জয়মতী দেশদ্ৰোহী আছিল নি? জয়মতীৰ জন্ম গাঁও চাওঁ ব'লক । Joymoti and Jerenga Pothar |

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • In this video I have been to Lai Thepena Maidam, where Lai thepena Borgohain was the father of Joimoti and many more.
    #sivasagar #assam #purbanchal
    instagram- / bhaskaryoutube
    Donate-
    1) Patreon- / purbanchal
    2) UPI- vazkardutta@okaxis
    আশা কৰিছোঁ আপুনি এই ভিডিতো নিশ্চয় উপভোগ কৰিলে।যদি ভাল লাগিল তেন্তে বন্ধু বৰ্গৰ লগত Share কৰক,আৰু কিবা থাকিলে comment ত কওক আৰু যদি এই চেনেল ত যদি নতুন হয় তেন্তে subscribe কৰিব নাপাহৰিব।
    Business Mail - jantraassam@gmail.com
    Join Our Facebook Group - / purbanchalvideo
    Become Member-
    / @purbanchalassam
    তলত উল্লেখ কৰা লিংক বোৰ ক্লিক কৰি বস্তু কিনি মোক সহাৰ্য কৰিব পাৰিব।
    Best Products -
    Cheap Lapel mic - amzn.to/2gwDPjl
    Best lapel Mic I use - amzn.to/2OkIR6a
    Vlogging Mic(DSLR/Mobile) -amzn.to/2OqbRJS
    Superb mic for - amzn.to/2ewGOHV
    Budget DSLR for channel -amzn.to/2CdoWPi
    Best DSLR -amzn.to/2eBokK9
    Best Vlog camera - amzn.to/2Cf4ddN
    Budget vlogging camera - amzn.to/2ewKKsh
    Best Action Camera -amzn.to/2eU4CWG
    Action Camera with stabilisation - amzn.to/2eTXJVj
    Budget Action Camera with stabilisation-amzn.to/2vY0dId
    GorillaPod for mobile -amzn.to/2gvO4Vd
    Gorilla pod(DSLR- heavy)- amzn.to/2Om0K4L
    GorillaPod for DSLR - amzn.to/2ewU8vL
    Budget tripod -amzn.to/2eBh8gY
    Video Stabilisation:
    using mobile(Gimbal)- amzn.to/2vEmGOW
    Using DSLR GIMBAL -amzn.to/2eH5sWr
    Two mic through one -
    amzn.to/2xQl962
    Equipment I use :
    1.Nikon D5600 DSLR & Lens are 50mm f1.8 or 18-55 kit lens
    2. Benro Tripod
    3. lenovo K8 Note and Redmi 3s prime
    4. 1500w CFL
    5. Phantom 4 drone
    6.DJI spark Drone
    7. Boya ShotGun mic
    Edited with SONY VEGAS PRO 13

Комментарии • 1 тыс.

  • @LakhimiGogoi-v4h
    @LakhimiGogoi-v4h Год назад +4

    শিৱসাগৰত জন্ম লাভ কৰি গৌৰৱ অনুভৱ কৰোঁ । আমৰ ঠাই খনৰ বিষয়ে ইমান সুন্দৰ কৈ উপস্থাপন আৰু ভিডিঅ' কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাকৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালোকে

    • @LakhimiGogoi-v4h
      @LakhimiGogoi-v4h Год назад

      আগলৈ ও এনে ঐতিহাসিক স্থান আৰু ঘটনাৰ বিষয়ে জনাই থাকিবচোন ধন্যবাদ । মই গৌৰীসাগৰ হাতীঘূলিৰ লক্ষিমী গগৈ

  • @thunumaa8732
    @thunumaa8732 Год назад +3

    ঐতিহাসিক.কথা.বোৰ.এনেকৈ.অৱগত.কৰা.বাবে❤❤❤❤

  • @bimangogoi3058
    @bimangogoi3058 4 года назад +18

    বঢ়িয়া হৈছে দাদা,
    ঐতিহাসিক কথা বোৰ এনেকৈ আমাক অৱগত কৰি থাকিব 🙏🙏🙏❤️❤️
    ড্ৰুন ছটটো মজ্জা লাগিল 👍👍👍

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 4 года назад +6

    সুন্দৰ প্ৰচেষ্টা ৷৷ ভাতৃদ্বয়লৈ আন্তৰিক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছো ৷৷চহকী অসমৰ চহকী ইতিহাস ৰাইজৰ সন্মুখত ডাঙি ধৰি এক পৱিত্ৰ কাম কৰিছে বুলি ভাবিছো ৷৷

  • @chandikasaikia3919
    @chandikasaikia3919 5 лет назад +4

    I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada

  • @nabadeepgogoi5723
    @nabadeepgogoi5723 3 года назад +1

    Moja lagil dai

  • @lachitdas3403
    @lachitdas3403 2 года назад +3

    দ্রোন চুট ধুনীয়া হৈছে ।। আচল থাই বোৰ এতিয়া দেখা পালো ।। ধন্যবাদ দাদা ।।

  • @babulnath1819
    @babulnath1819 2 года назад +2

    দেশদ্ৰোহী বুলি কিয় কৈছে সেইটো কাটি দিয়ক,,যি মন যায় তাকে কব নেকি,,

  • @BijuliDas-oj7lb
    @BijuliDas-oj7lb 5 лет назад +33

    যিবিলাক বুৰঞ্জীত পঢ়িছিলো সেইবোৰ দেখা পালে মনত কি অনুভৱ হয় সেইটো বুজাৱ নোৱাৰো... বহুত ভাল লাগিল ভিডিঅ'টো চাই👍👍👍

  • @bikashmajhi3966
    @bikashmajhi3966 5 лет назад +2

    Muro janibo mon jai aji appunalukor ay video tu pai moi bohutei hukhi

  • @samironburagohain6008
    @samironburagohain6008 5 лет назад +232

    শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ সকলোৰে আগত লৈ অহা বাবে বহুত ভাল লাগিছে।।। ধন্যবাদ দাদা।।

    • @baneswarpanging3220
      @baneswarpanging3220 5 лет назад +5

      ভাল লাগিল কিন্তু

    • @khirupravagogoi6004
      @khirupravagogoi6004 5 лет назад +3

      বহুত ভাল লাগিল

    • @gpsbabag8350
      @gpsbabag8350 5 лет назад +1

      @@baneswarpanging3220 q

    • @hirubora1746
      @hirubora1746 4 года назад +6

      শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ ৰাইজ আগত লয় আহিচে বাবে বহুত ধন্যবাদ

    • @niruroy1894
      @niruroy1894 4 года назад +1

      @@baneswarpanging3220 >#

  • @mridusmitasaharia2493
    @mridusmitasaharia2493 2 года назад +2

    পুৰণিকলীয়া আহোম সাম্ৰাজ্য আৰু তেওলোকৰ ব্যক্তিত্বক সন্মান জনাইছো।

  • @labaram566
    @labaram566 5 лет назад +3

    শিবসাগৰলৈ কেতিয়াও যোৱা নাই। শুনিছোহে। বহুত নজনা কথা জানিলো বহুত নেদেখা ঠাই দেখিলো। বৰ ভাল লাগিল। ভবিষ্যতলৈ আকৌ এনে ধৰণৰ ভিডিও পাম বুলি আশা থাকিল। মৰম আৰু শুভেচ্ছা যাচিছো। ধন্যবাদ।

  • @kalpananath3301
    @kalpananath3301 2 года назад

    সঁচাকৈ ভাল লাগিল

  • @nomadicbird1984
    @nomadicbird1984 5 лет назад +25

    মোৰ ঘৰ মাদুৰীতে। জয়মতীৰ ভায়েকৰ নাতীয়েক মই। কিছুমান তথ্য ভুলহৈ আছে। লাইথেপেনা বৰগোহাঞিৰ কাষৰ বাগানখন জয়া বাগান(জয়মতীৰ নামত ব্ৰিটিছে বনোৱা)। লাইথেপেনা বৰগোহাঞি কাষতেই তেওঁৰ ১২ গৰাকী পত্নীৰ মৈদাম আছে (বাগানৰ মাজতেই)। লগতে মাদুৰীত সৰ্বমুঠ ৪১টা মৈদাম আছে সৰু বৰ। ইয়াৰ ওপৰিও ফাকুৱা দৌলটো প্ৰকৃততে পা কুৱা(টাই ভাষাত ৮কুনীয়া স্তম্ভ) যিতো টাই তথা চীনা মুলীয় লোকসকলৰ এক ধাৰ্মিক আধাৰত বনোৱা স্মৃতি সৌধ। (চৰাইদেউৰ মৈদাম বোৰ চালেও বুজিব তাৰ প্ৰতিটো মৈদাম ৮ কোনীয়া, চকলংৰ বেদীটোও ৮ কোনীয় থাকে)। মানুহৰ মাজত মোখ বাগৰি পাক কুৱা গৈ ফাকোৱা হলগৈ। (বিদ্ৰ: কিছুমান তথ্য শুদ্ধকৈ প্ৰচাৰ কৰিব। নহলে মানুহে ভুলটোকে শুদ্ধ ভাবি লব)
    বহুত পুৰণি চাবক্ৰাইবাৰ হয়। আপোনাৰ চেনেল গ্ৰৌ নহওঁতেই মই চাবক্ৰাইবাৰ হৈছো। সেয়েহে ভাল হোৱাটো বিচাৰো চেনেলটো।

    • @purbanchalassam
      @purbanchalassam  5 лет назад +1

      ধন্যবাদ। আপুনি কি বুজালে , ফাকুওৱা দল তেওঁ প্ৰৎকৃততে মৈদাম নেকি ? যদি হয় , বুৰঞ্জীত কত আছে ? জানিব মন গৈছে ?

    • @nomadicbird1984
      @nomadicbird1984 5 лет назад +4

      @@purbanchalassam মৈদাম নহয় কাৰন জয়মতীৰ পাৰ্থিৱ শৰীৰ বিছাৰি পোৱা নাছিল। কিন্তু তেওঁৰ শুৱৰণিত পুতেক ৰুদ্ৰসিংহই পাকুৱা নিৰ্মাণ কৰিছিল। পাকুৱা কি তাক বুজিবলৈ টাই আহোম দৰ্শন আৰু চীনা দৰ্শন ভালকৈ অধ্যয়নৰ প্ৰয়োজন। চে ৰাই দয় যিদৰে চৰাইদেউ হল ঠিক একেদৰে পাকুৱা গৈ খাকুৱা হল।

    • @dheneswakonwar4324
      @dheneswakonwar4324 9 месяцев назад +1

      Apuni hosakoiye koise, vhulbur kobo nalage,aibure giyan murot vhoraboloi goi guborhe vhorabo.

  • @munukonbhi4932
    @munukonbhi4932 3 года назад +1

    ভাল লাগিল কিছুমান নেদেখা জেগা দেখা পোৱা গল

  • @mainelahonshort3118
    @mainelahonshort3118 3 года назад +34

    গৌৰৱ কৰোঁ ঐতিহাসিক শিৱসাগৰত জন্ম লাভ কৰি ❤️ from মেচাগড়

  • @Hiradeka07
    @Hiradeka07 2 года назад

    সুন্দৰ ভিডিঅ'চাই ভাল লাগিল 💖 তোমাৰ নতুন চছকাইবাৰ হলো দেই ❣️ আশা কৰিলো তুমি ও হবা বুলি 💞💞💞

  • @diliphazarika6589
    @diliphazarika6589 4 года назад +33

    জয়মতীৰ জন্ম গাঁও খন দেখি অতীতৰ সোৱ্ৰৰণ জাগ্ৰত হ'ল । এনেকুৱা ভিডিঅ' আগলৈও আশা কৰিলো ।

  • @ajitchandradas5833
    @ajitchandradas5833 4 года назад +2

    ভাল লাগিল মনপৰশা হৈছে ধন্যবাদ

  • @gogoi12359
    @gogoi12359 5 лет назад +7

    Thanks ককাইদেউ
    জ‌য় আহোম
    জয় আই অসম

  • @MridulBorah-d9t
    @MridulBorah-d9t 5 месяцев назад

    Thank s ক ককাইদেউ জয় আই অসম আৰু আহোম

  • @devasish11328
    @devasish11328 4 года назад +217

    ভাল লাগিল কিন্তু অনুগ্ৰহ কৰি দেশদ্ৰোহী শব্দটো আতঁৰাই দিলে ভাল পাম। জয়মতীৰ নামৰ লগত দেশদ্ৰোহী শব্দটো কেতিয়াও খাপ নেখায়।

  • @pompiduarah6088
    @pompiduarah6088 5 лет назад +37

    আমাৰ শিৱসাগৰক সকলোৰে আগত চিনাকি কৰাই দিছে।আগলৈ শিৱসাগৰৰ চুকে কোণে সিচঁৰতি হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ আগত লৈ আহিব বুলি আশা কৰিলো ।এবাৰ নামতিলৈ আহিব ।আমাৰ নামতিতো আহোমৰ দিনৰ দুটা দ'ল আৰু পুখুৰী আছে ।

  • @mitaliborguhain1560
    @mitaliborguhain1560 Год назад

    ভাল,লাগিল, ৰজা,দিন , ঠাইত দেখি

  • @wideanglecreation906
    @wideanglecreation906 5 лет назад +6

    Bohut ktha jnibo parilu...Thank you for this beautiful vlog Bhaskar da

  • @keshabduwari3338
    @keshabduwari3338 4 года назад +1

    বহুত ভাল লাগিল চাই 😄😀😃😄😀

  • @NipensVlogs
    @NipensVlogs 5 лет назад +3

    বহুত সুন্দৰ বৰ্ণনা।এবাৰ বৰশীললৈ আহিবা দাদা।

  • @indrajitborgohain8126
    @indrajitborgohain8126 2 года назад +1

    Bhut val lagil aru jen anekuwa video sabole pau

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 5 лет назад +63

    সামগ্ৰিকভাৱে ভিডিওটো চাই ভালেই লাগিল যদিও লাইথেপেনা বৰগোহাঞি মৈদামটো হাবি জংঘলে আৱৰি থকা দৃশ্যটো দুখজনক ৷ চৰকাৰক এই মৈদাটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ ৷

    • @pranmarley9078
      @pranmarley9078 4 года назад +1

      Yes bro tumi thik koisa kintu sor karok koi lv ni sur keitak ausaror gawor manhu khine a korok mor mote blor sor kr

    • @prabitranath6889
      @prabitranath6889 3 года назад

      F check

  • @prasanjitblocks8600
    @prasanjitblocks8600 3 года назад +2

    দাদা এনেকৈ আমাক কৈই থাক ভাল লাগিছে

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 лет назад +7

    জয়মতী কুঁৱৰী প্ৰকৃতাৰ্থত এগৰাকী বিদুষী মহিলা আছিল, যিগৰাকীয়ে এখন ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল আৰু সেইবাবেই নিজৰ সুযোগ্য স্বামীক ৰাজ্যখনৰ ভাগ্যনিয়ন্তা হবলৈ সুযোগ দিবলৈ গৈ নিজে অকথ্য নিৰ্য্যাতন সহি সহি মৃত্যু বৰণ কৰিছিল ।।

  • @DipaThengal
    @DipaThengal 5 месяцев назад

    Bohut. Bhal lagil moi dakhatkoy bohut dhunia hol

  • @madhuriborah5839
    @madhuriborah5839 5 лет назад +3

    মাদুৰি ঠাই খন চোৱাৰ ইচ্ছা আছিল।অশেষ ধন্যবাদ।

  • @pronabjyotiboruah8625
    @pronabjyotiboruah8625 5 лет назад +1

    বহুত ভাল লাগিল ভিডিঅ টি

  • @bulbulassam9811
    @bulbulassam9811 5 лет назад +8

    সুন্দৰ পদক্ষেপ | অসমৰ মানুহক শিৱসাগৰখন চিনাকী কৰাই দিয়াৰ বাবে

  • @parashmonigogoi7715
    @parashmonigogoi7715 3 года назад +1

    Nice ....val lagil......

  • @pallabsaikia8593
    @pallabsaikia8593 5 лет назад +55

    Time Machine‌‌ পোৱাহেতেন বুৰঞ্জী কালতে থাকিলো হয়

    • @krishtibdas3676
      @krishtibdas3676 5 лет назад +3

      agor dinot thakile torwalre fight koribo lagil htn..

    • @readingonly568
      @readingonly568 10 месяцев назад

      Sword fight janu dia

  • @tapankalita6049
    @tapankalita6049 2 месяца назад +1

    জয়মতীৰ দেহ টো কি হল বাৰু?

  • @trinayaborah8298
    @trinayaborah8298 5 лет назад +11

    Sivasagar. ..historic capital of assam. .....😀😀😀😀I m from Sivasagar

  • @debojitdas269
    @debojitdas269 5 лет назад +1

    খুব ভাল লাগিল চাই

  • @tepujina
    @tepujina 5 лет назад +3

    অতি সুন্দৰ ভাস্কৰ 👌👌👌😀

    • @toraliphukan131
      @toraliphukan131 3 года назад +2

      Bhut vl lgl njna ktha hikilu apunr pora

  • @pranabdas3908
    @pranabdas3908 3 года назад

    Bhal lagile

  • @lakhyajitborgohain1593
    @lakhyajitborgohain1593 5 лет назад +21

    ধন্যবাদ আপোনালোকলৈ ঐতিহ্যময় মেছাগড় পুখুৰী পাৰতে মোৰ ঘৰ

  • @jestminborah5208
    @jestminborah5208 4 года назад +1

    Val lagil video tu sai dada bht nedekha bostu dekhilu ♥️

  • @nelanjanaboruah2371
    @nelanjanaboruah2371 5 лет назад +4

    Mai sivasagar rr😍😍😍

  • @vandyavlogs
    @vandyavlogs 5 месяцев назад +1

    দেশদ্ৰোহী শব্দটো ব্যৱহাৰ কৰি মহিয়ষী গৰাকীক অপমান কৰা হৈছে । চচিয়েল মেডিয়াত অলপ চাই চিতি কথা ব্যবহাৰ কৰিব লাগে ।আগলৈ মনত ৰাখি থোয়াটো ভাল হব নহ'লে অযথা বিবাদৰ সৃষ্টি হয়। যিকি নহওক ভাল লাগিল আমাৰ অসমৰ মহিয়ষী গৰাকীৰ বিষয়ে জানিবলৈ পাই ।

  • @harihazarikaofficial
    @harihazarikaofficial 5 лет назад +19

    জয়মতীৰ মাকৰ ঘৰটো মাদুৰীতে আছিল নেদেখালে কিয়

    • @Mainaborgohain9141
      @Mainaborgohain9141 5 лет назад +2

      হয় ঘৰটো চাবলে মন আছিল

    • @TECHpost
      @TECHpost 4 года назад +1

      Ghortu nai...jaga tukura ase

  • @pubalidutta6471
    @pubalidutta6471 5 лет назад +7

    আমাৰ ঠাই..........😊😊

    • @মইনয়নদীপ
      @মইনয়নদীপ 5 лет назад

      সঁ‌চা ?

    • @pubalidutta6471
      @pubalidutta6471 5 лет назад +2

      হয় ....... 😊😊আমি গৌৰৱ কৰো আমাৰ ঠাইবোৰক লৈ.. ইমান ধুনীয়া ঠাই ,,,,ইতিহাস আছে

    • @মইনয়নদীপ
      @মইনয়নদীপ 5 лет назад

      সঁ‌চা কিন্তু; মোক মাতিবা চুন এদিন, তুমালোকৰ তাত

  • @pallabibordoloi1156
    @pallabibordoloi1156 5 лет назад +1

    Bht vl video bnaisa

  • @bigantaborghain7941
    @bigantaborghain7941 3 года назад +3

    Proud to listen about ahom ♥️

  • @muhiladowari6149
    @muhiladowari6149 3 года назад

    ভাল লাগিল

  • @tfp104
    @tfp104 4 года назад +12

    আহোমৰ গৌৰৱউজ্বল অধ্যায়ৰ কথা তথা সতী জয়মতীৰ আত্মবলিদানৰ কাহিনীবোৰ চিৰযুগমীয়া। আপুনি তাৰে এটি আভাষ দিলে তাৰ কাৰণে ধন্যবাদ।
    কিন্তু Thumbnail দেখি অতিশয় খং উঠিল। 'দেশদ্রোহী' শব্দ ব্যৱহাৰ কৰিব নালাগিছিল। সতী জয়মতীয়ে দেশৰ কাৰণে দিয়া অাত্মবলিদান, নিজৰ স্বামীৰ প্ৰতি শেষ মুহূর্তলৈকে থকা অপৰিসীম প্ৰেম আৰু ত্যাগ ৰ কথা ভাৱিয়ে আপুনি Thumbnail টো এনেকে "সতী জয়মতীক সতী বুলি কিয় জনাজাত? , সতী জয়মতীৰ আপোন ঘৰলৈ বুলি। " ইত্যাদি Thumbnail দিয়া হয় বেছি ভাল পালো হয়। 'দেশদ্রোহী' বুলি শব্দটো ব্যৱহাৰ কৰি আপুনি মূ্ৰ্খামিৰ পৰিচয় হে দিলে।।

  • @sanjubharali308
    @sanjubharali308 4 года назад

    Val lagil.........

  • @uddhabnath8477
    @uddhabnath8477 5 лет назад +3

    Tamam mojja lage dronere kora video sai... filing a beleg

  • @bikashgogoi6487
    @bikashgogoi6487 3 года назад

    বহুত বহুত ভাল লাগিল দেই

  • @rijumoniborgohain9516
    @rijumoniborgohain9516 5 лет назад +4

    My birth place.proud of it

  • @Aashikurrajman5820
    @Aashikurrajman5820 2 года назад +1

    Bhot Val lagil diya ❤️💕💕

  • @alexsonowal5380
    @alexsonowal5380 5 лет назад +12

    শিৱসাগৰ যাদুঘৰ বিষয়ে দেখালে ভাল হয়

  • @bidyawatidevi7005
    @bidyawatidevi7005 3 года назад +1

    বহুত ভাল লাগিল

  • @binuddeka7799
    @binuddeka7799 5 лет назад +7

    এদিন যাম উজনি অসম
    বহুত ভাল লাগে

  • @diptisarmah6069
    @diptisarmah6069 5 месяцев назад

    Val lgl vdio nice

  • @rupamgogoi4030
    @rupamgogoi4030 5 лет назад +3

    গদাধৰ সিংহৰ বায়েক বাউলীৰ সমাধি বাউলীমৈদাম নাজিৰাৰ টাওনৰ পৰা প্ৰায় ৫ কি:মি ৰ দূৰত আছে আৰু ওচৰত সোন্দৰ পুখুৰী,শেনৰ আলি,বামুন পুখুৰী,চকীমুখ আদি বহুত বুৰঞ্জি প্ৰসিদ্ধ
    ঐতিহাসিক ঠাই আছে কিন্তু বহুতে নেজানে | আপুনি চিনাকি কৰাই দিব পাৰে আৰু সকলোৱে তাৰ বুৰঞ্জি গম পাব | বাউলী ৰ মৈদাম টো যি ঠাইত আছে সেই ঠাইৰ নাম বাউলী মৈদাম নামেৰে জনা যায় | অসমৰ প্ৰায় বোৰ মানুহে ইয়াৰ বুৰঞ্জি নাজানে গতিকে আপুনি চিনাকি কৰাই দিব পাৰে |

  • @WECfounder
    @WECfounder 5 лет назад +18

    Uuuffff title to teneke nidile besi val palu hoi. It's hurt to pronounce DEKHDROHI word with JOYMOTI

  • @hirakjyotinath5426
    @hirakjyotinath5426 5 лет назад +1

    val lagil dada

  • @debasishkakoti2404
    @debasishkakoti2404 5 лет назад +7

    My Village maduri gohain goan.

  • @rajlakshmisarkar557
    @rajlakshmisarkar557 2 года назад +1

    Bhaiti khub bhal lagise jen tomalokar lagat moio achilo

  • @goldway6926
    @goldway6926 5 лет назад +3

    Love from Gogamukh 💞

  • @Bepositivemotivationl-rx1lw
    @Bepositivemotivationl-rx1lw Год назад

    সুন্দৰ

  • @Frewon
    @Frewon 5 лет назад +8

    Mojjja
    Proud to be an Assamese

  • @beautideka4918
    @beautideka4918 2 года назад +1

    Good video
    Bohut no jana Kotha janilu

  • @rueeborah8033
    @rueeborah8033 5 лет назад +22

    কথাতকৈ music বেচি হ'ল। একো শুনাই নাপালো

  • @nitumonigogoi1014
    @nitumonigogoi1014 5 месяцев назад +1

    অগৈথাকাসতীজয়মতীৰঘৰক‌তকোৱাচোন

  • @mrinaldas2864
    @mrinaldas2864 5 лет назад +11

    ১২ জনী ঘৈণীয়েক,১৩ জনী ছোৱালী আৰু ২৪ তা লৰা।।। কৃষ্ণ হে বুলিছোঁ আৰু 😂🤣😂😂.......

  • @r__bg__566
    @r__bg__566 4 года назад +1

    Bor গোহাঁই ৰ এটা like

  • @abhinabsonowal6229
    @abhinabsonowal6229 5 лет назад +6

    4:17 Yessss 😁

    • @pinkubordoloi1742
      @pinkubordoloi1742 2 года назад

      পুৰণি ঠাই বোৰ দেখাইছে ভালেই হৈছে, কিন্তু , কথা বোৰতকৈ মিউজিক বেছি আৰু আপোনাৰ গা টোহে বেছি দেখা গৈছে, গতিকে আপোনাৰ গা তো এৰি ঠাইবোৰ বেছিকৈ দেখাব চেষ্টা কৰিব

  • @padmeswarphukan7307
    @padmeswarphukan7307 4 года назад

    Ai Holy Joymoti kolai Bor val lagil .

  • @pg99.
    @pg99. 3 года назад +9

    The drone shots were very good.
    It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.

  • @pinkyniki628
    @pinkyniki628 5 лет назад

    Bohut val lagil sai

  • @monirulislams3656
    @monirulislams3656 5 лет назад +5

    এতিয়া জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ওপৰত এখন ভিডিঅ বনাব লাগে।

  • @shyambhuyan435
    @shyambhuyan435 3 года назад +1

    Val lagise etihax khini jani

  • @tiluttomahasnu4001
    @tiluttomahasnu4001 5 лет назад +5

    Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.

  • @amitgogoi2238
    @amitgogoi2238 2 года назад

    অসমৰ ইমান বিখ্যাত মানুহ কেইজনৰ জেগা দখৰ ইমান জঘল কৰি ৰাখিছে এই বচতু বৰ বেয়া লাগিলে আখা কৰোঁ এই জেগা দখৰ আমাৰ অসমৰ মানুহে ছাফ চিকুনকৈ ৰাখে তাৰে কামনা কৰিলো

  • @sonatonrabha1352
    @sonatonrabha1352 5 лет назад +3

    Rang ghar kareng ghar aru tolatal ghar26dec 19 sai ahilu pase joimotik xhasti diya thai dokhor he suwa nahal dhet teri

  • @nayandeka8340
    @nayandeka8340 3 года назад +1

    মজা

  • @putulkonwar5032
    @putulkonwar5032 5 лет назад +5

    জয়মতীৰ মাকৰ নামটো কোৱা হেঁতেন ভাল আছিল নে কি?

  • @minakshigogoimahanta9368
    @minakshigogoimahanta9368 5 лет назад

    drone shoot moja lagile

  • @FunandfoodwithPolivlogs
    @FunandfoodwithPolivlogs Год назад

    Very nice ❤❤❤❤❤❤

  • @birajsharma7061
    @birajsharma7061 2 года назад

    Bhal lagile video ti

  • @anamikapegu2785
    @anamikapegu2785 3 года назад

    Thak you dada emanbur dekhuwa babe

  • @sangitachangmai6667
    @sangitachangmai6667 3 года назад

    Video2 sai vl lagila .😊

    • @shikhasaiki2715
      @shikhasaiki2715 3 года назад

      বহুত ভাল লাগিল ইতিহাস ডাঙি ধৰি ৰাইজক জনোৱাৰ বাবে।বহুত বহুত ধন্যবাদ🙏🙏

  • @pompideka9998
    @pompideka9998 2 года назад +2

    Val lagil Dada, apuni ami nedekha thyai dekhuale🙏

  • @nurishmitanupur8446
    @nurishmitanupur8446 4 года назад +2

    নজনা কথা জানিবলৈ পালোঁ বহুত ভাল লাগিল চাই ।🌈

  • @DevokantaHazarika
    @DevokantaHazarika 5 месяцев назад

    মজা লাগিছে

  • @sandeepkumar-hy4mc
    @sandeepkumar-hy4mc 4 года назад

    Dada aji pothm👍aru comments video tu sai Val lagil bhut bhut

  • @ujjalpatgiri0510
    @ujjalpatgiri0510 4 года назад +1

    দাদা আশা থাকিল লগ pam buli

  • @joyagohain4708
    @joyagohain4708 5 лет назад

    Mojah mojahhh ..nojona ktha gom palu

  • @kabindraburagohain3205
    @kabindraburagohain3205 3 года назад +1

    Eman bl lagil dekhibole pai

  • @joonsut620
    @joonsut620 3 года назад

    video tu sai bahut val lagil

  • @hariprasadboruah1932
    @hariprasadboruah1932 3 года назад

    Bohuto sundar lagil