিশ্বাস যে নতুন চাৰজনেও ভাল আভিনই কৰিব।❤❤❤❤ সুভেচ্ছা থাকিল। ।
Pritom sir k bohut besi miss korisu😢😢
Miss you pritom sir 😭😭😭😭😭❤
কাকতি দা আৰু লুটুকন দা'ক হিন্দী ক্লাছ এটা ভালকৈ দি লাগিব।😂😊
হৈ দে
নতুন অফিচাৰ হিচাপে এওঁক ভাল লগা নাই তাৰোপৰি প্ৰীতম ছাৰৰ ঠাই আন কোনেও পুৰাব নোৱাৰে।
একদম সঁচা কথা
Pritom sir or xoru bhai neki mukh khon mile dekhun olop olop
Right
Right 👍
Si ,চাৰৰ নিচিনা নহয় ভাল লাগা নাই
লাহে লাহে ভাল লগা হৈ পৰিব।
Pritam sir ❤❤
চিনাকী পৰ্ব আমোদজনক।
শুভেচ্ছা থাকিল সকলোলৈকে।
Real OC ৰ দৰে লাগিছে। ধুনীয়া অভিনয়। ছিৰিয়েলখনক তেওঁ এক নতুন গতি দিব বুলি আশা থাকিল। বহুত বহুত শুভেচ্ছা💐💐
Wow notun Sri jon, bohut duniya de,aru voice tu moja morom loga,jene koi duniya Sri jon,aru tene koi kam solai Nile hol aru, আগতে প্ৰিতম ছাৰে এই পৰিয়াল টোক নিজৰ বুলি ভাবি যেনেকৈ কামবোৰ চলাই নিচিল ঠিক তেনেকৈ সপোন ছাৰেও তেনেকৈ ভাবি চলাই নিয়ে যেন ❤❤❤ Love you xopun joti Sri
প্ৰীতম sir যোৱাৰ কাৰণে বহুত বেয়া লাগিছে😭যোৱাৰ দিনৰ পৰা আজিহে বেহাৰবাৰী চাইছো।আৰু কেতিয়া যে আহিব প্ৰীতম sir....
I miss you pritom sir
Pritam Sir k April mahot dekhiba jodi hihotor dom ase anibo
Aah new S.I sir handsome ase dei 😍💗
Tumiu beutiful asa diya ❤
@@munudhunuofficial7560 😀😛
@@munudhunuofficial7560😂🎉
যিমান ভাল হ'লেও আমাৰ প্ৰিতম ছাৰৰ দৰে হ'বই নোৱাৰে। প্ৰীতম ছাৰৰ চকী খনত নতুন ছাৰ জন bohute মনটো কিবা বেয়া লাগি গ'ল। Miss U প্ৰিতম ছাৰ 😢😢😢😢❤
Risha+ new sir (ilu-ilu) ❤❤❤
নতুন অফিচাৰ জন 🎉 ভাল এক্টিং কৰিছে।। Beharbari সুন্দৰ অভিনয়।। লুটো আৰু বিৰ ধুনীয়া কাজিয়া লাগে ভাল লাগে চাই ❤ biharbari সকুলোকে ভাল লাগে ❤😊
Same 😂🤣😂
Beharbari outpost কোনে কোনে ভালপোৱা Like কৰা 👍👍👍
Beharbari jen xaday sali thake
SI sir joa karane beya lagil
বেহাৰ বাৰীয়ে নাজানো হৃদয়ৰ কোন টো কোণত বাঁহ ললে ।ক্ষণে হাঁহো ক্ষণে কান্দো ।আজি নতুন si চাৰক দেখি আবেগিক হৈ পৰিছো ।❤❤❤❤❤
Moza video ❤❤❤❤
Sir jonok vl lagise kintu pritom siroku bht miss korisu
প্ৰীতম চাৰ সদায় প্ৰিয় আছিল এখেতো প্ৰিয় হৈ ৰ'ব🍃❤️
Notun sir jon beya nohoy baru dhuniya dei 👍❤❤💖
Notun sir 😊 ❤ hosakoi bohut val lagil... pritam sir dore moromiyal
নতুন ছাৰ জনক লাভ লাগিছে কিন্তু প্ৰিতম ছাৰ লৈ মনত পৰে আকৌ লাগিব প্ৰিতম ছাৰক
Pritam sir miss you ❤
নতুন IC বেছি নজমিব যেন হে পাইছোঁ।
Mmm 🤔🤔🤔
Bohut val lagise notun sir sir jon but miss you pritam sir 😌🥺🥺
সদায় ৰাতি দহ বজালৈ ৰৈ থাকো। সোনকালে দিবচোন।
Xodai nohoi dee.... Sunday bondho
😂😂
Times multimedia channel t 9 ta bojate diye
New Oc sir coming.bhall lagil episode tu
New ic.
Congratulations ❤
Val hb,val lagib
নতুন চাৰৰ লগত ৰিচা বাক প্ৰেম কাহিনী লাগে ❤
We are freids ❤️❤️ vll lagil dei new sir jon
প্ৰীতম চাৰ ৰ ঠাই কোনে ও পুৰাব নোৱাৰে.....প্ৰীতম চাৰ ক আকৌ এক বছৰৰ পিছত পুনৰ লগ পোৱাৰ আশাৰে ❤❤
Na vl loga ny si jon pritom sirok lage kune kune ai msg 2 saport kora hokolye like atakore deya
সেই আগৰ বেহাৰ বাৰি নাই আৰু
কে কে দা, মোহন, বসুমতাৰী দা বিউতি বাইলুং পুৰুত্বম গাৰ্গ দা এচ আই চাৰ....কি যে ভাল লাগিছিল এতিয়া সেইবোৰ স্মৃতি..... ফেচবুকত চাও।
হিৰণ্য দা মজাঁ❤❤❤🎉🎉😂😂😂😅😮
Kumkum kot ??? Mur fav Kthal fruit 😅
Kumkum or pregnant hoi ase
@@Sauravofficial34tnq,,,,4 ur response,,,,pls convey my good wishes 4 her n her baby ,,,,
মোৰ ট্ৰান্সফাৰৰ মূহূৰ্তৰ সম্পূৰ্ণ স্মৃতি জাগি উঠিল ৷
Pritom sir was best, pritom sir r dore kunu hobo noware.....
নতুন অফিচাৰ জন ভাল লাগিছে
Pritam sirok lage beharbarit❤
হিৰণ্য ডেকাৰ সুন্দৰ অভিনয় ❤🎉
এইজন ছাৰৰ ঠাইত আকৌ পিতম ছাৰ হ'ব লাগিছিল❤❤
Kk , Mohan and SI Pritam sir missing alot
নতুন SI চাৰলৈ :
১/ আপুনি থকা পুলিচ কেইবাজনতকৈ সৰু ৷ গতিকে আপুনি ব্যৱহাৰ কৰিব ৷ তুমি নহয় ৷
২/ আনে চেল্যুট দিলে তাৰ প্ৰত্তুত্যৰ দিব লাগে বুলি জানোঁ ৷ ধন্যবাদ
বাকী সময়ে ক’ব
Ntun sir r acting sai bht val lagile ❤️
Pitm sri bhut miss kori sri 19:25
জাৰ জাৰ জিএফ নাই like karo😮
Old sir is best👍
Mojja ❤️❤️❤️❤️❤️❤️
He really😊😊
Dhunia si sir😊
Mojah
Mohan nai ja❤❤❤❤❤❤🎉🎉🎉🎉🎉
এই খন বন্ধ হোৱাই নাই নে 😮 বন্ধ হব লাগে 😊
ঠিকেই আছে ল'ৰাটোৱে নিজৰ ফালৰ পৰা কিমান ৰস দিব পাৰে বাকি স্কিপটো ভালেই লেখিব পল্লৱদাই
Khey Dina Kamal aaru sing sir monoj Dak log paai bohut vaal lagil❤❤❤❤❤❤❤❤❤love you beharbari.....
Come back to kk/mohan and s I sir
Si sir kr pora ahibo eyasol kori ase
Love from karbi Anglong Assam
Hansam dei notun si sir jon❤❤❤😊😊😊
Voice2 alop Same OC kokaideu jonor.... 🌹🌹
নতুন এছ আই ছাৰলৈ শুভেচ্ছা জনালো
Atiau valai lagise beharbari out post❤
Si Sir ❤❤❤
নতুন জনে কেনেকুৱা কৰে নাজানো এনেয়ে বেহাৰবাৰী নিমখ মছলা নহোৱা আঞ্জা যেন হৈ আছে।
নতুন চাৰ স্বাগতম জনালোঁ কিন্ত প্ৰীতম চাৰক বহুত মিচ কৰিছোঁ
Beharbarir kun kun favourite like kora 👍 ❤❤
ৰিচা নতুন ছাৰ প্ৰেমত পৰিব যেন লাগিছে 😊😊
Mojja lagse day beharbari outpost Val
নাচাও ঘণ্টা আগৰ মানু্হ কেইটা নাই।
🎉🎉🎉
মজা 😂😂
If you want the serial to run and want TRP then bring back the old guy. Pritom sir, kk sir, mohan, beauty vailug .
Pritam sir theater ot goise
Pritam sir Miss you ❤❤❤
New handsome sir ❤kintu pritam sir xoday best❤
Love From Golaghat ♥️
Nice to
Where is Kumkum ?
এদিন si চাৰক আনক
নতুন চাৰ জন মোৰ ভাল লাগিছে। আৰু কাৰ কাৰ ভাল লাগিছে like কৰা
Miss you si sir😂😂😂
Come back kk or mohon
New SI sir so beautiful😍😍❤
Congratulations for new si sir
Pritom sir best asila
Boom boom bhole 🔱🕉️🙏
এখন চিনাকি মুখৰ প্ৰয়োজন আছিল কিন্তু 😊😊😊😊
Bhout miss korisu pritom sirok😢😢
কুম কুম কলৈ গল