Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Krisna bap
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉
কৃষ্ণ 🙏💓🙏
He hei krishna gokhai bohia ❤❤❤❤ i love you
🙏🙏🙏 কৃষ্ণ কৃষ্ণ হৰি ৰাম।
Karna bap
🙏🙏🔥🔥
Krishna ❤️🙏❤️🙏❤️🙏
Ram Ram Ram 🙏🙏
কৃষ্ণ কৃষ্ণ
__Gutai kita kirton diyak🙏🙏🙏
Krishna bap aru video dibo sun
ও হৰি দেহু দৰিশন শিৱ সনাতনতোমাৰ চৰণে ধৰো৷তুৱা গুণনাম ছাড়ি আন কামকৰিয়া মিছাতে মৰো৷৷|| পদ ||: দৈত্যৰ পুৰীত পশিল ত্বৰিতবাঘে যেন ধৰে খেদি৷যত দ্ৰোহিয়াৰ ৰক্ষা নাহি তাৰপেহ্লাৱে মাথাক ছেদি৷কাৰো নাক কাণ কৰে খান খানকাৰো কঙ্কালত কাটে৷হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গীপৰি গড়াগড়ি বাটে৷৷কাৰো জিহ্বা আনি কাটে টানি টানিধৰি দুই চক্ষু কাঢ়ে৷কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰেদৈত্যৰ লাগ নছাড়ে৷কাৰো বুকু ছিৰি তপত ৰুধিৰিভুঞ্জাৱে গৃধ্ৰ শৃগাল৷অধৰ্ম্মে গ্ৰাসিল ক্ষণেকে নাশিলদৈত্য ভৈল বুন্দামাল৷৷বিষ্ণুৰ চক্রৰ নভৈল ভাগৰহস্তী যেন মাৰে মাখি৷পুত্ৰ ভাৰ্য্যা এৰি মৰো জীঞো কৰিকতো পলায় প্ৰাণ ৰাখি৷৷ই তিনি লোকত ভ্ৰময় ভয়তচক্রো পাছে পাছে ফুৰে৷হেৰা পাইলে বুলি লৰয় সমূলিদানৱে দান্ত নুঘূৰে৷৷ব্ৰহ্মাত লাগিল শৰণ মাগিলহাতে দান্তে খেৰ তুলি৷চক্রক ডৰাই কেহো নেদে ঠাইবলিৰ দ্ৰোহিয়া বুলি৷৷বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰীকহিতো নপাইল খুজি৷বলিৰ চৰণে পশিল শৰণেদুনাই সৱে মান্য বুজি৷৷ ভণিল শঙ্কৰে শুনা সৱ নৰেযতেক বিষয় ভোগ৷পুত্ৰ দাৰা ধন শৰীৰ স্বজনসৱাৰো আছে বিয়োগ৷৷তাৰ চিন্তা এৰি চিন্তিয়োক হৰিঅন্তকে পাইলেক পৰা৷এৰি আন কাম বোলা ৰাম ৰামসুখে ভৱনদী তৰা৷৷
কৃষ্ণ কৃষ্ণ বাপ সকল কুটি কুটি সেৱা কৰিছো।🙏🙏🙏
Sardar ram nath bapjonor logote samuh bhakta brindaloi aantorik sardha bhakti nebadisu krishna. Aapunalukor dirghau kamana karilu
কৃষ্ণ
বাপ নতুন পাল নামৰ ভিদিঅ দিবক চোন আজি বা কালি🙏🙏🙏
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Krisna bap
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉
কৃষ্ণ 🙏💓🙏
He hei krishna gokhai bohia ❤❤❤❤ i love you
🙏🙏🙏 কৃষ্ণ কৃষ্ণ হৰি ৰাম।
Karna bap
🙏🙏🔥🔥
Krishna ❤️🙏❤️🙏❤️🙏
Ram Ram Ram 🙏🙏
কৃষ্ণ কৃষ্ণ
__Gutai kita kirton diyak🙏🙏🙏
Krishna bap aru video dibo sun
ও হৰি দেহু দৰিশন শিৱ সনাতন
তোমাৰ চৰণে ধৰো৷
তুৱা গুণনাম ছাড়ি আন কাম
কৰিয়া মিছাতে মৰো৷৷
|| পদ ||:
দৈত্যৰ পুৰীত পশিল ত্বৰিত
বাঘে যেন ধৰে খেদি৷
যত দ্ৰোহিয়াৰ ৰক্ষা নাহি তাৰ
পেহ্লাৱে মাথাক ছেদি৷
কাৰো নাক কাণ কৰে খান খান
কাৰো কঙ্কালত কাটে৷
হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গী
পৰি গড়াগড়ি বাটে৷৷
কাৰো জিহ্বা আনি কাটে টানি টানি
ধৰি দুই চক্ষু কাঢ়ে৷
কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰে
দৈত্যৰ লাগ নছাড়ে৷
কাৰো বুকু ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱে গৃধ্ৰ শৃগাল৷
অধৰ্ম্মে গ্ৰাসিল ক্ষণেকে নাশিল
দৈত্য ভৈল বুন্দামাল৷৷
বিষ্ণুৰ চক্রৰ নভৈল ভাগৰ
হস্তী যেন মাৰে মাখি৷
পুত্ৰ ভাৰ্য্যা এৰি মৰো জীঞো কৰি
কতো পলায় প্ৰাণ ৰাখি৷৷
ই তিনি লোকত ভ্ৰময় ভয়ত
চক্রো পাছে পাছে ফুৰে৷
হেৰা পাইলে বুলি লৰয় সমূলি
দানৱে দান্ত নুঘূৰে৷৷
ব্ৰহ্মাত লাগিল শৰণ মাগিল
হাতে দান্তে খেৰ তুলি৷
চক্রক ডৰাই কেহো নেদে ঠাই
বলিৰ দ্ৰোহিয়া বুলি৷৷
বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
কহিতো নপাইল খুজি৷
বলিৰ চৰণে পশিল শৰণে
দুনাই সৱে মান্য বুজি৷৷
ভণিল শঙ্কৰে শুনা সৱ নৰে
যতেক বিষয় ভোগ৷
পুত্ৰ দাৰা ধন শৰীৰ স্বজন
সৱাৰো আছে বিয়োগ৷৷
তাৰ চিন্তা এৰি চিন্তিয়োক হৰি
অন্তকে পাইলেক পৰা৷
এৰি আন কাম বোলা ৰাম ৰাম
সুখে ভৱনদী তৰা৷৷
কৃষ্ণ কৃষ্ণ বাপ সকল কুটি কুটি সেৱা কৰিছো।🙏🙏🙏
Sardar ram nath bapjonor logote samuh bhakta brindaloi aantorik sardha bhakti nebadisu krishna. Aapunalukor dirghau kamana karilu
কৃষ্ণ
বাপ নতুন পাল নামৰ ভিদিঅ দিবক চোন আজি বা কালি🙏🙏🙏