মাজুলীৰ ভাওনাথলীত নোহোৱা নোপোজা ঘটনা, নৃসিংহ মুৰাৰীৰ ভাও লোৱা ভাৱৰীয়াৰ অস্বাভাৱিক আচৰণ

Поделиться
HTML-код
  • Опубликовано: 7 янв 2025

Комментарии • 522

  • @entertainmentcenter9139
    @entertainmentcenter9139 2 года назад +173

    ভক্তি কেৱল প্ৰহ্লাদৰ হে থাকি গল কলি যুগত । প্ৰহ্লাদ ৰ পৰ্থনত হে তেওঁ সন্তুষ্ট হয় ভগবানৰ লীলা কৃষ্ণ 🙏🙏🙏🙏🙏🙏

    • @priyaborgohain2479
      @priyaborgohain2479 2 года назад +6

      Moiu fagunot patisilu. Aivag. Bohut dhuniake hoi. Gol. Kunubai jodi ajanite kiba dukh logaise. Tau jate maf kori die. 🙏🙏🙏

  • @mr.saikia8158
    @mr.saikia8158 2 года назад +166

    মইয়ো ভাও গাও৷যদি একান্ত নিষ্ঠাৰে চৰিত্ৰটোত সোমায় পৰা হয় তেনে সেই চৰিত্ৰটোৰ দৰে অনুভৱ হয়৷ভগৱানৰ কৃপাদৃষ্টি সদায় থাকে ভাও কৰোতে৷কান্দো বুলিলে কান্দিব পাৰি হাহো বুলিলে হাহিব পাৰি৷কেৱল ঈশৰৰ লীলা এইয়া৷কোনো অন্ধবিশ্বাস নহয় এইয়া৷ভাওনাক লৈ যিটি খৱৰ নিদিব৷ঈশ্বৰৰ মহত্ত্ব বুজি শুনি লওঁক

  • @mymemorialmoments3416
    @mymemorialmoments3416 2 года назад +71

    ওমঁ নমো ভগৱতে বাসুদেৱায় ৷মই নিমিত্ত ভক্ত হিচাবে গীতা,ভাগৱত আৰু দুয়োজনা গুৰুৰ শ্ৰী চৰণত সেৱা জনাই প্ৰকৃত সত্য বেকত কৰিছো ৷মহাহৰি প্ৰভূ দৰ্শন দিয়াৰ লগতে কলিকালত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ ভগৱানে ভক্তক এৰি নিদিয়ে৷কলিকালত দেৱগণ অসন্তুষ্ট ,সকলোৱে নৃসিংহৰূপত আছে ৷ধৰ্ম গ্ৰন্থৰ গূঢ় আৰু গাঢ় তত্ত্ব নাজানিলেও ৰাম বা কৃষ্ণ বুলি ক’লেও ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি ৷
    আশা কৰো দুয়োজনা গুৰুৱে একান্ত ভক্তক আৰ্শীষ প্ৰদান কৰিব,বিপদগ্ৰস্ত জনক চৰণত ঠাই দি উদ্ধাৰ কৰিব ৷
    শেষত গুৰু, দেৱ ,নাম,বৈষ্ণৱক সেৱা জনালো ৷

    • @romonhagjer2653
      @romonhagjer2653 2 года назад +2

      শংকৰৰ কাষৰ পৰা 😥মাধৱক আতৰাই
      😡ajan😡 নামৰ বিধৰ্মি এটাক শংকৰৰ একে শাৰীতে (শংকৰ😡ajan) স্থান দি মাধৱক অপমান কৰাৰ ফল চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই তিল তিল ভুগিব লাগিব । এইয়া তাৰেই আগজাননী দিছে ভগৱানে । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এইয়া তাৰেই এটা সৰু উদাহৰণ ।

    • @pobonboruah361
      @pobonboruah361 2 года назад +1

      মদ খাই পাগলামী koresa

    • @mgsatech9384
      @mgsatech9384 2 года назад

      Eibor a ko nai aajir dinat , 1 ta Full khai loisile control koribo nowarile nijoke, bas emane

  • @Assamboy276
    @Assamboy276 2 месяца назад +1

    জয় গুৰু শংকৰ 🙏🙏🙏

  • @probodhmedhi6219
    @probodhmedhi6219 2 года назад +51

    কৃষ্ণ কৃষ্ণ হে বুলিছো প্ৰভু এইয়া কি দেখিছোঁ । প্ৰভু ভগৱন্তই যাতে একো অপাই অমঙ্গল নকৰে । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 года назад +94

    কৃষ্ণ..এই অস্বাভাবিকতাৰ আঁৰত ভাৱৰীয়াৰ নৃসিংহ চৰিত্ৰত সম্পূৰ্ণভাৱে মগন হৈ যোৱাটো..এটা কাৰণ হ'ব পাৰে।

    • @romonhagjer2653
      @romonhagjer2653 2 года назад

      আৰু শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ajan নামৰ জেহাদী এটাক শংকৰৰ একে শাৰীতে স্থান দি 😥মাধৱক অপমান😥 কৰাৰ ফলত ভগৱানৰ অসম আৰু অসমীয়াৰ প্ৰতি হোৱা ঘৃণাৰ এনেকৈ বহিঃপ্ৰকাশ ঘটিছে ।

  • @Barshabora28
    @Barshabora28 Год назад +1

    জয় শ্ৰী কৃষ্ণ

  • @tapanray552
    @tapanray552 2 года назад +31

    দেৱতা সকলোৰো সাধ্য নাছিল এই ৰূপ সম্বৰণ কৰাবলৈ স্বয়ং লক্ষ্মীদেৱীও নোৱাৰিলে একমাত্ৰ ভক্ত প্ৰহ্লাদৰ প্ৰাৰ্থনাত হে সন্তুষ্ট হৈ
    ৰূপ সম্বৰণ কৰিলে৷ভাগৱতৰ কথা যেন প্ৰমণিত হ’ল ৷এয়া একান্ত ভাব আৰু বিশ্বাসৰ ফল৷
    কৃষ্ণ৷

  • @rinjukalita6152
    @rinjukalita6152 2 года назад +46

    কৃষ্ণ কৃষ্ণ প্ৰভু ,হে ভগবান 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tulumonigogoi-er6wn
    @tulumonigogoi-er6wn Год назад +1

    Krishno🙏🙏🙏

  • @poyubhoragogoi7258
    @poyubhoragogoi7258 2 года назад +14

    তেখেতে একেৰাহে আখৰা কৰি থকাৰ বাবে বা দিনে ৰাতিয়ে ভাওটোৰ লগত জড়িত হৈ থকাৰ বাবে তেওঁৰ অৱচেতন মনত (sub conscious mind) নৃসিংস মূৰাৰীয়ে প্ৰভাৱ পেলাই আছিল। সেয়ে তেওঁও নৃসিংস মূৰাৰীৰ দৰে আচৰণ কৰিছিল। প্ৰভূ ভগৱন্তৰ আস্থাৰ প্ৰতি তেওঁ নিজকে বিলীন কৰি দিছে। ঔঁ নমো নাৰায়ণ! 🙏

  • @hemantabora8987
    @hemantabora8987 2 года назад +43

    ভাওনাত কোনো দোষ হোৱা নাই বুলি ভাবোঁ, এয়া ভগৱান বিষ্ণুৰ কৃপা দৃষ্টি হে য়ে তেওঁৰ স্থিতি অসমবাসীয়ে দশণ কৰিবলৈ সক্ষম হৈছে।

  • @air33-ias53
    @air33-ias53 2 года назад +12

    ৰমানন্দ সাগৰৰ পুৰণি ধাৰাবাহিক শ্ৰীকৃষ্ণ ৰ চৰিত্ৰত থকা সব্দমন বেনাৰ্জী দেৱৰ লগতো বহুবাৰ শ্বুটিং ৰ সময়ত এনেকুৱা ৰহস্যময় ঘটনা হৈছিল।
    জয় শ্ৰী কৃষ্ণ 🚩 জয় শ্ৰী শ্ৰী নৃশৃংহ মুৰাৰিৰ জয়🙏

  • @dhrubabardoloi7599
    @dhrubabardoloi7599 2 года назад +13

    ঠিকেই কৈছে মানিলে ধান নামানিলে পটাণ, ঠিক তেনেদৰে মানিলে ভগবান নামানিলে সেয়া এক ভাওৰীয়া চালনা , আজি আমি ইমান দিনে ভাগবতত শুনিবলৈ পাই আহিছো, বা টিভিত দেখি আহিছোঁ যে, ভগবান শ্ৰীবিষ্ণুৰ এই নৰসিংহ ৰূপটো সমষ্টৰ দেবগনে ঐ শান্ত কৰিব পাৰা নাছিল ,,একমাত্ৰ ভক্ত প্ৰহলাদৰ বাহিৰে, আৰু সেই আজি আমি ইমান দিনে শুনি থাকা ,বা টিভিত দেখি থাকা আজি সত্য প্ৰমাণিত কৰিলে ভগবান শ্ৰীবিষ্ণু য়ে।

  • @lachithazarika1142
    @lachithazarika1142 2 года назад +173

    কেতিয়াবা ভাও লোৱা চৰিত্ৰৰ মাজত গভীৰভাৱে সোমাই পৰিলে এনেকুৱা হয়।

    • @arunav_creations
      @arunav_creations 2 года назад +6

      হয়

    • @mahanandakalita6880
      @mahanandakalita6880 2 года назад +4

      Hoi

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 2 года назад +4

      হয়🙏

    • @hunter25297
      @hunter25297 2 года назад +4

      তই খুমাই পাইছা নেকি সুটমাৰণি

    • @arunav_creations
      @arunav_creations 2 года назад +9

      @@hunter25297 axomiya vauna sai paise dodai. Nai pua jodi ebar nijor maa deutak xudhibo, teuluke kobo. Eibur ghotona swavabik.

  • @HridoyjyotiGogoi8678
    @HridoyjyotiGogoi8678 Год назад

    ভ্ৰম নহয় অন্ধবিশ্বাসো নহয় এয়া প্ৰভু লীলা বিশ্বাস কৰা সকলে কৰিব ❤🙏🙏🙏

  • @nayankakati4143
    @nayankakati4143 2 года назад +52

    ভগবানক অগাদ বিশ্বাস কৰে এওলোকে,,,মোৰ ঘৰ নলবাৰী ত ভাওনা মই দেখা এ নাছিলো,এবাৰ মই মাজুলীৰ ভাওনা কাজিৰঙাত চাইছিলো এইখন এ ভাওনা, মই নাটকৰ নিছিনা ছাই আছিলো ছাই বহুত এ ভাল লাগিছিল,, শেষৰ পিনে ভাওনাত ভগবান বুলি অভিনয় কৰা মানুহ কেইজনক সেৱা কৰিব ধৰিলে ৰাইজে,,, তেতিয়া হে বুজিলো ভাওনা নাটক নহয় ,, বিশ্বাস নিজৰ ওপৰত ভগবান বুলি ভাবিলে ভগবান এ, আমাৰ মনত কিন্তু অভিনয় এ হব , অভিনয় কৰি কান্দিলে ও চকু পানী ওলাই

    • @DineshChutia-n8h
      @DineshChutia-n8h 2 года назад

      মাত্ৰ এবাৰ আপুনি নৃসিংহৰ মুখাভাগ পৰিধান কৰক। বাকিবোৰ নিজে গম পাব

  • @Suruj-n7d
    @Suruj-n7d 2 года назад +17

    এয়া আছিল যে ভগৱান আজিও আছে 🙏🙏🙏

  • @hridayjaannath5313
    @hridayjaannath5313 2 года назад +1

    ৰাম ৰাম , জয় শ্ৰীৰাম

  • @theamazingnature6746
    @theamazingnature6746 2 года назад +5

    কৃষ্ণ কৃষ্ণ, প্ৰভু তুমি কৃপাৰ সাগৰ, দয়া কৰা প্ৰভু, তুমাৰ শ্ৰী চৰণত শত কোটি সেৱা জনাইছোঁ প্ৰভু 🙏🙏🙏

    • @romonhagjer2653
      @romonhagjer2653 2 года назад

      এইয়া অসম আৰু অসমীয়াৰ প্ৰতি শ্ৰীবিষ্ণুৰ অসন্তোষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে । মানে এইয়া কিছুমান চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ×ajan× নামৰ বিধৰ্মী এটাক শংকৰৰ একে শাৰীতে স্থান দি মাধৱক অপমান কৰাৰ ফল । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এয়া তাৰেই আগজাননী ।

  • @nayansaikia4070
    @nayansaikia4070 2 года назад +56

    কৃষ্ণ ❣️👍

  • @hemantabora8987
    @hemantabora8987 2 года назад +4

    এযা স্বয়ং ভগৱান স্থিতি হৈছিল।

  • @sauravtamuli3491
    @sauravtamuli3491 2 года назад +1

    Krishno prabhu 🕉️🕉️

  • @Pk-dx9rn
    @Pk-dx9rn 2 года назад +31

    কৃষ্ণ কৃষ্ণ🙏

  • @babuligira1309
    @babuligira1309 2 года назад

    কৃষ্ণ ভগৱান

  • @simantabora.6999
    @simantabora.6999 2 года назад +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয গুৰু শংকৰ

  • @MegaDevajit
    @MegaDevajit 2 года назад +11

    Bhool bhulaiya r nisina...তেওঁ বেছিকৈ সোমাই গল চৰিত্ৰটিৰ ভিতৰত...নিজকে সেই চৰিত্ৰটো বুলি ভাবি লয়।।।কৃষ্ণ

  • @nabadiprajkhowa6350
    @nabadiprajkhowa6350 2 года назад +1

    Krishno provu doya kriba❤❤❤❤😘😘😘

  • @pratimgogoi454
    @pratimgogoi454 2 года назад +30

    Jai bishnu prabhu 🙏

  • @PinkuDas-s2s
    @PinkuDas-s2s 20 дней назад

    Krishna provuu❤

  • @AnitaRajbongshi1234
    @AnitaRajbongshi1234 2 года назад +4

    হৰি বল হৰি বল

  • @SumanDas-kz4xw
    @SumanDas-kz4xw Год назад

    Krishna Krishna 0:44 0:46 🙏🙏🙏👏

  • @vioray6298
    @vioray6298 2 года назад

    হে প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 года назад +14

    ওঁ বিষ্ণু দেৱায় নমাহ:🙏

  • @dilipdas9924
    @dilipdas9924 2 года назад

    মজা

  • @Barshabora28
    @Barshabora28 Год назад +1

    শ্ৰী কৃষ্ণৰ কি মায়াময় লীলা

  • @jackey1996
    @jackey1996 2 года назад

    Krishno Krishno 🙏🙏

  • @Lovemusic0133
    @Lovemusic0133 2 года назад +3

    এইয়া ভগৱানৰ লীলা🙏

  • @KDnews608
    @KDnews608 2 года назад

    কৃষ্ণ প্ৰভু ।

  • @rumidatto9911
    @rumidatto9911 2 года назад

    কৃষ্ণ কৃষ্ণ প্রভু। 🙏🙏🙏

  • @ismitapatowary5671
    @ismitapatowary5671 2 года назад +1

    Ohhhh Aiiii

  • @dipjyotihazarika9038
    @dipjyotihazarika9038 Год назад

    Narayon ❤

  • @sumsumiofficial3432
    @sumsumiofficial3432 2 года назад +1

    এইয়ে হৈছে ভগৱানৰ লীলা। কৃষ্ণকান্ত 🙏🙏

  • @bikashdeka8436
    @bikashdeka8436 2 года назад +5

    🌺🌸🌼🌼🌼🌺🌼🌸হে প্ৰভু কৃষ্ণ কৃষ্ণ🌺🏵️🌺🌼🌸🌻🌺🙏

  • @akpegu6801
    @akpegu6801 2 года назад

    Krisnh krisnh

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 года назад +2

    Krishana🙏

  • @manashjyotidutta4323
    @manashjyotidutta4323 2 года назад

    Krisna probhu.... Krisna, krisna

  • @utpaltalukdar2679
    @utpaltalukdar2679 2 года назад +47

    It happens due to his love for Lord ,dedication in that act and complete submerge .One person died in separation of Ramchandra (when Ramchandra was leaving for 14year Banabash), while he was acting as Dasarath Maharaj in Ramlila.

    • @fftrix264
      @fftrix264 2 года назад +5

      Yah You are absolutely Right🙂

    • @romenjit7549
      @romenjit7549 2 года назад +2

      🙏🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🙏🏻🙏🙏🙏

  • @mrinaldutta3949
    @mrinaldutta3949 2 года назад +9

    He provu tumr usrt hoto kouti pronam.....Krishna provu

  • @dhrubajyotiborah818
    @dhrubajyotiborah818 2 года назад +2

    কৃষ্ণ প্রভূ ❤❤❤

  • @dipsikha5747
    @dipsikha5747 2 года назад +10

    কৃষ্ণ, কৃষ্ণ,,🙏🙏🙏

  • @Jk70000
    @Jk70000 2 года назад +1

    ।।কৃষ্ণ।।🙏🙏🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 2 года назад +23

    জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿সেৱা হে জনালোঁ🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @bristiborah7868
    @bristiborah7868 2 года назад +1

    🙏🙏 কৃষ্ণ প্ৰভু🙏🙏

  • @diptichutia2944
    @diptichutia2944 2 года назад

    Krishna tumar opar mohima 🙏🙏🙏🙏

  • @mrinmoykalita4286
    @mrinmoykalita4286 2 года назад

    Krishna Krishna Prabhu 🙏🙏🙏 joi guru Sankar 🙏🙏🙏

  • @ajitdutta9034
    @ajitdutta9034 4 месяца назад

    Jai Nihingho Murari

  • @satyadas2404
    @satyadas2404 2 года назад +2

    Guru bhamah guru bishnu guru moheswar tumiye jagotar eswar teuk xantusatta koratu bohut vabib lagib 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @satyajitdewri2473
    @satyajitdewri2473 2 года назад +7

    কৃষ্ণ কৃষ্ণৰ 🙏🙏🙏🙏🙏🙏

  • @mridusmitabaruah5919
    @mridusmitabaruah5919 2 года назад

    Krishna probhu ,hokolu valkoi hol dai, Krishna

  • @rajeshchakraborty3142
    @rajeshchakraborty3142 2 года назад +4

    Vogobanor mahima opar.....🙏🙏

  • @Ridipaxom
    @Ridipaxom 2 года назад +2

    কৃষ্ণ কৃষ্ণ সেৱা জনালো ।। হৰি হৰি হৰি

  • @lakhinandansaikia5356
    @lakhinandansaikia5356 2 года назад +4

    Ram kriso ram krisno🙏🙏

  • @manuborah4135
    @manuborah4135 2 года назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @sumidvlogechanals9694
    @sumidvlogechanals9694 2 года назад

    Bhagaban ahise gaat

  • @chibanikuki1825
    @chibanikuki1825 2 года назад

    কৃষ্ণ প্ৰভু ভগৱান 🙏 দয়া কৰিবা প্ৰভু।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @khatiaxomiyalora5294
    @khatiaxomiyalora5294 2 года назад +1

    Jai sri krishna 🙏🙏🙏

  • @dilipdas6486
    @dilipdas6486 2 года назад

    Krishno provhu

  • @sanjuktahazarika9378
    @sanjuktahazarika9378 2 года назад

    Krisno

  • @biswajitsaikia7442
    @biswajitsaikia7442 2 года назад +5

    JAI NIHINGO MURARI JAI JAI🙏🙏🙏🙏🙏

  • @bedantahazarika5453
    @bedantahazarika5453 2 года назад +40

    এনেকুৱা এটা ঘটনা ২ বছৰৰ আগত আমাৰ তিতাবৰটো হৈছিল।।

  • @lil_psy_cho5724
    @lil_psy_cho5724 2 года назад +4

    কৃষ্ণ প্ৰভু 🙏
    প্ৰভু ভগৱন্ত নিজে আহিছে 🙏🙏

  • @ritupanhazarika6435
    @ritupanhazarika6435 2 года назад

    Krishna❤️❤️❤️

  • @manishaborah5530
    @manishaborah5530 2 года назад

    কৃষ্ণ❤️🙏

  • @narayanbora8030
    @narayanbora8030 2 года назад

    কৃষ্ণ🙏🙏

  • @pratapdas1113
    @pratapdas1113 2 года назад +6

    The spiritual ray come to earth

  • @sumitrakonwar1043
    @sumitrakonwar1043 2 года назад

    krishna🙏🙏

  • @Nihar8011
    @Nihar8011 2 года назад

    krishna 🙏..aiya r pravu 🙏

  • @Hopun369
    @Hopun369 2 года назад

    Krishna Krishna Krishna 🙏🙏 🙏

  • @kangkan.Choudhury
    @kangkan.Choudhury 2 года назад +1

    কৃষ্ণ প্ৰভু 🙏😌

  • @utpal6174
    @utpal6174 2 года назад

    Hare krishna hare krishna krishna Krishna hare hare
    Hare ram hare ram ram ram hare hare

  • @dimpiboruahhh6974
    @dimpiboruahhh6974 2 года назад

    Jai Krishna ❤️❤️❤️

  • @shilpasaikia6876
    @shilpasaikia6876 2 года назад

    Krishna provu

  • @bobitabhuyan3260
    @bobitabhuyan3260 2 года назад

    Bhogoban ase 🙏🏼🙏🏼

  • @takyatenseng2395
    @takyatenseng2395 2 года назад

    Krishno ,

  • @rajibborah3255
    @rajibborah3255 2 года назад

    Krishna gurujan

  • @pranabdas4869
    @pranabdas4869 2 года назад

    Om nomu vogobotbasu debae nomo

  • @sonasarma7887
    @sonasarma7887 2 года назад

    Narsimha bhagban.... 😘😘😘🕉🕉🕉🕉🙏🙏🙏

  • @Jenaa6309
    @Jenaa6309 2 года назад

    কৃষ্ণ কৃষ্ণ

  • @ALLVIDEOCHANNEL-1
    @ALLVIDEOCHANNEL-1 2 года назад +1

    Provu jonai amak kipa korok.. 🙏🙏🙏🙏🙏🙏🙏🙏krishno provu

  • @Ruuupam
    @Ruuupam 2 года назад +3

    ভগবানৰ লিলা খেলা কোনো বোজিব নোৱাৰি 🙏🙏

  • @assmescreative1883
    @assmescreative1883 2 года назад

    Shree Krishna ye namah

  • @dipenloyingassam
    @dipenloyingassam 2 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @littlehandique6039
    @littlehandique6039 2 года назад

    KRISHNA KRISHANA 🙏 🙏 🙏 !

  • @nayansaikia8847
    @nayansaikia8847 2 года назад

    Krishna vogoban 🙏

  • @ajitgogoi4420
    @ajitgogoi4420 2 года назад +14

    Om namah shivay Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @monjit85
    @monjit85 2 года назад

    Prabhu...

  • @toysme4995
    @toysme4995 2 года назад +31

    Ketiyaba ene hoi... bhaworiya jon xei soritrotut enekoi xumai pore je tekhete nijoke xeijon buliyei bhabi loi..

    • @pranjalkayshop13
      @pranjalkayshop13 2 года назад

      কুলাচলৰ মুক্তি লাভ ভাওনা আৰু নৃষিংহ মুৰাৰি মহাপুৰুষীয়া,, নাটক দুভাগ বহুত অপাৰ মহিমা,,🙏🙏🙏 আৰু সকলো ভাওনাৰ অপাৰ মহিমা আছে, গুৰু জনাৰ চিষ্ঠি

  • @mrinaldutta3949
    @mrinaldutta3949 2 года назад +32

    Vogowanor mohima opar...dhon Toka poisa taur agot eku a nhoi....navabibo sb ase anakua din ahibo eku a nathakibo logt ...thakibo okol hopun...krishno

  • @thelivestudio4039
    @thelivestudio4039 2 года назад

    সম্পুর্ণভাৱে চৰিত্রটিত সোমাই গলে এইয়া হৈ যায় | পদ্মাৱত চিনেমাখনত ৰণৱীৰ সিঙৰ এনে অৱস্থা হৈছিল, আলাউদ্দিন খিলজীৰ চৰিত্রটি সোমাই পৰিছিল |